LIVE | প্ৰদ্যুম্ন হৰণ, সম্বৰাসুৰ নিধন ভাওনাত ভয়ংকৰ পৰিস্থিতি
ฝัง
- เผยแพร่เมื่อ 21 ต.ค. 2024
- LIVE | প্ৰদ্যুম্ন হৰণ, সম্বৰাসুৰ নিধন ভাওনাত ভয়ংকৰ পৰিস্থিতি
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
সুন্দৰ ।
টেটোন তামুলীৰ ভাওনাৰ দৰে হল।
😂
😢
সাতটা বৰসবা মূল্ যিহেতু ভাওনাভগি অপানকৰিছে এই ভাগ অসমিযা জাতি উৎপ
Aru ki hble ase?
সামাজিক ভাবে বৰ্জন কৰিব লাগে
Krishna Krishna 🙏🙏🙏kalir kalor prabhav kalki avatar agomon
This is situation of Assam and Assamese culture has shown unity & integrity of Assames people.
এয়া দুৰ্ঘোৰ কলিৰ প্ৰতিচ্ছবি।
সেই মানুহ গৰাকীৰ মুৰটোত একো নাই যেন পাওঁ
নাম ঘৰতো শান্তি নোহোৱা হল কি যে হব
মহা পুৰুষ জনাৰ অপূব সৃষ্টিৰাজিক অপমান কৰি ভূল কৰিচে 🙏🙏🙏
হে হৰি
এই জনিক ৰাইজে এঘৰিয়া কৰিব লাগে
ৰীল কিয় কাটিব !!!! ১০০০ /১৫০০ টকা এযোৰ ভাওনাৰ ড্ৰেছৰ দাম ?!!!
সেই জনীৰ মহাপাপ লাগিব ।নাম ঘৰৰ ভিতৰত এনে আচৰণ
Kamrup metro Guwahati, namghars are using loudspeaker, some namghars the whole day prays in the loudspeaker. This matter has become a public nuisances. Where as in the evenings students study, these namghar goers create a sound pollution. There are laws so the administration should implement it.
Anekow koriba Napai
মানৱ সমাজক অপমান কৰা মানুহে কোনো দিনেই ভালকাম কৰিব নোৱাৰা মহিলা দোষ লাগিব ভগবানে নাটক খন এদিন তেওঁ নিজেকৰাই ৰাইজৰ ওচৰত সেৱা জনাব মহিমা আচে নাটকত
সেই মনুহ গৰাকীৰ লৰাটোৰ চিনটো কাটিলে কিয়?
বেয়া নাপাব ভিডিঅ' টো ভাই ৰেল কৰাৰ কাৰণে আমি লাজ পাইছো,
জেলৰ ভাওনাখন কেতিয়া হব বাৰু ?
এনেকুৱা ভাওনা চাই মজা লাগে ।😮😮😮😮
পৰিচালনাত পাৰ্গত হোৱা উচিত।
হে ভগৱান তুমিহে জানা
কিবা ৰহস্য আছে ।
অহইটুকি প্ৰেম 😂😂😂
ভেকো ভাওনা....!
গুৰু জনাক অপমান কৰিছে ৷ অ’ হৰি অ’ ৰাম ৷
এই জনি জহৰি হয়,
এইবোৰ মানুহক চিৰ জীৱন এঘৰীয়া কৰি ৰাখিব লাগে ,
এনেকুৱা মানুহ সমাজৰ বাবে অলংকৃত হয় ,
কেনেকুৱা লাগিছে নিউজ আপডেট হ'ল,
সেই ঠাই ডখৰ সমাজে প্ৰয়োজন খায় মুক্তি লাভ কৰক,
নহ'লে জহৰি জনিক চিৰ জীৱন এঘৰীয়া কৰক ,
তেতিয়া কিজানি ভগৱানে মঙ্গল কৰিব ,
নহ'লে ৰৌ ৰৌ নৰকত যান্তনা ভুগিব সমাজ খনে,
কিছুমান শুদ্ধ বিচাৰ মানুহে কৰিব পাৰে ,
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏 জয়য়য়য়য়
অতি দূৰ্ভাগ্যজনক। মহিলাগৰাকীয়ে কিবা খেলি মেলি হোৱা যেন যদি ভাবিছে, ভাওনা সমিতি নাইবা দুহঅৰৰ দলক অৱগত কৰা উচিত আছিল।
News নাই নিকি কি যে হব
তললৈ নমা জাতি অসমীয়া
Besi kore, sikoti dim
মূৰত মাল নাই।তাইৰ পৰিঢয ওঢৰ ঢুবূৰিয়াৰ লগত তাইৰ কি আঢৰণ হব।
Aibilak ki hob dharise
এই গৰাকী মহিলা নহয় মহলা হয়
Aiburok batori buli koine ki,,,,
কতো শান্তি নাইকিয়া হৈছে।
একে বাৰে বেয়া কথা। ল'ৰা জনে কিয় ভাও দিব নোৱাৰিলে।ইয়াৰ কাৰণ কি। দ্বিতীয়তে মহিলা গৰাকীয়ে বেয়া কাম কৰিলে। গৰিহণাৰ যোগ্য।
লজ্জাজনক কথা
অপত্য পুত্ৰশ্নেহত অন্ধ মাতৃৰ ক্ষোভৰ বহিৰ্প্ৰকাশ।
পোতেক নোলোৱা কাৰনকি
অসমীয়া কলা কৃষ্টিৰ বাবে ই এক চৰম পৰ্যায়, গুৰুজনাক চৰম অপমান
কিবা এটা ৰহস্য আছে নহলে কাণ্ড কেলে হব 🤔
নিউজত কিয় দিব লাগে ??? এইটো নিউজ চেনেলত দিব লগীয়া বাতৰি হয় জানো??
😮😮😮
অতি লজ্জিত কান্দ সাতটা বৰসব।হৰ সমান ভাওনা বুলি কয় ইয়াত ভক্তি থাকিব লাগে
এইবিলাক বাতৰি প্ৰচাৰ কৰিব নে লাগে ।
Vauna compitition kora karone aibur hoise
কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏🙏🙏
Akol ai gorakiai nohi amar bhauna bohutei bikit korise
Okhom rokhatole gol.ki hol ki hol.hobole aku bagi norol.O norol............
নোহোৱা নোপজা ঘটনা দেখিলো |ঘোৰ কলিকালৰ সংকেত |আজি ভক্তি ভাৱ নাইকীয়া হ'ল |
Aijoni uport police case korok
ভক্তি মাৰ্গৰ চেতনা ৰ পৰা আঁতৰি গৈছে মহিলা গৰাকীয়ে বুলি কব পাৰি ! স্তুতি নিজৰ আত্মাই সম্পূৰ্ণৰূপে অনুভৱ কৰিব পৰা এক অংশ। সকলোৱে সাৱধান হৈ কৰ্ম কৰিলে নিতসৈ মঙ্গল হব সকলোৰে ।আৰু ক্ষমা কৰি দিব পৰা পৰিৱেশ সৰ্বোত্তম পন্থা।
Aru ki ki je dekhibo aru dei ram ram .kije hobo 😮
Arunudoi r power
প্ৰথমতে এই কলঙ্কিত মানসি কতাৰ মানুহ গৰাকীক গৰীহনা দিছো ।অন্য এটা কথা কঁও যি সকলে এখন ভাঁওনা দিলেই সকলো শেষ হ'ব বুলি ভাৱিছে এই বিষয়ে দু আষাৰ লিখিলো । কালিলৈ সেই গৰাকীৰ ভাঁওনা খন কৰিবলে সুস্থ মস্তিস্কৰ মানুহ অৰ্থাৎ বায়েন ভাৱঁৰীয়া সকল আাগবাঢ়িবলে সৎ সাঁহসেৰে যাবনে ? প্ৰথ মতে যদিহে ৰাজহুৱা ভাঁওনা সেইখন ৰাইজে সমুদায় খৰচ আদায় লওক । তাৰ পাচত ৰাইজে দোষৰ দণ্ড হিছাপে এই অক্ষমনীয় অপৰাধৰ কাৰনে সমাজ চ্যুত কৰক ।খেলৰ পৰা এটা নিধাৰিত দিনৰ বাবে এঘৰীয়া কৰক । সমগ্ৰ অসমৰ মানুহে জানক আৰু জনাওক । আজি কালি ইটো খেল এৰি সিটো খেলত সোমোৱা বাত বন্ধ কৰি উচিৎ মচুলুকা লওক । প্ৰচিটিং কৰি যেতিয়া লৈকে এনে দৃষ্টান্ত মূলক শাস্তি নিদিয়ে তেতিয়া লৈকে এই কঠিয়াৰ গজালি নমৰে । শেষত হে খেল মেল দিব লগিয়া হ'লে বিধান মতে খেল দিয়ক । কিন্তু প্ৰথ মতেই ভাঁওনাৰ লোভ নকৰিব ।এই খনভাওনাও সেই গৰাকীয়ে ঘোটা ঘোতে পানী খুৱাইহে কৰাব যেন লাগে ।
ভওনা সংস্কৃতি ক অপমান কৰা হৈছে।
ভাওনা ভাওনা হৈছে
নাপায় দেই তাতে নামঘৰত। বৰ অধৈর্য মহিলা
Opoman korile porisalana kora byakti gorakie he,
!!!
Please come to the amiable decisions and try to perform the same Vauna again.Responsible and respected committee's office bearer and members of the said Naamghar may take favourable decisions in this regard. It seems that mistake or negligence done by the person,who performed as Muni (sage) character and also who maintained the scene chart as well as Director of this Vauna. The particular lady who quarrelled for this occurance was also guilty, she may complain this matter to the Vauna Committy later on. Any way what is done cannot be undone.Now, Irequest the Committy to go for positive steps. (Ghanashyam Bora, Khanapara,Guwahati -22)
Koto Santi nai ,vaona gusi juddhohe hl.koli jug vokti vab naikiya hoise .
Bhauna nohoi bheko bhauna korile.asamia jatir babe asubha lakyan😮😮😮
Abotoro vaw patene, barikha !
😂😂😂😂😅😅
Ha ha 😂😂😂 thickei korise real kio katibo lage 😜😜
Masala News 😂😂😂😂
Monubadi,Brahmonbadi Jatibadi bilakr mul bisardhara khakalu bilak jol jol pot pot hoi asey. Kaurab Pandab nu kun.,teolukr majot ki khambandha. Eswar lagat thaki u jetia kokai bhai majot juddha hoi lakh lakh manuhr mrityu hol, nari bilak bidhaba hol, tatkoi aru vl bisardhara pribit asene? Mod khua,Bhang khua, juaa khela, Chur kora, bevisar kora Dharma mote akhirbad khei nam gharat Dando morapita khadharan kotha.
Mod khai asil ni manuh joni
Atoridiok dangoria ahise 😅😅😅
Koli joug hoi o.
Bhut lajr kota, napi 🙏
Lagta hai ine Mahila ko bahut gussa aata hai Inko border LOC per bhej dena chahie😅😅😅 Jaise Hamare Asam ka media slipper Guwahati aur Guwahati Karega😅 Itna Sara district hone per Bhi Ek Chhote se Jagah Koi news Khabar Dete Hain Hamesha😅
Probir Sharma tumlog 3% monuwadi,brahmonwadi, jatiwadi jihadi duniaka sabse khatnnak akngkwadi hw. Tumlogone Bishwaguru Bharat kw khatam kar dia. Tumlog khood Gai(Beef) ka meat khate hw 10 saal ki oomrose aur karte hw musalman samaj kw. Tumlog apni hifajotke liye pustakme likhrakkha he Gai sotya,Brahmon sotya ghor paap. Lekin tumlog jib/jantuke ilawa insankw bhi Hotya kartehw. Obc,St,Sc samajkw murkh banana bondh karo.
Probir Sharma tum Reeg Ved parho, tumlog pehle kutte ka meat khata tha.
Anka piton dibo lage nohoi tika lal kori dibo lge😂😂
😂😂
Dangoriya lagil eijonir gat😅
Krishna he bulisu
সাতটা বৰসবা মূল্ যিহেতু ভাওনাভগি অপানকৰিছে এই ভাগ অসমিযা জাতি উৎপ