GORU Bihu 2022 - আহক গা ধুই দিও 🐄🐄🐄

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • happy goru bihu
    my first goru bihu video
    • Happy গৰু বিহু
    #gorubihu #bihu #dimpubaruah

ความคิดเห็น • 1.4K

  • @cemaxcemax2034
    @cemaxcemax2034 2 ปีที่แล้ว

    Bah মৰাণ বিহুত babu bahiya .dimpu
    Bikas.bah .bleg hbo aeibar 👍👍👍❤️

  • @Bitopon
    @Bitopon 2 ปีที่แล้ว +5

    KGF chapter 2 review অসমীয়াত : th-cam.com/video/0_Uqnz8ASpY/w-d-xo.html

  • @jupivlogs7743
    @jupivlogs7743 2 ปีที่แล้ว +270

    আপোনালো সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️

    • @nabajit4x
      @nabajit4x 2 ปีที่แล้ว +4

      Tumaloiu xuveshya Thakil ❤️

    • @Axomrloraabid
      @Axomrloraabid 2 ปีที่แล้ว +3

      সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন
      কৰিলোঁ।
      🌹🌹

    • @official156
      @official156 2 ปีที่แล้ว +1

      Sam 2you

    • @deemienterprise5601
      @deemienterprise5601 2 ปีที่แล้ว +5

      Get lost spammer. 👹🤬🤬

    • @Ritikdeka357
      @Ritikdeka357 2 ปีที่แล้ว +4

      @jupi vlogs spammer 🤢🤮

  • @parashcreation9492
    @parashcreation9492 2 ปีที่แล้ว +1

    আপোনাৰ লগতে আপোনাৰ সমুহ পৰিয়ালৰ সকলো সদস্য ক ৰঙালী বিহুৰ শুভেচ্ছা জনালো❤ দিম্পু দা

  • @biplabdeka.4968
    @biplabdeka.4968 2 ปีที่แล้ว +6

    আপোনাক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ Dimpu Da

  • @pratiksha7327
    @pratiksha7327 2 ปีที่แล้ว +1

    সমূহ অসমবাসি ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো 🙏

  • @vpgamerz7248
    @vpgamerz7248 2 ปีที่แล้ว +7

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল

  • @DINGKUHAZONG
    @DINGKUHAZONG 2 ปีที่แล้ว +1

    Moja dimpu da 🥰happy rongali bihu😍 all 😘😘😍😍

  • @karishmalahkar
    @karishmalahkar 2 ปีที่แล้ว +42

    নতুন সূর্য, নতুন প্রান, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত, অসমীয়াৰ নতুন বছৰ ভাল হওঁক, শেষ হওঁক বিষাদ, আহক হর্ষ, শুভ হওক নৱবর্ষ, সকলোকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।।
    ❤️😊

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

  • @monkeydyuvi23
    @monkeydyuvi23 2 ปีที่แล้ว +1

    Amr fale o nonstop barakhun
    Love from Rangia❤

  • @alakeshsvlog
    @alakeshsvlog 2 ปีที่แล้ว +7

    Aiyai bihu
    Cityr manuhe ki bujibo Goru bihu ki ,
    Proud to be a villasian boy .
    So cityt jonborr ase ahi jaok gaot aro saok Goru bihu 💝👍
    Happy Rongali bihu to all

  • @stutipriyasaikia2458
    @stutipriyasaikia2458 2 ปีที่แล้ว

    আপোনাৰ তথা আপোনাৰ পৰিয়ালবৰ্গলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

  • @nababurrahman4760
    @nababurrahman4760 2 ปีที่แล้ว +43

    ৰঙালী ৰ দৰে সকলোৰে জীৱন ৰঙেৰে উপচি পৰক , সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ 👍

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

    • @topassam9343
      @topassam9343 2 ปีที่แล้ว

      th-cam.com/video/yjQDKNXEQJk/w-d-xo.html

  • @RespectWithDS123
    @RespectWithDS123 2 ปีที่แล้ว

    Dimpu Da r logote .. Axomor xokolu rise k 🙏🏻🙏🏻🙏🏻 Bohag bihur 🙏🏻🙏🏻🙏🏻💞 Antorik xubhessa japon korilu🔥🔥🔥

  • @Shubham_1082
    @Shubham_1082 2 ปีที่แล้ว +39

    ৰঙালীৰ ৰঙেৰে উপচি পৰক জীৱন‌ ।সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাঁছিলো ।

  • @ITSNEEL143
    @ITSNEEL143 2 ปีที่แล้ว +1

    6.18😅😅😅and love from lakhimpur 🔥🔥🔥🥰😍😍🥰💓

  • @purnimaray884
    @purnimaray884 2 ปีที่แล้ว +3

    সমূহ অসম ৰাইজলৈ ৰঙালী বিহু তথা নববর্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ❤❤❤❤

  • @naditahaloi6123
    @naditahaloi6123 2 ปีที่แล้ว

    ভাইটি ৰঙালী বিহু শুভেচ্ছা থাকিল।

  • @_im_babu_3374
    @_im_babu_3374 2 ปีที่แล้ว +25

    সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।

  • @dipikakherowar8815
    @dipikakherowar8815 2 ปีที่แล้ว +1

    আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ দীম্পু দা ✨

  • @amarmalakarofficial7463
    @amarmalakarofficial7463 2 ปีที่แล้ว +4

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক❤️😊 কামনাৰে...*

  • @arupboruah4659
    @arupboruah4659 2 ปีที่แล้ว

    ৰঙালী বিহুৰ শুভেচ্ছা জনালো।

  • @sajuvlogs2191
    @sajuvlogs2191 2 ปีที่แล้ว +54

    সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে
    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

  • @abhijitcreationlagendpoint6263
    @abhijitcreationlagendpoint6263 2 ปีที่แล้ว +1

    Amar ifaly o dimpu da bahut barakhun
    Darrag t nonstop

  • @Muskankhan-qp4mg
    @Muskankhan-qp4mg 2 ปีที่แล้ว +5

    সকলোলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ♥️

  • @fhcgfgcb8580
    @fhcgfgcb8580 2 ปีที่แล้ว

    Dimpu Da happy rongali bihu 🙏🙏🙏🙏🙏

  • @jituprasadsarma4116
    @jituprasadsarma4116 2 ปีที่แล้ว +5

    Happy bihu dimpu daa and all of you guys 🥰🙏

    • @nabajit4x
      @nabajit4x 2 ปีที่แล้ว +1

      Vai muru video sabo son plz xomoi pale 🙏🙏😭

  • @nirmaliduttapaul4954
    @nirmaliduttapaul4954 2 ปีที่แล้ว

    Happy rongali bihu dimpu da and all family..

  • @notungyanassamese5200
    @notungyanassamese5200 2 ปีที่แล้ว +19

    তোমালৈ আৰু তোমাৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুত তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ,নতুন বছৰে তোমালৈ লৈ আনক সুখ শান্তি আৰু আশাৰ বতৰা,, ৰঙালী ৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক তোমাৰ জীৱন,,

  • @ARMYLOVER-wd4nj
    @ARMYLOVER-wd4nj 2 ปีที่แล้ว +1

    Happy Bihu dimpu da

  • @abinashcreation2.0
    @abinashcreation2.0 2 ปีที่แล้ว +13

    🍂মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক❤️😊 কামনাৰে...........
    ........🍂
    🥀.....
    🌻Happy ৰঙালী bihu🌻
    🖇️💜*

  • @user-by2st7pe9n
    @user-by2st7pe9n 2 ปีที่แล้ว

    বিহুৰ শুভেচ্ছা জনালোঁ

  • @nabajit4x
    @nabajit4x 2 ปีที่แล้ว +20

    সকলো অসমবাসি ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো 🥰❤️💕

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

  • @ajitdeka60105
    @ajitdeka60105 2 ปีที่แล้ว +1

    Bihu,bihu,bihu
    শুভ গৰু বিহু 💙💕💕

  • @deltagaming9106
    @deltagaming9106 2 ปีที่แล้ว +12

    On the occasion of Rongali Bihu, let’s commit to spreading love, happiness and joy in the lives of everyone. HAPPY BIHU...

  • @ridipgogoiofficialstudio8750
    @ridipgogoiofficialstudio8750 2 ปีที่แล้ว

    Love from Digboi ❤️🥰 Dimpu da

  • @amonkishan8721
    @amonkishan8721 2 ปีที่แล้ว +7

    🤍🤍🥰সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ!❤️❤️❤️

  • @dipankarray7032
    @dipankarray7032 2 ปีที่แล้ว

    Happy goru bihu dimpu da 🙏🏻🙏🏻🙏🏻🙏🏻

  • @nuclearkim4678
    @nuclearkim4678 2 ปีที่แล้ว +17

    Happy Bohag Bihu, Happy Rongjali Bwisagu, happy bishu, Happy Assamese new year. Different names of Bihu but same spirit cultural diversity this is the beauty of Assam. We are all one and United. Bihu brings the new hope, brotherhood let's hold the hand all community let's work for a better present and future. Joi Aai Axom... ♥️♥️

  • @moigaganbaramar7635
    @moigaganbaramar7635 2 ปีที่แล้ว

    Rangali bihur xuvessa jonalu dimpu bai. Baramar pora.

  • @djdhanjyotibaishya568
    @djdhanjyotibaishya568 2 ปีที่แล้ว +15

    মোৰ ফালৰ পৰা সকলোকে বাপুতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো❣😍😍

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

  • @m.aaxomrider7857
    @m.aaxomrider7857 2 ปีที่แล้ว

    Happy bihu
    Love from Mankachor 😍

  • @birajhazarika0.7
    @birajhazarika0.7 2 ปีที่แล้ว +29

    অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰে কামনা কৰিলো। Happy Rongali Bihu ❤❤*
    Love form sivsagor nazira

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Kumbh Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Aquaries
      Pls click for full video ::: th-cam.com/video/QUH1yqLYhX8/w-d-xo.html

    • @silaamusical6846
      @silaamusical6846 2 ปีที่แล้ว

      th-cam.com/video/jdr7GjAY3H4/w-d-xo.html hapa comdey new video 📸 tmmmmm jomoni 😁😁🌹❣️❣️

  • @ritamanikalita7332
    @ritamanikalita7332 2 ปีที่แล้ว

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দিম্পু দাদা

  • @amlanboruah5308
    @amlanboruah5308 2 ปีที่แล้ว +6

    উজনী অসমৰ নিয়ম বেলেগ,,,কিন্তু বিহু মেইন❤️

    • @ROCKY46YY
      @ROCKY46YY ปีที่แล้ว

      🩵

    • @RiponBhai-ck1xd
      @RiponBhai-ck1xd ปีที่แล้ว

      @@ROCKY46YY 😂😂😂😂

    • @ROCKY46YY
      @ROCKY46YY ปีที่แล้ว

      @@RiponBhai-ck1xd 😡🤔🤔.?????

  • @bipllabhazarika3860
    @bipllabhazarika3860 2 ปีที่แล้ว

    Bihu khabola ahieba Dimpu Da 🥰😍💗💓💞

  • @asvlogs6026
    @asvlogs6026 2 ปีที่แล้ว +6

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @rangiarsuwaligituma4986
    @rangiarsuwaligituma4986 2 ปีที่แล้ว

    Tumaloi bihur bhut bhut xuvessa thakil

  • @ImortalSoul
    @ImortalSoul 2 ปีที่แล้ว +4

    সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ😇😇

  • @pahi2865
    @pahi2865 2 ปีที่แล้ว

    Happy Rongali Bihu Dada and All 😘😘😘

  • @bandanatalukdar2695
    @bandanatalukdar2695 2 ปีที่แล้ว +3

    সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিলো দিমপু দাদা।।। love from nalbari..

  • @mrmanashborah5367
    @mrmanashborah5367 2 ปีที่แล้ว

    Happy rongaii bihu dimpu da

  • @zigglergaming7772
    @zigglergaming7772 2 ปีที่แล้ว +4

    You are Great Dimpu... Big fan of you 😍😍😍😍😍😍😍😍

  • @bitaponsarania2402
    @bitaponsarania2402 2 ปีที่แล้ว

    Happy rongali Bihu dimpu da

  • @truebiswajit
    @truebiswajit 2 ปีที่แล้ว +4

    সমূহ অসমবাসীলৈ গৰু বিহু আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ Love from Kamrup ❤️❤️❤️❤️❤️❤️❤️❤️

  • @Monsunu690
    @Monsunu690 2 ปีที่แล้ว +1

    'বিহুটি বছৰি আহিবা
    অসমী আইকে জগাবা
    বিপদৰ কালতো মাহ-হালধীৰে
    জাতিটোৰ দেহ-মন জুৰাবা
    কাবৌ কৰিছোঁ হাতযোৰ কৰিছো
    জাতিটোৰ শাক-ভাত খুৱাবা।
    মৰমৰ দীঘ দি হেঁপাহৰ আঁচুৰে
    একতাৰ গামোচা বোৱাবা।'
    'অসমৰ ৰাইজৰ এইবাৰ মন মুকলি হওক, সমাজৰ আকাশৰ ক'লীয়া মেঘবোৰ নোহোৱা হওক,শুকান মাটি ৰসাল হওক-একেলগে বাজি উঠক চিফুং, প্ৰতিধ্বনিত হওক ঐনিতম আৰু লুইতৰ পাৰৰ বিহুগীতসমূহ আৰু কৃষ্টি-সংস্কৃতিৰ ন-ন সৃষ্টিসমূহ।' এই ব'হাগতে জাতিটোৱে আকৌ এবাৰ ন-কৈ স্নান কৰক।এই ব'হাগে বতৰ হওক-সকলোৱে নতুনৰ বৰষুণত নতুন পণ লোৱাৰ।
    সকলোকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
    সেৱাৰে
    ---- সুমন গগৈ , লাকুৱা , চৰাইদেউ অসম

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +5

    সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ❤❤❤

  • @rahuldas4069
    @rahuldas4069 2 ปีที่แล้ว

    Happy bhui Dimpu dada

  • @mintukalita897
    @mintukalita897 2 ปีที่แล้ว

    Happy Bihu Dimpu Da

  • @ranjitrabha1425
    @ranjitrabha1425 2 ปีที่แล้ว

    Happy rongali bihu dimpo da. Amar akei barkhun di ase 20 25 din hai udalguri t

  • @swagotbharadwaz1645
    @swagotbharadwaz1645 2 ปีที่แล้ว

    Goru bihur xubhessa thakil.....xokolulei

  • @dutta22
    @dutta22 2 ปีที่แล้ว +1

    বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ🤗

  • @alfresco0101
    @alfresco0101 2 ปีที่แล้ว

    Happy Birthday Dimpu's blog 🎂

  • @muhimvlogs1990
    @muhimvlogs1990 2 ปีที่แล้ว

    Happy bihu Dimpu

  • @krishnagogoiofficial4546
    @krishnagogoiofficial4546 2 ปีที่แล้ว +1

    Happy rongali bihu

  • @ashikali1789
    @ashikali1789 2 ปีที่แล้ว

    Love From Moran Hat 💛💛🔥

  • @nishantaborkakati3635
    @nishantaborkakati3635 2 ปีที่แล้ว

    Bihur xubhesa jonalu dimpu daa ❤️

  • @janborah1353
    @janborah1353 2 ปีที่แล้ว

    ভাল লাগিছে ভিডিঅ চাব পায় বহুত দিন হ'ল গৰু বিহু চাব পৰা নাই মই বাংগালোৰ পৰা চাইছো ধন্যবাদ

  • @ilikefoodandtraveljunbhaiy9124
    @ilikefoodandtraveljunbhaiy9124 2 ปีที่แล้ว

    *অসমীয়া নৱবৰ্ষ আৰু বাপতি সাহোন ৰঙালী বিহু উপলক্ষে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ ৰঙালীৰ ৰঙে সমৃদ্ধ কৰি তোলক প্ৰতিগৰাকী অসমীয়াৰে মন-প্ৰাণ ৷ নতুন বছৰটিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু সম্ভাৱনাৰ বতৰা আৰু অধিক সুদৃঢ় কৰি তোলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী।*

  • @AbdullahAli-vh3ib
    @AbdullahAli-vh3ib 2 ปีที่แล้ว +1

    Mojja dimpu da

  • @ourassam2022
    @ourassam2022 2 ปีที่แล้ว

    দিম্পু দা আপোনাক অসমীয়া নৱবৰ্ষ আৰু অসমীয়াৰ হিয়াৰ আমথুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @ilovetravelandgame5327
    @ilovetravelandgame5327 2 ปีที่แล้ว +1

    Happy bohag bihu ❤️

  • @desimusic3547
    @desimusic3547 2 ปีที่แล้ว

    এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ ;
    নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই গৰকি ভাঙি যায় যঁতৰ!.🌝
    "প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম, প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।"
    ❤️

  • @uttpalray58
    @uttpalray58 2 ปีที่แล้ว

    ❣️❣️🙏💕❣️Happy bihu💕💕❣️❤😍

  • @appusvlogs3875
    @appusvlogs3875 2 ปีที่แล้ว

    Happy Bihu dimpu da 😍

  • @Mytype852
    @Mytype852 2 ปีที่แล้ว

    মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহু ওলগ জনালোঁ ♥️♥️

  • @sikhamonibora4894
    @sikhamonibora4894 2 ปีที่แล้ว +1

    মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ✨ Dimpu da

  • @garimanath4397
    @garimanath4397 2 ปีที่แล้ว +1

    ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল দাদা আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ 🥰

  • @lukumonibora3481
    @lukumonibora3481 2 ปีที่แล้ว

    Happy bihu dimpu da😍

  • @baranishakalita514
    @baranishakalita514 2 ปีที่แล้ว

    Happy bihu dimpu da

  • @fake_Raja_786
    @fake_Raja_786 2 ปีที่แล้ว +1

    Dimpu da log korim moran sepon ot

  • @____palash_sarmavlogs5504
    @____palash_sarmavlogs5504 2 ปีที่แล้ว

    নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নৱবর্ষৰ শুভেচ্ছা জনালো।

  • @rahulsaikia5087
    @rahulsaikia5087 2 ปีที่แล้ว

    বিহুৰ শুভেচ্ছা জনালোঁ 💐।চেপনত লগ পাম নিশ্চয়।

  • @gobingogoi4682
    @gobingogoi4682 2 ปีที่แล้ว +1

    🥰🥰সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল🥰🥰

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 2 ปีที่แล้ว

    HAPPY RANGALI BIHU.. 🙏

  • @assameseboypulak970
    @assameseboypulak970 2 ปีที่แล้ว

    Hi dimpu happy Rangali Bihu
    I like 100% but
    Aji video2 agot advertise nidile val lagil hoi
    Koya karone sorry
    Bohut val lage 2mak aji loike 2mar 1ta video miss hbo diya nai
    Ur ultimate🙏🙏
    Happy Rangali Bihu
    Lot of love😍😍😍👍👍👍

  • @khirojsvlog7180
    @khirojsvlog7180 2 ปีที่แล้ว +1

    বজ্ৰপাত পৰা মানুহৰ Acting bhal lagise

  • @bijitborah4675
    @bijitborah4675 ปีที่แล้ว

    নিলখ পৰাচাই আছোঁ দেই

  • @jyotiprakashsarma4333
    @jyotiprakashsarma4333 2 ปีที่แล้ว

    Happy Rongali Big❤❤❤❤

  • @j.d.vlog.788
    @j.d.vlog.788 2 ปีที่แล้ว

    Happy rongali bihu...
    De ar...

  • @krishdhasharma9251
    @krishdhasharma9251 2 ปีที่แล้ว +1

    BAPE HOLI BOR GORU .......... DE R

  • @hridaybaro7952
    @hridaybaro7952 2 ปีที่แล้ว

    Happy Rangoli bihu 🥰🥰🥰🥰

  • @chinmoysarma6390
    @chinmoysarma6390 2 ปีที่แล้ว

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো।
    আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰে ৰঙীণ আৰু সকলোৰে সুখ - শান্তিৰে পৰিপূৰ্ণ হওক
    জীৱন,
    তাৰে আন্তৰিক কামনাৰে ....... 🌸🌸🌸🌼🌼🌺🌺💐💐

  • @kakoliborahpiku840
    @kakoliborahpiku840 2 ปีที่แล้ว

    ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা দিম্পু দাদা ❤️

  • @lyricsforyou-official
    @lyricsforyou-official 2 ปีที่แล้ว

    বহাগ মাহৰ ন কিৰণে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ জোৱাৰ তাৰে কামনাৰে 🙏🏻 ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো মোৰ মৰমৰ দাদা বাইদেউ সকলোলৈ 🥀✨🔥

  • @GHOST_0690
    @GHOST_0690 2 ปีที่แล้ว

    সমূহ অসম‌ ৱাষী ৰাজ্যক ৱিশু ৰ শুভেচ্ছা জনালোঁ

  • @geetanjolidas2274
    @geetanjolidas2274 2 ปีที่แล้ว

    Happy ৰঙালী বিহু 🥰 Dimpu Daa ❤️❤️

  • @ishan875
    @ishan875 2 ปีที่แล้ว +1

    Moja

  • @prodyotdutta2664
    @prodyotdutta2664 2 ปีที่แล้ว

    Happy bihu dada

  • @msshenaz179
    @msshenaz179 2 ปีที่แล้ว

    Happy bihu dada