এচাম প্ৰতিক্ৰিয়াশীল ব্যক্তি আৰু কিছুমান মূৰ্খই আলফা সদস্য সকলে পঞ্চ তাৰকা যুক্ত সুবিধা লৈ ৰাইজৰ ধনেৰে জীৱন উপভোগ কৰি আছে বুলি যে নিতৌ অপ প্ৰচাৰত ব্যস্ত থাকে সেই সকলৰ মুখত আজি এই সাক্ষাৎ কাৰে চূণ সানিলে। ভাল লাগিল। জয় আই অসম !
Arabindra da apuner pora ata kotha janibo mon goise amar jibilak tejal khilonjia lora assomor akarone mori gol hihotor bikhy ki kbo aji emn din hol alfa jonma huwa kintu apunar pora assome aku puwa nai mor distit
Sir, Is this your glory or Obscurity of the land, what is yor significance to the land, what's yor achievements to the soil, where is yor booty to those youths contributed/ sacrifice their life with you......????
Indian army is always best....kintu yaat army aru ulfar juddho hoi thoka nai. Yaat juddho hoise akhomiya jatir maan honman swabhiman aru indian facist political lobbyr majot. Indian army is just a scapegoat made by so called hindi lobby facist govt of this country
Apunaluke Asom khon 20 basar pisole loi gol..seitu bisoye kiba Kobo ne ULFA kori Khali enjoy korile apuna like aru bahut lora suali r life ses kori dile..
@@debojitdutta8962 himan kon hongram nokora hole aji tumar bapere bihari hol heten.. Alp sinta kori sai comment dibo lage.. Sob marwari bihari ahi roja hol heten.. Kio hongram koribo loga hol heibur ktha alp pohi sabi.. Ene ji ti boki murkhor porisoi dibo nalage
@@hrishikeshburagohain9485 Kak kune kiman din bhoi khuwai rakhibo paibo....Tetiwau Marwari Bihirik dhomok di khaisil, ataiau akai dhomok di niz niz dukan solai ase.....Jodi hosai iman dekh premi hol hoi , Akhomia manuhok Marwari aru Bihari logot business Lena Dena bondh koriboli kole hoi..... Marwari aru Bihari Businessman bur ase babaitu ,. ajiu bohutor commission, percentage-or anko solee ase.....Akhomia ata nejai beess khuwa jati...hai babai tu bahira manuhor ajiu dopdoni......
Kiman val val Manu pran gol...apunaloge jehera sai..moi monot porilu...aru buhut dukh lage. Amr gaon ex ULFA Lora ..biya nokorile..aru aatiya ogole thaki...jongolot jaru kheti kori thake. Beya lage mur.
Oshanto Baghphukon khura r ki hol....... Rajkhowa debe jane ne? Bohut Biswasghatok , Xompoti ahoron kora r poth hisape ULFA k use kora neta r bbei ULFA nosto hol....
There is no need to glorify these kind of people after all they r militant who killed innocent people and looted their hard earned money.....To call them freedom fighter is a shame for the word freedom fighter itself.....why the reporter is interviewing such ex militant who had done blood shed in the people's life. Is he want join him? As we all know that ideas r bulletproof, so he may hav surrendered but didn't give up his ideologies which is full of hate for people of other races and this is reflecting in his words as well......shame on the Assamese journalist for glorifying such insane of humanity.
Beya lagil eikaranei je , apunaloke asom r jiman khyati karile , asom k eku diba nuarile. Absye apunaluk keijanmane je life tu banale labh r vitarat xeikhiniei.
এচাম প্ৰতিক্ৰিয়াশীল ব্যক্তি আৰু কিছুমান মূৰ্খই আলফা সদস্য সকলে পঞ্চ তাৰকা যুক্ত সুবিধা লৈ ৰাইজৰ ধনেৰে জীৱন উপভোগ কৰি আছে বুলি যে নিতৌ অপ প্ৰচাৰত ব্যস্ত থাকে সেই সকলৰ মুখত আজি এই সাক্ষাৎ কাৰে চূণ সানিলে।
ভাল লাগিল।
জয় আই অসম !
আপোনালোকৰ কষ্ট হৈছে বহুত সেইটো মানিছো..কিন্তু এতিয়া আপোনালোক এতিয়া ভি.আই.পি ৰ সুবিধা লৈ থকা দেখা যায়..মৰি যোৱা খিনিৰ কাৰণে একো নকৰিলে .
সঁচা কৈ কোনেও মনত নেপেলালে
aitu nijor hidhanta asil...apuni moi kobo nuwaru
কাহিনী বোৰ শুনি থাকিলে, শুনি থাকিবলৈ মন যায়, সপোন সপোন যেন লাগে,
" জয়-আই-অসম "
এখেত সকলৰ জাতিপ্ৰেম,দেশপ্ৰেম ভাল নেলাগে আজিকালি,এখেতসৱৰ ভূল সিদ্ধান্তৰ বাবেই বহুত প্ৰতিভাৱান অসমীয়া যুৱক যুৱতী অকালতে হেৰাই গল,কত জীয়ৰী বোৱাৰী ধৰ্ষিতা হল ,কত ঘূনীয়া হল হিচাব নাই,,,এখেত সকলৰ এচামে সেনা,পুলিচৰ ভয়ত যাৰ ঘৰত আত্মগোপন কৰিছিল পিছত শান্তিৰ নামত ঘূৰি আহি পূৰ্বে আশ্ৰয় লোৱা ঘৰৰ মানুহবোৰৰ ওপৰত সেনাৰ সৈতে মিলি অকথ্য নিৰ্যাতন চলালেহি,,,মনত পৰিলেই কিবা ঘূণা ভাব আহে.....
সহজ সৰল বোৰক জংঘলত এৰি আপোনালোকে নিজৰ লৰা ছোৱালীক ম্যানমাৰ, বাংলাদেশৰ দামি হোটেলত পঢ়াই শুনাই টক টকিয়া কৰিলে,আৰু আজি দিল্লীত শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি শান্তি চুক্তি কৰিলে,আকৌ অসম ৰক্তাক্ত হোৱাৰ বাট মুকলি কৰিলে,কাৰণ আলফা,ছালফা আৰু আলফা (স্বাধীন )
আলফাত শ্বহীদ হোৱা পৰিয়াল সকলৰ খবৰ লৈছে নে আজি লৈকে। সেই পৰিয়াল সকলৰ ককাই ভাই,বাই ভনী ৰ তেজেৰে ফাকো খেলি আৰু পিতৃ মাতৃৰ বুকু উদং কৰি এতিয়া ৰাজ ভোগ কৰিছে আপোনালোকে। তেজাল ডেকা গাভৰুৰ তেজৰ বিনিময়ত পোৱা gadit বহি ৰাজ ভোগৰ সুৱাদ লোৱা নেতা আপোনালোক। আলফাক ভাল পাওঁ কিন্তু আলফাৰ নামত স্বাৰ্থ সিদ্ধি কৰা নেতাক নহয়। জয় আই অসম
যুদ্ধত সৈনিকৰ মৃত্যু হোৱাতো স্বাভাৱিক………সকলো সৈনিকৰ পৰিয়ালত গৈ খবৰ লোৱাতো সম্ভৱ নহয় কিন্ত মৃত্যুৰ সময়ত খবৰ লয় সেই বিষয়ে আপোনি নাজানিব পাৰে মই জানো।সকলো সংগঠণৰ বাবেই এইয়া সম্ভৱ নহয়।সেইবাবে এই কথাবোৰ কৈ বিশৃংলতা নিবিয়পাব।
@@biplobphukan2162 বিশিংখল বিয়পুৱা নাই সঁচা কথা কৈছোঁ। মীত্যুৰ সময়ত খবৰ ললেই দায়ত্ত শেষ হৈ যায় নে কি?শ্বহীদৰ কিমান পৰিয়ালৰ আজি অৱস্থা পানীত হাঁহ নচাৰ দৰে হৈ আছে আৰু কিমান জনে পঙ্গু হৈ জীৱন কটাব লগীয়া হৈছে। তেওঁলোকৰ বিষয়ে আপুনি কি কব। তেওঁলোকক সহায় কৰাটো নেতা সকলৰ দায়ত্ত।
@@papanborah3866 এইটো কোনো চৰকাৰী পক্ষৰ সংগঠণ নহয় যে মৃত্যু হলে পেঞ্চন দিব।সকলোৱে জানিচিল ইয়াত গলে একো নাপাও ব্যক্তিগতভাবে কিন্তু মনত থকা স্বাধীনতাৰ ভাব আৰু অসমভূমিৰ প্ৰতি থকা মৰমৰ বাবে তেওলোকে মৃত্যুৰ পথলৈ জাবলেও কুন্ঠাবোধ নকৰিলে।তেওলোকৰ পৰিয়ালক কোনে টকা পইচা দিব নিজৰ বিবেকেৰে এবাৰ ভাবি চাওক।নেতাবোৰে সকলো দল সংগঠণৰে নেতৃত্বহে লয় কাকো জোৰ কৰি তহতি আহিব লাগিবই বুলি নকয়।
বহু নেতাৰ আজি নিজৰে খাব খুতিৱ সমস্যা তেওলোকে বাকীসকলৰ দায়িত্ব কেনেকৈ লব।কথাবোৰ যুক্তি ৰাখি অৰ্থ থকাকৈ কব।যি তি কথা কৈ মানুহৰ সংগ্ৰামৰ প্ৰতি থকা মৰম,জাতিৰ প্ৰতি থকা প্ৰেমবোৰ ম্লান নকৰিব।
@@biplobphukan2162 চাওক সংগঠনৰ প্ৰতি মোৰ বহুত আদৰ,প্ৰেম ,ভাল পোৱা আছে। যি সকলে আজিও সমস্ত ত্যাগ কৰি হাবি জঙ্গলে ঘূৰি ফুৰিছে তেওঁলোকক সদায় মই সম্মান জনাও আৰু জনাই থাকিম। আৰু মই তেওঁলোকৰ কথা কুৱাও নাই মই কৈছোঁ যে যি সকলে আজি দিনত ঘূৰি আহি gadi বাবে বলিয়াই হৈ ফুৰিছে তেওঁলোকৰ কথা হে কৈছোঁ। উদাহৰণ স্বৰূপে হিৰা শৰণীয়াৰ চোৱা। তেওঁৰ আজি কি নাই। আপুনি মোক ভুন নুবুজিব বিল্পব ৰ প্ৰতি আমিও আগ্ৰহী কিন্তু আমি তেওঁলোকৰ দৰে ত্যাগ কৰিব নোৱাৰিচো। জয় আই অসম
@@papanborah3866 নিশ্চয়কৈ দুই এজন তেনেকোৱা মানুহ আছে তাক নুই কৰিব নোৱাৰি।কিন্তু আমি সংগ্ৰামখনৰ কথাহে ভাবিব লাগে। জাৱৰ সকলোতে থাকে এইবোৰৰ কথা উল্লেখ কৰিব নালাগে এইবোৰ সমালোচনাই প্ৰকৃত সংগ্ৰামী সত্বা থকা বীৰসকলৰ মনত কষ্ট দিব।
বহুদিনীয়া মনৰ interview এটা চাব পালোঁ!! ভাল লাগি কথাবোৰ জানি! ধন্যবাদ।! অনুপ চেতিয়া ৰো ও এটা interview কৰিবছোন!!
Bohut hunibor Mon Jai hongraami jivonor kotha .. thanks for the video...
আপোনালোকৰ কষ্টক সন্মান জনাইছোঁ....তথাপি জানিব মন যায় আলফাক মন প্ৰাণ দি যোৱা বহু যুৱক ঘুনিয়া হৈ পৰি আছে তেওঁলোকৰ বাবে আপোনালোকে কি কৰিছে
বৰ্তমান উঠি অহা প্ৰজন্মলৈ কি আহ্বান বা কি কৰিছে
Caak hudhisa !?
অসমখনক আধা শেষ কৰি এতিয়া ফটা লেকচাৰ নিদিব কাইদৌ_ এতিয়া পেলাই বহি থাকক
তহত ৫/৬ জনৰ কাৰনে কিমান অসমীয়া লৰা ছোৱালী মৰিল কিমান ঘূণিয়া হ'ল এতিয়া খবৰ ৰাখিছনে ঘূণিয়া হোৱা কেইটাৰ ।। বালৰ মুক্তি যোদ্ধা ।।
Feel proud to be an Assamese
Val lagel kotha bur xuni..... Apunalok tiyak Axomi Aai a mont rakhibo. Joi Aai Axom 🙏
এতিয়া আলফাৰ অসমৰ বাবে কৰণীয় কি হ’ব স্পষ্ট কৰক ভাল পাম ৷
স্বাৱলম্বীটাই স্বাধীনতা।
Poripokko swabhilombhitai swadhinota...
Bohut kotha nukuwakoi thakil Jen lagil.
ভাল লাগিল ।
সকলোৱে লগ হৈ পৰেশ বৰুৱা ডাঙৰীয়াক অকলশৰিয়া কৰিলে
সংবাদ মাধ্যমক বিনম্ৰ অনুৰোধ ,সাধু নুশুনাই অন্তত অসমীয়া মানুহৰ কিবা এটা সুবিধা হোৱা বাতৰি পৰিবেশন কৰে। ইহঁত বাছিলে কিন্তু এচাম মৰিলে নে ইহঁত বোৰে মাৰিলে ,? ইহঁতবোৰৰ নীতি আদৰ্শ দেখি এচাম আলফা লৈ গৈছিল , প্ৰথম ইহঁতবোৰক গৰকি ধৰিব লাগে, ইহঁত বোৰৰ বাবেই এচাম লৰা ছোৱালী মৃত্যু হল চিৰন্তন সত্য কথা
জয় আই অসম
Xundor
আমাক ইনাৰ লাইন পাৰ্মিট লাগে
আলফাই ইয়াক দাবী কৰক
Arabindra da apuner pora ata kotha janibo mon goise amar jibilak tejal khilonjia lora assomor akarone mori gol hihotor bikhy ki kbo aji emn din hol alfa jonma huwa kintu apunar pora assome aku puwa nai mor distit
Right👍
Agote ULFA banan 2lekhibo xikh tar pisot prashna kribi...
@@jagadishhaloi1207 lol hosa kotha kole tur gaat lage?
@@pragyannath903 sutmarani,maksudai,puwali hoi toi agot dangor hoi la
@@jagadishhaloi1207 😂🤣😹 puwali hoi kintu hoityakari, oporadhi eibr nohou..
Ontoto bhija mekurir dore polai nufuru
অসমখন শেষ কৰি দিলে
Joi aai axom
Joi ai axom
প্ৰণয় বৰদলৈ এবাৰ লগ খৰিম ভূপেন হাজৰিকাৰ ওপৰত আপুনি কিছুমান কাম কৰিব লগা আছে যিবোৰ কাম আনে ভবা নাই
সঁচাকৈ বৰ কষ্টকৰ আছিল। মুক্তি বাহিনীত অংশগহন কৰাৰ ইচ্ছা তো থাকি গল
Bah,Bah Sundor, Sindor Vinideo Arbinda Rajkhowa, Ex President,ULFA Surrender Group. Many, Manny thanks Vinideo,Arbinda Rajkhowa.
&
Smt, Kabery koshary wife of Arbinda Rajkhowa.
Assam first.........
এইটো কথা কোনে শুনে হয় বহুত ভাল আলোচনা কৰি ৰাইজৰ সমস্য সামাধান কৰি দিলে ,এতিয়া ৰজা হৈ কাৰো কথা চিন্তাৰ নকৰা এজন স্বাৰ্থপৰ মানুহ ,অক থু
এই কষ্টৰ ফল শূন্য / কেৱল আপোনালোক কেইজনৰ বাবে -
" কিন্তু অসম নমৰে আমিও নমৰো । সকলোৰে নিজস্বতা আছে "
জয় আই অসম
"Ami" nijosswata keneke thake lengta !?
Bhal lagil.
বুৰ্বক আলফা
সুবিধা বাদী পলৰীয়া সৈনীক 😊
Jay air Aasam
মাৰি পেলাবই লাগিছিল!খেলা খটম হল হেতেন!!!!
ইহতি বিদেশত থাকি দেশ স্বাধীন কৰে।ইলএক্চনত উঠে বুলি সন্দেহ ইহতি
ULFA ase babe he aji Assam ase ..Jai ai AXOM...
12:13 অৰবিণদ আপুনাৰ কথা ভাৱ নালাগিল,,,আপেনাৰ লাজ লাগিব লাগিছিল,
এতিয়া অসমৰ বাবে কিবা এটা কৰক
Anup chetiya sirk sabo bisaru
Kam nai bahut toka ghotisili
এইবোৰ নাটক ৰাইজক দেখুৱাবলৈ লাজ নেলাগিলনে ? যদি ইমান নিষ্ঠাৰে সংগঠন কৰিছিলে এতিয়া নেতাবোৰে মাহিলি লাখটকীয়া দৰমহা লৈ বাকী কেদাৰৰ কথা চিন্তা নকৰিলে কিয় ? সাধাৰণ কেদাৰে নিৰাপত্তা দিদিলে নেতাবোৰ জীয়াই থাকিল হেতেন নে ? এইবোৰ নিউজ কৰিবলৈ অকনমানো লাজ নেলাগিলনে ? কাহিনী শুনিবলগীয়া থাকিলে সাধাৰণ কেদাৰৰ ওচৰলৈ যাবলৈ নিউজ চেনেলবোৰক অনুৰোধ জনালো ।
Anup chetia Paresh Barua aru Arabinda
Rajkhowa adi kori aponalokar asomia
Jatir ek got kora abadan ami pahari
Najau
Apunalukr krne bohut ghr sesh hoi goise... Swadhin axom alik kolpona
Baideu ye kapurt dharile ককাইদেউ kihat dharile ba।
It's all meaning less.
Mezangkori gos jupa kenekuwa next videot simpol tu dekhabo bili akha korisu
_মিছাৰাম আলফা_
নিজৰ চাৰ্থৰ বাবে কৰিলি জি কৰিলি ৰাইজৰ বাবে কি কৰিলি মহাশয় বিলদিংঙত আছানে জুপুৰিত থাকা
amak anakuwa news nalage...swadhenotar news lage..ahom katia suwadhen hobo.
Video চোৱা নাই, কমেন্ট পঢ়িব আহিছো😀
Xongothon tot xumai... bhaal korili ki...!!! xikali ki .....! eibur ko
Ene opodartha des drohi r saikhat kio koriba lage
Hoi borah eibur r karone axom khon dub goise
kimn hoise hunisu , bhut dekhisu .. dhemaji kando oo mont ase vl koi mnt ase... kionu heibilk more logor asil heidina moioo mor schoolt goisilu , bhut vl loga asil but bhit pist he hunilu je dhemajit enkua kando hol .. ru bhut pist kiba kibi nm bilko hunilu ru heijonr mukhot vogobot hunile vl nlage .. niyai hole niyai hbo lge..
beya lgi thkil ajio lge .... ki kom upaioo ni.. jihe2 tr piste bor bor neta bur lgi thke .. poisa he mat mate
vogban ase .. so tr fol2 ooo paboo mat2 sun mota hahhh jen hoise ... ru kiba hbo xikhu kul bodh korise na.. pap2 vale hbo ru folooo valee hbo ... mor mone koi..
Madam hei kothabur etia hubha napai,kiano, apunaluke surrender korise
Bohut kosto korise....moi nuwarim😢
Sir, Is this your glory or Obscurity of the land, what is yor significance to the land, what's yor achievements to the soil, where is yor booty to those youths contributed/ sacrifice their life with you......????
Ulfale etae pun potia prosno mur falor pora. Apunaluke amar okhomiya manuh mara ru kosto diar bahire ajileke ki korile akhomiya jatitur babe?
Sesta korilsile hunor Axom goribule.
অৰবিন্দ ৰাজখোৱাই নিজৰ সুবিধাৰ কাৰণে আলফাকৰি অসমৰ মানুহ বোৰক মাৰিছিল।
Bal tohot kela,,,, Indian army always best❤️🙏🇮🇳💪
Indian army is always best....kintu yaat army aru ulfar juddho hoi thoka nai. Yaat juddho hoise akhomiya jatir maan honman swabhiman aru indian facist political lobbyr majot. Indian army is just a scapegoat made by so called hindi lobby facist govt of this country
@@AqUaBbIsT ghoti tu korise
Stay home stay safe..
Janibo pari bohut val lagil, apunalokar ovighyata ami gom palu khikilo,lagate apunaluk khukharira ahi puwar karone val lagise god r usarat.
We love❤
Apunaluke Asom khon 20 basar pisole loi gol..seitu bisoye kiba Kobo ne
ULFA kori Khali enjoy korile apuna like aru bahut lora suali r life ses kori dile..
At last what have you done?Plz remember the past of 1983or 79.
val lagil
ইমান ভয়াতুৰ আলফা কত ল'ৰা মৰিলে
Aaj Tak Jindabad ...
বহুত ভাল নেতা আছিল
Ami haru hoi thakute bohut kasta palu ulfar karone.poha hunat bohut akhubidha hl.rati ulfai vat khai ratipua army a pitan dia hi
Army nam hunilei polai pattang dia hokale shwadhinata aniba nuare.dui 1ta ambuse kari polai juar bade ki karise .dam thakile judha kariba lage.anai akhomia lora burak maruai hekh karise.
❤
Dhunia bihu gai 😊
Kiman deka lora life gol Kune tar responsibility lobo atiya apunalokar happy life
Hongram kori ki pale, eman bur niroh manuhor pran gol, bhatri ghai honghat hol, kar ki lav hol, Akhom khon pasuwai gol, hoinkhaloghu Bangladeshi Akhom uposi poril.. Atia cororpoti hoi bhug bilakhor jibon kotai ase......Dekh prem-or kotha apunalukar mukhot hubha diyene...
ki kom aru.... nijore lazz lage...
Nijor itihah jona Tu bhal kokai.. Ene sel belai thaki laav nai.. Murkhamir porisoi nidiba
@@hrishikeshburagohain9485 Kisuman ...Jodha Murkho-u thake....je bhabe , taulukor naam itihahokot hunali akhore likha thakibo...mukh supoti Mari homoi nosto kori lav nai.....
@@debojitdutta8962 himan kon hongram nokora hole aji tumar bapere bihari hol heten.. Alp sinta kori sai comment dibo lage.. Sob marwari bihari ahi roja hol heten.. Kio hongram koribo loga hol heibur ktha alp pohi sabi.. Ene ji ti boki murkhor porisoi dibo nalage
@@hrishikeshburagohain9485 Kak kune kiman din bhoi khuwai rakhibo paibo....Tetiwau Marwari Bihirik dhomok di khaisil, ataiau akai dhomok di niz niz dukan solai ase.....Jodi hosai iman dekh premi hol hoi , Akhomia manuhok Marwari aru Bihari logot business Lena Dena bondh koriboli kole hoi..... Marwari aru Bihari Businessman bur ase babaitu ,. ajiu bohutor commission, percentage-or anko solee ase.....Akhomia ata nejai beess khuwa jati...hai babai tu bahira manuhor ajiu dopdoni......
@@debojitdutta8962 tohotor nisina bodon ase karone axomot bahiror manuh ahi mati kini roja hoi ase.. Beleg kunu North East state t kinibo nuare..
Selfish...
অ মাগো
Atia2 aoponalok VIP ...but jibor deka lorar jibon dhangsha kri dile sihot bodnami hl
Bordumsar pora like korilu
Your arms revolution is still vain, but what are you doing my nation ,
Singing is well but when dreams will come true
CAA andulonor Natokot, Jati jetia 2, 3bar ontorastrat nogno hoisil tetia bihu gaan mukhot nufutil dekhun satellite TVr agot !?
Kkhotom hol asom khn
Apunaluke ki krile sadhin akhomor hopun dekhuwai tejal hahokhi lotabur marila nijr hubidha badi laj lage hunile aibur kothabur
Kiman val val Manu pran gol...apunaloge jehera sai..moi monot porilu...aru buhut dukh lage. Amr gaon ex ULFA Lora ..biya nokorile..aru aatiya ogole thaki...jongolot jaru kheti kori thake. Beya lage mur.
দালালৰ কথা শুনাৰ মন নাই
Oshanto Baghphukon khura r ki hol....... Rajkhowa debe jane ne? Bohut Biswasghatok , Xompoti ahoron kora r poth hisape ULFA k use kora neta r bbei ULFA nosto hol....
Apunalok ase karone khilonjolia akhomiahokol akhomiahisape jiai thakib o parise.
Thikey Jiyai ase mathu...
Apunaluke assam bohut pisoloi loi goise. Atia bhal kam korok
👍👍
অতিকৈ ভাল লাগিল
আপুনাক্ কোনুঃ্্দিন্্।।চাপৰত নকৰ্ু
Kapuror chaal di keneke TVt ulabo paru o i.. Hendur noloi j apunar hongothonor proti morom bur besi asil jen pau nijor swamitkoi..
There is no need to glorify these kind of people after all they r militant who killed innocent people and looted their hard earned money.....To call them freedom fighter is a shame for the word freedom fighter itself.....why the reporter is interviewing such ex militant who had done blood shed in the people's life. Is he want join him? As we all know that ideas r bulletproof, so he may hav surrendered but didn't give up his ideologies which is full of hate for people of other races and this is reflecting in his words as well......shame on the Assamese journalist for glorifying such insane of humanity.
কি লাভ হ'ল অসমৰ?????
goru khuwa bamunor tolotia luv lage tuk !?
@@djpallav7387 toi goru khowa niki
Kam nai ehotor
Please publishing a book in Bengali medium.
অৰবিন্দ ৰাজখোৱাৰ দৰে বুৰ্বক মানুহ এইখন অসমত মাত্ৰ দুজনমানে আছে ।
Game kheli ki faliso?? Gaming pro bule tar naam.. Ki baal koriso? Kunu sini napai tuk.. Baperor poisa khai bohi aso ghrt.. Lukok kobo ahiso
@@hrishikeshburagohain9485 toi kar poisa khai aso
@@rituparnasarmah4750 nijor income..
দুজন মানৰ ভিতৰত তই এজন হেই বাবে বেলেগক বুৰ্বক কৈছ
apunni kiman gyani gom paisu
Beya lagil eikaranei je , apunaloke asom r jiman khyati karile , asom k eku diba nuarile. Absye apunaluk keijanmane je life tu banale labh r vitarat xeikhiniei.
বৰ দুষৰ কথা
Rajkhowa dangaria, high tech farm nichay hobo.,
Banpanit uti ohatur kotha hun
👍