স্বামী হ*ত্যা*ত অভিযুক্ত মহিলাৰ বিৰুদ্ধে জেৰাই গাঁৱত ৰাইজমেল

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 พ.ย. 2024

ความคิดเห็น • 77

  • @barnaliphukan7551
    @barnaliphukan7551 หลายเดือนก่อน +9

    এনে সিদ্ধান্ত লোৱা ৰ বাবে মাতৃ আৰু ৰাইজৰ লৈ বহুত বহুত ধন্যবাদ ।

  • @Bornaeatsandvlogs
    @Bornaeatsandvlogs หลายเดือนก่อน +45

    অকল প্ৰহেলিকাৰ ক্ষেত্ৰতে নহয় কোনোবা পুৰুষে যদি নাৰীৰ সৈতে এনে কাম কৰে তেতিয়াও একে সিদ্ধান্ত লোৱা উচিত।

    • @KaalKaal-h6f
      @KaalKaal-h6f หลายเดือนก่อน

      Oi kela toi ako yat oo feminism dekhabo nalage ologoddho goru maiki sala

  • @sabitrisvlog721
    @sabitrisvlog721 หลายเดือนก่อน +36

    পুলিচ বা চৰকাৰে নকৰা কাম ৰাইজে কৰিব পাৰিব ।
    ভাল কাম কৰিছে। সেই ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼

  • @পাপৰিগগৈ
    @পাপৰিগগৈ หลายเดือนก่อน +1

    সুন্দৰ পদক্ষেপ । ঘৃণনীয় কৰ্মৰ বাবে নিজ স্বামীক নিষ্ঠুৰ ভাবে হত্যা কৰিলে । এই হত্যাকাৰী ৰ বাবে গাঁৱৰ ৰাইজে লোৱা সিদ্ধান্ত সঁচাই আদৰণী য় । সন্মান জনাই ছো গাঁওবাসীক । দেশখনত হৈ থকা হত্যা আৰু ধৰ্ষণ ৰ বিৰুদ্ধে আৰু পৰকিয়া প্ৰেমৰ বাবে পত্নী হত্যা কাৰী সকলৰ বাবেও যদি এনেদৰে প্ৰতি খন গাঁৱৰ ৰাইজে সিধান্ত ললে হেঁতেন, তেন্তে হত্যা ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনা বোৰ অলপ হলেও কমিলে হেঁতেন ।

  • @umeshknwr9667
    @umeshknwr9667 หลายเดือนก่อน +26

    আৰ্দশমূলক সিদ্ধান্ত । প্ৰণাম জনাইছো ।

  • @DevikaGogoi-f1n
    @DevikaGogoi-f1n หลายเดือนก่อน +23

    মাতৃ গৰাকীৰ মন্তব্য অতিকৈ গ্ৰহণ যোগ্য । কিন্তু কথা আৰু কামৰ মাজত যাতে পাৰ্থক্য নাথাকে তাৰ বাবে লক্ষ্য ৰাখিব।

  • @achyutsaikia8296
    @achyutsaikia8296 หลายเดือนก่อน +3

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাইজ সকলে। প্ৰণাম জনালোঁ ৰাইজক🙏🙏🙏

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน +22

    এয়াই প্রথম । এনেকুৱা হব। লাগে ময়ো এক মত।

  • @bhargavboruahvlog6876
    @bhargavboruahvlog6876 หลายเดือนก่อน +29

    ভাল কাম কৰিছে ৰাইজ।

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 หลายเดือนก่อน +7

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।ৰাইজক প্ৰণাম জনাইছোঁ 🙏

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b หลายเดือนก่อน +6

    এই ৰাইজক মই ধন্যবাদ জনাইছো কাৰণ বহু বহু ভাল কাম কৰিছে ।

  • @Jon_mani
    @Jon_mani หลายเดือนก่อน +11

    ধন্যবাদ জনাইছো 🙏🙏

  • @bidishakim3258
    @bidishakim3258 หลายเดือนก่อน

    Jerai gawak dhanyabad ❤

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 หลายเดือนก่อน +6

    যি কোনো বেয়া কাম কৰিলে পুৰুষ বা মহিলা ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত প্ৰথমে ৰাইজ মেল পাতি গাঁৱতে একগোটভাৱে এনে সু-সিধান্ত ল'লে আমাৰ সমাজ ব্যৱস্থা ভাললৈ আহিব বুলি দৃঢ় বিশ্বাস।জেৰাই গাওঁবাসীক এই আপাহতে ধন্যবাদ জনোৱাৰ লগতে সকলোৰে আৰ্হি হওক।সকলোৱে এই আৰ্হি লৈ নিজৰ নিজৰ গাওঁ বা অঞ্চলসমূহৰ বাতা-বৰণ সুস্থ ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনালো।😊

    • @Bornaeatsandvlogs
      @Bornaeatsandvlogs หลายเดือนก่อน +1

      হয়, প্ৰহেলিকাই উচিত শাস্তি পোৱাটো বিচাৰো।কিন্তু জেৰাইবাসী ৰাইজে এইটো কোৱা দেখিবলৈ পোৱা নগল যে নাৰীয়ে হক বা পুৰুষ উভয়ে যাতে ভৱিষ্যতে এই ধৰণৰ অপৰাধ মূলক কাৰ্য্যৰ পৰা বিৰত থাকে আৰু আমি উভয় পক্ষৰ ক্ষেত্ৰতে এই সিদ্ধান্ত লোৱা হ'ব বুলি কোৱা দেখা নগ'ল। অপৰাধ নাৰী পুৰুষ সকলোৱে কৰে

  • @MonikaGogoi-rf9mg
    @MonikaGogoi-rf9mg หลายเดือนก่อน

    🙏🙏🙏🥺

  • @ranjanagogoi4569
    @ranjanagogoi4569 หลายเดือนก่อน

    Good. Dicison

  • @facthouse_3259
    @facthouse_3259 หลายเดือนก่อน +1

    এনে সিদ্ধান্ত পুৰুষ মহিলা সকলো ক্ষেএত একে হব লাগে।

  • @RatanSonowal-l8d
    @RatanSonowal-l8d หลายเดือนก่อน

    Good.vidou

  • @kalendas1935
    @kalendas1935 หลายเดือนก่อน

    Gaon bakhik bohut bohut dhoinyobad 🙏🙏🙏🙏 apunaloke bohut val korisa anekuwa hobo lage

  • @Extremecreator-x8i
    @Extremecreator-x8i หลายเดือนก่อน

    অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে

  • @golok..kakati
    @golok..kakati หลายเดือนก่อน

    Very..Very..Good..STEP............

  • @anugogoi3418
    @anugogoi3418 หลายเดือนก่อน

    Thik korise

  • @swapnaliboruah888
    @swapnaliboruah888 หลายเดือนก่อน

    ভাল কৰিছে আৰু কঠোৰ হ'ব লাগে আমাৰ ৰাইজ যাতে আকৌ পুনৰ এনে ঘটনা নহয়

  • @sabitrisvlog721
    @sabitrisvlog721 หลายเดือนก่อน +2

    ৰাইজে এনে ধৰণৰ উপযুক্ত কথোৰ
    শাস্ত্ৰী দিলেহে কিছুমান মানুহে এনে কাম কৰিবলৈ ভয় কৰিব।

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 หลายเดือนก่อน +1

    সকলোৰে ক্ষেত্রতে এনে সিদ্ধান্ত সকলো ঠাইতে লব লাগে সুন্দৰ পদক্ষেপ,পুৰুষৰ ক্ষেত্রতো লব লাগে তেতিয়াহে এনে ঘটনা পুনৰাই নহব,সমাজ সংস্কাৰ হব।ৰাইজেই ৰজা।

  • @monjudutta9365
    @monjudutta9365 หลายเดือนก่อน

    সকলো মানুহে যাতে বুজি পাই। ভুল কৰা আগত ভাবি চাওঁক । মই একমত। ভাল কাম কৰিছে।

  • @DiptiGogoiRishi
    @DiptiGogoiRishi หลายเดือนก่อน

    এনেকুৱা বহুত মহিলা আছে মানুহৰ ঘৰ ভাঙি জায় ৰাইজে ভাল কৰিছে

  • @J_gaming3
    @J_gaming3 หลายเดือนก่อน +2

    হেৰাই গাওঁ বাসীক ওপৰত শিৰ নত কৰিছো। আপোনালোকৰ দৰে সকলো অসবাসী হ'লে অপৰাধ কমিব।

  • @satyadas1230
    @satyadas1230 หลายเดือนก่อน +3

    বহুত ভাল কৰিছে ৰাইজে

  • @rupakkumarojah1343
    @rupakkumarojah1343 หลายเดือนก่อน +2

    Salute jonaisu jerai gaon r raijok.Assam r baki gaon r raijeu enekua korile Val hbo.tetiya xomajor pora beya kambur nuhua hbo

  • @pinkuboruah2245
    @pinkuboruah2245 หลายเดือนก่อน +1

    Moja bohut val xidhantr, jai aai assamr raj jeraigaon,🙏🙏🙏,moi assamr bahiyr pora news sai bohut xukhi holu,

  • @anajlibarman2493
    @anajlibarman2493 หลายเดือนก่อน

    🙏🙏

  • @jugendradulia5854
    @jugendradulia5854 หลายเดือนก่อน +1

    এই সিদ্ধান্ত লোৱা বাবে বৰ ভাল হৈচে ।

  • @kitchenvideo1339
    @kitchenvideo1339 หลายเดือนก่อน

    Good

  • @hinutvabadiAJ
    @hinutvabadiAJ หลายเดือนก่อน

    Axomor protek xon gaon manuh ekota houk.

  • @banajituzir5197
    @banajituzir5197 หลายเดือนก่อน

    Unify is diversity, Great Resolution.

  • @SriCCDas
    @SriCCDas หลายเดือนก่อน

    Good 👍

  • @Naruto-p6n
    @Naruto-p6n หลายเดือนก่อน

    Bohut val lagile

  • @AtulHazarki
    @AtulHazarki หลายเดือนก่อน +1

    ইমান বল দি কথাবোৰ কিয় কব লাগে, ভাল নালাগে ।

  • @basantiray9364
    @basantiray9364 หลายเดือนก่อน

    Bohut val Kam korise

  • @anandaboro7797
    @anandaboro7797 หลายเดือนก่อน

    Prohelika. Mane. Sochai prohelika , maniso 😅

  • @kaberiborah9859
    @kaberiborah9859 หลายเดือนก่อน +1

    Best ..
    Police'ye Court ye
    Aku nokore

  • @ChandanGogoi-hv6ug
    @ChandanGogoi-hv6ug หลายเดือนก่อน +1

    Chabua is different ❤️

  • @nitugogoi8445
    @nitugogoi8445 หลายเดือนก่อน +1

    Very good step 👌👌👌

  • @MiraGohain-x9y
    @MiraGohain-x9y หลายเดือนก่อน

    Best step

  • @BhupendraDeka
    @BhupendraDeka หลายเดือนก่อน

    Raije prahelikak farchi dabi karak

  • @debajanibaruah3105
    @debajanibaruah3105 หลายเดือนก่อน +5

    জেৰাই গাও বাসিক ,ৰাইজক বহুত বহুত ধন্যবাদ আৰু সেৱা জনাইচো ।সুন্দৰ বিচাৰ ,ৰাইজৰ শক্তিয়ে বেলেগ শক্তি ।একগোট হৈ কাম কৰিচে সফল হবই ।মাতৃ জনীৰো কথা খিনী ভাল লাগিচে ।এজনী সাহসী মা ।বেয়া কথাক যে বেয়া পায় তেওৰ কথা খিনীত বুজি পোৱা গৈছে ।সকলোকে সেৱা জনাইচো ৰাইজ মেলত থকা খিনী ।এনেকে এতিয়া ন্যায় পোৱা দেখা যাব ।

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL หลายเดือนก่อน +2

    ❤❤

  • @GitaDevi-me1gs
    @GitaDevi-me1gs หลายเดือนก่อน +1

    Bohria ❤❤❤

  • @dipanjalidutta2454
    @dipanjalidutta2454 หลายเดือนก่อน

    Moja ❤❤❤❤❤❤❤

  • @dsajkrabnkgfb
    @dsajkrabnkgfb หลายเดือนก่อน +1

    Adultery crime nohoi. Ane bur ghatna soli thkibo. Sarkaar khne ane koyav Adultery IPC crime against hob lage, Pahelika gat ki dukh, Supreme Court tor order adultery not crime.

    • @Darlingxs93
      @Darlingxs93 หลายเดือนก่อน

      Heikarne bail pale

  • @rupakkumarojah1343
    @rupakkumarojah1343 หลายเดือนก่อน

    Good step

  • @darshanhazarika9327
    @darshanhazarika9327 หลายเดือนก่อน

    N

  • @mr.konwarEntertainment
    @mr.konwarEntertainment หลายเดือนก่อน

    Hukhi hoisu moi raijor hidhantot

  • @KiritigogoiGogoi
    @KiritigogoiGogoi หลายเดือนก่อน +1

    অণু দা নিউজ কৰিলে অলপ চমু কৰিব আমাৰ চাবলৈ সুবিধা হুৱা কৈ

  • @kaberiborah9859
    @kaberiborah9859 หลายเดือนก่อน

    Akdom val hidhanta

  • @arpitadutta9888
    @arpitadutta9888 หลายเดือนก่อน +2

    Vary
    Good
    Stap

  • @nipamonibora5501
    @nipamonibora5501 หลายเดือนก่อน +1

    Good disition 👌👌👌👌

  • @mostafask6440
    @mostafask6440 หลายเดือนก่อน +1

    Miya ne

  • @RajuSaikia-y9h
    @RajuSaikia-y9h หลายเดือนก่อน

    😢😢😢😢😢❤❤❤❤

  • @mgnkl
    @mgnkl หลายเดือนก่อน +1

    Upper Assam is an example for rest of Assam , Upper Assam khon beleg kori diok ami sobe mili unnatar pathat loi jaam

    • @Darlingxs93
      @Darlingxs93 หลายเดือนก่อน

      Heikarne 2 hoptahot bail pale no...upper Assam or police or system ei beleg......moi lukai he asilu polua nasilu

  • @MridulKolita-m8u
    @MridulKolita-m8u หลายเดือนก่อน

    মই কমেনত কেতা চাইচু বহুত মানুহ বহুত দে জ্ঞান আগতে নিজে ভাল হব লাগে বেলগোক পাছত জ্ঞান দিবা লাগে ❤

  • @mr.newpondda6774
    @mr.newpondda6774 หลายเดือนก่อน +2

    Very good step 👍

  • @parinita.bhuyan84
    @parinita.bhuyan84 หลายเดือนก่อน

    Good👍

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu หลายเดือนก่อน

    Bohut val kam korise

  • @dipensaikia5794
    @dipensaikia5794 หลายเดือนก่อน

    ❤❤❤❤

  • @banajitkalita5642
    @banajitkalita5642 หลายเดือนก่อน +1

    Good step