মুখ্যমন্ত্রীৰ নতুন শংকা। হঠাৎ কোনো এটা বিশেষ সম্প্রদায় সক্রিয় হৈ উঠিছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 มิ.ย. 2024
  • মুখ্যমন্ত্রীৰ নতুন শংকা। হঠাৎ কোনো এটা বিশেষ সম্প্রদায় সক্রিয় হৈ উঠিছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই অসামাজিক আৰু অপৰাধমূলক কাৰ্যত পুনৰ সক্রিয় হৈ উঠিছে এই বিশেষ সম্প্রদায়। নাম উল্লেখ নকৰাকৈ মুছলমানক কৰা এই টাৰ্গেটৰ পিছত ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্রতিক্রিয়াৰ। মুখ্যমন্ত্রী পুনৰ মুছলমান বিদ্বেষী হৈ উঠাৰ কাৰণ ব্যাখ্যা কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই।
    #pratidintime #assam #himantabiswasarma #bhupenborah

ความคิดเห็น • 32

  • @jitubarman6162
    @jitubarman6162 หลายเดือนก่อน +5

    এটা সময়ত ইহঁতে আজমল মুখ্যমন্ত্ৰী হ’ব বুলি হৈ চৈ লগাই ভোট আদায় কৰিছিল কিন্ত এতিয়া আজমলৰ অৱস্থা নোহোৱা হ’ল যিহেতু এইসকলে নতুনকৈ এইবোৰ ক’বলৈ আৰম্ভ কৰিলে ৷

  • @RitopanRajbongshi4
    @RitopanRajbongshi4 หลายเดือนก่อน

    100% Right CM Assam.

  • @pradipkalita6580
    @pradipkalita6580 หลายเดือนก่อน +6

    ভূপেন বৰাক মিঞাৰ লগত চৰত গৈ থাকিব দিব লাগে

  • @AbdurRahman-lo8hd
    @AbdurRahman-lo8hd หลายเดือนก่อน +1

    Vupen borai right koisy

  • @gunjalkalita7187
    @gunjalkalita7187 หลายเดือนก่อน +3

    Rojgar

  • @bishaldas3964
    @bishaldas3964 หลายเดือนก่อน +1

    Eybar ajmalar namere kam nohobo buli mamai 2 numbery khel khon khelibo...

  • @assam-study_123.
    @assam-study_123. หลายเดือนก่อน +1

    Mama xsa kotha koise

  • @user-mg1je1tn9h
    @user-mg1je1tn9h หลายเดือนก่อน

    Bhupen bora apuni olp valkoi sinta kori kobo kotha bur rajnoitik karone apuni ji ti bebai nidibo

  • @dhoniboro4033
    @dhoniboro4033 หลายเดือนก่อน +2

    Congress 3MP jiki juwate utpat bathise Assamat arur sarkar ahile ki hab

  • @mintusaikia8875
    @mintusaikia8875 หลายเดือนก่อน +1

    ভূপেন বৰা হল এজন শিয়াল। কমিছন বৰা বুলি মানুহৰ মাজত জনপ্ৰিয়। গতিকে এইজনাৰ কথা কি কম ! অসম অসমীয়াৰ হৈ থকা নাই। আমিবোৰ এনে জীয়াই আছো। ভৱিষ্যত প্ৰজন্মৰ বাবে বৰ ভাল নহব। আমাৰ মাজৰ এচামে খাৰ পানী যোগান ধৰা দেখা গৈছে।

  • @user-db2mc5kd4f
    @user-db2mc5kd4f หลายเดือนก่อน

    Mama ata nohoi keinatau aapunar kripat keibatai jati xokrio hoi uthise, tripura gol cachar gol axomu jabo cachar at official language ki hol janei nohoi . Aami nijei xojag hobo hol axomia raij.

  • @hazarika3679
    @hazarika3679 หลายเดือนก่อน

    Noholay next jikibo kenekay 2026...without communal politics

  • @AK--ci9jd
    @AK--ci9jd หลายเดือนก่อน +4

    Right CM sir ✔️ মিয়া মানৱ সমাজৰ কাৰণে ক্ষতিকাৰক।

    • @thereality6307
      @thereality6307 หลายเดือนก่อน +4

      Toiu tu ai prithibir babe ata buza😂😂

    • @indiamylove4833
      @indiamylove4833 หลายเดือนก่อน

      Tur bonti hote miyak khub posond kore😂

  • @hazarika3679
    @hazarika3679 หลายเดือนก่อน

    Jorhat Sibsagar t kar vote paisay

  • @ramprasadmazumdar7621
    @ramprasadmazumdar7621 หลายเดือนก่อน +3

    ভূপেন বৰা ডাঙৰীয়াই দেখা নাই নেকি ধৰ্ষণ হৈ আছে, পুলিচৰ উপৰত আক্ৰমণ কৰা ।

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh หลายเดือนก่อน +1

    Bhupen Bora good Man

  • @monuranjanphukon8553
    @monuranjanphukon8553 หลายเดือนก่อน

    Chorkar Tumar bisaru tumar cactiono tumar

  • @MohidulIslam-xj5ug
    @MohidulIslam-xj5ug หลายเดือนก่อน +1

    Bhupen Kumar Bora jindabad

  • @AdvAltafhussain
    @AdvAltafhussain หลายเดือนก่อน

    ই এটা সময়ত আজমলৰ ভয় দেখাই অসমীয়াক বুৰ্বক বনাইছিল😊

  • @h1239640
    @h1239640 หลายเดือนก่อน

    বজাৰত বস্তূৰ যি দাম, কৰ্মচাৰী দৰমহা কম, চাৰিওফালে কেৱল দুৰ্নীতি, ৰাস্তা ভাঙি শেষ, ইন্টাৰনেট নাই, কাৰেণ্ট নাই, ইত্যাদি কথাবোৰ লুকুৱাই ৰাখিবলৈ এইবোৰ কথা কৈ বুৰ্বক বনাই ফুৰিছে শাসকীয় দলৰ একাংশই

  • @altafbarbhuiya4572
    @altafbarbhuiya4572 หลายเดือนก่อน +1

    Natokbaji

  • @h1239640
    @h1239640 หลายเดือนก่อน

    তহতে চৰকাৰ চলাই আছ, কিয় ৰাখিচ সিহঁতক অসমত , দম আছে যদি খেদি দে, ভোটৰ% কম হোৱাৰ বাবে কংগ্ৰেছক দোষ দিবলৈ মিয়া সকলক টাৰ্গেত কৰিছে, 😂😂 থাকিবলৈ সুবিধা কোনে দিছে, কিয় অসমৰ বাহিৰ কৰি দিয়া নাই, অসমৰ মানুহ এতিয়া বুৰ্বক হৈ থকা নাই, এনে ঘটনা আগতেও হয়, ৰিজাল্টৰ পিছত নিউজত বেছিকৈ দিব লৈছে,,, আগৰ তিনি বছৰত আৰু এতিয়াও আপুনি চৰকাৰ চলাই আছে, ধৰক পাৰে যদি, আজমল হৰাৰ বাবে দুখত এনে মন্তব্য দিছে😂😂😂 হিন্দুৰ নামত হে একাংশ বহিৰাগত বাংলাদেশীয়ে অসমৰ আধা লৈ পেলালে সেইটো মনত ৰাখিব।

  • @BUDHU-27
    @BUDHU-27 หลายเดือนก่อน

    হাৱাত কথা কোৱা মুখ্যমন্ত্ৰীৰ কথা আমি নুশুনো। বাকী পচি যোৱা পিয়াঁজৰ কথাৰ কিবা মূল্য আছে বুলি নাভাবো।😂😂😂

  • @ranujpegu1049
    @ranujpegu1049 หลายเดือนก่อน

    Lab nai hindu muslim kori tokatkoi jonohadaronor hantir kota babok.