ডিমৌ আঠাবাৰী হিলৈদাৰী গাঁও বৰ নামঘৰ|| বিশেষ কেইটিমান প্ৰশ্নৰ ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ย. 2024
  • #pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah
    #assamesculture
    #ভাগৱত_ব্যাখ্যা_অনুষ্ঠান
    #ভাগৱত_পাঠ_ও_ব্যাখ্যা
    #ভাগবতকথা
    #ভাগৱত_ব্যাখ্যা
    #ভাইরাল_ভিডিও
    ‪@জ্যোতিময়Jyotimoy‬

ความคิดเห็น • 304

  • @hariprasadgowala5282
    @hariprasadgowala5282 2 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ

  • @mridulchoudhury2504
    @mridulchoudhury2504 16 วันที่ผ่านมา +31

    অন্য ধৰ্মৰ মানুহক হিংসা কৰাটো আন ধৰ্মক সন্মান কৰিব নাজানা অন্য ধৰ্মৰ মানুহক ঠাট্টা মস্কোৰা কৰাটো ভকত বৈষ্ণৱ হ'ব নোৱাৰে নিজৰ ধৰ্মক ভাল পাই অন্য ধৰ্মক সন্মান কৰিব পৰাটোহে আচল কথা আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰা মানুহবোৰে ও ভগৱানকে প্ৰাৰ্থনা কৰে লক্ষ্য সকলোৰে এটা কিন্তু সেই লক্ষ্যত উপনীত হবলৈ যোৱা ৰাস্তা প্ৰত্যেকৰে বেলেগ বেলেগ

    • @deepborah4211
      @deepborah4211 15 วันที่ผ่านมา +4

      লক্ষ্যত উপনীত হ'বলৈ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে। সকলোকে সন্মানেৰে কৈছো যে গগৈ বাপজনাই মহাভাগৱতৰ পদৰ পৰা উদ্ধৃতি দিহে কৈ আছে। তেওঁ তেওঁৰখিনি কৈছে বা শুনা সকলেও তেওঁৰ পৰা জানিব বিচাৰিছে। যদি ভুল হৈছে তেতিয়া বিজ্ঞজনে মহাভাগৱতৰ পদক নসাৎ কৰি আমাক বুজাই দিব লাগে , কোনটো প্ৰকৃত পথ? ব্যক্তিজনক সমালোচনা কৰিলে আমাৰ দৰে মূঢ়বোৰ উপকৃত নহ'ব। কিবা অপৰাধ হ'লে ক্ষমা কৰিব🙏।

    • @rupamsaikia4383
      @rupamsaikia4383 13 วันที่ผ่านมา +1

      তেওঁ ভাগৱত থকা খিনি কৈছে গৰু নেকি toi এটা,toi প্ৰথম ঘোষা খিনি অৰ্থ জানি লওঁ পাগল নেকি toi এটা কলিত কেৱল হৰি নাম তাৰ বাদে বেলেগ নাই একো

    • @BHADRA-BHUyAN.
      @BHADRA-BHUyAN. 5 วันที่ผ่านมา

      Vall lagi kotha khini❤

    • @hemantaborgohain4493
      @hemantaborgohain4493 3 วันที่ผ่านมา

      @@mridulchoudhury2504 কাম বন এৰি হৰি নাম গাই ফুৰিলে খাবলৈ নাপায় । ঘৰত আনে কৰি থোৱা খোৱাটো বেয়া । পৰীক্ষিতে ভাগৱত শুনিও মৃত্যুৰ পৰা নাবাচিল ।

  • @pabitrakonwar6563
    @pabitrakonwar6563 13 วันที่ผ่านมา +14

    নিজৰ মাক দেউতাক মৰাৰ পিছতো যদি অলপ মনত পেলাব নাপাই বুলি কয় হেইজনৰ নিচিনা পাপি নাই,, গতিকে মই কও আপোনাৰ নিচিনা পাপী নাই

  • @user-bc2dl6xo9f
    @user-bc2dl6xo9f 15 วันที่ผ่านมา +10

    এই বিলাক কৈ কৈ আমাৰ সমাজত, ককায়েক, ভায়েক,বৎস পৰিয়ালৰ মাজত বিভাজন কৰাৰ বাদে আন একো নাই।

  • @RinaGogoi-z9p
    @RinaGogoi-z9p 2 วันที่ผ่านมา

    Krishna Krishna bap isware janalu

  • @PapulChetiaPapulChetia
    @PapulChetiaPapulChetia 19 วันที่ผ่านมา +7

    ঔঁ নমঃ শিৱায়

    • @DiganHira
      @DiganHira 14 วันที่ผ่านมา +1

      Hor hor mahadev

  • @NabinKachari
    @NabinKachari 20 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম। শতকোটি প্রনাম জনালো। ❤❤🌷🌷🌷🌷

  • @amiyakrdeka5255
    @amiyakrdeka5255 18 วันที่ผ่านมา +5

    কৃষ্ণ এক দেৱ দুখ হাৰি
    কাল মায়া আদিৰো অধিকাৰি ৷
    কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰ ৷
    সৃষ্টি স্হিতি অন্ত কাৰি দেৱ
    তান্ত বিনে আন নাই কেৱ ৷
    জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৷ কৃষ্ণ কৃষ্ণ ৷🙏🙏

  • @dhrobaboro7570
    @dhrobaboro7570 23 ชั่วโมงที่ผ่านมา +1

    Krishna

  • @runuchetia1658
    @runuchetia1658 18 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ প্ৰভু জনা🙏🙏🙏🙏অতি সুন্দৰ উপস্থাপন🙏🙏অতিকে মুগ্ধ হলোঁ🙏🙏🙏🙏

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 20 วันที่ผ่านมา +12

    🙏মনত জাগি উঠা প্ৰশ্ন এটি উপস্থাপন কৰিছো 🙏 আপুনি company এটাত কৰ্মৰত , তাৰ মালিকৰ লগত আপোনাৰ খুওব ভাল সেইবুলিয়েই যদি আপুনি মেনেজাৰ সকলক যদি পাত্তাই নিদিয়ে বা কৰবাত লগ পালেও মাত এষাৰ যদি নলগাই তেতিয়া আপোনাৰ চাকৰিটো থাকিবনে ? 🙏🙏 কিবা ভুল হলে ক্ষমা কৰিব ।🙏🙏কৃষ্ণ🙏🙏

    • @mahanpuja7915
      @mahanpuja7915 13 วันที่ผ่านมา +1

      Malike bhl.pale kone ki koriba.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 21 วันที่ผ่านมา +15

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @keshabbora7742
    @keshabbora7742 21 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @PulenDeka-nq4ri
    @PulenDeka-nq4ri 18 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @simantadutta2030
    @simantadutta2030 21 วันที่ผ่านมา +6

    কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা নীবেদিছো কৃষ্ণ 🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 21 วันที่ผ่านมา +5

    কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼

  • @SuronjonPator
    @SuronjonPator 2 วันที่ผ่านมา +1

    কৃষ্ণ😬😚😬☺️

  • @prasantachangmai7610
    @prasantachangmai7610 7 วันที่ผ่านมา +1

    সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। কৃষ্ণ 🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 21 วันที่ผ่านมา +6

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sanjibbora1789
    @sanjibbora1789 20 วันที่ผ่านมา +19

    যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিব ক্ষমতা নেথাকিলে ভাগৱত বাখ্যা কৰিবলৈ আগবাঢ়ি যাব নেলাগে।

    • @dulalphukon7938
      @dulalphukon7938 18 วันที่ผ่านมา +1

      সঁচা কথা ।

    • @Prabhatgogoi692
      @Prabhatgogoi692 17 วันที่ผ่านมา

      Right

    • @mukundadutta7487
      @mukundadutta7487 17 วันที่ผ่านมา

      A, Bap, bap ki koi hea😢😢

    • @asomiaasom6008
      @asomiaasom6008 11 วันที่ผ่านมา

      সঁচা কথা ।নাজানিলে পণ্ডিতালী দেখাই ভাগৱত ব্যাখ্যা কৰিব নালাগে ।এইটোৰ ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট আদৰ্শ মহত্ব হৈছে আন গুৰু দেৱ নাম ভকতক আৰু দেৱ দেৱীক পূজাক নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা কৰা ।

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 20 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 20 วันที่ผ่านมา +8

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 কৃষ্ণ

  • @gunamaidevi4570
    @gunamaidevi4570 21 วันที่ผ่านมา +3

    Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏

  • @Ravieditzyt
    @Ravieditzyt 6 วันที่ผ่านมา

  • @pallabikagohain5720
    @pallabikagohain5720 21 วันที่ผ่านมา +3

    কৃষ্ণ বাপ জনা এক কৃষ্ণ নামে শৰণ লৈ কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk 21 วันที่ผ่านมา +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏

  • @indrajitbaruah1676
    @indrajitbaruah1676 14 วันที่ผ่านมา +1

    বাপ গগৈ দেৱলৈ প্ৰণিপাত জনাইছোঁ , 🙏

  • @PapariTalukdarKalita
    @PapariTalukdarKalita 20 วันที่ผ่านมา +2

    Krishna bap. Om nomo bhagabota. Krishna

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 18 วันที่ผ่านมา +1

    কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻

  • @padmakalita6061
    @padmakalita6061 14 วันที่ผ่านมา +1

    Krishna Krishna pranam jonalu bap

  • @japanidas6859
    @japanidas6859 20 วันที่ผ่านมา +3

    কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ।

  • @boniabijit3132
    @boniabijit3132 12 วันที่ผ่านมา +4

    কি অনৰথক কথা কৈছে আৰু কোন আন দেৱ দেৱীৰ কথা কৈছে সকলো দেৱ দেৱী ভগৱানৰ পৰম ভকত আৰু পাৰিষদ হয় যদি ভগৱানৰ পৰম ভকত বা পাৰিষদ জনৰ নাম লোৱা হয় তেওঁৰ আশ্ৰয় লোৱা হয় তেনেহলে কাৰ আশ্ৰয় লʼব আপোনাৰ নিচিনা অনৰথক ব্যাখা কৰা জনৰ

    • @asomiaasom6008
      @asomiaasom6008 11 วันที่ผ่านมา

      প্ৰাণজিত গগৈ অসমৰ ধৰ্ম সমাজৰ কলংক ।প্ৰাণজিত গগৈ হৈছে আন গুৰু দেৱ নাম ভকতৰ আৰু দেৱ দেৱীৰ ঘোৰ শত্ৰু ।

  • @karunakantadas6223
    @karunakantadas6223 7 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম

  • @simakachari5620
    @simakachari5620 18 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 20 วันที่ผ่านมา +2

    Krishna Krishna bap hewavagi nibedan karilu 🙏🙏.

  • @binabora5025
    @binabora5025 20 วันที่ผ่านมา +1

    Krishna Krishna xundor path anusthan xewa jonaisu🙏🙏

  • @junumech7558
    @junumech7558 20 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

  • @subodhtalukdar3433
    @subodhtalukdar3433 17 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @numalborah9365
    @numalborah9365 17 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনাৰ চৰনত সেৱা হে জনাইছো

  • @MrIndia-c4x
    @MrIndia-c4x 18 วันที่ผ่านมา +9

    নমঃ পাৰ্বতী পতায়ে হৰ হৰ মহাদেৱ ❤🙏

    • @kanchanchetia732
      @kanchanchetia732 17 วันที่ผ่านมา +2

      Krishna is supreme

    • @netrahandique7724
      @netrahandique7724 6 วันที่ผ่านมา

      ​@@kanchanchetia732😂😂😂😂😂

    • @rkff3660
      @rkff3660 3 วันที่ผ่านมา

      Krishna jodi superman hoi krishnai kak aradhona kore jonabosun

    • @rkff3660
      @rkff3660 3 วันที่ผ่านมา

      @@kanchanchetia732 Bel gos kenekoi sristi hoisil jonabosun ponditji

    • @kanchanchetia732
      @kanchanchetia732 3 วันที่ผ่านมา

      @@rkff3660 apuni a jonai diok sun

  • @user-sg5mx3dm6e
    @user-sg5mx3dm6e 4 วันที่ผ่านมา +1

    কৃষ্ণ প্ৰভু কৃষ্ণ

  • @ratuldas1661
    @ratuldas1661 8 วันที่ผ่านมา +1

    Jai shree Krishna 🙏 🙏🙏

  • @deboborah5858
    @deboborah5858 11 วันที่ผ่านมา +6

    কৃষ্ণই যদি শ্ৰেষ্ঠ তেনে হ'লে সমূদ্ৰ মন্থনত ওলোৱা হলাহল বিষ মহাদেৱে হে নিৱাৰণ কৰিছিল ।

    • @vibration7071
      @vibration7071 7 วันที่ผ่านมา

      Shri krishna k shestha kuwar karon hol teu avataror jugere homosto jogotot gyaan r puhor bilaisil ru jihetu teu bhogoban hadharan manuh Tu nasil... Teur bani okk hastra ru amar majotei biyopi thoka nai homosto dev devi eu teu bani hunisil... Tenehole ji gyan diye teuk ami guru buli kou... Ru teneke hol homosto jogotore guru.... Etiya enekuwa manuh ase jiye kothabur buji napai ru compare kore ru bhabe ki kijani amuk bhogoban jon amukot koi shestha.... Areee already jabei jane ejon Shritikarta, ajon Palon korta aru ejon Binakhkarta.... Jonar pasotu etiya apuni kouk eyar majot ki compare koribo pare?

    • @bishalbordoloi4074
      @bishalbordoloi4074 2 วันที่ผ่านมา

      Om namah

  • @lota340
    @lota340 19 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏 শাস্ত্ৰ সন্মত সুন্দৰ সমিধান বাপ।ভাল লাগিল।❤

  • @NumalKhangia
    @NumalKhangia 17 วันที่ผ่านมา +9

    যিয়েই ভাগৱতীয়া তেৱেঁই সমালোচক,,,, বাকী একো নাই

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 13 วันที่ผ่านมา

      হয় নেকি ? আপুনি তাকেহে বুজিলে নে ?

  • @DigantaGogoi-dx2pt
    @DigantaGogoi-dx2pt 16 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ কৈ বুজি পোৱা হৈছে,

  • @lajigogoi200
    @lajigogoi200 16 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @JanakSonowal
    @JanakSonowal 14 วันที่ผ่านมา +1

    ওম নমঃ শিবায়

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 15 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rajashreedas3648
    @rajashreedas3648 21 วันที่ผ่านมา +2

    Krishna Krishna Krishna ❤provu

  • @entertainmentassam4646
    @entertainmentassam4646 วันที่ผ่านมา

    কিছুমান কথা একেবাৰে অৰ্থহীন যেন লাগিল
    ঈশ্বৰ এজনেই তেওঁক স্মৰণ কৰাৰ পথ ভিন্ন হৱ পাৰে

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 17 วันที่ผ่านมา +1

    Pronam jonalo bap❤❤❤❤

  • @MallikasaikiaDas-kb3tc
    @MallikasaikiaDas-kb3tc 16 วันที่ผ่านมา +2

    Krishna.bapjanar.Ahit.sintakara.sakalak.Esware.kariu.kripa.jena.usit.hai.

  • @mintugogoi6588
    @mintugogoi6588 8 วันที่ผ่านมา +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @sanjibsaikia-op5uv
    @sanjibsaikia-op5uv 6 วันที่ผ่านมา +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏

  • @PradeepDas-se1px
    @PradeepDas-se1px 20 วันที่ผ่านมา +1

    কৃষ্ণ...... কৃষ্ণ..... জয় গুৰু শংকৰ.... কৃষ্ণ

  • @sankarbordoloi2691
    @sankarbordoloi2691 9 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @bijukhanikar
    @bijukhanikar 20 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ

  • @user-qh6ez9le3p
    @user-qh6ez9le3p 17 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @DorsanaRobidas
    @DorsanaRobidas 16 วันที่ผ่านมา +1

    Krishno krishno bap

  • @budheswarhiloidhari3449
    @budheswarhiloidhari3449 18 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ

  • @dibyajyotiphukon5983
    @dibyajyotiphukon5983 16 วันที่ผ่านมา +1

    কৃষ্ণ প্ৰভু সেৱা তোমালৈ🙏🙏🙏🙏🙏

  • @HareshDowarah
    @HareshDowarah 19 วันที่ผ่านมา +1

    Krishna, krishna, krishna, Prabhu jonar saron kamalot hewa nibedisu.

  • @ABoy-vk3lm
    @ABoy-vk3lm 19 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম প্ৰভু

  • @sabitrigogoi9800
    @sabitrigogoi9800 14 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏 অতি সুন্দৰ অ সঁচাই ভাল লাগিল দিয়ক সুন্দৰ নিদৰ্শন প্ৰকাশ।

  • @umanandamili6624
    @umanandamili6624 6 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ কৃষ্ণ বাপ

  • @swapnagogoi8702
    @swapnagogoi8702 21 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 20 วันที่ผ่านมา +1

    Kunja. .. krishna krishna krishna krishna bap janer charane pranam krishna krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @misskabitadekadeka6514
    @misskabitadekadeka6514 21 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 21 วันที่ผ่านมา +7

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ

  • @pabitrakonwar6563
    @pabitrakonwar6563 13 วันที่ผ่านมา +3

    ভগৱানে আপুনাক বহুত জ্ঞান দিলে কিন্তু আপুনি আমাৰ কেবলিয় সংহতি ক বহুত অপমান কৰিছে গতীকে আমিও যিহেতু ভগবান বুলি কাৰোবাক পুঁজি আছো হেইজনেই আপোনাৰ হকলো শেষ কৰি দিব চাই থাকক।

    • @asomiaasom6008
      @asomiaasom6008 11 วันที่ผ่านมา

      অহংকাৰেই পতনৰ মুল ।দক্ষৰ দৰে প্ৰাণজিত গগৈৰ পতন নিশ্চিত ।এই নৰাধমটোৱে কৃষ্ণ শংকৰ মাধৱৰ নামত কৌটি কৌটি লোকক দুখ দিছে তাৰ পাপত প্ৰাণজিত ৮৪ লাখ নৰকত ভুঞ্জিব তাক কৃষ্ণ শংকৰ মাধৱেও ৰক্ষা নকৰে ।

  • @gitanjalidutta6746
    @gitanjalidutta6746 20 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্যা🙏🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 19 วันที่ผ่านมา +1

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @apurbasarmah69
    @apurbasarmah69 20 วันที่ผ่านมา +5

    Panjit bap jonai anok hahi khub val pai.

  • @subhasishhazarika8573
    @subhasishhazarika8573 20 วันที่ผ่านมา +2

    Krishna krishna pranam.

  • @sanjeebkrPagag
    @sanjeebkrPagag 10 วันที่ผ่านมา +1

    Krishna Krishna Krishna.

  • @pitambarBoro-gh4qu
    @pitambarBoro-gh4qu 20 วันที่ผ่านมา +1

    Krishno krishno srodhar bap jona bor val lage huni hastro kotha aru koi hekhu koribo nuware aru hunile huni thakibor mon jai

  • @rajibsaikia7973
    @rajibsaikia7973 5 ชั่วโมงที่ผ่านมา

    Way of earning money

  • @munindra344
    @munindra344 20 วันที่ผ่านมา +9

    তেনেহলে যিসকলে ভাগৱতত শৰণ লৈ , নামঘৰত কৃষ্ণৰ লগত অগ্নিদেৱতা / বায়ুদেৱতা / বৰুণদেৱতাক একেলগে সেৱা কৰি আছা তহতেই লম্পট , ভণ্ড , পাপিষ্ঠ , পাষণ্ড , অধাচাৰী , অনাচাৰী , দুৰাচাৰী , অধম , অসুৰ , জাতিদ্ৰোহী , ধৰ্মদ্ৰোহী , গুৰুদ্ৰোহী নহয়নে ?

    • @user-mt5kx4mq3e
      @user-mt5kx4mq3e 19 วันที่ผ่านมา +1

      মূৰ্খৰ সৰ্গত বাস কৰি আছে আপুনি । অল্প শিক্ষা ভয়ংকৰ আগতে গ্যান অৰ্জন কৰি লওক

    • @hemantaborgohain4493
      @hemantaborgohain4493 3 วันที่ผ่านมา

      @@user-mt5kx4mq3e কামচোৰ মানুহে আজি ভাগৱত কালি ভাগৱত কৰি ফুৰে । ঘৰত আহি বৰমতা । গৰুকেইটা বা কোনে বান্ধিলে, খৰিকেইডাল বা কোনে গোটাই থলে । হাতত পলিথিন(বুটমাহ) এটা লৈ ঘৰত দি ভাতৰ দমদমনি । ভিকহুৰ লক্ষণ এইবোৰ ।

  • @sonjoybonia5468
    @sonjoybonia5468 11 วันที่ผ่านมา +1

    Krishna prabhu🙏🙏🙏🙏

  • @KhanindraTalukdar-zk5ps
    @KhanindraTalukdar-zk5ps 13 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ ৰাম

  • @RamDas-ru6wl
    @RamDas-ru6wl 12 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সহস্ৰৰ কোটি প্ৰনাম জনালো বহুত সুন্দৰ মনোমোহা ভাল লাগিল ।🙏🙏🙏🙏

  • @mukutbaruah2354
    @mukutbaruah2354 19 วันที่ผ่านมา +1

    Krishna Krishna parmatma 🙏

  • @souravsourav6680
    @souravsourav6680 13 วันที่ผ่านมา +1

    কৃষ্ণ প্ৰভু

  • @kanakswargiary4528
    @kanakswargiary4528 13 วันที่ผ่านมา +1

    Krishna ati sundar samidhan bapjanar

  • @mainabharali4033
    @mainabharali4033 16 วันที่ผ่านมา +4

    এই জনাই মাহেকীয়াত থাকোতে ভগবানক নাপালে নেকি এতিয়া পাইছে ন

  • @user-jk9wf7zd2z
    @user-jk9wf7zd2z 8 วันที่ผ่านมา

    যি সকলে ভাগৱত ভাগ মানে তেওঁলোকে ভাগৱতৰ মতে মানি চলক আৰু যি সকলে ভাগৱত নামানে তেওঁলোকে দেৱ‌ দেৱী পূজা কৰক , মাথো দুখন নাৱত দুভৰি থব নালাগে।‌

  • @padmakalita6061
    @padmakalita6061 14 วันที่ผ่านมา +2

    Krishna Krishna Krishna pranam jonalu kouti kouti bar

  • @MadhabSaikia-kh4up
    @MadhabSaikia-kh4up 20 วันที่ผ่านมา +2

    Krishna krishna krishna

  • @mrinaldutta3632
    @mrinaldutta3632 16 วันที่ผ่านมา +1

    Krishno. 🙏

  • @RAJOSHRI_KAKOTI
    @RAJOSHRI_KAKOTI 13 วันที่ผ่านมา +1

    কৃষ্ণ, বাপৰ শ্ৰী চৰণত সেৱা নিবেদিছো,

  • @deveswarkakoti7360
    @deveswarkakoti7360 5 วันที่ผ่านมา

    Hori owm

  • @hopunmorisika8180
    @hopunmorisika8180 7 วันที่ผ่านมา +1

    সুন্দৰ

  • @JitulGogoi-lx7id
    @JitulGogoi-lx7id 20 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ হৈছে ❤

  • @ranukalita1790
    @ranukalita1790 21 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏

  • @preranagogoi7750
    @preranagogoi7750 18 วันที่ผ่านมา +1

    Krishno provu❤

  • @banikalitagayan2569
    @banikalitagayan2569 15 วันที่ผ่านมา +1

    Krishna krishna🙏🙏🙏

  • @hemantaborgohain4493
    @hemantaborgohain4493 5 วันที่ผ่านมา +3

    এইবোৰ ঘৰত এলাহত কাম নকৰি গালি খাই আতৰি মূখৰ কথাৰ বেপাৰ কৰি খোৱা লোক বুলি ভাবো । এনে লোকৰ ঘৰতহে বেছি অশান্তি হয় ।

  • @PalashDhekialphukan
    @PalashDhekialphukan 21 วันที่ผ่านมา +2

    Krishna Krishna Ram

  • @ranjithira5188
    @ranjithira5188 18 วันที่ผ่านมา +1

    Krishna Krishna Krishna Krishna