হঠাৎ কিয় গৌৰৱ গগৈক লৈ ব্যস্ত হৈ পৰিছে বিজেপি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 มี.ค. 2024
  • যোৰহাটত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা প্ৰার্থিত্ব লাভ কৰাৰ পাছতেই এতিয়া নেতাজনৰ বিৰুদ্ধে সৰৱ শাসক পক্ষ। মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ-বিধায়কৰ মুখত গৌৰৱ গগৈৰ কথা। কিমান ভোটত গৌৰৱ গগৈ পৰাজিত হ’ব সেয়াও ভৱিষ্যদ্বাণী কৰিলে বিজেপিৰ নেতাই। হঠাৎ কিয় গৌৰৱ গগৈক লৈ ব্যস্ত হৈ পৰিছে বিজেপি?
    #PratidinTime #Assam #AssamNews #Congress #GauravGogoi

ความคิดเห็น • 541

  • @BARNALISARMA-oj3rk
    @BARNALISARMA-oj3rk 4 หลายเดือนก่อน +216

    গৌৰব গগৈক কোনেও হৰুৱাব নোৱাৰে, গৌৰব গগৈ জয়ী হবই

    • @RupkantaPathori
      @RupkantaPathori 4 หลายเดือนก่อน +5

      গৌৰৱ গগৈৰ সমান সাংসদ অসম বাদেই ভাৰততো নাই ।we want Gaurabh Gogoi.Gaurabh Gogoi jindabad.

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n 4 หลายเดือนก่อน +114

    গৌৰৱ গগৈ জিন্দাবাদ

  • @Savagehighlander
    @Savagehighlander 4 หลายเดือนก่อน +358

    গৌৰৱ দাক জিকাই বামুন আৰু বামূনৰ টিকনি দাল সিলাই দিও আহক ৰাইজ । বহুত হৈছে সিহতৰ

  • @khadyotdutta9870
    @khadyotdutta9870 4 หลายเดือนก่อน +145

    গৌৰৱ গগৈৰ বিকল্প নাই, তেওঁক অভিনন্দন জনালো।

  • @Ronaldo_7.U
    @Ronaldo_7.U 4 หลายเดือนก่อน +224

    টোপনি নোহোৱা হৈছে বিজেপিৰ 😂😂😂😂

    • @tanche9085
      @tanche9085 4 หลายเดือนก่อน +4

      Tomar no di na

    • @mientertainment5187
      @mientertainment5187 4 หลายเดือนก่อน +3

      😂😂 gf nai neki bhai

    • @bakulboruah2026
      @bakulboruah2026 4 หลายเดือนก่อน +16

      পালি-পহৰীয়াৰ কথা নকওঁ।খোদ মূখ‍্যমন্ত্ৰীৰে কালিৰ পৰা টোপনি নাইকিয়া হল বোলে।গৌৰৱ গগৈ জিন্দাবাদ।

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 4 หลายเดือนก่อน +1

      ​@@tanche9085 Kuchh Bhi yaar 😂😂😂😂
      Majak chal raha hai kya😂😂😂😂

    • @guninmili6714
      @guninmili6714 4 หลายเดือนก่อน +1

      এই তকলাটো কি বকিছে।

  • @Anowarhussain-gz5ry
    @Anowarhussain-gz5ry 4 หลายเดือนก่อน +101

    Gaurav gogoi is coming CM of Assam

  • @pankajkumarbaishya6775
    @pankajkumarbaishya6775 4 หลายเดือนก่อน +83

    দলৰ কথা নকওঁ সকলোৱে বেলেগ বেলেগ দলত লাগি থাকে ৷ কিন্তু প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈৰ বিকল্প নাই ৷ গৌৰৱ গগৈক জয়ী কৰি অনাৰ দায়িত্ব যোৰহাট সমষ্টিৰ সকলো ভোটাৰৰ ৷ ৰাইজসকল এয়া সময়ৰ আহ্বান ধন্যবাদ ৷ জয় আই অসম ৷

  • @saytanathtamuli9975
    @saytanathtamuli9975 4 หลายเดือนก่อน +84

    হচা কঠা গৌৰৱ জিকিব

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 4 หลายเดือนก่อน +158

    খাই পাত ফলা সকল, গৌৰৱ গগৈ ডাঙৰীয়া এজন সহজ সৰল মনৰ গৰাকী। এইবাৰ খেল জমিব

  • @arunimakalita968
    @arunimakalita968 4 หลายเดือนก่อน +86

    Gourav gagoi is the best..

  • @satishchandraneog3562
    @satishchandraneog3562 4 หลายเดือนก่อน +127

    250000 ভোটৰ ব্যৱধানত জিকিব গৌৰৱ গগৈ।হিন্দীও ভাল কয় গৌৰৱ গগৈয়ে।সীমা ৰাইজে দেখাব।

    • @NK-activ
      @NK-activ 4 หลายเดือนก่อน +5

      5lakh t jikibo

  • @pgoswami5378
    @pgoswami5378 4 หลายเดือนก่อน +112

    এইবাৰ যদিও সমষ্টি পূনৰ্নিধাৰণ হৈছে তথাপি গৌৰৱ গগৈ জিকিব
    বুলি ৰাইজে কয়। দুই লাখ ভোটত
    জিকিব বুলি খাটাংকৈ কব পৰা হোৱা মানে ইভিএমৰ কিবা কাৰ্চাজি
    নকৰেতো? গৌৰৱৰ পিচত হেজাৰ লাগিলেও মাত নোহোৱা মনেমনে চুকত বহি থকা সাংসদক হেনো ৰাইজে এইবাৰ নপঠায়।এইকথা
    জনতাৰ মাজত চৰ্চাচলি আছে।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 4 หลายเดือนก่อน +3

      এতিয়াও supreme court ৰ নিৰ্দেশ ওলোৱা নাই ই ভি এম বন্ধ হব নে VVPAT slip সমান্তৰাল ভাবে গণতি কৰি ফলাফল নিৰ্ণয় কৰিব । মুঠতে ই ভি এমৰ বিকল্প হলে 200 ৰ তলত ৰৈ যাব NDA.

    • @pratimasarma1737
      @pratimasarma1737 4 หลายเดือนก่อน +1

      এই পাত চুৱাখোৱা ই মুৰ্খৰ সাগৰ ত ডুবি আছে। এটা

    • @pratimasarma1737
      @pratimasarma1737 4 หลายเดือนก่อน +2

      গৌৰৱ গগৈৰ ভৰিৰ ধূলিৰ সমানো হ'ব পাৰে বুলি কোনো কোনোৱে ভাবিব পাৰেনে?

  • @janardanbora2803
    @janardanbora2803 4 หลายเดือนก่อน +114

    সুশান্ত টকলাৰ চুলি ওলাব লাগিব গৌৰৱ গগৈৰ লগত ফেৰ মাৰিবলৈ 😅😅😅

    • @souravbaishya3437
      @souravbaishya3437 4 หลายเดือนก่อน +7

      Akdom 😂😂😂😂😂 GAURAV more than 2l vote t joi hobo

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 4 หลายเดือนก่อน +53

    গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব দিয়াৰ পিচত বহুতৰ টোপনি নোহোৱা হৈছে । বান্দৰ বোৰে নাছিলেই গৌৰৱ গগৈ অযোগ্য হৈ যাব নেকি? যোৰহাট আৰু ডিব্ৰুগড় সীমামূৰীয়া সমষ্টি । গতিকে গৌৰৱ গগৈৰ প্ৰচাৰ অভিযানে দুয়োটা সমষ্টিত সমানে প্ৰভাব পেলাব। আনকি পশ্চিমৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থিও উপকৃত হব।

  • @janardonbora2795
    @janardonbora2795 4 หลายเดือนก่อน +38

    Gaurav gogoi জিকিব ১০০% 🙏🙏🙏

  • @monjulahon7712
    @monjulahon7712 4 หลายเดือนก่อน +51

    ভাৰতৰ মানুহে জানে গৌৰৱ গগৈৰ স্থিতি , তোমালোকৰ আবোল তাবোল কথাই নিজকে নিম্ন মানদণ্ড কৰি তুলিছা

  • @izharulhoquebora8251
    @izharulhoquebora8251 4 หลายเดือนก่อน +45

    100%gorob gogoi jindabad

  • @user-pj7wn4ve7v
    @user-pj7wn4ve7v 4 หลายเดือนก่อน +47

    Gaurav Gogoi is right choice for Jorhat.

  • @madhabmiliofficial6251
    @madhabmiliofficial6251 4 หลายเดือนก่อน +32

    কিন্তু গৌৰৱ গগৈক চবেই চিনি পায়

  • @ranjitdutta3411
    @ranjitdutta3411 4 หลายเดือนก่อน +64

    গৌৰবৰ ভয়ত প্ৰলাপ বকিছে।

  • @sharmahdoley6121
    @sharmahdoley6121 4 หลายเดือนก่อน +24

    গৌৰৱ গগৈৰ ভয়ত বি যে পি ৰ টোপনি নোহোৱা হৈছে । সাধাৰণ জনতাই গৌৰৱ গগৈক বহুত ভাল পাই । আগত বি যে পিয়ে গৌৰৱ গগৈ ক মিয়াঁ ভোটৰ কথা কৈছিল কিন্তু এতিয়া কবলৈ ৰাস্তা নাপাই আবুল তাবুল ভুকিছে । গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা জিকিব তাক সকলোৱে জনে । গৌৰৱ গগৈ Zindabad ,

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +53

    এই ইলেকচন মিছলীয়া প্ৰতাৰক মানুহক খেদোৱাৰ ইলেকচন।যিজন মোদীয়ে 2014 চনৰ 16 মেৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব বুলি কৈছিল সেইজনেই এতিয়া বাংলাদেশীক অসমত সোমাবলৈ বৰপীৰা পাৰি দিছে,সকলোৰে একাউন্টত 15 লাখ টকা সোমাব বুলি কৈছিল, আমাৰ আজিলৈকে সোমোৱা নাই, আপোনাৰ সোমাল ছাগে।অসম চুক্তিৰ 6 নং দফা ৰূপায়ন কৰিম বুলি কৈ আজি পৰ্যন্ত নকৰিলে।ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম কৰিম বুলি প্ৰতাৰণা কৰিলে।মূল‍্যবৃদ্ধিৰ কথা কি কম আৰু..... এই চৰকাৰৰ দিনত দুখীয়া বোৰ দুখীয়া হৈ গৈ আছে,ধনীবোৰ ধনী হৈ গৈছে,মাজত মধ‍্যবিত্ত খিনিয়ে হাহাকাৰ কৰিছে।আম্বানী আৰু আদানীক দেশৰ আধা সম্পত্তি মোদী আৰু শ্বাহে গতাই দিলে।অসমৰ জনে ইখনৰ পাছত সিখন চাহ বাগান,প্ৰাইভেট হস্পিতেল,প্ৰাইভেট স্কুল কলেজ,ৰেষ্টুৰেণ্ট,হেজাৰ হেজাৰ বিঘা মাটি কিনি গৈছে।দুখীয়া ৰাইজে পাইছে কি? 1250 টকা,50খন মিটিং মাৰি 10000 টকা।ক্ৰিকেটৰ "ক" টো নজনা অমিত শ্বাহৰ পুতেক BCCI ৰ Chairaman.কোনফালৰ পৰা যোগ‍্য তেওঁ?? এইবাৰ সংসদত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ বাঘৰ দৰে গুজৰি থকা গৌৰৱ গগৈ আৰু নিমাতী কইনাৰ দৰে বহি থকা তপন গগৈৰ মাজত যুজঁ হব আৰু যোৰহাট, শিৱসাগৰ, চৰাইদেউ,মাহমৰা,মাজুলীৰ জনতা জনাৰ্দনে গৌৰৱ গগৈক বিপুল ভোটত বিজয়ী কৰাই পঠাব।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 4 หลายเดือนก่อน +3

      মাৰাত্মক কমেন্ট কৰিছে দেই। একদম ফাটাফাটি। পেটৰ কেঁচু মাৰি দিছে দেই।

    • @user-se1vm4xb2q
      @user-se1vm4xb2q 3 หลายเดือนก่อน

      আপুনি সচা কথা কৈছে। ফাকিয়ো এটা সীমা আছে এই চৰকাৰে শিষ্ট্ৰাচাৰ নাজােনে।অহংকাৰি।

  • @sarbeswar78
    @sarbeswar78 4 หลายเดือนก่อน +20

    গৌৰৱ গগৈদেৱে ৰাস্তা পদূলি চিনি নাপাই কিন্তু ৰাইজেটো তেখেতক চিনি পায়।

  • @user-sd5vm7sg2m
    @user-sd5vm7sg2m 4 หลายเดือนก่อน +30

    Gourav Gogoi zindabad...Gourav Gogoi jikilei Mama r era ending r baat start hbo...

  • @SharatPhukan-wi4bu
    @SharatPhukan-wi4bu 4 หลายเดือนก่อน +29

    এজন সফল সাংসদৰ কাম কাঠৰ পুতলা হৈ সদনত বহি থকা

  • @izharulhoquebora8251
    @izharulhoquebora8251 4 หลายเดือนก่อน +26

    Gorob gogoi jindabad

  • @SharatPhukan-wi4bu
    @SharatPhukan-wi4bu 4 หลายเดือนก่อน +36

    মাৰ্ঘেৰিটাৰ গণভিত্তি জোনবাই vcd হে আছিল

  • @jayantapegu1726
    @jayantapegu1726 4 หลายเดือนก่อน +21

    Zindabad Gourav Gogoi

  • @Sivasagar04
    @Sivasagar04 4 หลายเดือนก่อน +16

    বি জে পি বিদায় দিয়ক ৰাইজ 🙏🏻🙏🏻🙏🏻, এইকেইজনে অসমখন ভালকে চিনি পায় নিকি?? কেলা মোৰ ঘৰতোৱে চিনি নাপাই কথা কবলে আহিছে

  • @user-hu3qy9si2o
    @user-hu3qy9si2o 4 หลายเดือนก่อน +20

    দুৰ্নীতি মাষ্টৰ সকল নিকা গৌৰব পিছত লাগিব আহিব।

  • @sanjayborah818
    @sanjayborah818 4 หลายเดือนก่อน +14

    Gourav Gogoi is Smart and educated politician...

  • @manabj252
    @manabj252 4 หลายเดือนก่อน +17

    Gourav Gogoi jindabad. 😊

  • @user-qo8vh5hg1j
    @user-qo8vh5hg1j 4 หลายเดือนก่อน +17

    Gaurav
    Gaugoi ls best and
    Good
    Leadar of
    Assam

  • @izharulhoquebora8251
    @izharulhoquebora8251 4 หลายเดือนก่อน +21

    Congress jindabad

  • @archanabarua4050
    @archanabarua4050 4 หลายเดือนก่อน +4

    গৌৰৱ গগৈ অসমৰ গৌৰৱ!!আন্তৰিক সুভাকামনা সদাই থাকিব! অসমৰ হৈ আগলৈও ভাল কাম কৰি যাবলৈ ভগৱানে শক্তি দিয়ক ।

  • @tanche9085
    @tanche9085 4 หลายเดือนก่อน +18

    BJP go back

  • @rajdeeppayengofficial6095
    @rajdeeppayengofficial6095 4 หลายเดือนก่อน +22

    100%jikib

  • @m.g.4289
    @m.g.4289 4 หลายเดือนก่อน +25

    গৌৰৱ গগৈ হাৰিলে অসমীয়া কাম নাইকীয়া হৈ পৰিব নিজৰ ৰাজ্যতে কিয়নো বাকীবোৰ প্ৰভুভক্ত। যোৰহাট সমষ্টিৰ যুজ এইবাৰ অসমীয়া সন্মানৰ কথা আহি পৰিছে।

  • @bonomalipegu508
    @bonomalipegu508 4 หลายเดือนก่อน +24

    💯 jikibo

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 4 หลายเดือนก่อน +27

    Karan BJP dolok Gaurav Gogoi he horuwabo paribo. BJP dolot bhoi humaise.

  • @chandandutta3186
    @chandandutta3186 4 หลายเดือนก่อน +11

    Ansal sini pai ki hab, jadi val MP nahay. Gaurav Gogoi gotei majulir hero

  • @user-ub7jc2yd2p
    @user-ub7jc2yd2p 4 หลายเดือนก่อน +8

    যোৰহাট বাসী আপোনালোকলৈ আশাবাদী বামুন‌ চৰকাৰ শেষ কৰিবলৈ

  • @user-Sondesh48
    @user-Sondesh48 4 หลายเดือนก่อน +9

    গৌৰৱ গগৈক লৈ BJP ৰ ইমান ভয় কিয়।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 4 หลายเดือนก่อน +6

    গৌৰৱ গগৈ ক জিকাও k ৰাইজ তেওঁ এজন Strong person

  • @lipidutta388
    @lipidutta388 4 หลายเดือนก่อน +8

    Gaurab Gogoi is the best... That's all

  • @user-pt3en6hl5m
    @user-pt3en6hl5m 4 หลายเดือนก่อน +6

    গৌৰৱ গগৈ জিকিব যোৰহাটৰ পৰা

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 4 หลายเดือนก่อน +6

    গৌৰৱ গৌৰৱৱেই তৰুণ গগৈ ৰ পুত্ৰ ধন্যবাদ

  • @mineswardutta722
    @mineswardutta722 4 หลายเดือนก่อน +8

    Gaurav is king of Assam.jorhat people vote for congress.mai bjp hoi gauravk vote dim.

  • @DimpolDeka-tk3ot
    @DimpolDeka-tk3ot 4 หลายเดือนก่อน +9

    Gourav gogoi ❤

  • @panging2003
    @panging2003 4 หลายเดือนก่อน +9

    খোদ মুখ্যমন্ত্ৰী জনেই নাজানে সাংসদ নে সংসদ

  • @Rongmonstudio
    @Rongmonstudio 4 หลายเดือนก่อน +6

    তক্কৰ হৱ যেন পাইছোঁ, তৰুণ গগৈ lite
    গৌৰৱে গৌৰৱ কঢ়িয়াৱ নে

  • @surenboruah3241
    @surenboruah3241 4 หลายเดือนก่อน +3

    অসমত বৰ্তমান গৌৰৱ গগৈৰ দৰে সৎ, সাহসী নিষ্ঠাবান নেতা এজনো নাই, গৌৰৱ গগৈ জিন্দাবাদ 🙏🙏🙏

  • @user-ul8si7dc6t
    @user-ul8si7dc6t 4 หลายเดือนก่อน +6

    তিনিগগৈ গৌৰৱ গগৈ লুৰিণ জ্যোতি অখিল গগৈ জিন্দাবাদ

  • @user-wg4jt1ee2p
    @user-wg4jt1ee2p 4 หลายเดือนก่อน +4

    Well come to Jorhat ❤❤
    2 Lakh +Vot t jikibo
    GG❤❤

  • @thereality6307
    @thereality6307 4 หลายเดือนก่อน +3

    Gourav gogoi himanta r against t khelileu jikibo buli bhabu, young generation r favourite ❤

  • @utpalgoswami1990
    @utpalgoswami1990 4 หลายเดือนก่อน +5

    সাবধান আকৌ আহিআছে গৌৰৱ গগৈ। তোমালোক সকলোৰে ভয় হৈছে নহয় ? ভয়তে চোৰ , দকাইট , মিছলিয়া সকলৰ ভিতৰত ভয় ,যদি CM. হৈ ঘূৰি আহে আমাৰ কি হ'ব?

  • @MizanurRahman-zm2gh
    @MizanurRahman-zm2gh 4 หลายเดือนก่อน +4

    এজন গৌৰৱ গগৈ লৈ হঠাৎ গোটেই শাসক পক্ষ উঠি পৰি লাগিছে। ইমান ভয় কিহৰ??

  • @chandanphukan8318
    @chandanphukan8318 4 หลายเดือนก่อน +6

    বদৰুদ্দিনক পাহৰিলে ? নে ধুবুৰীত মুখামুখি হ’বলৈ সাহস নাই বিজেপিৰ ৷এতিয়া গৌৰৱ গগৈ হাৰিলেহে বিজেপিৰ ৰামবিজয় নাটখন হ’ব ?

  • @umandailyvlogs5996
    @umandailyvlogs5996 4 หลายเดือนก่อน +8

    Gaura gogai jekibo

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +6

    Many BJP supporters will vote for Gaurav Gogoi this time.

  • @kasturihazarika6979
    @kasturihazarika6979 4 หลายเดือนก่อน +5

    Gaurav Gogoi jindabad❤

  • @healthworld9935
    @healthworld9935 4 หลายเดือนก่อน +6

    Margherita baba tumi kene jna ase.

  • @ranamedak7233
    @ranamedak7233 4 หลายเดือนก่อน +4

    Gaurav Gogoi zindabad kun zikega gaurav jikega

  • @jagamohanbora3301
    @jagamohanbora3301 4 หลายเดือนก่อน +8

    যদি জিকেই তেনেহলে শুই থাকক। খালি গৌৰৱ, গৌৰৱ আৰু গৌৰব এইটোৱে আপোনালোকৰ যে ভয় লাগি আছে সেইটো স্পষ্টকৈ ওলাই পৰিছে।আপোনালোকে আপোনালোকৰ দিশত আগবাঢ়ক গৌৰৱ গগৈ তেওঁৰ লাইনত আগবাঢ়ক ।সেইটোহে হব লাগে ।তাকে নকৰি গোটেই পাৰিযদ গন গৌৰৱ গগৈৰ পিছত কিয়।টনা আজোৰা কৰিছে কিয়।আমি এইবোৰ ভাল পোৱা নাই দে।

  • @monjulahon7712
    @monjulahon7712 4 หลายเดือนก่อน +3

    মহাসয় , সফল সঙসদ নহয় , সফল সাঙসদ ।

  • @nilimnayangautam2382
    @nilimnayangautam2382 4 หลายเดือนก่อน +4

    Jodiu Bjp r xodosyo hoi tothapi Eiber Gaurav Gogoi r hoi kam korim buli Ami Protigya korisu Jorhat বাসিৰ হৈ
    কাৰণ তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা কৰোঁ আমি

  • @barunbarman4965
    @barunbarman4965 4 หลายเดือนก่อน +5

    ভালেহে পাই ভালক জাবৰ যথৰে পাই খালত এতিয়াও চাগে নিমখৰ জাৰে যোৱাই নাই চুৱা চেলেকা বিলাক

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7x 4 หลายเดือนก่อน +4

    Gourav gogoi jikibo jorhator pora

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n 4 หลายเดือนก่อน +4

    Gaurav Gogoi jikiba sushanta borgohain suya seleka hoi

  • @indrapatarvlogs9869
    @indrapatarvlogs9869 4 หลายเดือนก่อน +4

    Gourav gogoi zindabad

  • @pranabgogoi6283
    @pranabgogoi6283 4 หลายเดือนก่อน +3

    Gaurove gogoi jindabad.

  • @arunimakalita968
    @arunimakalita968 4 หลายเดือนก่อน +10

    O bopa gourav gagoi eng nhoi asomia o valke koi.. Voi khaise BJP gourav gogoik..upor maal eiblk eko patta napai..

  • @JINTUMONIBORGOHAIN-pv8ed
    @JINTUMONIBORGOHAIN-pv8ed 4 หลายเดือนก่อน +3

    E v m to nijor kori rakhiso je he karone iman bhute pam buli bhabiso gogoi sir okole jujibo karon taur kantha ase ashibad ase

  • @tarunchdeka1464
    @tarunchdeka1464 4 หลายเดือนก่อน +8

    Constitution vanish not means Gourav Gagai finish now people's of jorhat will be proved the lokasava election.BJP must realise.

  • @xx-cs4yd
    @xx-cs4yd 4 หลายเดือนก่อน +4

    Gaurav Gogoi zindabad

  • @rock5697
    @rock5697 4 หลายเดือนก่อน +3

    Gourav gogoi jindabad go back bjp

  • @manabkalita6192
    @manabkalita6192 4 หลายเดือนก่อน +4

    Gourav Gogoi zindabad

  • @kwrwmdaoboro9792
    @kwrwmdaoboro9792 4 หลายเดือนก่อน +3

    Gaurav gogoi jindabad

  • @rajumonihazarika3282
    @rajumonihazarika3282 4 หลายเดือนก่อน +3

    GOURAV GOGOI❤❤❤❤

  • @chintumoniborah3564
    @chintumoniborah3564 4 หลายเดือนก่อน +4

    Pabitra Margherita apuni Jonbai VCD r he manuh

  • @bishalsarma5306
    @bishalsarma5306 4 หลายเดือนก่อน +24

    কংগ্ৰেছ ৰ গৌৰৱ জিকিব আৰু কৰিমগঞ্জ জিকিব বাকী হাৰিব

    • @ParthapratimHazarika-rb3gv
      @ParthapratimHazarika-rb3gv 4 หลายเดือนก่อน +4

      Guwahati. Nagaon.. Jurhat. Korimgangh.. Dhunuri... Jikibo

    • @bakulboruah2026
      @bakulboruah2026 4 หลายเดือนก่อน +2

      Jorhat,Nagaon, Guwahati, Barpeta,Dhubri, Karimganj Congress jikibo.Dibrugarh t Lurin r lgt Sarbar tough competition hobo

    • @m.g.4289
      @m.g.4289 4 หลายเดือนก่อน

      ​​@@ParthapratimHazarika-rb3gvগুৱাহাটী খেলটো অলপ বেলেগ ইয়াত হিন্দীভাষী আৰু বাংলাভাষী লোকৰ একচেটিয়া ভোট যায় বিজেপিলৈ। লগতে খা খোৱা কিছুমানৰ অংকৰ আছেই নহয়। লাহে লাহে গুৱাহাটী পৰা অসমীয়া আধিপত্য কমি আহিছে।

    • @indrajitdas5677
      @indrajitdas5677 4 หลายเดือนก่อน

      Guwahatit Congress ketiao jikibo nuare ktha dilu 100%

  • @pranjalpdeka6111
    @pranjalpdeka6111 4 หลายเดือนก่อน +5

    Gourav Gogoi নিশ্চয় জয়ী হ'ব, জয়ী হোৱাটো গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয়।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 4 หลายเดือนก่อน +6

    BJP কম্পমান।9,8 ডিগ্ৰি ত

  • @chandandutta3186
    @chandandutta3186 4 หลายเดือนก่อน +3

    Gaurav gogoi is the best

  • @debasishborah7566
    @debasishborah7566 4 หลายเดือนก่อน +3

    Gaurav gogoi ❤

  • @user-eh1pg2zv5h
    @user-eh1pg2zv5h 4 หลายเดือนก่อน +1

    Gawrav tumi aaguai juwa hosa manuh ase,aru thakiba.

  • @mofidrohman6393
    @mofidrohman6393 หลายเดือนก่อน +1

    গৌৰৱ গগৈ জিন্দাবাদ 👍👍👍👍 এতিয়া লাজ পাইছে।

  • @dasp1232
    @dasp1232 4 หลายเดือนก่อน +2

    Gourav Gogoi🎉🎉

  • @deepalideka718
    @deepalideka718 3 หลายเดือนก่อน +2

    পবিত্ৰ ৰ দৰে উপাধি সলোৱা নাই গৌৰৱ গগৈয়ে।

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i 4 หลายเดือนก่อน +1

    gourobh jikibo.❤❤❤

  • @amarjoytidas8141
    @amarjoytidas8141 4 หลายเดือนก่อน +1

    কতো জাব নালাগে এনে জিকিব গৌৰৱ।

  • @thedevogramstory7483
    @thedevogramstory7483 4 หลายเดือนก่อน +3

    Pabitra da apunar cm lora swali kaita kot pohisa.. Aibr jonaba na

  • @arupdutta2554
    @arupdutta2554 4 หลายเดือนก่อน +1

    Hokoluke mili congresok jikabo lage gourob gogoi jindabad

  • @ajitboruah588
    @ajitboruah588 4 หลายเดือนก่อน +7

    Bjp gadder

  • @hind-ok1sf
    @hind-ok1sf 4 หลายเดือนก่อน +2

    Mama tumak aibar amak nalage,tumi amar gonotontro kari niso,aibar amak gourob lagiboi,

  • @Anujpriyam11
    @Anujpriyam11 4 หลายเดือนก่อน +2

    Gourav Gogoi

  • @boikunthogogoi4843
    @boikunthogogoi4843 4 หลายเดือนก่อน +2

    গৌৱ গগৈ

  • @bikashgahatraj6070
    @bikashgahatraj6070 4 หลายเดือนก่อน +1

    Vote for Gaurav gogoi zindabad ❤❤❤

  • @user-jn3tt3dh6r
    @user-jn3tt3dh6r 3 หลายเดือนก่อน

    Knowledge person of Gaurav.❤❤❤❤❤ Zindabad

  • @DhrubajitDuwarah
    @DhrubajitDuwarah 4 หลายเดือนก่อน

    Val monr manuh... Gogoi sir