ভাইটি | সম্পূৰ্ণ ৰঙীন প্ৰথমখন অসমীয়া কথাছবি | Bhaity | কমল নাৰায়ণ চৌধুৰী

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • Background Song 'Voy Nokoru' Courtesy:
    • Bhoi Nakaro Nakaro Kak...

ความคิดเห็น • 14

  • @uttamkumarroy2583
    @uttamkumarroy2583 ปีที่แล้ว

    প্ৰথমখন সম্পূৰ্ণ ৰঙীন অসমীয়া বোলছবি "ভাইটি" ৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী দেৱ। সেই ছবি খনিৰে এটি কালজয়ী গীত। দৰদী কন্ঠ শিল্পী আৰতি মূখাৰ্জীৰ এটি চিৰসেউজ গীত।সংগীত পৰিচালক অজিত সিংহৰ পৰিচালনাত আটাকেইটি গীতেই চিৰসেউজ ৰূপ পাইছে। ছবিখনৰ বাবে গীত লিখিছিল জয়ন্ত বৰুৱা আৰু কেশৱ মহন্ত ডাঙৰীয়াই।কন্ঠদান কৰিছিল খগেন মহন্ত, আৰতি মূখাৰ্জী আদিৰ দৰে আগশাৰীৰ শিল্পী সকলে।ইভা আচাও, মাষ্টাৰ সিদ্ধাৰ্থ আদিৰ সাৱলীল অভিনয়ে "ভাইটি"ক অসমীয়া চলচ্চিত্ৰ জগতৰ এখন কালজয়ী ছবিত পৰিণত কৰিছে।ইমান সুন্দৰ গীতটি শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏

  • @lakhijan2366
    @lakhijan2366 7 หลายเดือนก่อน +1

    Great
    Beautiful

  • @jsjsvjkdka
    @jsjsvjkdka 2 หลายเดือนก่อน

    Ei dinburei bhal asil 🥰

  • @porichoudhury2471
    @porichoudhury2471 6 หลายเดือนก่อน

    Xundor

  • @gangadharkakoti5068
    @gangadharkakoti5068 6 หลายเดือนก่อน

    আমি বিদ্যালয়ত পঢ়ি থকা দিনত এই বোলছবিখনে মুক্তি পাইছিলে সেই সময়ত এই বোলছবিখন চাবলৈ চিনেমা হলত যঠেষ্ট ভিৰ হৈছিলে আমি নাজিৰাৰ চিনেমা হলত চাইছিলো সেই কথাবোৰ এতিয়া বৰকৈ মনত পৰে

  • @monalisasarma1575
    @monalisasarma1575 3 ปีที่แล้ว

    সুন্দৰ 👌

  • @manojkumardutta8590
    @manojkumardutta8590 7 หลายเดือนก่อน

    ভাইতি সৰু কালৰ অভিনয় কৰা লৰা জনৰ নাম মাষ্টাৰ মনোজ।পিচত ডাঙৰ হৈ সেই অভিনয় কৰে সিদ্ধাৰ্থ ই।

  • @basisthaacharya6590
    @basisthaacharya6590 5 หลายเดือนก่อน

    বোলছবিখন আমি অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত চোৱাৰ সৌভাগ্য হৈছিল। মাষ্টাৰ সিদ্ধাৰ্থক পিছত আমাৰ ব্লকত বি ডি অ হিচাপে দেখিছিলো।

  • @anjelbaruah7401
    @anjelbaruah7401 8 หลายเดือนก่อน +1

    বলিউডৰ জুনিয়ৰ মেহমুদেও মাইটি ছবিত অভিনয় কৰিছিল

  • @JubatDewri
    @JubatDewri 6 หลายเดือนก่อน

    Bhat

  • @drnitindutta8942
    @drnitindutta8942 หลายเดือนก่อน

    this is wrong info! This song id from the film 'Upagraha'

  • @JubatDewri
    @JubatDewri 6 หลายเดือนก่อน

    Bhaiti s

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 6 หลายเดือนก่อน

    মানাহ কন্যা ছবি দিব