Gaurav Gogoi visit Majuli | মাজুলীত ঢোলে-ডগৰেৰে বিপুল আদৰণি গৌৰৱ গগৈক | N18ER

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 มิ.ย. 2024
  • Gaurav Gogoi visit Majuli | মাজুলীত ঢোলে-ডগৰেৰে বিপুল আদৰণি গৌৰৱ গগৈক | N18ER
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #gauravgogoi #lspolls #loksabhaelctionresults #guwahati #rokibul #kokrajhar #gauravgogoi #bijulikalitamedhi #miraborthakur #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 267

  • @mamoniborah8809
    @mamoniborah8809 หลายเดือนก่อน +105

    গৌৰৱ অসমৰে নহয় ভাৰতৰ গৌৰৱ।জনগণৰ হৈ ভাল কাম কৰি যাব।জনগণেই আপোনাৰ ভৱিষ্যতৰ জীৱন সুৰক্ষিত কৰিব।ৰাইজ সদায় আপোনাৰ লগত থাকিব।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bhabensaikia5028
    @bhabensaikia5028 หลายเดือนก่อน +26

    গৌৰৱ গগৈ অসমৰ বেষ্ট্ পলিটিচিয়ান ৷ গৌৰৱ গগৈলৈ বহুত বহুত শুভেচ্ছা যাচিছোঁ ৷

  • @parag_gogoi
    @parag_gogoi หลายเดือนก่อน +75

    যোৰহাট, শিৱসাগৰ আৰু মাজুলীবাসী ৰাইজ লোভ আৰু টকাত বিক্ৰী নগ'ল।❤

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 หลายเดือนก่อน +62

    ধন্যবাদ মাজুলী বাসী ৰাইজ।

  • @rsaikia6841
    @rsaikia6841 หลายเดือนก่อน +58

    মাজুলীবাসীৰ এই মৰম সততে অন্য ঠাইত পোৱা নাযায়।ধন্য মাজুলীবাসী।

  • @MunniBai-ob9qx
    @MunniBai-ob9qx หลายเดือนก่อน +83

    অসমৰ ভাবী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ।
    গৌৰৱ গগৈ ভাৰতবৰ্ষৰ গৌৰৱ।
    হিমন্তৰ চামচা পিয়াজ হাজৰিকা এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত লোকই আছে পদত্যাগ কৰাৰ ভয়ত ।

  • @jaandas8693
    @jaandas8693 หลายเดือนก่อน +18

    সুন্দৰ এটি দৃশ্য দেখা পালোঁ।ভাল লাগিল

  • @deephazarika887
    @deephazarika887 หลายเดือนก่อน +31

    গম পালে মানুহ কাক কয় 🙏🙏🙏👍👍👍

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน +20

    গৰৌব গগৈ মন্তব্য শুনি থাকিলে শুনি থাকিবৰ মন জায়

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h หลายเดือนก่อน +47

    গৌৰৱ গগৈ অসমৰ সম্পদ, অসমৰ গৌৰব, অসমৰ ভবিষ্যত মূখ্যমন্ত্ৰী 🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +34

    গৌৰৱ গগৈ জিন্দাবাদ

  • @rambalram2610
    @rambalram2610 หลายเดือนก่อน +12

    গৌৰৱ গগৈক ৰাইজেইই জিত কৰি জিকালে... নিৰ্বাচনৰ আগৰে পৰা ৰাইজ সদল বলে তেওঁৰ পক্ষত থিয় হল..😊😊😊 আৰু এইয়া ৰাইজে তেওঁৰ উপৰত কোনো দয়া উপজি কৰা নাই... তেওঁৰ সাংসদ হিচাপে দক্ষতা, বিষই বস্তু উপস্থাপনৰ শৈলী, জি কোনো অসমৰ বা মনিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা ৰাজিৰ উপৰত তেওঁৰ জ্ঞানৰ গভীৰতা তথা মূল্য বৃদ্ধিকে ধৰি নিবনুৱা সমস্যাৰ উপৰত তেওঁ জি গুৰুত্ব সহকাৰে এক বলিষ্ঠ কণ্ঠ ভাৰতৰ সদনত ৰাখিছে অসমৰ ৰাইজ তাত সম্পূৰ্ণ ১০০% গুণ মুগ্ধ হৈছে। তেওঁ তেওঁৰ পিতৃ অবিহনে, কোনো মুচলমান সম্প্ৰদায়ৰ ভোট বেংক নোহোৱাকৈ সম্পূৰ্ণ অসমীয়া স্বভিমানেৰে নিজৰ অৰ্হতাৰ ভিত্তিত জয় যুক্ত হল...!! 😊😊😊 তেওঁক অশেষ ধন্যবাদ...!! সত্যৰ সদায় জয়.... বুৱটি নদীক কোনে ধৰি ৰাখিব পৰিছে...??? মীৰা বৰঠাকুৰ বাইদেউ লগতে জিকা হলে আৰু ভাল লাগিল হয়.…😊😊😊 ধনৰ বল, জনৰ বল, বতলৰ যোগান আদিৰ স্বত্বেও গৌৰৱ গগৈক ভেটিব নোৱাৰিলে বিজেপি য়ে... ই এক লাজৰ বিষয় হিচাপেই পৰিগণিত হব BJP ৰ বাবে.... 😊😊😊 ৰাইজ এতিয়া ২০২৬ সমাগত...!!! গৌৰৱ গগৈ য়ে অসমৰ ভৱিষ্যত মুখ্য মন্ত্ৰী...!! 😊😊😊 গৌৰৱ, অখিল আৰু লুৰিনক গগৈক অৰ্থাৎ ৩ গগৈক অসমৰ চৰকাৰ চলাবলৈ দিয়ক....😊😊😊 আকৌ এবাৰ গৌৰৱ গগৈ জিন্দাবাদ...!!! 😊😊😊

  • @SinmoyDeka-dx9hd
    @SinmoyDeka-dx9hd หลายเดือนก่อน +72

    Tarun Gogoi dore GOURAV GOGOI aguwaise, akhomr porborti C.M GOURAV GOGOI..... ❤❤❤❤

    • @ajitgogoi4555
      @ajitgogoi4555 หลายเดือนก่อน +7

      একদম সঁচা আৰু একমত।

    • @mriduldas-zj6eq
      @mriduldas-zj6eq หลายเดือนก่อน

      Puwai puwai Gela nakhabi liver nosto hobo

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน +10

    বহুত ইচ্ছা। আছে। গৌৰৱ গগৈ চেলুত।

  • @AD-ns2xc
    @AD-ns2xc หลายเดือนก่อน +6

    সুন্দৰ মনৰ গৌৰৱ গগৈ ❤

  • @anjanbora6504
    @anjanbora6504 หลายเดือนก่อน +36

    Gourob Da Zindabad ❤❤❤

  • @nishansarmah1318
    @nishansarmah1318 หลายเดือนก่อน +8

    গৌৰৱ গগৈ ❤

  • @ayangappun
    @ayangappun หลายเดือนก่อน +8

    Hosakoi bhut vl lagil gorav gogai zindabad

  • @tarungogoi1308
    @tarungogoi1308 หลายเดือนก่อน +14

    Next CM🎉

  • @sahidurrahman1576
    @sahidurrahman1576 หลายเดือนก่อน +24

    Gourav Gogoi zindabaad rahul gandhi zindabaad

  • @user-bb2df8ul1h
    @user-bb2df8ul1h หลายเดือนก่อน +26

    Congratulations 👏🎉

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ থাকিল ।

  • @user-eq5sk7ow1o
    @user-eq5sk7ow1o หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ থাকিল মা দেউতা মনৰ আশা বোৰ ফলৱতী হৈ ৰল।

  • @sonalisenguota176
    @sonalisenguota176 หลายเดือนก่อน +12

    Gaurav gogoi zikibo Gaurav gogoi zindabaad

  • @joshuamusharof7397
    @joshuamusharof7397 หลายเดือนก่อน +24

    Next CM of Assam

  • @nogendowarah7963
    @nogendowarah7963 หลายเดือนก่อน +1

    অসমৰ স্বাভিমান--অসম তথা ভাৰতৰ শক্তিশালী যুুৱকণ্ঠ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক মাজুলীবাসীৰ উষ্ম আদৰণি । সন্মানীয় মাজুলী বাসীলৈ আমিও আন্তৰিক অভিনন্দন জনালোঁ ।😊

  • @devigogoi5208
    @devigogoi5208 หลายเดือนก่อน +3

    অভিনন্দন বহুতো। সদায় মানুহৰ হকে কাম কৰি যাওক।

  • @dipaliburagohain5996
    @dipaliburagohain5996 หลายเดือนก่อน +11

    Gourov gogoi jindabad

  • @user-rf6ki2du8v
    @user-rf6ki2du8v หลายเดือนก่อน +6

    Congratulations gourav gogoi

  • @devajitlahon2499
    @devajitlahon2499 หลายเดือนก่อน +8

    Next CM 💙

  • @ajantamili2778
    @ajantamili2778 หลายเดือนก่อน +6

    Gourav Gogoi Zindabad

  • @mayakhan6696
    @mayakhan6696 หลายเดือนก่อน +5

    Next CM gaurav gogoi

  • @parthasarathi1142
    @parthasarathi1142 หลายเดือนก่อน +1

    গৌৰৱৰ জয়যাত্ৰা দেখি বৰ ভাল লাগিছে। সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ বাদে আন নেতা আহিলে মাজুলীৰ ৰাইজে পহুখেদা দিব বুলি আশা ৰাখিলোঁ।

  • @phulmayachetry7176
    @phulmayachetry7176 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ জনাইছো সুন্দৰ দিনৰ বাবে বাট চাই আছো 🙏🙏🙏

  • @A.D....2187
    @A.D....2187 หลายเดือนก่อน +1

    গৌৰৱ গগৈ ছাৰ ক দেখিলে ৰাজনীতি কৰিবলৈ মন যায়।

  • @gopalchetri4866
    @gopalchetri4866 หลายเดือนก่อน +11

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @AfrinSuhani
    @AfrinSuhani หลายเดือนก่อน +3

    Congratulation gourav daaaa

  • @nupurandtwosistersvlogs723
    @nupurandtwosistersvlogs723 หลายเดือนก่อน +2

    গৌৰৱ গগৈ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @JayPegu321
    @JayPegu321 หลายเดือนก่อน +3

    Congratulations।।।❤❤❤

  • @Deka-r5f
    @Deka-r5f หลายเดือนก่อน +4

    Jay ai Akhom Gourav gogoi Jinda bad

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 หลายเดือนก่อน +4

    জয় আই অসম

  • @nijarabora5508
    @nijarabora5508 หลายเดือนก่อน +7

    Gourav gogoi jindabad

  • @TarunPayeng
    @TarunPayeng หลายเดือนก่อน +20

    2026 মাজুলী হৈ খেলিব,,,, কংগ্ৰেছ jindabad

    • @peguatel6131
      @peguatel6131 หลายเดือนก่อน

      ST Reserved

  • @user-mk4hr8gs7x
    @user-mk4hr8gs7x หลายเดือนก่อน

    Very good, welcome to people of MAJULI.

  • @yeaminurrahman3764
    @yeaminurrahman3764 หลายเดือนก่อน +4

    Gaurav Gogoi Next CM of Assam 2026

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c หลายเดือนก่อน +8

    Gourob gogoi dangoria zindabad next cm

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru หลายเดือนก่อน +1

      পৰৱৰ্ত্তী চিএম অসমৰ ।শুভেচ্ছা থাকিল ।

  • @MunniBai-ob9qx
    @MunniBai-ob9qx หลายเดือนก่อน +24

    হিমন্তৰ চামচা ফিৰুজ হাজৰিকা পদত্যাগ কৰা ভয়ত এতিয়া তাৰ মাইকীৰ মেখেলাৰ তলত সোমাই লোকাই আছে। 😂😂😂😂😂😂
    তাক ধৰি আনি পদত্যাগ কৰাব লাগে ।

    • @krishnokachari7913
      @krishnokachari7913 หลายเดือนก่อน +2

      Mekhela tolot humai Kaziranga habikhonr goromot Gela gundho to loi ase sage😅😅😅 nhole to aru lukabole jega nai....😅

    • @indrajitdas5677
      @indrajitdas5677 หลายเดือนก่อน

      😂😂😂😂

  • @rajenm3777
    @rajenm3777 หลายเดือนก่อน

    গৌৰৱ গগৈ অসমৰ সমপদ।

  • @user-fx9sb6kv5s
    @user-fx9sb6kv5s หลายเดือนก่อน +8

  • @dharmendrakaman1859
    @dharmendrakaman1859 หลายเดือนก่อน

    গৌৰৱ গগৈ এদিন মুখ্যমন্ত্ৰী হ'ব

  • @akumlababe2414
    @akumlababe2414 หลายเดือนก่อน +2

    congratulations 🎉sir❤👍

  • @user-on8ws2nr6r
    @user-on8ws2nr6r หลายเดือนก่อน

    গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ আন্তৰিক শুভেচ্ছা জনালোঁ। তেখেতৰ ৰাজনীতি জীৱনৰ উজ্বল
    ভৱিষ্যত কামনা কৰিলো।তেখেতক
    ভগৱানে শক্তি দিয়ক।
    লগতে গৌৰৱ গগৈৰ সপক্ষে ভোট দান কৰা সন্মানীয় ভোটা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏
    দলে বলে

  • @mridulassam4425
    @mridulassam4425 หลายเดือนก่อน +2

    Aiya dekhi val lagile...hosai amar future cm jon gorav gogoi jindabad

  • @hiraboruah3208
    @hiraboruah3208 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।

  • @rambalram2610
    @rambalram2610 หลายเดือนก่อน +1

    আমাৰ সময়ত কোনো পাৰ্থি নিৰ্বাচনত হাৰিলে এক সংগীত তেওঁক ৰাইজে গায় শুনাইছিল... মোৰ ও আজি সেই সংগীত টো গাই সুনাবৰ মন গৈছে.....😅😅😅😅
    "তপন গগৈ হাৰি গল... হাই ৰে হাই...
    টকা দিও হাৰি গল... হাই ৰে হাই...
    বতল দিও হাৰি গল... হাই ৰে হাই...
    তপন গগৈ হাৰি গল... হাই ৰে হাই..."
    ধন্যবাদ ৰাইজ... 😊😊😅😅😂

  • @lachitnath4848
    @lachitnath4848 หลายเดือนก่อน

    মানুহজনৰ কথাত ধৰিব পাৰি সঁচাই পঢ়া শুনা কৰা ব্যক্তি আমাৰ মাননীয় CM sir ৰ আকৌ কথাবোৰ দুৰ্যোধনৰ নিচিনা উগ্র।

  • @vanlalzapichhangte8653
    @vanlalzapichhangte8653 หลายเดือนก่อน

    Great job Sir Gaurav Gogoi ❤❤❤

  • @khogenphukon546
    @khogenphukon546 หลายเดือนก่อน +1

    ধন্যবাদ মাজুলীৰ ৰাইজ

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh หลายเดือนก่อน

    Gaurav Gogoi zindabad Assam CM Gaurav Gogoi 2026 love you sir 💯🙏💪💪💪💪 CM Gaurav sir Sarkar congratulations 👏👏👏

  • @hemonta9300
    @hemonta9300 หลายเดือนก่อน +3

    Gaurav gogoi zindabad

  • @thesafiqulvlogs9915
    @thesafiqulvlogs9915 หลายเดือนก่อน +1

    Gentle man assam hero

  • @tulshigogoi7019
    @tulshigogoi7019 หลายเดือนก่อน

    Dhanyavaad.

  • @PMarak-xu7je
    @PMarak-xu7je หลายเดือนก่อน

    Thanks for you. Sir Gaurop Gogoi.

  • @DigantaHazarika-hp9zs
    @DigantaHazarika-hp9zs หลายเดือนก่อน +2

    Long live gourab gogoi

  • @user-dz8hz2rq5s
    @user-dz8hz2rq5s หลายเดือนก่อน +2

    Gourop gogoi jindabat majulite Congress Besi ASE Amar इयाद nai tq

  • @SumanMedhi-kr2xw
    @SumanMedhi-kr2xw หลายเดือนก่อน

    Our king 🎉🎉🎉🎉🎉🎉😊

  • @mehbubbarbhuiya4525
    @mehbubbarbhuiya4525 หลายเดือนก่อน

    Congratulations 🎉

  • @lagachub170
    @lagachub170 หลายเดือนก่อน

    Moi bohut bohut bhal lagise ❤❤❤frm dhakuakhana

  • @insanulislam4889
    @insanulislam4889 หลายเดือนก่อน

    Tank you very nice. Gourav Gogoi ji.

  • @kolpanachannel0822
    @kolpanachannel0822 หลายเดือนก่อน

    Gaurav gogoi zindabad❤

  • @NijarasaikiaborgohainNijara
    @NijarasaikiaborgohainNijara หลายเดือนก่อน

    Congration❤❤❤

  • @bhargabdas5830
    @bhargabdas5830 หลายเดือนก่อน

    Congratulations dada ... 😊

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 หลายเดือนก่อน +2

    Parfect leader for Our Assam. Next CM, Should be project by Cong.

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut หลายเดือนก่อน

    Gourav Gogoi zindabad

  • @roujahmed3935
    @roujahmed3935 หลายเดือนก่อน

    Gourav Gogoi Longlive , Proud of Assam, Warm welcome by Public of Majuli ( Biggest River Island of the World)

  • @mohankumarsingh1040
    @mohankumarsingh1040 หลายเดือนก่อน +3

    এফালে অমিত সাহৰ কিনা বেচা, আনফালে শৰদ পাওয়াৰ থার্ড ফ্রন্টৰ প্ৰস্তুতি ১৭৩ নাম্বাৰ যোগোৱাৰ, বাহিৰৰ পৰা কংগ্ৰেছৰ (৯৯) সমৰ্থন ।

  • @rintuhatibaruah2297
    @rintuhatibaruah2297 หลายเดือนก่อน

    অসমৰ গৌৰৱ হৈ থাকক চিৰকাল।

  • @rimrim2602
    @rimrim2602 หลายเดือนก่อน

    Congratulations sir ❤👏 🎉 🎉 Gourov gogoi hoise hobologiya axomr next CM jon

  • @user-gc1wq3qw2n
    @user-gc1wq3qw2n หลายเดือนก่อน

    ❤❤🙏 congratulations 🎉

  • @ajantamixassamese9733
    @ajantamixassamese9733 หลายเดือนก่อน

    Congratulations dada

  • @sorforajmirdha6594
    @sorforajmirdha6594 หลายเดือนก่อน +7

    Mama o mama ki hoigol 😂

  • @krishnakantalahon6167
    @krishnakantalahon6167 หลายเดือนก่อน

    আমাৰ গৌৰৱ ❤❤

  • @MannanAssam
    @MannanAssam หลายเดือนก่อน

    Congratulations sir

  • @dipbori2624
    @dipbori2624 หลายเดือนก่อน +3

    News live kot gol. Ni sun.

  • @rajuchintey913
    @rajuchintey913 หลายเดือนก่อน

    Congratulations ❤

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 หลายเดือนก่อน

    Warm Congratulations to G. gogoi ❤❤❤❤❤

  • @SofiorRohman-vi5sp
    @SofiorRohman-vi5sp หลายเดือนก่อน

    Good Speech

  • @manumatidaimari8920
    @manumatidaimari8920 หลายเดือนก่อน

    Congratulations Gaurav Gogoi 🎉🎉🎉🎉❤❤❤❤

  • @VickyChungkrang
    @VickyChungkrang หลายเดือนก่อน

    Lovely

  • @tulshigogoi7019
    @tulshigogoi7019 หลายเดือนก่อน

    God bless you❤.

  • @ramnathborah7356
    @ramnathborah7356 หลายเดือนก่อน +2

    dhainobad GORAB GOGOI JINDABAD

  • @ajitnarah6687
    @ajitnarah6687 หลายเดือนก่อน

    Mojja❤.

  • @Xqpritam
    @Xqpritam หลายเดือนก่อน

    ❤️❤️❤️❤️❤️❤️❤️

  • @ritashree
    @ritashree หลายเดือนก่อน +3

    Congress ❤

  • @rantumoran2052
    @rantumoran2052 หลายเดือนก่อน

    Congratulations

  • @AmitPaul-fb4yk
    @AmitPaul-fb4yk หลายเดือนก่อน

    Congretulations

  • @nirmaldas4803
    @nirmaldas4803 หลายเดือนก่อน +1

    As a true leader ❤

  • @PankajBhuyan-jq3go
    @PankajBhuyan-jq3go หลายเดือนก่อน

    Welcome

  • @papulichetia9841
    @papulichetia9841 หลายเดือนก่อน

    🙏🙏🙏

  • @UsmanAli-ds2ht
    @UsmanAli-ds2ht หลายเดือนก่อน

    Gourav gogoi zindabad

  • @anilthakuria5455
    @anilthakuria5455 หลายเดือนก่อน

    Jai Khilangiya Jai Gaurav Jai