Tumi Je Abhimani - Web Film | Pinkal Pratyush | Diganggana Bora | Javed | Violina | Anamika Films

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 7K

  • @PinkalPratyush
    @PinkalPratyush  2 ปีที่แล้ว +1875

    Thank you for being so supportive, means a lot.
    To keep an eye for my recent updates do follow my Instagram ID - instagram.com/pinkal_pratyush?igshid=73m2h4o0iv0

    • @__w4r.m4chin3__
      @__w4r.m4chin3__ 2 ปีที่แล้ว +20

      ❤️📌🌿moja lagise

    • @hiranyaborah547
      @hiranyaborah547 2 ปีที่แล้ว +14

      বহুত দুষ লাগিলে 😭😭😭💔💔

    • @barnalidas491
      @barnalidas491 2 ปีที่แล้ว +6

      ❤️🥺

    • @voiceassam4134
      @voiceassam4134 2 ปีที่แล้ว +3

      th-cam.com/users/shorts0C5HMJK6Msg?feature=share

    • @Zzfact12
      @Zzfact12 2 ปีที่แล้ว +10

      Soku pani uliai hai arila bro🤧🤧☹️☹️

  • @NitulDadhara
    @NitulDadhara 2 ปีที่แล้ว +1067

    খুব ধুনীয়া হৈছে ❤️
    অসমীয়া ভাষাটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰা বাবে বেছি ভাল লাগে ❤️❤️

    • @farhanazsereen7699
      @farhanazsereen7699 2 ปีที่แล้ว +1

      th-cam.com/video/YRAZ8HLWmJg/w-d-xo.html

    • @_ttfccc_
      @_ttfccc_ 2 ปีที่แล้ว

      U. th-cam.com/video/CCMhtBEhXes/w-d-xo.html

    • @topsuld11gamingchannel55
      @topsuld11gamingchannel55 2 ปีที่แล้ว

      th-cam.com/video/IN0zgginO1c/w-d-xo.html

    • @nibirpathan8045
      @nibirpathan8045 2 ปีที่แล้ว +4

      Which country's language is this?

    • @ruliborah5908
      @ruliborah5908 2 ปีที่แล้ว +3

      @@nibirpathan8045 Assam

  • @sonmoni5573
    @sonmoni5573 ปีที่แล้ว +71

    প্ৰতিটো শব্দই হৃদয় চুই গল। কবলৈ ভাষা নাই। বহুত বেছি ভাল লাগিল ❤️❤️

  • @eneolopg3560
    @eneolopg3560 2 ปีที่แล้ว +441

    Watched it yesterday during the premiere. Loved it❤️. Special appreciation for javed bhai

    • @farhanazsereen7699
      @farhanazsereen7699 2 ปีที่แล้ว

      th-cam.com/video/YRAZ8HLWmJg/w-d-xo.html

    • @gogoi__18
      @gogoi__18 2 ปีที่แล้ว +2

    • @ms.Rao7539
      @ms.Rao7539 2 ปีที่แล้ว +4

      Just tumalukor new Video tu sai aitu sabo loisu and bohut vl lagil sai deii🤗❤️ love from nagaon ❤️

    • @sanjibray_arts6845
      @sanjibray_arts6845 2 ปีที่แล้ว +3

      G3🔥say eitu sabo loisu😍
      Part3 falisa❣️😂🤗

    • @rana_69_
      @rana_69_ 2 ปีที่แล้ว

      De ar

  • @diplinashorts
    @diplinashorts 2 ปีที่แล้ว +73

    প্ৰেম ৰ কিমান গভীৰতালৈ সোমাই গলে পৃংকল দাৰ দৰে এজনে এখন চুটি কথাছবি, ইমান নিখুঁত অভিনয় কৰিব পাৰে অ???❤️❤️

  • @rjjintu9583
    @rjjintu9583 2 ปีที่แล้ว +1795

    কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গম এই নাপালোঁ মাঠু মনত ভয় লাগিছে কাৰোবাক হেৰুৱাৰ বেদনাৰ অনুভৱ 🥺🥺🥺

    • @dhrubajyotirajkonwar1046
      @dhrubajyotirajkonwar1046 2 ปีที่แล้ว +15

      অতি সুন্দৰ উপস্থাপন।

    • @dhritiman_achurjya
      @dhritiman_achurjya 2 ปีที่แล้ว +13

      Xosa koisa tme dada.... Bhut voy lagisil ata muhurtot....

    • @dhritiman_achurjya
      @dhritiman_achurjya 2 ปีที่แล้ว +13

      Story Tu anekuwa lagil je... Kijaniba nijor logt a hoi ase..... Bhut bhut bhut vl lagil story Tu sai.... Akha thaki agoli anekuwa aru dhuniya dhuniya story pm buli dada.... God bless you

    • @kamalanchari502
      @kamalanchari502 2 ปีที่แล้ว +4

      🥺🥺

    • @jituz3886
      @jituz3886 2 ปีที่แล้ว +6

      🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺❤️🥺voi lage

  • @ashimsvlogs7812
    @ashimsvlogs7812 2 ปีที่แล้ว +232

    চকুপানী ওলাই গ'ল বুজাব নোৱাৰা অনুভৱ। প্ৰেম ভালপোৱা বন্ধুত্ব এইবোৰ জীৱনত লাগে। এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️

  • @diabarua7188
    @diabarua7188 2 ปีที่แล้ว +123

    অন্তত থমকি ৰৈ গলো। সচাঁই ভালপোৱাত অভিমান থাকেই তথাপিও অভিমান ভাঙি জীবনটো সদায় উপভোগ কৰাটোৱেই মনত বহুত সুখ দিয়ে। সুন্দৰ কাহিনী 😔❤

  • @Nur_____376
    @Nur_____376 ปีที่แล้ว +68

    প্ৰেমৰ এক হৃদয়ঙ্গম ছবি 😩❤️
    সঁচাই,ভালপোৱা সকলোৰে জীৱনত নাথাকে🥲 ভালপোৱাজন লগত নাথাকিলে জীৱন অস্থিৰ
    যিমান মানুহ লগত থাকিলেও ভালপোৱা মানুহজন লগত নাথাকিলে চাৰিওফালে মাথো নিসংগতাই আৱৰি থাকে😐😩😭

  • @prastutikalita7924
    @prastutikalita7924 2 ปีที่แล้ว +104

    প্ৰেম, ভালপোৱা, বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️ এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️ বহুত ভাল লাগিল এই কাহিনীটো 😍🥰

  • @Suuu103
    @Suuu103 2 ปีที่แล้ว +73

    সকলো প্ৰেম কাহিনীৰ শেষ কিয় বিচ্ছেদ হয়......💜.... কাহিনীটো সঁচাই বৰ হৃদয় চুই যোৱা

    • @ahmedimrul8140
      @ahmedimrul8140 2 ปีที่แล้ว +3

      সঁচা প্ৰেম কাহিনী বোৰ চাগে তেনেকুৱা এ __ মই বুজি পাওঁ যেতিয়া কাৰোবাক হেৰুৱাই তাইক বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ বিচাৰি নাপাওঁ

    • @lbsnaaanirbandeori4971
      @lbsnaaanirbandeori4971 2 ปีที่แล้ว

      Hi

    • @manowarhussain7803
      @manowarhussain7803 4 หลายเดือนก่อน

      Xosa prremor xex porinoti beessad hoi nki

  • @pranitadeka2032
    @pranitadeka2032 2 ปีที่แล้ว +42

    প্রতিটো শব্দই মন চুই গ'ল.. কবলৈ যেন উপযুক্ত শব্দই বিচাৰি পোৱা নাই ❤❤🥺 ... নাপাই হেৰুৱাতকৈ পাই হেৰুৱাৰ বেদনা অধিক কষ্টদায়ক 🥺❤

  • @karobimoran2664
    @karobimoran2664 2 ปีที่แล้ว +138

    বহুত বেছি ভাল লাগিল ❣️ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি... নেকান্দি নোৱাৰিলোঁ 😭 কাহিনীটো যেন মোৰ লগত মিলি পৰিছে প্ৰেম -ভালপোৱা , বিয়া সকলোৱে ভাগ্যত নাথাকে আৰু যাৰ থাকে সি সুভাগ্য কিমান কষ্ট হয় আপোন জনক হেৰুৱাৰ বেদনা সহিবলৈ 😭😭😭😭

    • @ahmedimrul8140
      @ahmedimrul8140 2 ปีที่แล้ว +8

      আপোন জনক হেৰুৱা ৰ কষ্ট কেৱল মই হে বুজি পাওঁ সকলো থকীও সচাকৈ একো এ নাই * তাইৰ লগত বহুত সুখী আছিলোঁ ,এতিয়া তাই মোক এৰি বহু দূৰ পালেগৈ বিচাৰিলেও নাপাও

    • @tulikasaikia1438
      @tulikasaikia1438 ปีที่แล้ว

      Same feelings..

  • @vibes.mp404
    @vibes.mp404 2 ปีที่แล้ว +509

    অপেক্ষা এটা সৰু শব্দ
    যাৰ সৈতে জড়িত হৈ থাকে
    কিছুমান মানুহৰ বহুত মূল্যবান অনুভূতি আৰু কষ্ট দায়ক মুহূর্ত ❤🥺💔 Love u Pinkal da

  • @nikitatalukdar4921
    @nikitatalukdar4921 2 ปีที่แล้ว +38

    আপোনজনৰ অভিমান ভাঙিও এক বুজাব নোৱাৰা সুখ পায়। যাক কোনো শব্দৰে প্রকাশ কৰিব নোৱাৰি ৷ ভালপোৱাৰ কোনো ৰং নাথাকে, থাকে মাথো এক বুজাব নোৱাৰা অনুভূতি ৷♥️🥀

  • @AD_Official600
    @AD_Official600 3 หลายเดือนก่อน +193

    ২০২৪ ত কোনে কোনে চাইচাগে ❤❤❤

    • @Deepaxom
      @Deepaxom 3 หลายเดือนก่อน +2

      Traint Sai asu gujrat journey .

    • @AnjuSarkar-gu1rc
      @AnjuSarkar-gu1rc 3 หลายเดือนก่อน +3

      Moi dubar koi salu ai movie khon ... First ketia saisu mont nai mr

    • @Lipikasaikia123
      @Lipikasaikia123 2 หลายเดือนก่อน +1

      Moi

    • @bikashrabha7299
      @bikashrabha7299 2 หลายเดือนก่อน

      Moi

    • @Dipankarmedhi877
      @Dipankarmedhi877 2 หลายเดือนก่อน

      Bhut bar salo

  • @deepborah1849
    @deepborah1849 2 ปีที่แล้ว +222

    প্ৰেম ,ভালপোৱা ,বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️
    এইবোৰৰ অবিহনে জীৱন আধৰুৱা 🥰

    • @nihalsharma9547
      @nihalsharma9547 2 ปีที่แล้ว +5

      No no no মই মোৰ বন্ধুক কাৰো লগত share কৰিব নোৱাৰো সি অকল মুৰহে 😂😂😂 but seriously মই মোৰ বন্ধু টোক বহুত ভাল পাওঁ 👍👍👍👍

    • @anamikadas2214
      @anamikadas2214 2 ปีที่แล้ว +3

      Xsa kotha

  • @voiceassam4134
    @voiceassam4134 2 ปีที่แล้ว +450

    বহুত বহুত সুভকামনা তোমাৰ লগতে তোমাৰ টিম টোলৈ , এনে দৰে সকলোৰে মনোৰঞ্জনৰ বাবে আগ বঢ়াই যোৱা নতুন নতুন কাহিনী 💕💕 পুনৰ বাৰ শুভ কামনা থাকিল ❤️

    • @voiceassam4134
      @voiceassam4134 2 ปีที่แล้ว +6

      চকুলো বোৰে বুজিবই নোখোজে তোমাৰ অভিমান বোৰ 🥺 ,
      তুমি সঁচাই বৰ অভিমানি

    • @farhanazsereen7699
      @farhanazsereen7699 2 ปีที่แล้ว +4

      th-cam.com/video/YRAZ8HLWmJg/w-d-xo.html

    • @pankhisaikia2938
      @pankhisaikia2938 2 ปีที่แล้ว +2

      @@voiceassam4134 thik kotha

    • @axombhaity7024
      @axombhaity7024 2 ปีที่แล้ว

      th-cam.com/video/9VcLd__pFeI/w-d-xo.html

    • @_ttfccc_
      @_ttfccc_ 2 ปีที่แล้ว

      th-cam.com/video/CCMhtBEhXes/w-d-xo.html fj

  • @pallabkonwar1357
    @pallabkonwar1357 2 ปีที่แล้ว +26

    ব্যতিক্ৰম😍.... সচাঁকৈ জীৱনৰ নিসংগতাবোৰেই প্ৰকৃত আপোন.. য'ত নাথাকে কাৰোবাক হেৰুৱাৰ ভয়-বেদনা.. নাথাকে লাঞ্ছিত হোৱাৰ বিষাদ অনুভুতিবোৰ😔

  • @tinkumonirabha9107
    @tinkumonirabha9107 6 หลายเดือนก่อน +8

    হৃদয় চুই যোৱা কাহিনী চকু পানী ৰখাবো নোৱাৰিলোঁ ❤❤ বহুত বহুত শুভকামনা থাকিল 🙏

  • @ahom_prince01
    @ahom_prince01 2 ปีที่แล้ว +74

    সচাঁকৈ হৃদয় চুই গ'ল, অলপ হাহিঁ অলপ কান্দোন , এটা বুজাব নোৱাৰা কাৰোবাৰ হেৰুৱাৰ অনুভৱ 😭 ,

  • @theannayasworld5895
    @theannayasworld5895 2 ปีที่แล้ว +82

    সঁচাকৈ ভাল পোৱা মানুহ জন লগত থাকিলে life টো বহুত easy যেন অনুভৱ হয়❤️।

  • @jyotishmoisaikia9288
    @jyotishmoisaikia9288 2 ปีที่แล้ว +36

    Heart touching 🥺 pinkal da ❤️🥺 কন্দুৱাই দিলা সঁচাকৈ। "নিসংগতাবোৰ মোৰো প্ৰিয়" 🥺বাস্তবতাৰ লগত সংগতি থকা এটা সুকীয়া কাহিনী🙂

  • @AbhijitBarman-wm1qd
    @AbhijitBarman-wm1qd ปีที่แล้ว +9

    ফিল্ম খনৰ প্ৰতিটো শব্দই হৃদই চুই গ'ল ❣️ পাই হেৰুৱাত কে নোপোৱাই ভাল ❣️ ভাল পোৱাত খং অভিমান থাকিবই দিয়ক চুন সেইবুলি আঁতৰি যোৱাটো....😢

  • @MAHIIII_007
    @MAHIIII_007 2 ปีที่แล้ว +100

    বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো চাবলৈ। Finally চাব পালো বহুত ভাল লাগিল🥰😍।ধেমাজিৰ পৰা সকলোলৈ মৰম যাছিলো।।

  • @munmihazarika982
    @munmihazarika982 2 ปีที่แล้ว +182

    চকুপানী উলিয়াই হে এৰিলে তোমাৰ অভিমানে , বহুত বহুত শুভেচ্ছা আৰু আগুৱাই যোৱা😊😊

    • @PujaDas-cz4lf
      @PujaDas-cz4lf 2 ปีที่แล้ว +1

      সচাঁকে video tu চাই চকুপানী ওলাই আহিল

    • @mahindridas1311
      @mahindridas1311 2 ปีที่แล้ว

      Love means sex not tears

  • @rakeshaxom3.o565
    @rakeshaxom3.o565 2 ปีที่แล้ว +210

    প্ৰেম, ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ভালপাওঁ সেইজনেই যদি লগত নাথাকে তেন্তে জীৱনটোত সুখ বুলিবলে জানো কিবা আছে ! নাই । মাত্ৰ দিনবোৰ, সময়বোৰ পাৰ হ'ব । 😊
    অভিনয় আৰু কাহিনী ধুনীয়া হৈছে ❤️🤗

  • @jyotismamedhi4277
    @jyotismamedhi4277 ปีที่แล้ว +12

    আৰম্ভ নহওঁতেই এটা কাহিনীৰ সমাপ্ত। তিল তিল কৈ অনুভৱ কৰিছোঁ এই বেদনা।

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +60

    শেষত কন্দুৱাই গুচি গলা তুমি আমাক😢😢 কবলৈ ভাষা নাই ইমান বেছি ধুনীয়া লাগিছে কাহিনীটো ❤

  • @jitusvlog9806
    @jitusvlog9806 2 ปีที่แล้ว +39

    সচাকৈ শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটা কাহিনী ,হৃদয় চুই গৈছে। অতি সুন্দৰ অভিনয়। ❤😭

  • @koumarjya6351
    @koumarjya6351 2 ปีที่แล้ว +48

    দাদা ইমান ধুনীয়া ষ্টোৰী হৃদয়খন কন্দুয়াইথৈ গল । ইমান ধুনীয়া অভিনয় , তুমি যেন অভিমানী।❤️

  • @RiyazGam-p7f
    @RiyazGam-p7f 6 หลายเดือนก่อน +7

    হৃদয় স্পন্দ চুই যোৱা এটি স্মৃতিময় কাহিনী হয়টো অনুভৱ কৰিব পাৰোঁ
    সিমান দূৰ আগবাঢ়ি যোৱা নাই 🥺❤️

  • @jintupegu447
    @jintupegu447 2 ปีที่แล้ว +74

    আপোনাৰ স্মৃতি বোৰ সদায় জীয়াই থাকক দাদা তাকে কামনা কৰিলোঁ ,💚💚

  • @kuldipdeka8438
    @kuldipdeka8438 2 ปีที่แล้ว +26

    কবলৈ ভাষা নাই....
    হৃদয়ৰ ক'ৰবাত চুই গ'ল .... অৱশেষত সকলোকে কন্দুৱাই গলা.....অতি সোনকালেই নতুন video পাম বুলি অপেক্ষাত আছোঁ।

  • @disha2667
    @disha2667 2 ปีที่แล้ว +88

    Unexpected ending!
    I was literally crying along with pranami ❤️
    hatsoff to the team.. keep going!!!
    I must have to say it is a "masterpiece"❤❤❤

  • @rahulakhom7078
    @rahulakhom7078 11 หลายเดือนก่อน +10

    জীৱনত বহুত love story saisu কিন্তু pinkal দাৰ love story নিচিনা আজি লৈকে নাপালোঁ ধন্যবাদ pinkal দা ইমান ধুনীয়া ধুনীয়া কাহিনী বিলাক আমাৰ মাজলৈ লৈ অনা বাবে❤

  • @sudakshinagogoi5653
    @sudakshinagogoi5653 2 ปีที่แล้ว +27

    Woow ♥️ প্ৰকাশ কৰিবলৈ শব্দবোৰো যেন হেৰাই গৈছে .... গোটেইখিনিয়ে সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে......
    Everything about this story is just beautiful And every single second is performed so ravishingly....❤️
    Best wishes...

  • @Namib-Creations
    @Namib-Creations 2 ปีที่แล้ว +53

    নিসংগতাৰো এক সুকীয়া মাদকতা আছে -This lines ❤💙

  • @thewarrior9050
    @thewarrior9050 2 ปีที่แล้ว +112

    বহুত ভাল লাগিল ❤️ কিছুমান পুৰণি স্মৃতি চকুৰ আগত ভাঁহি পৰিল❤️❤️ তুমি যেন অভিমানি ❤️ তেওঁ যেন অভিমানি❤️

  • @Assam683
    @Assam683 ปีที่แล้ว +15

    মৰম অৱিহনে জীৱনটোয়ে আধৰুৱা....❤️

  • @indiacricket6572
    @indiacricket6572 2 ปีที่แล้ว +52

    হৃদয় চুই যোৱা কাহিনী ,,,চকু পানী ওলাই গ'ল ,,,শুভকামনা থাকিল দাদা ❤️

  • @tiklikashyap6776
    @tiklikashyap6776 2 ปีที่แล้ว +17

    গোটেই জীৱন টোত সঁচা ভালপোৱাৰ অনুভৱ কি ভালদৰে বুজাই দিলে । শব্দৰে প্ৰকাশ কৰিব নোৱাৰি 😭 হৃদয় চুই গ'ল 🥺
    বাস্তব নাথাকিলে সপোনৰ ৰং ধুনীয়া হ'ব নোৱাৰে 🌺🥺😭🍁🥀

  • @d_nath_official7097
    @d_nath_official7097 2 ปีที่แล้ว +39

    অপেক্ষা কৰি কৰি আজি ভিদিঅ টো পাই হৃদয় খনে মোৰ শান্তি পাইছে❣❣❣❣i love you❣pinkal daa💞🥰বহুত বহুত ভাল লাগিল চাই ❣❣❣😍কিন্ত চকুৰ পানী ওলাই পৰিল 😒☹এনেকুৱা লাগিছে ভিদিঅ টো বাৰে বাৰে যেন চাই থাকো । আৰু next এনেকুৱা কাহিনীৰ অপেক্ষাত থাকিম ।

    • @pinkinath6320
      @pinkinath6320 2 ปีที่แล้ว +2

      Beya lagise bahut😭😭

    • @_ttfccc_
      @_ttfccc_ 2 ปีที่แล้ว

      th-cam.com/video/CCMhtBEhXes/w-d-xo.html dj

  • @DipikaBorah-gu1dm
    @DipikaBorah-gu1dm 9 หลายเดือนก่อน +6

    সঁচাকৈ প্ৰেম ভাঁল পোৱা সকলোৰে কপালত নাথাকে যিমান ভাঁল পালেওঁ ধৰি ৰাখিব নোৱাৰে যদি ভগবানে লিখা জন যদি নহয়!💔💔💔😌😌😢👌👌👍👍👍

  • @ayangpayeng366
    @ayangpayeng366 2 ปีที่แล้ว +12

    হৃদয় বিদাৰক এটি হিয়া ভৰা কৰুণ প্ৰেম কাহিনীৰে আকৌ এবাৰ কন্দোৱাই থৈ গুচি গ'লা..!! বহুত বেছি ভাল লাগিল❤️❤️❤️❤️❤️❤️

  • @Begana12
    @Begana12 2 ปีที่แล้ว +63

    The voice that has been given by paranami baa and pinkal da is awesome😊 ❤❤❤❤

  • @jitnarayankonwar230
    @jitnarayankonwar230 2 ปีที่แล้ว +21

    হৃদয় চুই গ'ল কাহিনীটোৱে..!! এই কাহিনীটোত ভালপোৱাত থকা মান-অভিমানবোৰ খুব সুন্দৰকৈ উপভোগ কৰিবলৈ পাইছো..😊| সঁচাই ধুনীয়া কাহিনী.. কান্দি ল'লো চাই..🌼.. আগলৈ ও এনেকুৱা কাহিনী আমাৰ বাবে আগবঢ়াই যাবা..✨ শুভেচ্ছা জনালো তোমালোকৰ টিমটোলৈ.. 👍❣️

  • @kingkohli4856
    @kingkohli4856 ปีที่แล้ว +3

    বহুত ভাল লাগিল hosake aru pinkal দা আৰু Diganggana বা প্ৰিয় আৰু এনেকুৱা video পাই থাকিম বুলি আশা ৰাখিলোঁ।
    অতিতৰ বেয়া দিনবোৰ এজাক ধুমূহা বুলি ভাবিব লাগে।❣️❣️

  • @ritshabarman1702
    @ritshabarman1702 2 ปีที่แล้ว +92

    হৃদয় চুই যোৱা এটি কাহিনী। Thank you Pinkal da for bringing up such an amazing story... Absolutely loved it! ❤️❤️ Best wishes to Team Tumi Je Abhimani 😊❤️

  • @mrigankabharali5038
    @mrigankabharali5038 2 ปีที่แล้ว +18

    সচাঁই , এটা হৃদয় বিদাৰক কাহিনী । আপোনালোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @satyenhazarika2914
    @satyenhazarika2914 2 ปีที่แล้ว +39

    কি ক’ম ক’ব’ পৰা নাই , কাহিনীটোৱে অন্তৰখন চুই গ’ল ।শুভেচ্ছা থাকিল আপোনালোকলৈ

  • @papudas9400
    @papudas9400 2 ปีที่แล้ว +5

    এক মিঠা মিঠা প্ৰেম ভাল পোৱাৰ শিহৰণ দি গল🥰❣️
    চকু পানী কেতিয়া নিগৰি গল গমেই নাপালোঁ ,ভেদিওটু চাই বৰ ভাল পালো❣️
    Love from গুৱাহাটী❣️

  • @chayahun2020
    @chayahun2020 2 ปีที่แล้ว +22

    সঁচাকৈ একেবাৰে হৃদয় চুই গল😊❤️_শেষৰ খিনি চাই চকুপানী ৰবই নোৱাৰিলে_😌____আপুনি আৰু বহুত আগুৱাই যাওঁক Pinkal daa তাৰেই কামনা কৰিছো_🤗🤗__

  • @abdur05
    @abdur05 2 ปีที่แล้ว +36

    কবলৈ ভাষা নাই,,,,,,,😔😔😔
    হৃদয়ৰ কৰবাত চুই গল 😞😣🥴💖

  • @sonowalentertainment4587
    @sonowalentertainment4587 2 ปีที่แล้ว +25

    "বাস্তৱ নাথাকিলে সপোনৰ ৰং কেতিয়াও ধুনীয়া হব নোৱাৰে"---বাক্যশাৰীয়ে মনত বৰ সুন্দৰকৈ চাপ এটি পেলাই থৈ গল ।
    Love you pinkal da °ganganaa ba
    Love from Dibrugarh ❤️

  • @utpalkalitautpalkalita1486
    @utpalkalitautpalkalita1486 2 ปีที่แล้ว +14

    ইমান ভাল লগিছে কি কম আৰ ভাষা নাই কবা আৰু এনেকুৱা story পাই থাকিব বুলি আশা কৰিছোঁ❤️😘😘😘

  • @JNcouplevlogs
    @JNcouplevlogs 2 ปีที่แล้ว +41

    Very nice story with so much pain in the end.
    The last scene where Digangana continued speaking on the mic that shows how much a person has to go through their lives at times.
    Really loved the concept .. keep growing & keep shining

  • @dipanwitadas-tq4ip
    @dipanwitadas-tq4ip 2 ปีที่แล้ว +28

    কাহিনী কিবা নিজৰ লগত মিলাই গৈছে নাজানো কিয় এটা অদ্ভুত বেদনাই বৰকৈ খুণ্ডিয়াইছে 🥺 বহুত ভাল লাগিছে story টো চাই চকু পানী এ এখন নোৱালিৰো 🥺

  • @swapnadas3202
    @swapnadas3202 2 ปีที่แล้ว +13

    হৃদয় চুই যোৱা এটি কাহিনী , বহুত ভাল লাগিছে চাই । Thank you Pinkal Da for bringing up such a amezing story..... বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো। Finally আজি চাব পলো , বহুত বহুত ভাল লাগিছে....🥰🥰🥰

  • @babusaikia7886
    @babusaikia7886 ปีที่แล้ว +3

    বহুত বহুত বহুত সুন্দৰ বহুত কান্দিলো শেষ হোৱাৰ গমেই নাপালোঁ আৰু অলপ দীঘল হোৱা হলে ♥️♥️♥️ সুন্দৰ লাভ story

  • @axomghilapitha7703
    @axomghilapitha7703 2 ปีที่แล้ว +54

    বাস্তৱ নাথাকিলে সপোনৰ ৰং কেতিয়াও ধুনীয়া হ'ব নোৱাৰে প্ৰণামি 💯🥺।।

  • @nishitadek
    @nishitadek 2 ปีที่แล้ว +27

    After eye's for you ...
    People wait for 13th of feb for velentine day prep but see people like me wait for your stories pinkal daa , to be out on 13th every year since EFY❤️❤️❤️

  • @ishitasarma4389
    @ishitasarma4389 2 ปีที่แล้ว +21

    সচাঁকৈ তুমি বৰ অভিমানী 🥺 বহুত ভাল লাগিল শুভকামনা জনালোঁ আৰু আগুৱাই যাওঁক ❤

  • @Pihu-k5p
    @Pihu-k5p 15 วันที่ผ่านมา +1

    সঁচা ভালপোৱা বোৰ আধৰুৱা হৈ যায়,নহলে ভগৱানে সঁচা ভালপোৱা পূৰণ হব নিদিয়ে । ৰৈ যায় মাথোঁ স্মৃতিবোৰ❤ভালপোৱা সঁচাকৈ এটা সুকীয়া অনুভৱ। 🤍🌻

  • @bibhashxarma7684
    @bibhashxarma7684 2 ปีที่แล้ว +105

    A big shout out to the videography team of this web ❤ You guys are really amazing , thank you for this masterpiece 💛

  • @Simanta8707
    @Simanta8707 2 ปีที่แล้ว +45

    খুউব ভাল লাগিল । ❤🔥💥 best wishes for the whole team.. দিগাঙ্গণাৰ আৰু জাভেদৰ acting বহুত বেছি ভাল লাগিল । এশ শতাংশই ঢালি দিছে characterটোত । কিশোৰ বৰুৱাৰ direction আৰু পিংকলৰ script writing খুব সুন্দৰ । Cinematography is classy..., awesome songs... ultimate package 📦 ❤❣💖

  • @Jahnvi03
    @Jahnvi03 2 ปีที่แล้ว +42

    ইমান ধুনীয়া,কাহিনী,শব্দৰ প্ৰয়োগ,গান সকলো ❤️😭কন্দুৱাই দিলা!

  • @assamvlogs9209
    @assamvlogs9209 2 ปีที่แล้ว +8

    ভাল লাগিল পিংকল দা হিদয় চুই যোৱা এটা কাহিনী😥😥😥😥😭😭

  • @rashmigogoi6238
    @rashmigogoi6238 2 ปีที่แล้ว +27

    অপেক্ষাৰ অন্তত🥺❤️ বহুত বেছি ভাল লাগিছে।🥰🥰

  • @manashaxomvlogs2928
    @manashaxomvlogs2928 2 ปีที่แล้ว +26

    শব্দ নাই কিমান ভাল লাগিল কবলৈ মোৰ ওচৰত ♥️ সচাকৈ কেতিয়া কি হৈ যায় ধৰিৱ নোৱাৰি🦋 সকলো দাদা বাইদেউ শুভেচ্ছা জনালোঁ ইমান মৰম আৰু আবেগৰ চুটি ছৱি আমাৰ মাজত প্ৰকাশ কৰা বাবে ♥️🦋

  • @pranjitrdofficial2417
    @pranjitrdofficial2417 2 ปีที่แล้ว +58

    চুকৰ পৰা পানী ওলায় গল তোমাৰ love story tu চাই বহুত ভাল লাগিল কিমান কষ্ট হয় কোনোবা আপোন মানুহক হেৰুৱাৰ বেদনা 😭😭😭

  • @JunrajRojbonshi
    @JunrajRojbonshi ปีที่แล้ว +5

    কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গমকে নাপালে❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @rijumonisaikia1422
    @rijumonisaikia1422 2 ปีที่แล้ว +22

    উফ্ 6 pm পৰা অপেক্ষা কৰি কৰি অবশেষত পালোঁ চাবলৈ 🥺❤️✨

  • @tamannasarma8780
    @tamannasarma8780 2 ปีที่แล้ว +40

    Very touchy n soulful story with a teary ending...khub bhal lagil sai..Each n every character played in the story is superb..beautiful n touchy story concept and the varied emotions are beautifully interwoven in the story n portrayed by the characters..Excellent..Hearty Congratulations n Best wishes to the entire team of Tumi Je Abhimani..😊

  • @jayantabaruah5034
    @jayantabaruah5034 2 ปีที่แล้ว +51

    আৰম্ভণিৰ সুৰেই হৃদয় চুই যায় ।
    নতুন কাম বহুত বহুত শুভেচ্ছা থাকিল

  • @dimpullaskar6135
    @dimpullaskar6135 6 หลายเดือนก่อน +2

    Iman dhuniya avinoi korise sai bor Val lagil❤

  • @songeetadehingia9977
    @songeetadehingia9977 2 ปีที่แล้ว +11

    Ufff ❤️শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম বহুত ভাল লাগিলে❤️❤️ সদায় প্ৰিয় তোমাৰ কাহিনীবোৰ ❤️ তোমাৰ অনুভৱৰ কাহিনী বোৰ মাজত কেতিয়াবা নিজকে বিচাৰি পাওঁ... বাকী তুমি দাদা সদায় প্ৰিয় আৰু তোমাৰ কাহিনী ❤️❤️..

  • @Assam375
    @Assam375 2 ปีที่แล้ว +12

    ওফ কাহিনীটোৱে হৃদয় চুই গ'ল নিসংগতাবোৰক আকোৱালি ললে জীৱনটো ধূসৰ যেন লাগে আৰু ভাল লগাবোৰক চুই চালে জীৱনটো নতুন যেন লাগে💙

  • @munnapayeng6533
    @munnapayeng6533 2 ปีที่แล้ว +20

    অতি সুন্দৰ কাহিনী। লগতে ভাষাবোৰো বহুত ভাল লাগিছে। শুভেচ্ছা থাকিল।

  • @surabhiborah9944
    @surabhiborah9944 ปีที่แล้ว +19

    প্ৰম , ভালপোৱা ,বন্ধুতৰ বাহিৰে জীৱনটো বৰ অকলশৰীয়া 😢😢😢

    • @bitusaud
      @bitusaud 5 หลายเดือนก่อน

      থিকে কৈছা তুমি

  • @dipankarbora3713
    @dipankarbora3713 2 ปีที่แล้ว +66

    বহুত বহুত শুভ কামনা তোমাৰ লগতে দিগাংগনা বা লৈ আৰু নতুন নতুন কাহিনী পুনৰ সকলোৱে আদৰি ল'ব বুলি কামনা কৰিলো।❤️

  • @hrishitasdanceworld8715
    @hrishitasdanceworld8715 2 ปีที่แล้ว +17

    হৃদয় চুই যোৱা এটি সুন্দৰ কাহিনী😍😍 বহুত বেছি ভাল লাগিল চাই 🤗❣️আপোনালোকৰ টিমটোলৈ অশেষ শুভকামনা যাচিলো‍ঁ।❤️❤️❤️

  • @Simanta_saikia
    @Simanta_saikia 2 ปีที่แล้ว +12

    *অসমীয়া বুলি কলে ভাষা চিত্র সকলো অসমীয়া হব লাগে। যিটো বিদুৰভাই আৰু এই খনত দেখা পাইছো* 🥰🥰🥰🥰🥰🥰🥰😌😌😌😌😌😌😌

  • @nmbajegroup7699
    @nmbajegroup7699 2 ปีที่แล้ว +1

    Really so great mok tu konduyai dile aponar ai video tu thank you so much love from goalpara

  • @mabidur_rahman_creation
    @mabidur_rahman_creation 2 ปีที่แล้ว +17

    Congratulations , অতি সন্দুৰ হৈছে তুমি আৰু দিগাংগনা কৰিছা মৰম লগা concept ...❤️❤️❤️❤️

  • @sanjaypegu4992
    @sanjaypegu4992 2 ปีที่แล้ว +6

    সচাঁকৈ বহুত ভাল লাগিল । আচলতে জীৱনটো প্ৰেমেৰে ভৰা আৰু প্ৰেমেই দিয়ে সুখ দুখ আৰু প্ৰেমেই দিয়ে শিক্ষা । সকলোৰে জীৱনলৈ প্ৰেম আহে তাতে কিছুমানৰ আৰম্ভনিতে শেষ হৈ যায় আন কিছুমানৰ আধৰুৱা হৈ ৰৈ যায় আৰু কিছুমান চিৰজীৱন হৈ ৰৈ যায় । thank you and all the best pinkal da😍😍😍😍

  • @assameseboysvlogs9498
    @assameseboysvlogs9498 2 ปีที่แล้ว +16

    খুব ভাল লাগিল চায় পিংকল দা কালি বিশেষ প্ৰেমৰ দিনটোৰ বাবে এক ভাল উপহাৰ । ❤️❤️

  • @blesyd6629
    @blesyd6629 2 ปีที่แล้ว +28

    This was so amazing ... story, lyrics , act, were just an overwhelming ... literally made me emotional at the end .. great one guys .. keep up the good phase 👍🏻
    Sorry too late to comment though ..

  • @avocadorable5028
    @avocadorable5028 2 ปีที่แล้ว +57

    Moral Of The Story - "Don't use your mobile phone while driving"

  • @barashakhataniar6032
    @barashakhataniar6032 2 ปีที่แล้ว +17

    অৱশেষত বহুত অপেক্ষাৰ অন্তত চাবলৈ পালো..Tumi je abhimani...... 🥺❤

  • @Borada7637
    @Borada7637 2 ปีที่แล้ว +16

    এবছৰ দিনৰ অপেখ্যাৰ পিছতো কন্দোৱাই হে এৰিলা প্ৰিংকল দা 😰😭
    যি কি নহওক বহুত বেছি ভাল লাগিল ভৱাতকৈ !কাহিনিটো প্ৰায়ে মিলিছে মোৰ লগত !

    • @Namib-Creations
      @Namib-Creations 2 ปีที่แล้ว +1

      storyline nijoke bisari paisu bro 😢

  • @dulmonibhuyan3312
    @dulmonibhuyan3312 2 ปีที่แล้ว +3

    প্ৰেম ,অভিমান এক মধুৰ শব্দ ,বহুত ভাল লাগিল👌👌❤❤

  • @parchi641
    @parchi641 2 ปีที่แล้ว +18

    Uff🥺❤️Such a soulful story...The words and everything in this story is perfect....Not every story had a happy ending....U always touch ur fans heart by ur words...Go ahead...Great team work...Loads more love❤️

  • @n.dgamer807
    @n.dgamer807 2 ปีที่แล้ว +19

    সঁচাকৈ হিদয় চুই গল মোৰ 🥺❤️ চকু পানী কেতিয়া ওলাল গমে নাপালো 💜

  • @Priyankapatgiridrdz
    @Priyankapatgiridrdz 2 ปีที่แล้ว +5

    প্ৰেম , ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ইমান ভাল পাওঁ সেই মানুহ জন লগত থাকিলে সঁচাকৈ বহুত ভাল লাগে নাজানো কীও ইমান ভাল লাগে তথাপিও কেতিয়াবা বহুত ভয় লগে তাক হেৰুয়াৰ 🥺 । লগতে আশা কৰোঁ আগলৈকে ধুনীয়া ধুনীয়া ভিদিও দিয়া থাকিব তাতে শুভ কামনা থাকিল pinkal dada ।

  • @pranjalpratim5615
    @pranjalpratim5615 2 ปีที่แล้ว +8

    গাড়ী চলাই থাকোঁতে Phone ত কথা পাতি চলাব নালাগে, এটা সুন্দৰ মেচেজ হব পাৰে.... প্ৰেম এটা সুন্দৰ অনুভূতি সঁচা কিন্তু সেই প্ৰেম নিজক ধংস কৰি নহয়।। তাৰ বাহিৰেও তোমাক লৈ সাপোন দেখা মানুহ তোমালৈ ৰৈ থাকে।। মোৰ মতে যিটো দিথকত নাই সেই কল্পনাত ও থাকিব নালাগে ।। ভগৱানে দিয়া সুন্দৰ জীৱনটোয়ে যথেষ্ট ।। কেতিয়াবা মন বেয়া লাগিলে বেলেগে বিপদত পৰিলে যিমান পৰা সহায়ৰ হাত আগবঢ়াই দিবা দেখিবা মনটো কিমান পাতল হয় ।। পিংকল দাৰ ষ্টোৰি চালে প্ৰেমত পৰিব মন যায় কিন্তু ছোৱালীয়ে নাপাওঁ নহয় 😀😀

  • @kuldeeptalukdar9996
    @kuldeeptalukdar9996 2 ปีที่แล้ว +69

    Story, acting, geography, music, direction everything is so perfect.. just love it..👌
    Congratulations to the whole team..💐

  • @pranamigogoi3992
    @pranamigogoi3992 2 ปีที่แล้ว +30

    হৃদয় চুই যোৱা কাহিনী❤। বহুত বহুত শুভকামনা থাকিল সকলোলৈকে 💐।

    • @dikchanchoudhury3689
      @dikchanchoudhury3689 2 ปีที่แล้ว +2

      তুমি প্ৰণিতা নহৈ জানো !

  • @kailyandutta8097
    @kailyandutta8097 2 ปีที่แล้ว +8

    বহুত বহুত শুভেচ্ছা যাচিলো তোমালোকৰ তিমটোলৈ। কাহিনীটো বহুত ভাল লাগিল চাই এনেদৰে নতুন নতুন কাহিনী আগবঢ়াই যোৱা তাৰে কামনা থাকিল🥰

  • @nirbanhaloi3334
    @nirbanhaloi3334 2 ปีที่แล้ว +2

    কাহিনীটো খুব সুন্দৰ। ভাল লাগিল চাই। এনেদৰে আগলৈ যেন হৃদয় চুই যোৱা কাহিনীবোৰ যেন চাবলৈ পাম তাকে আশা কৰিলোঁ আৰু তোমালোকৰ টিম তোক ধন্যবাদ জনালোঁ। এনেকুৱা এটা সুন্দৰ কাহিনী আমাৰ মাজত উপস্থাপন কৰা বাবে।❤️❤️❤️