ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ভাল লাগিল গীত টো শুনি ।
স্বৰ্গীয় সুধা কণ্ঠ ডʼ ভূপেন হাজৰিকা দেৱৰ গীতৰ কথা,সুৰ সকলো অনন্য। তেখেতৰ গীতৰ তুলনা নাই। তেখেতে ৰচনা কৰা গীত সমূহ কেৱল বিনোদন ধৰ্মীয়েই নহয়, সমাজলৈও কনোৱা নহয় কোনোৱা দিশত বিশেষ শুভ বাৰ্তা প্ৰেৰিত হোৱাৰ লগতে গভীৰ জন সচেতনতা ৰো পৰিচয় পোৱা যায়। তেখেতে গীতৰ মাধ্যমেৰে যিবোৰ কথা বা বাৰ্তা অসমীয়া সমাজক উদ্দেশ্য কৰি কৈ গৈছে সেইবোৰ কথা আজি আখৰে আখৰে প্ৰতি ফলিত হব ধৰিছে। সেয়েহে তেখেতৰ গীত সমূহ সেই তেতিয়াও প্ৰসংগিক আছিল, এতিয়াও প্ৰসংগিক হৈ আছে আৰু ভৱিষ্যতৰ দিনতো প্ৰসংগিক হৈ থাকিব। তেখেতে ৰচনা কৰা গীত সমূহত অতি সুন্দৰ,বাচক বণিয়া শব্দ সম্ভাৰ প্ৰয়োগেৰে সুৰৰ মায়া জাল সৃষ্টি কৰি, দৰ্শক শ্ৰুতাৰ অন্তৰত ধুমুহাৰ সৃষ্টি কৰিব পৰাটো তেখেতৰ ৰচনা শৈলীৰ এটি বিশেষ বৈশিষ্ট। আজিৰ প্ৰজন্মৰ শ্ৰুতা মণ্ডলীয়ে তেখেতৰ গীত সমূহ কেৱল মনোৰঞ্জনৰ আহিলা হিচাপে নলৈ, গভীৰ ভাবে হৃদয়ংগম কৰিব পাৰিব লাগিব। অৰ্চনা বাইদেউৰ কণ্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে। তেখেতে ইমান সুন্দৰ কৈ আৰু প্ৰাণ ঢালি গীতটি পৰিবেশন কৰিছে যে শুনি হেপাহেই নপলায়। তেখেতলৈও অশেষ ধন্যবাদ জনালো।
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ ❤🙏🙏
সুন্দৰ হৈছে।
Bohut bhal lagil àag bahi jua
Val lagise
Nice.
বৰভাল লাগিছে।ধন্যবাদ. ।
অতি সুন্দৰ কণ্ঠ
Hundar
Bhal lagil kintu aibur gan purani holl ! Luke koi.
বৰ সুন্দৰ লাগিল
Nice🙏

বৰ
ভাল
লাগিছে
।ধন্যবাদ. ।