সচাকৈ নদী আৰু ভাল পোৱাৰ কোনো লক্ষ নাথাকে.... সচাকৈ বহুত বেছি ভাল লাগে তোমাৰ video বোৰ❤️❤️❤️ দাদা সচাকৈ আপোনাৰ কবিতা আৰু কাহিনী বোৰ সচাকৈ বহুত ভাল লাগে💟
That means she thinks that she is too beautiful😊 সকলো ল’ৰাই সৌন্দৰ্য চাই ভালপাবলৈ নাযায়৷ কিন্তু এবাৰ ভালপোৱা হোৱাৰ পিছত সেই ছোৱালীজনী সেই ল’ৰাজনৰ বাবে পৃথিৱীৰ ভিতৰতেই ধুনীয়া হৈ পৰে😊
অনুভৱ কৰিছো, ইমানদিনে অকলশৰীয়া হৈ থকা মইটোৰ হৃদয়টো আপোনালোকৰ কাহিনীটোৱে প্ৰেমত পেলাই থৈ গ'ল ৷ প্ৰেমৰ বৰষুণজাকত যেন জুৰুলী-জুপুৰী হৈ যাম ৷ যি কি নহওঁক ৷ খুউব সুন্দৰ কাহিনী ৷ হৃদয় চুই গ'ল ৷
First time an assamese short flim could touched and melted my heart Pinkal dada and Surabhi baa😊 I thought i was there while the last scene were shooted Do you i wanted that this flim would not end i wanted to watch it some time more.....
বৰষুণ আৰু ৰ’দৰ মধুৰ আলিংগনৰ পৰশতহে ৰামধেনুয়ে হাহেঁ _ঠিক সেইদৰে আপোনালোকৰ মৰম আৰু আৰ্শীবাদৰ ফলত বহু অপেক্ষাৰ অন্ত পেলাই জীপাল হৈ পৰিল আমাৰ চুটি ছবি "তোমাৰ বাবে" ❤️
মইও নাজানো প্ৰেমৰ সংজ্ঞা কি ? তথাপিও কল্পনা আৰু দিঠকৰ দোমোজাত বাস্তৱৰ ৰং বোৰ বিচাৰিব শিকিছো , আপোনালোকৰ একাঁজলি মৰম আশীষ নহলে মোৰ বাবে সকলো শূন্য ,প্ৰতিশ্ৰুতি থাকিল আমাৰ ক্ষুদ্ৰ প্ৰয়াসে আপোনালোকৰ ব্যস্ততাপূৰ্ণ জীৱনত এক সুকীয়া মাদকতাৰ ৰং সিঁচিব_
Team Anamika Films💝
3 baar salu khosai bohut dhunia hoise.... Mon sui jua kahini👌😊.... Aguwai jua😊.....
Mjaa
Moi tumar logt xodai asu bht val pap tumak
Bohut besi vaal lagil ❤❤❤❤
2mr voice 2r premt pori a asilu...atia acting r prem t porisu dada ❣️❣️❣️
সকলোকে বহুত বহুত ধন্যবাদ ইমান মৰম উপচাই দিয়াৰ বাবে। কষ্ট বোৰ সার্থক হোৱা দেখি সঁচাকৈ বহুত সুখী 🙏 ❤️❤️❤️
You are really awesome baa😍😍😍... love you a lot...
love you baa
love you baa
বহুত ভাল লাগিছে ♥️
Khundor obhinoi korisa khurobhi.enekoye aagbahi jua👍
"তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া" বঢ়িয়া লাগিল 👍👍
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
Hvy
Katha 2 video r khatot he real life t bhtt kom
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
@@geniousboy8588 agreed
অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে ✅❤🙂
"তুমি ধুনীয়া ভাৱে তোমাক ভাল নাপাওঁ , তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া " এই লাইন টো মোৰ হৃদয় জিকিছে 🙏🙏🙏🙏
Mur koni tu
Same
অনুৰাগ আৰু মৌচুমী 💙🖤❣️
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে।
নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাব জানে❣️❣️।
Pinkal pratyush 🥺😍😍
বাৰে বাৰে প্ৰেমত পৰো অ' মাতটোৰ❣️❣️
সচাকৈয়ে অহংকাৰ আৰু স্বাভিমানৰ মাজত বহুত পাৰ্থক্য 😌
অশেষ কষ্টৰ সাৰ্থকতা দেখিবলৈ পাইছোঁ সুৰভি বা আৰু পিংকল দাদা❣️❣️
Kndinr pra imn lixa krsa😂😂
এবাৰ চাবা 👨❤️💋👨😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে!
Love is eternal!❤️
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
love is the most worst feeling
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও
তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া ❣️
This diolog uff😘😘
hi darshana, sini paisa?
@@Dronecomplexx nai pua...kun hoi nu
Moi Tu status a di dilu
mast dialogue
m.th-cam.com/video/kv_L3hj-_kk/w-d-xo.html
please watch this video.
Pinkal: এটা কথা কি জানা, সাগৰ আৰু ভালপোৱাৰ কোনো লক্ষ নেথাকে, সাগৰে কেৱল বৌ যাৱ জানে আৰু ভালপোৱাই কেৱল ভাল পাব জানে।
So much love it 💞❣️❣️
Bro sarag e sunami o ane
@@_axm_664 ☺😂
তুমি ধুনীয়া বাবেই তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। [best line ever]....
#anamikaAcreations
Hoi dhuniya holei val lagibo kheitu nohoi nije val puwa bostu tu dhuniya nohobou pare
দুই জনেই প্ৰিয়❤️প্ৰিয় হৈ থাকক সদায় ❤️
কি সুন্দৰ ছবি । মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ছবিখন ।
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
Hi
৪ বছৰ হ'ল এটা সুন্দৰ কাহিনী আকৌ বিচাৰোঁ পিংকল দা ❤❤
বহুত বেছি ভাল লাগিল ।
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ,
তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 💓
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
Exactly
Really bro
😂😂umm
Aitu kobi ujjal paugam r poem r dailoge hoi Aitu copy karise
নদী আৰু ভালপোৱা ৰ কোনো লক্ষ্য নাথাকে 🍁wahhh😍
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
Anyone In 2024 🥳❤️🤫
Yah I am
👋🙋🥰
No one
Get lost
I'm
Yes
নদী আৰু ভাল পোৱা মাজত কোনো পাৰ্থক্য নাথাকে .!💓 সচাই কাহিনীটো বহুত ভাল লাগিল 👍👌🌹
সদাই ভাল লগা বোৰে আটাইতকৈ বেছি দুখ দিয়ে।
Nothing can be more perfect then this line.❤️
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
moitu real lifet aitu situationt asu karubk lifer pora heruwalu😕💔
নদী আৰু ভাল পোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকে ।।।সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুখ দিয়ে ।।।।।।।🥺🥺 এক হৃদ়স্পৰ্শী চুটি ছবি ।।।।
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
নদীৰ আৰু ভালপোৱা মাজত কোনো লক্ষ্য নাথাকে নদীয়ে বৈ যাব জানে আৰু ভালপোৱায়ে ভাল পাব জানে
কি কম আৰু কবলে একো ভাষা বিচাৰি পোৱা নাই ইমান সুন্দৰ লাগিছে লগত আছো SUPPROTকৰি যাম সদায় 👍👍👍
তুমি ধুনিয়া বাবে ❤তোমাক ভাল নাপাও 😌তোমাক ভাল পাও 😊বাবে তুমি ধুনিয়া 😍
চুই গল 😌বাক্যশাৰী এ 🌸uffffff voice
Really
সঁচা ভাল পোৱা চিনি পোৱাত ভুল নকৰিবা....👍💐সচাকৈ কাহিনীটো বহুত বেছি ভাল লাগিল❣️ love you all💝💞
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
সচাকৈ নদী আৰু ভাল পোৱাৰ কোনো লক্ষ নাথাকে....
সচাকৈ বহুত বেছি ভাল লাগে তোমাৰ video বোৰ❤️❤️❤️
দাদা সচাকৈ আপোনাৰ কবিতা আৰু কাহিনী বোৰ সচাকৈ বহুত ভাল লাগে💟
"অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" ❤️💫🌼
বহুত ভাল লাগিল পিংকল দা মাজে মাজে তোমাৰ অভিনয় চায় মোৰ চকুপানী ওলাই গ'ল তোমাৰ মাতটো ইমান মিঠা তোমাক আৰু সুৰভী বা সঁচাকৈয়ে ধুনীয়া লাগিছিল
Yess same condition
That means she thinks that she is too beautiful😊
সকলো ল’ৰাই সৌন্দৰ্য চাই ভালপাবলৈ নাযায়৷
কিন্তু এবাৰ ভালপোৱা হোৱাৰ পিছত সেই ছোৱালীজনী সেই ল’ৰাজনৰ বাবে পৃথিৱীৰ ভিতৰতেই ধুনীয়া হৈ পৰে😊
Wish hokolu e tumar dore vabil heten...
Right 👍
সত্য
Right
right
আকৌ কৈছু এনেকুৱা এখন আমাক চত ফ্লিমচ লাগে Next ইমানে মজা লাগিল সছাকৈঁ চাই থাকোঁতে চকুলো নিগৰি আহিল ৷ বহুত বহুত ভাল লাগিল
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
💓
আপোনাৰ প্রতিখন Short flim যে ইমান ধুনীয়া হয় কবলৈ ওচৰত ভাষাই নোহোৱা হৈ যায় চোন❤️💞
সচাকৈ অন্তৰ চুই গাল..... মোৰ জীৱনৰ অনুৰাগ, যাক নিজৰ কৰিব নোৱাৰিলো বহুত মনত পৰিছে আজি।।।।। তুমি যতেই আছা, যাৰ লগতেই আছা সুখত থাকা।
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে।
নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাৱ জানে। 💗💗
One of the best short movie I have seen ever.Waiting for the next one.
Kbhi kota factory nhi dekha kya???
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
Best line "তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে ধুনীয়া লাগে❣️"
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও, তোমাক ভাল পাও বাবে তুমি ধুনীয়া। ❤❤❤
আকৌ কৈছো তোমাক ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,নদীয়ে মাথো বৈ যাব জানে আৰু ভালপোৱাই মাথো ভাল পাব জানে। ❤❤❤ Amazing line🔥🔥🔥
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
@@informationworld5657 নিশ্চয় চাম
"নদীয়ে সদায় কেৱল বৈ যাব বিচাৰে আৰু ভালপোৱাই সদায় কেৱল ভাল পাই যাব বিচাৰে , দুয়োৰে সীমা নাথাকে"
সঁচাই অন্তৰ চুই যোৱা এটা কাহিনী।
বহুতেই বেছি ধুনীয়া লাগিল।
✨💗✨💗✨💗✨💗✨💗✨
Wowww🥰🥰🥰🥰 bht mrm laga
My fvrt 😍👌👌🔥it's really awsm beautiful mind blowing.... Superb 👌
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও....
তোমাক ভাল পাও বাবে তুমি ধুনীয়া🥰❣️
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
Pomi gesa nki
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও.... তোমাক ভাল পাও বাবে তুমি ধুনীয়া 😍😍🥰🥰
হ্নদয় চুই যোৱা এটা ভাল পোৱাৰ কাহিনী...তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া❤❤.... your right 👍
11:11 Tumak val pau babe tumi dhunia👍❣🌻
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
নদী আৰু ভাল পোৱাৰ কোনো লক্ষণ নাথাকে , নদীয়ে বৈ যাব জানে আৰু ভাল পোৱাই মাথো ভাল পাব জানে ❣️
🥰🥰🥰👌👌👌👌👍👍👍
👍👍👍👍👍
❤
Essss FidAaaa 😍 😜
😍😍😍😍
""অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" এইবছৰৰ শ্ৰেষ্ঠ সংলাপ পিংকল দা, I love you
""তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ ,, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া,,""❤❤
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ
তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 😍
Uff hurt touching ❤️❤️❤️💖💖
Anekua akhn film lage. Jak jak lage like kora 👉👈👈🤣🤣🎂🔥💬😃🎂🎂🔥🥰🔥🤣💚🤣
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,,নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।❤️❤️
সঁচাই ভাল লাগিল চাই ❣️❣️
যি সঁচা ভাল্ পোৱা পাইছে hosai বহুত lucky তেওঁলোক
Perfect Perfect Perfect....
Every moment,Every Min Every sec💝
কবিতাৰ শব্দ
music
Bhaskar dar সুৰ
just এখন পৃথক Dimension
বহুত ভাল লাগিল পিঙ্কল দা আৰু সুৰভি বা ❤️
আৰু যাতে তোমালোক আগুৱাই যোৱা তাৰেই কামনাৰে👍🏻🙏🏻
❤️❤️❤️একো নাই কবলৈ.. পিংকল সদায় প্ৰিয়। আৰু সুৰভী ৰ মাতটো😘
Tumar babe, akou abar salu❤❤
সঁচাই হৃদয় চুই গল কাহিনীটোৱে
Nice. Mojaa.
Hoi.
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
সদায় ভাল লগা বোৰেহে আটাইতকৈ দুখ দিয়ে,,,,, হয় কথাটো,,,😭😭😭
নাজানো কিয় কিন্তু পিঙ্কল দা আপোনাৰ কবিতা,কাহিনী মোৰ বহুত ভাল লাগে.....😭😭😭💞
আপুনি কবিতা কাহিনী কলে এটা বেলেগ আবেগ লৈ কই,,ভাল লাগে বহুত.... 💝💝
এবাৰ চাবা 👨❤️💋👨🥰😍😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে। নদী মাথোঁ বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।😍(সঁচা ভালপোৱা সকলেহে এইখিনি কথা বুজি পায়)
Right
Yess Right 👍👍👍
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
Nice
Yes👍👍❤️
Bht vl lgil surabhi baa and pinkal dada aguwai juwa❤
O my God u two guys rocked.....tears came through,..so romantic.loved a lot
এবাৰ চাবা 👨❤️💋👨🥰😘th-cam.com/video/umGtIhftdj8/w-d-xo.html
💕1st time an assamese short film could touch my heart❤adorable and fabulous story💕
আজি লৈ কে যিমান বোৰ love story চালোঁ তাৰ ভিতৰত এইখন এ আছিলে best দাদা বহুত ভাল লাগিল চাই
Bohut bohut val lagil sai❤❤
ইমান ধুনীয়া হৈছে ,,,
কবলৈ ভাষা নাই আৰু ,,,,
আপোনালোক আৰু আগুৱাই যাওক ,,, তাকেই কামনা কৰো ,,, 🙏
2021 June June saisa like kri jua💕❤🔥
Maja da
Like korible tumi kolei ami nkru... Aru anekuwa story bnuwa jibur sai like butm tule nije angulitu gusi jai... Bhut bhut vl lagil story tu❤️❤️❤️
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
কবলৈ একো ভাষা নাই বুজাবলৈ কোনো শব্দ নাই 🔥 ,কিমান যে সুন্দৰ অভিনয় তোমাৰ পিংকল দা❤️❤️ ।। আৰু সুৰভি বা ও💞 ।। ইমান নিখুঁত তোমালোকৰ প্ৰতিটো অংশ চালে চাই থাকিব মন যায় 💕।আৰু তোমাৰ মিঠা মাত টো শুনি থাকিব এ মন যায়😍 ,,আৰু আগুৱাই যোৱা তোমালোক এয়াই অদৃশ্য জনৰ ওচৰত প্ৰাৰ্থনা🙏
প্ৰতিটো শব্দ ই মন চুই গৈছে।😍
উফফফ🔥
কাহিনী💜
Pinkal da❣️
Surabhi ba❣️
প্ৰেমবোৰ যদি সচাই এনেকুৱা হলে । নাজানো নিজৰ সকলো দি ভালপোৱাৰ পিছতো কিয় প্ৰতাৰনাৰ সন্মূখিন হব লগা হয় ।
🙂💔
Kla 16 months wait kri asu ajile mk vl npale tai
@@faithyt7958 😭😭😭😭😭
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
বহুদিনৰ অপেক্ষাৰ অন্ত পেলায়।🥰অনুমতি অবিহনে আকৌ এবাৰ তোমাৰ যাদুকৰী কন্ঠৰ প্ৰমত পৰিলো।❣️❣️
Hi
Dada apunar sort films keikhon sai buhut bhal lage
খুবেই সুন্দৰ 💓বুজাবলৈ ভাষা নাই
BoHut wait kori asilu.....finally aji dekhi asu....
Gorgeous Looks...And Awesome Voice Pinkle da...aru Surabhi bar Smile Tu lajabab...
কবলৈ ভাষা নাই আজি Pinkal দা🙏😍
বহুত আবেগিক হৈ পৰো এই short film খন চালে । সচাঁকৈয়ে বাস্তৱিক । য'ত লুকাই আছে সচাঁ প্ৰেমৰ এক প্ৰতিচ্ছবি ❤️❤️❣️❣️❣️❣️
Xosake ❤
আজি আকৌ এবাৰ প্ৰেমত পৰিলো আপোনাৰ কন্ঠৰ❤💘ধুনীয়া লাগিছে কাহিনীটো চাই💕ইমান ধুনীয়া আবেগ!
অনাগত দিনসমূহত এনে ভাল লগা উপহাৰ পোৱাৰ আশাৰে শুভেচ্ছা থাকিল😍😍
26 minutes kenek gol gomei napalu...😍aru okonman dighol hole😊
Btw part 2 kune kune bisare??❤❤
nibisaru karon aibur kalponik he bastob bht voyonkor
সুন্দৰ প্ৰেমকাহিনী। ❤️❤️❤️
তাতে পিংকল দাৰ মাত 😍😍😍😍😍 লগতে অভিনয় 🤩🤩🤩
"তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও
তোমাক ভালপাও বাবে তুমি ধুনীয়া" 💕💕💕
So beautiful ❤️ bohot moja lagil sai
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া (এই সাৰ কথাই মন চুই যায়) ❣️❣️❣️❣️❣️❣️❣️❣️👍👍🥰🥰😘
Pinkal Pratyush☺ are bare bare premot poru tmr voicet💕
Shurabhi baa tmi🔥🔥🔥bht val lge tmk....
সচাকৈ অন্তৰ চুই গ'ল দেই.🤗....... কন্দুৱাই দিলা দেই .....😢
আগলৈও এনেকুৱা নতুন নতুন চুটি ছবি আমাক উপহাৰ দি থাকিবা😊......all the best all team members..👍
Kishore Baruah dangoriya da moi aamar tribal bhakhat ataai kotha kong mojjjjjja lagisi video tu sai ❤️❤️❤️ ❤️❤️ love you.
অপেক্ষাৰ অন্তত🥰
Fabulous ❤️
Wow... So mesmerizing... Just loved it... Background music is giving me goosebumps.. 😱😱😱 long live true love😉❤
Enekuwa story sai cmnt nidiyake thkibo nwrilu khosakr mn2 sui gol.... 😍😍😍😍😍bht val lgil bht bsi......
অনুভৱ কৰিছো, ইমানদিনে অকলশৰীয়া হৈ থকা মইটোৰ হৃদয়টো আপোনালোকৰ কাহিনীটোৱে প্ৰেমত পেলাই থৈ গ'ল ৷ প্ৰেমৰ বৰষুণজাকত যেন জুৰুলী-জুপুৰী হৈ যাম ৷ যি কি নহওঁক ৷ খুউব সুন্দৰ কাহিনী ৷ হৃদয় চুই গ'ল ৷
Millions millions views houk arkhibad❤️ love from dibrugarh
Pinkal da is the king of Assamese short film
হৃদয় চুই যোৱা এখন সৰু সচাঁ কাহনী 😍 Tumar ❤️ babe. like krasun kar kar anekuya hoise.amazing 😍 short film by prinkal pratyush ❤️
Bohut val lagise ketiya xekh hol gomei napalu 💞❤❤💞💝
I cried bey 😭 Imaan dhuniya Hoise 💞 I still love my ex bey 🙂
After seeing this I cried sometime😭😭it was awsm love story.. I love you surabhi baa nd pinkal daa.. Nd both of u r my 😍fav
Finally..😍 Dada Tmr Voice 🔥🔥
Finally pinkal da so beautiful
@@jerrypayeng4580 dada moi Aponar Dagnor friend please mur chenel 2 subscribe kori dibo please
বহুত বাৰ চালো,, মন চুই যায় এনেকুৱা প্ৰেমৰ কাহিনী,,,ভাল লাগে,, really loving both of you so beautiful act, choreography,,
This story touched my heart ❣️❣️❣️ ufff voice💛💛💛💛
First time an assamese short flim could touched and melted my heart Pinkal dada and Surabhi baa😊 I thought i was there while the last scene were shooted
Do you i wanted that this flim would not end i wanted to watch it some time more.....
Bohut hundor hoise 💕
A big shout out to the entire team of Tumar Babe
Storyline Acting ekdm Mojaa
Aguai jua 👍
Bohut hundor
Anurag's voice is soo mesmerizing ❤️❤️
তোমাৰ দুচকুত মই কিয় বিচাৰিচো মোৰ ঠিকনা❤❤❤❤
বহুত ভাল লাগিল
Editing, music, acting, all are mind blowing... Keep it up guys.
th-cam.com/video/p9qr3Y_uGK4/w-d-xo.html
I literally cried ♥️...... 50 bar hol suwa video tu.. So heart touching🙂
ধুনীয়া 😢😢😢😢😊😊😊
Uff the story was amazing touched my heart ❣
" Hodai bhal loga bure sobot ke besi dukh diye" this line touched somewhere !!
Bhal lgile sai ❤️🤘
th-cam.com/video/FVvQrv2sodc/w-d-xo.html
বহোত বেছি ভাল লাগিল ছায় best love story হয় এই খন দাদা
Tmi dhuniya krne tmk vl npau , tmk vl pau krne tmi dhuniya ❤️