Thank you for always being so supportive and encouraging. Your immense support makes everything a successful journey for me. Thank you for liking 'KUWOLI' so much. Keep blessing. 🙏 Regards, Pinkal Pratyush.
I have never seen any videos with such extraordinary level of cinematography ,acting ,voice ,direction and what not...truly mesmerizing..i have come to see this video after get to watch Tumar babe which too was incredible
Akha Karisu anedharanar poem video jate aru amar majaloi ahak... Ketiyaba dukhbur paharibaloi kobita hunar praujan...... So bless you 😍😍😍 bahut val lagil sai.....
We need more ❤️😭😭😭 omg Miss Parismita duarah I am so proud of you my love ❤️❤️❤️❤️❤️ never never doubted you I love you a lot ❤️🥺 and the co actor wow you both the emotions we need more of you both the story the chemistry the emotions so pure ❤️❤️😭😭💯💯
নাজানো কিয়! তোমাৰ মাতটো শুনিলে শুনিব মন যাই।। তোমাৰ কবিতাবোৰে যেন মৰহি যোৱা ফুল পাহিত এটা নতুন জীৱন দিয়ে।। তেনেকৈয়ে এটা উদং মনক এটা নতুন জীৱন দিয়ে তোমাৰ কবিতা বোৰে।। Love You So much 🥰
Ketiyaba kisuman kobita xuni vallpua jnk heruam jn lage akou ketiyaba anekua lage heruaiu jn taik moi akou ghurai pam... Thank you so much #Pinkal and #Parishmita for gave me a best exprience in 8:46 minutes 😊😊😊😊 I miss you Muu 😘😘😘😟
Thank you for always being so supportive and encouraging. Your immense support makes everything a successful journey for me.
Thank you for liking 'KUWOLI' so much. Keep blessing. 🙏
Regards,
Pinkal Pratyush.
Love your voice pinkal da ❤
Apunar konthot jadu ase hunile huni thakibor mon jai.....
❤ Apunar mat tu Hunila huni goi thakibo mn jaii♥️♥️♥️
dill jit liya vai
Hi
His voice touches my heart ...I fall in love with his voice Everytime ...I really can't stop listening to it
I have same voice
@@rkviral4837 no that's not possible..his voice cannot be compared with anyone..it's awesome...by the way how can u prove that u have same voice ???
Jo hai wo prove korne ka jarurat nhi hota yarr
th-cam.com/video/fWGleuqaVsg/w-d-xo.html
অনুমতি অবিহনে আকৌ এবাৰ আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিলোঁ। বহু দিনৰ অপেক্ষাৰ অন্ত পৰিল আজি ।বহুত ভাল লাগিল।
Xsa koisa dei... bolia hbo he bki ru..❤
😍😍😍
@@sadhnamali4819 hosak oo
@@kairaborah1916 ❣️❣️
❣️❣️
"অভিমান থাকিলেহে অনুভৱ হয় হেৰুৱাৰ দুখ কিমান?"uff your voice really💟💝💕
তোমাৰ কণ্ঠ আৰু কবিতা বোৰে সদায়ে হিয়া চুই যায় ও পিংকল দা 🥺♥️ বহুত বহুত ধুনীয়া লাগিছে 🥰 well done my brother 😍 Keep it up 💙
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
মোৰ লগত সম্পূৰ্ণকৈ মিলি গৈছে😍😍 কথাখিনি..কিন্তু শেষত হোৱা Happy ending টো হে চাগে নহব মোৰ লগত!! বহুত ভাল লাগিল ডিডিঅ'টি চাই..এনেকুৱা লাগিছিল যেন কুৱলী বাৰ ঠাইত মই হে আছো🤩🤩
** বৃদ্ধাশ্ৰম **
সিদিনা ৰবিবাৰ আছিল
তেতিয়া লাহে লাহে বেলি অস্ত গৈ আছিল
আৰু ক্ৰমান্বয়ে হৈ পৰিছিল অন্ধকাৰ |
মই পথৰ দাতিৰে গৈ আছিলো
অকলশৰে
হঠাতে দেখিলো পথৰ দাতিত
কোনো এক প্ৰানী
বাস্তৱত কোনো দিনে নেদেখিলেও
সেই প্ৰানীটোক
কংকাল সদৃশ ভূত যেন লাগিছিল |
কপিব ধৰিছিল মোৰ দুভৰি
তীব্ৰগতিত বাৰহিছিল মোৰ হ্ৰীদস্পন্দন
মই এই পলাও........
তেতিয়াই তেখেতে মাতিলে, '' বোপা ''
মই আচৰিত, ঘটা নাছিল এনে ঘটনা কাহানিত |
মই ঘুৰি চালো আৰু দেখিলো
তেখেত এজন '' বৃদ্ধ '' |
মানুহজনক দেখিলে ভিক্ষাৰী যেন নালাগে
এনে লাগিছিল, হয়তো বিচলিত হৈছে তেওৰ পথ |
পথভ্ৰস্ত ব্যক্তি গৰাকীক পথ চিনাই দিব বিছাৰি
মই কলো - '' ককা ''
মোৰ কোনো কথাই নুশুনি
তেও কলে - ৰতন কাকতিক বাৰু চিনি পায়নে ?
মই কলো - নাপাও ককা, কিন্তু কিয় বা সুধিলে ?
তেখেতে গৰ্বেৰে কলে,
নোপোৱা ? নোপোৱা কেলৈ চিনি ?
মোৰ একমাত্ৰ শিক্ষিত লৰা সি |
শুনা মতে, এই নগৰৰ অধিকাংশ হেনো তাৰেই মাতি
আহিছিলো আজি তাৰ সম্পত্তি চাবলৈ |
কিন্তু এই কাগজখনত ঠিকনাটো লিখি
সি গলগৈ গুছি |
তাৰ হেনো আছে কোনো বিশেষ কাম |
মই কাগজখন চালো,
মই অবাক, অশিক্ষিত দেউতাকক
শিক্ষিত পুত্ৰই সন্ধনহীন কৰাৰ
এয়া যেন প্ৰয়াস |
মানুহ জানো ইমান তললৈ যাব পাৰেনে ?
তাত লিখা আছিল,
ব্যক্তিজনক যাতে বৃদ্ধাশ্ৰমত থৈ আহে , ধন্যবাদ |
- উজ্জ্বল ৰাভা
Mur channel tu u abar sabo buli aakha korilu🤩🤩
ভাল লাগিল দে👍👍👍👍
@@ThikonaTheAddress thank u pls subscribe
সুন্দৰ...
@@rajusarma9994 thank u pls subscribe kori dibo
Mja dada
বা আৰু দাদা তোমালোকৰ মাতটো মোৰ বাবে এতিয়া ইমানে আপোন হৈ পৰিছে যে অনবৰতে কেৱল তোমালোকৰ মাতটোকে শুনি থাকিব মন যায়💕💕সদায় সুখি হোৱা🌺আৰু জীৱনত সফল হোৱা🥰
আকৌ এবাৰ হৃদয় চুই গ'ল আপোনাৰ কণ্ঠই 🥺❤️
Ending khni ankwa hle mor Jibnt..xosakoi vl lagil...ur voice so sweet pinkal da...
অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত প্ৰিয় মাতটোৰ অধিকাৰী মানুহজনৰ মুখেৰে নতুন শব্দবোৰ শুনিবলৈ পালোঁ❣️❣️😍
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊 😊
"অভিমান থাকিলেহে অনুভৱ হয় হেৰুৱাৰ দুখ কিমান?"
ইম্মান সুন্দৰ শব্দবোৰ 💞 আৰু আপোনালোক দুয়োজনৰ কণ্ঠই কবিতাটো আৰু ধুনীয়া কৰি তুলিছে।
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Pinkal's voice always touch the heart
everyone can easily Fall in Love with him . He looks so innocent so cute
Bht dhunia hoise pinkal da ru parishmita ba mur hokolut koi priyo apunaluk duijon 😘😘😘😘😘😘😗😗
দাদা,,
আপোনাৰ প্ৰতিটো কবিতাই অন্তৰ চুই যায়।। কবিতাবোৰ ত থকা শব্দবোৰৰ অৰ্থ কিছু সুকীয়া ।। অৰ্থ বোৰে অন্তৰৰ কোনোবা খিনিত খুন্দিয়াই যায়। আপোনাৰ সুমধুৰ কন্ঠৰ জৰিয়তে কবিতাবোৰে অন্য এক ৰূপ পায় ।। আপোনাৰ কবিতাবোৰ কিমান ভাল পাওঁ ভাষাৰে বুজাব নোৱাৰি ,কোনোবা টোত যদি প্ৰেমৰ অনুভূতি, কোনোবা টোত আকৌ হেৰুওৱাৰ বেদনা। উফ্ ইমান মিঠা আপোনাৰ মাত টি😍😍
আপুনি আগুৱাই যাওক আৰু আমাক এনেকৈ আগলৈ কবিতা short story উপহাৰ দি যাওক। ভগৱানে আপোনাৰ মঙ্গল কৰক।।🙏🙏
দাদাৰ আৰু বা 💛 দুই জনৰ voice বহুত মৰম লগা love u Pinkal Da ❣️ & love u Prismita Ba❣️
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
পিংকল দা আৰু বা তোমালোকৰ কন্ঠৰ প্ৰেমত পৰিছোঁ 😊 ধন্যবাদ কণ্ঠৰে মোৰ লগতে বহুজনৰ হৃদয় জিনাৰ বাবে।😊
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
এইযে তোমাৰ মাতটো .....বহুত যেন কিবা কিবিবোৰ বিচাৰি পাওঁ....সঁচাকৈ হৃদয় স্পৰ্শী❤
কুঁৱলী🥰🥰🥰 অভিমান থাকিলেহে অনুভৱ কৰা যায় হেৰুৱাৰ দুখ কিমান🥰🥰🥰😍😍😍😘😘😘
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
দুখ পোৱা জনেহে সেয়া জানিব
@@dilipsilponia256 hoi re
তোমাৰ প্ৰতিটো কবিতা ইমান সুন্দৰ, সাৱলীল ভাষাত ৰচিত... মুগ্ধ হওঁ তোমাৰ কবিতা শুনি... চিৰকাললৈ অব্যাহত ৰাখা তোমাৰ এই যাত্রা... হিয়াঁভৰা শুভেচ্ছা যাচিলো বহু দূৰ আগুৱাই যোৱা🌼🌼
বহুত ভাল লাগিল.... আগবাঢ়ি যোৱা তোমালোক সৃষ্টি পথাৰত নতুন নতুন কামেৰে!!! বহু শুভেচ্ছা আৰু শুভকামনা থাকিল!
আপোনাৰ কবিতাবোৰ সঁচাই বহুত হৃদ়স্পৰ্শী ❤️❤️ । আপোনাৰ এই কবিতা বোৰ শুনিলে অস্থিৰ সু থকা মনটোও স্থিৰ হৈ যায় 😊❤️
Wawww happy ending 😍😍 I just love this poem n video.....অৱেশষত মোৰ অপেক্ষাৰ অন্ত পৰিল....এক সুন্দৰ কণ্ঠেৰে আবৃত্তি কৰা এইয়া মোৰ "কুঁৱলী"🌹🍁
তোমাৰ ভাল লগা কবিতা বোৰে মোৰ হৃদয় চুই যায় পিংকল দা, তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো ।
এনেকুৱা লাগিল যেন মোৰ কাহিনীবোৰ ভাঁহি উঠিছে।সঁচাকৈ এটা বেলেগ অনুভূতি। বহুত ভাল লাগিল।👍❤
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Aishh😍 gutei kahinitu ekdome sokut bhahi poril❤️
The Dialogues and the acting are awesome ❤️
Parismita, really adore and appreciate your talent since school days👍🏼
I have never seen any videos with such extraordinary level of cinematography ,acting ,voice ,direction and what not...truly mesmerizing..i have come to see this video after get to watch Tumar babe which too was incredible
Pinkal Pratush নামেই যাৰ পৰিচয় ,কিবা আপোন আপোন লাগে তোমাৰ সেই মিঠা কন্ঠ।
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Akha Karisu anedharanar poem video jate aru amar majaloi ahak... Ketiyaba dukhbur paharibaloi kobita hunar praujan...... So bless you 😍😍😍 bahut val lagil sai.....
আপোনাৰ কবিতা, সমূহে হৃদয় ছুই যায়,,, দাদা,, আপোনাৰ কন্ঠ টো ufff ❤❤❤❤,, keep up brother.
Nice video ❤pinkal ❤😢dada😮 mojja
হৃদয় চুই গৈছে 🥺 অতি সুন্দৰ প্ৰকাশ 😀
কুঁহি পাতবোৰ বৰ মৰম লগা ঠিক তেনেদৰে তুমাৰ video বোৰ ভাল লাগে ❤❤❤
অপেক্ষাৰ অন্ত পৰিল।মন চুই যায় প্ৰতিটো শব্দই🥺🥺।আগবাঢ়ি যাঁওক ❤।
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Oti hundor dada...rajashree baak u lgt luwa hole2 kothai nasil aru Val lagil hoi r bar mukh khn dkhi
We need more ❤️😭😭😭 omg Miss Parismita duarah I am so proud of you my love ❤️❤️❤️❤️❤️ never never doubted you I love you a lot ❤️🥺 and the co actor wow you both the emotions we need more of you both the story the chemistry the emotions so pure ❤️❤️😭😭💯💯
Pinkal Daa I just Love your Voice a lot.....It'z really something that I feel Everytime !! Really Heart Touching.....Keep it up Brother....
This girl 'Parismita' is too Much Beautiful💓 I love her from 14 th Frebuary Valentine Day 1ST PART...
💗💗
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Apunar mat tu... 😍😍😘😘😘Bahut val lage dei...
Liked before watch..
আপোনাৰ মাতত যাদু আছে ।।
বহুত ভালপাওঁ কবিতা বোৰ।।
Ending ভাল লাগিল বহুত।।💓💓
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
Bhut vl lgil poemtu,jen mur bukur vaje vaje humai goise poitaktu kthai hesorito kri goise,aji first time hunisu kintu bhut vll lgil,ru agoleu hunibo pm buli akha rakhilu😊
সাধাৰণতে মই প্ৰেমৰ কবিতা নুশুনো কিন্তু আপোনাৰ কবিতা টু শুনি কিমান ভাল লাগিল বুজাব নোৱাৰোঁ।আজিৰ পৰা আপোনাৰ প্ৰতিটো কবিতা শুনিম।
Hosaky Val lagil ooo 😘😘
সঁচাকৈ তোমাৰ কণ্ঠ আৰু কবিতা শুনি মন উৎসাহিত হৈ যায়। তোমাৰ কবিতা শুনি মুখত হেপাহৰ হাঁহি বিৰিঙি উঠে❤️। এনেকৈয়ে আগলৈ ধুনীয়া ধুনীয়া কবিতা শুনিবলৈ পাম বুলি আশা কৰিলো 🤞😊
Apunr kontho bht bindass hoi
Pinkol da Rajoshree ba r lgt lge Eyes for you 2....❣️❣️❤😍😍🤩🤩Hunkale pm bli akha korilu...🤩🤩🤩🤩
Pinkal da acting eman dhunia lagise
Dada and ba both of your voice just woww 😍😍🔥🔥
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
Tnq
Tnq
নাজানো কিয়!
তোমাৰ মাতটো শুনিলে শুনিব মন যাই।।
তোমাৰ কবিতাবোৰে যেন মৰহি যোৱা ফুল পাহিত এটা নতুন জীৱন দিয়ে।।
তেনেকৈয়ে এটা উদং মনক এটা নতুন জীৱন দিয়ে তোমাৰ কবিতা বোৰে।।
Love You So much 🥰
Your voice and Rj bablie's voice both are perfect combo
Just peacful vibes and a perfect story 💗
May god bless you
Keep growing
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
Ba RJ bablie r real name2 ki hoi koba nki
@@anamikagogoi6905 najaanu j
জুবিন দাৰ গান 🎵এই গান তো আপোনালোকে এবাৰ শুনি চাব বুলি আশা কৰিলো🙏👇👇👇👇
th-cam.com/video/ZAPCTt_yVOE/w-d-xo.html
এই ভন্টি জনীক সহায় কৰকth-cam.com/video/tPhWzTHhxhg/w-d-xo.html
সঁচাই মনটো চুই গল।। নিজৰ মনৰ কথাবোৰ ইয়াত বিচাৰি পালোঁ।। এবাৰ নহয় , বাৰে বাৰে শুনিছোঁ তোমাৰ কবিতা।। ❤️❤️❤️
I can feel it...almost 80% is sme wid my story......but still waiting for some good hopes....
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Abhiman thakile he anubhov hoi Nupura dux kimn😍😍wow so nice....
Finally the wait is over 😍 শব্দবোৰ ❤️ বহুত ভাল লাগিল❤️আৰু আপোনাৰ কণ্ঠ 🔥
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
Sokupani ulai gol🥺😪...xosakoi sui gol ontor khon😪...Bohut dhuniya hooise❤❤Agbahi jua😘..God bless both of u❤
অভিমান থাকিলেহে অনুভৱ হয় হেৰুৱাৰ দুখ কিমান।।💓👌
😌
@@anuborah9213 🙂🙂
Pinkal is r best voice .....bohut dhuniya agbarhi jua tumi😘😘💝🌺
সচাই তোমাৰ কণ্ঠত শব্দবোৰে যেন প্ৰাণ পায় উঠে .. যেতিয়াই মনটো বেয়া লাগে তেতিয়া তোমাৰ কণ্ঠৰ কবিতা শুনিলে সকলো পাহৰি যাওঁ ... 😍❤❤
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊 😊
th-cam.com/video/dsFCBPuS2a0/w-d-xo.html
Plz subscribe.. Like comment, share
@@pinksideoflife6410th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊 😊 😊
Ufh ki voice.... Prati2 hobda ye mon sui goise... Bhut bhut morom thakil dada.... LOVE YOU...... 💞💞
Omg dada xosa koi bohot basi vl hoisa aru ending mojjjja ❤❤❤
Xolutkoi vl loga dada jon.🤗....pinnkal dada....eman kio morom loga Ooo tumi......xokolure ontor sui jai...tumar...kotha bure😊😊
East aur West 💚
Pinkal da is the best 💕💕 thanks for entertainment us during lockdown time💚💚
Apunarr hidoy suii juaa kobitaburr bhut vall lagee ooo pinkall daa😍😍😍 tumee aguwaii juwa take vogomanorr usrt parthonaa krim. God bless you 👍👍
Everyone wants this last scene in real life... ❤️❤️
But love is just a dumb luck...😓
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
ভাল লাগিল 😍😍 জীৱনত আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিলো 👍🏻🙂
This really toches my heart😊🙂..mili goise 😪...keep it up 🤗....tumar sob video e heart touching 😢
বহুত ধুনীয়া হৈছে। শব্দবোৰে অন্তৰ স্পৰ্শ কৰি গৈছে।ending tu বঢ়িয়া হৈছে। এইটো story চোৱাৰ পিছত break up হোৱা couple বোৰৰ ontor গলিব। সকলো love bird ৰ যাতে অভিমান ভাঙি akow আগৰ দৰে হৈ পৰক। সকলো সুখী হওঁক।
The ending was really nice. Love you Pinkal daa😍😍
Hodai saboloi Mon jaii
অৱশেষত অপেক্ষাৰ অন্ত পৰিল ❤️😍 বহুত ভাল লাগিল দাদা💞
Pinkal da tumr matu emn dhuniya emn morom lga tumr matu abar hunila hapahai nopolai sai bohut vl lgil story tu ❤❤😘😘😘💕💕
Uffffffff ,hanti ahi gol ,ata like gutee team are babe
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Kahini2 bohut vall lagil dada❤️❤️❤️❤️
Dada apunr voice 2 hunibole kimn j wait kri axilu😋❤️✨
Dada apuni eman dhuniya video bonai .🥰❤️ Apuni jate aru agbahi jai
I fall in love with his voice..
Wow😮😮😮😮 ki duniya poem sokut paani olabole baki....💖💖💖💖💖💖💖💖
Finally 😌😌bht dhunia❤️❤️
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
Ketiyaba kisuman kobita xuni vallpua jnk heruam jn lage akou ketiyaba anekua lage heruaiu jn taik moi akou ghurai pam... Thank you so much #Pinkal and #Parishmita for gave me a best exprience in 8:46 minutes 😊😊😊😊 I miss you Muu 😘😘😘😟
Awesome acting ,, directing , cinematography ... totally loved it
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊
তোমাৰ কন্ঠ সদায় প্ৰিয় আৰু তাইৰ কন্ঠও বহুত ধুনীয়া৷ বুকুখনত খুন্দিয়াই গ'ল অতীতৰ দিনলিপিবোৰে৷
Love voice, acting.... adorable cupple❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊
আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ দাদা ❤️🙏
bohut bohut bohut dhuniya hoise... I just loved it.Pinkal your voice is so deep ...I'm touched 🤗
~From Kuwoli For kuwoli🥰
th-cam.com/video/yQu2tTbW9e0/w-d-xo.html
🔥
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊
@@G_S_G980 th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊 😊 😊
Dhuniya pinkal dada kipitap anekoi jen aguwai juwa tumi❤❤❤
অপেন কৰি নোচোৱাকৈয়ে
লাইক আৰু কমেন্ত কৰিছো
পাছত চাম আকৌ চাম
বাৰে বাৰে চাব পৰাকৈ
সামৰি ৰাখিছো💙💚💝
Bohut vl lgle video 2 sai ,,💖💖💖💖💖 apuna lukor love story to lgt mur love storry to mili goise
Your poems are so touching... And your voice is just love... ❤❤ Eagerly waiting for your valentine day story😌💞
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊
Apunar aitu kobita muk bohut touch korise!! Apuni jitu feel loi kobita2 kole...bohut bhal lagile...pura real lifet hoi jua nisinake....❤️❤️❤️❤️
কথাৰে বুজাই কোৱা সম্ভৱ নহব । সঁচাকৈ হৃদয়স্পৰ্শী , কন্দুৱাই হে এৰিলে, #পিংকল দাদা আৰু #বাবলি বা এনেকৈ আৰু নতুন নতুন video বনাই যোৱা 🥺 । প্ৰত্যেকটো video য়েই যেন এনেদৰে হৃদয়ৰ অন্তহীন ভালপোৱা ৰে উপচি থাকে ।
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊 😊
অপেক্ষাৰ অন্তত উফ হৃদয়ৰ কোনোবা খিনিত চুই গল 💕 আপোনাৰ প্ৰত্যেকটো কবিতাবোৰত কিবা এটা নতুনত্ব থাকে সেইবাবে বহুত ভাল লাগে 💖💕💕
Your contents, lines, and everything surprised me everytime✨
Great work 🥂❤️
সেই গভীৰ সাগৰ খনিত ডুব গৈ নোৱাৰিলোঁ।মাথো আপোনাৰ কণ্ঠৰ সাগৰত😌😌😌🥰🍃🍃।
Superb guys!! Script, writing and of course your voice it's amazing yar! Love you guys
th-cam.com/video/RYZj0NSFDG4/w-d-xo.html like shere and subscribe 😊 😊 😊
Hi bro and sister tumalokor voiceto bohut dhuniya lage, tumalokor notun notun videobur sabole hodai moeu opekhat thakim, good bless you 🙏🔥🔥 🔥🔥 🔥🔥 🔥 tumalok hodai hukhot thaka,👌👌👌👌👌👌🙋
I can feel it bcz 70% of it's like my past..except the last seen .
😂😂😂 don't worry bro ... someone somewhere is waiting for you ..but last seen 😂😂😂
@@ganeshbora933 haha bro😂😂....
Bohut duniya hoisee ❤️👌 👌👌 👌😍 matbur Mr Bor val lge huni💓💓💓💓💓💓🥰🥰
Just love it. Voice ❣️
Xunilu Bhut val lagil pinkal da ❤❤😍 😍😍 aguai jua 2mi take bisaru