অসমীয়া, হিন্দী সানমিহলি কৰি নতুনত্বৰে পাৰ্থ প্ৰতিম বৈশ্য, পৰাগ কলিতা আৰু চন্দন শৰ্মাই জুৰিছে সুৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ธ.ค. 2023
  • NKTV PLUSত আজিৰ অতিথি (বেণ্ড অফ থ্ৰী)ৰ পাৰ্থ প্ৰতিম বৈশ্য, পৰাগ কলিতা আৰু চন্দন শৰ্মা
    পৰাগ কলিতা, চন্দন শৰ্মাৰ সহযোগত গীত গাই ভাইৰেল পাৰ্থ প্ৰতিম বৈশ্য
    ইটোৰ পিছত সিটো গীতে খলকনি তুলিছে শ্ৰোতা-দৰ্শকৰ মাজত
    অসমীয়া, হিন্দী সানমিহলি কৰি নতুনত্বৰে জুৰিছে সুৰ
    নিজৰ ঠাইতে গীত পৰিৱেশন কৰিবলৈ দিয়া হোৱা নাছিল পাৰ্থ প্ৰতিমক
    গীত পৰিৱেশন কৰিব নোৱাৰে বুলি মঞ্চৰ পৰা নমাই দিছিল পাৰ্থ প্ৰতিম বৈশ্যক
    সাংস্কৃতিক জগতখনত বৰ্তি থাকিবলৈ মাটি-বাৰী সকলো বিক্ৰী কৰিছিল পাৰ্থৰ পিতৃয়ে

ความคิดเห็น • 516

  • @patirabha325
    @patirabha325 6 หลายเดือนก่อน +50

    আপোনালোকৰ সহজ-সৰল মাৰ্জিত আৰু অমায়িক আচৰণেই মোক আপ্লুত কৰি তুলিলে ৷ তিনিজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ পাৰ্থ প্ৰতীম বৈশ্য সঁচাকৈ আপোনাৰ কণ্ঠত যাদু আছে ৷ জীৱনৰ বাটত অধিক সাহসী আৰু শক্তিশালী হৈ উঠা..

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 6 หลายเดือนก่อน +50

    অতি সুন্দৰ। তিনিওজনলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। অনাগত দিনবোৰত সপোনবোৰ বাস্তৱায়িত হোৱাৰ আশাৰে.......

    • @pradeepkrtalukdar481
      @pradeepkrtalukdar481 6 หลายเดือนก่อน +2

      বৰ সুন্দৰ ,ভাল লাগিল শুনি।❣️👌💐

    • @mujahidulislam7975
      @mujahidulislam7975 6 หลายเดือนก่อน +2

      Excellent Voice

    • @prafullabora4935
      @prafullabora4935 5 หลายเดือนก่อน

      Mur para shuvesha thakil,khub val lagil ,agarloi zaik, thanks

  • @khagenduwari9002
    @khagenduwari9002 6 หลายเดือนก่อน +8

    বহুত ধুনীয়া ।
    আটাইকেইজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @mantupathak2932
    @mantupathak2932 6 หลายเดือนก่อน +13

    বৰ সুন্দৰ পৰিবেশন, একদম শুনি থাকিবৰ মন যায় থাকে, তিনিও জনৰ উজ্বল ভৱষ্যত কামনা কৰিলোঁ, তোমালোকে আমাক বহুত আনন্দ দিচা ভাল লাগিল

  • @user-dl6hg9mw9e
    @user-dl6hg9mw9e 6 หลายเดือนก่อน +17

    আজি প্ৰথম দিন শুনিৰে মন চুই গল।❤❤❤

  • @lakheswarbora4825
    @lakheswarbora4825 6 หลายเดือนก่อน +5

    কথাবোৰ খুলি কোৱাৰ বাবে ভাল লাগিছে । ভগৱানক 🙏 কুশলে ৰাখক আগুৱাই যোৱা ❤❤❤❤❤

  • @bkgogoi8636
    @bkgogoi8636 6 หลายเดือนก่อน +5

    বহুত বহুত ধন্যবাদ আগলৈ আগ বাহি যোৱা ইশ্বৰে দয়া কৰক । অতি সূন্দৰ হৈছে । ❤ ❤ 🙏🙏🙏🙏

  • @pankajnath8170
    @pankajnath8170 6 หลายเดือนก่อน +7

    দুৰ্দান্ত l ফালি দিয়ক l মোৰ আন্তৰিক আশীৰ্বাদ থাকিল

  • @suntobora9806
    @suntobora9806 6 หลายเดือนก่อน +12

    অপূৰ্ব কণ্ঠ, অপূৰ্ব বাদ্যযন্ত্ৰ সংমিশ্ৰণ।তিনিওৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @chitraleetalukdar170
    @chitraleetalukdar170 6 หลายเดือนก่อน +27

    Voice❤❤❤ ultimate..Nalbariya rocks🥰

  • @runumaiphukan943
    @runumaiphukan943 6 หลายเดือนก่อน +5

    বৰ সুন্দৰ পদক্ষেপ , ভাল লাগিছে ।আপোনালোকৰ মাৰ্জিত কথা বতৰাই সকলোকে মুগ্ধ কৰিব ।আগুৱাই যাওক শুভেচ্ছা থাকিল ।

  • @hemalatahazarika6769
    @hemalatahazarika6769 6 หลายเดือนก่อน +5

    বৰ ভাল লাগিল। হিন্দী গীতৰ পৰিবেশন অতি সুন্দৰ। আগবাঢ়ি যোৱা।

  • @MonikantaCreation
    @MonikantaCreation 6 หลายเดือนก่อน +6

    তোমাৰ কন্ঠৰ প্ৰেমত পৰিলোঁ বেয়াকৈ । কেতিয়াবা লগ পাম।

  • @user-tq6bv3vi3z
    @user-tq6bv3vi3z 6 หลายเดือนก่อน +9

    বৰ সুনদৰ কন্ঠ আশীবাদ কৰিছো সকলোলৈকে

  • @poragnath8018
    @poragnath8018 6 หลายเดือนก่อน +4

    বহুত ভাল লাগছে। ইমান সুন্দৰ কণ্ঠ।আপোনালোকে আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ❤❤❤

  • @MrDebDas
    @MrDebDas 6 หลายเดือนก่อน +14

    He is talent of assam so please kindly request to all listen him ....

  • @atikulislam6579
    @atikulislam6579 6 หลายเดือนก่อน +3

    বহুত সুন্দৰ কণ্ঠ। ভাল লাগিল অসমীয়া হিন্দী গীতৰ সংমিশ্ৰণ।

  • @bituali1307
    @bituali1307 6 หลายเดือนก่อน +7

    I love this voice no1 voice I think this voice is world no1 voice

  • @dibyajyotisaikia5710
    @dibyajyotisaikia5710 6 หลายเดือนก่อน +97

    দম থকা ভইচ ।❤ Keep it up

  • @digantagogoi3221
    @digantagogoi3221 6 หลายเดือนก่อน +2

    বহুত ধুনীয়া লগা সুৰ। আগলৈ আগবাঢ়ি যায়ক 🥰🥰🥰

  • @user-yt4xw4dq1x
    @user-yt4xw4dq1x 6 หลายเดือนก่อน +6

    Super duper ভাইটি
    তোমাৰ গান শুনি পাগল হৈছোঁ

  • @user-sq8nd8hg7p
    @user-sq8nd8hg7p หลายเดือนก่อน +1

    Iman bhal lagise hridoi khon thana pori goise ujal kamona korilu

  • @NalbariLoraMoi786
    @NalbariLoraMoi786 6 หลายเดือนก่อน +7

    পাৰ্থ দা তুমি সদাই আগুৱাই যোৱা ❤

  • @user-kc9bq7sy6d
    @user-kc9bq7sy6d 6 หลายเดือนก่อน +2

    প্ৰতিভা থকা জনক তিৰস্কাৰ কৰাটো বৰ ........ কি কম শব্দ নাই অ
    প্ৰতিম দা Keet it up
    we support all of you

  • @samudranathdeka4879
    @samudranathdeka4879 3 หลายเดือนก่อน

    সঁচাকৈয়ে সুন্দৰ কণ্ঠ দেই । শুনি বৰ ভাল লাগিল । আগবাঢ়ি যাওঁক শুভেচ্ছা সদায়ে থাকিব ।❤❤❤

  • @bobitaborah1356
    @bobitaborah1356 6 หลายเดือนก่อน +6

    বহুত ভাল লাগিল শুনি ।তিনিও জনলৈকে মোৰ আশীৰ্বাদ থাকিল ।

  • @user-wt5mx6ex2z
    @user-wt5mx6ex2z 6 หลายเดือนก่อน +4

    পাগল কৰিব বৈশ্যই ৷ বৰ সুন্দৰ ৷ বন্ধু আগুৱাই যোৱা ❤

  • @jnvlogs2821
    @jnvlogs2821 6 หลายเดือนก่อน +2

    বহুত সুন্দৰ দে, তিনিও জনে ভালদৰে আগুৱাই যোৱা ।অলপ ভগৱানৰ নাম লৈ সাধনা কৰিবা ।

  • @user-sq8nd8hg7p
    @user-sq8nd8hg7p หลายเดือนก่อน +1

    Tumalokor gaan huni duniya khon pahori goisu aru aag bahi jua

  • @lipjyotibaruah776
    @lipjyotibaruah776 6 หลายเดือนก่อน +6

    Ultimate..... excellent......keep it up...May God bless all of you

  • @bhabenpegu8730
    @bhabenpegu8730 6 หลายเดือนก่อน +2

    সুন্দৰ পৰিবেশন কৰিছে । আগললৈ আগুৱাই যোৱা তাৰে কামনা কৰিছো ।

  • @krishnaborah2420
    @krishnaborah2420 หลายเดือนก่อน

    তোমালোক সদায় একেলগে আগবাঢ়ি যোৱা

  • @dilipsaikia4922
    @dilipsaikia4922 6 หลายเดือนก่อน +1

    Awesome...suni amoni nologa geet bur..tuma Loko loi best of luck..Again jua..God bless you all

  • @dhrubajitkalita7689
    @dhrubajitkalita7689 6 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ, অন্তৰৰ পৰা গাইছে, বহুত ওপৰত যাব এওঁলোক, সহজ-সৰল গাৱলীয়া লৰা ❤

  • @JituGogoi123
    @JituGogoi123 6 หลายเดือนก่อน +4

    ❤🎉❤❤❤❤❤🎉❤ হৃদয়ৰ পৰা ভাল লাগিল । অ ৰাম ।

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c 6 หลายเดือนก่อน +2

    মজা ইয়াত কোনো দ্বিমত থাকিব নালাগে। আগুৱাই যোৱা আশীৰ্বাদ থাকিল তিনিওলে

  • @user-xu6yj6hh1c
    @user-xu6yj6hh1c 6 หลายเดือนก่อน +1

    Damodar tune bhai

  • @mahendranath4681
    @mahendranath4681 6 หลายเดือนก่อน +3

    বঢ়িয়া। তোমালোকলৈ আশীৰ্বাদ থাকিল। ❤

  • @matuborah818
    @matuborah818 หลายเดือนก่อน

    অতি সুনদৰ।ভাষা নাই কবলৈ।

  • @mallikahazarika7573
    @mallikahazarika7573 4 หลายเดือนก่อน

    সুন্দৰ কণ্ঠ, শুনি থাকিবৰ মন যায়।

  • @sanasarmah3644
    @sanasarmah3644 6 หลายเดือนก่อน +11

    Khatara voice.... ❤❤❤

  • @dipakrajbongshi658
    @dipakrajbongshi658 3 หลายเดือนก่อน

    শুভেচ্ছা থাকিল। বহুত বহুত সুন্দৰ, একদম বঢ়িয়া, magnificent, excellent, extremely good....... don't stop, keep going..........

  • @aymanplayer904
    @aymanplayer904 6 หลายเดือนก่อน +8

    Kya voice hai re bro,🔥🔥🔥💥❤️🙏👏👏👌👌

  • @deepshikhagogoi1982
    @deepshikhagogoi1982 5 หลายเดือนก่อน

    আপোনালোকৰ অমায়িক আৰু সহজ সৰল আচৰনে মোক আপ্লুত কৰি তোলিলে। তিনিওজনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @trailokyabaishya6208
    @trailokyabaishya6208 6 หลายเดือนก่อน +13

    Very nice voice

  • @user-ct3tb5ku1g
    @user-ct3tb5ku1g 6 หลายเดือนก่อน +1

    Xuni kiba montu jur pori gol...xur bohut val lagile

  • @kuladipkalita4093
    @kuladipkalita4093 6 หลายเดือนก่อน +1

    Dil khuli gaise kela fida hoi goisu❤❤❤❤

  • @neelabhsworld529
    @neelabhsworld529 6 หลายเดือนก่อน +9

    Uff ultimate voice❤

  • @swagarnab4026
    @swagarnab4026 6 หลายเดือนก่อน +2

    বৰ ভাল লাগিল। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @Rakesh-pl7ms
    @Rakesh-pl7ms 6 หลายเดือนก่อน +10

    Amar nalbari r lora aru আগবাঢ়ি jowa... জয় নলবাৰী ❤

  • @pappuhazarika
    @pappuhazarika 6 หลายเดือนก่อน +2

    লখিমপুৰ জিলা আহিব লাগিব এদিন,বহুত মৰম জাচিলো।❤

  • @pinkubora4309
    @pinkubora4309 6 หลายเดือนก่อน +16

    ককাই দেও পৰা এটা বিহু শুনিব হেপাহ
    আশা কৰিলোঁ বৰ ধুনীয়া হব বুলি দম থকা কণ্ঠ❤

  • @NehaGourav-wt2sm
    @NehaGourav-wt2sm 6 หลายเดือนก่อน +5

    W...a.....a.....w really amazing.....❤❤❤❤❤❤
    Very talented! Wishes you 3 all the very best 💐💐💐

  • @tablasoloplayar9043
    @tablasoloplayar9043 6 หลายเดือนก่อน +4

    Uffff apunar voice tu j... lots of love ❤❤❤❤❤❤❤❤

  • @santoshstatus3187
    @santoshstatus3187 6 หลายเดือนก่อน +5

    সুন্দৰ দাদা আপোনাৰ কন্ঠত আৰু গীত শুনি ব পাম বুলি আশা কৰিলো ❤

  • @rahulsaikia
    @rahulsaikia 6 หลายเดือนก่อน +1

    Bahut val lagise aguwai jowa tomalok bahut durale❤❤❤❤

  • @jayantaborah5668
    @jayantaborah5668 5 หลายเดือนก่อน

    বহুত ধুনীয়া ভাইতি,❤

  • @Pranjalika_baruah
    @Pranjalika_baruah 6 หลายเดือนก่อน +1

    Unic voice dada ru aguwai jwa❤

  • @akhimgogoi6309
    @akhimgogoi6309 6 หลายเดือนก่อน

    Parht এইয়া তোমালোকৰ প্ৰথম যাত্ৰা , বহু দুৰ আগুৱাই জোৱা শুভেচ্ছা থাকিল

  • @niponsaikia9246
    @niponsaikia9246 6 หลายเดือนก่อน

    অতি সুন্দৰ সুন্দৰ, সুললিত কন্ঠ সচাঁ ই আপোনাক বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনালো, আপোনাৰ কণ্ঠ ই অসমীয়া ক পৃথিবীতে যাতে চিনাক্ত কৰি দিব পাৰে তাৰে শুভকামনা।।।।। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @lokmanpoudeyal591
    @lokmanpoudeyal591 6 หลายเดือนก่อน +1

    Khub bhal lagise Apunar sangitik jiban ujjal kamana karisu.

  • @pabitrahazarika4557
    @pabitrahazarika4557 4 หลายเดือนก่อน

    বহুত বেছি ধুনীয়া লাগিল❤

  • @hiteshmili80
    @hiteshmili80 4 วันที่ผ่านมา

    Huni mojja lagise❤ missing song gabo dada

  • @user-hq1dn3ii8b
    @user-hq1dn3ii8b 6 หลายเดือนก่อน +3

    Gotei Axome bisari thoka voise bisari paise atiya.... Happy New year...

  • @umaranibaruah6285
    @umaranibaruah6285 6 หลายเดือนก่อน +1

    বহুত সুন্দৰ। বহুত ভাল লাগিছে। তোমালোকলৈ আশীর্বাদ থাকিল ।

  • @mianaborah1402
    @mianaborah1402 5 หลายเดือนก่อน

    Apuni aru aguai jauk 🙏🙏 Krishno ♥️♥️♥️♥️♥️

  • @tksarmah2632
    @tksarmah2632 6 หลายเดือนก่อน

    সমালোচনাক আলোচনা বুলি গ্ৰহণ কৰা কিমান জন ব্যক্তি থাকিব পাৰে ? *বিহু আমাৰ তেজত* উক্তিটোৱে হৃদয় চুই গল। ধন্যবাদ।
    গায়ক জনক আৰু দলটোক আন্তৰিক ধন্যবাদ জনালোঁ লগতে থাকিল আমাৰ বহুত বহুত শুভেচ্ছা থাকিল।

  • @anudevi6963
    @anudevi6963 หลายเดือนก่อน

    Sundor moi Val PawaGod bless you three of you ❤

  • @Punimadas-wc2jf
    @Punimadas-wc2jf 4 หลายเดือนก่อน

    তিনিও জনলৈ শুভেচ্ছা থাকিল;

  • @mechakiarjun5095
    @mechakiarjun5095 6 หลายเดือนก่อน +3

    Brother your .. voice Amazing 👏 Really

  • @ramkrishnadas2901
    @ramkrishnadas2901 6 หลายเดือนก่อน +4

    Heart touching voice❤

  • @anjalidevimedhi5689
    @anjalidevimedhi5689 6 หลายเดือนก่อน +1

    Voice2 j ki voice bapre...wow

  • @afazulhoque4032
    @afazulhoque4032 6 หลายเดือนก่อน +3

    অতি সুন্দৰ কণ্ঠ। বাদ্য -যন্ত্ৰী দুয়োজনলৈ অভিন্দন জনালোঁ।

  • @hemantakrdas690
    @hemantakrdas690 6 หลายเดือนก่อน +1

    সুন্দৰ❤ মৰম দিলো ধুবুৰী পৰা।

  • @padmabora7538
    @padmabora7538 5 หลายเดือนก่อน

    Jubeen nutiyalku really ty show t select kra hua nasil kintu etia super duper ejon singer.....apuniu jate tnkoi bahut dur agbarhi jaok axomr raij mrm,xohari apunalukr lgt ase.. Apunaluk 3jonloi bahut bahut xuvokamna thakil.. Keep it up..

  • @rahulmili8348
    @rahulmili8348 6 หลายเดือนก่อน +11

    Ultimate voice❤

  • @bipuldas2252
    @bipuldas2252 4 หลายเดือนก่อน

    জয় আই অসম ❤ জয় নলবৈৰা

  • @gyanashrigogoi3056
    @gyanashrigogoi3056 6 หลายเดือนก่อน

    Hi m susant. Hahokh a Laxmi. Vl hole sobei bodnam gai . Proud of assam

  • @bhupendas1114
    @bhupendas1114 5 หลายเดือนก่อน

    Bhut dhuniya wonder full.

  • @shanatandowarah5436
    @shanatandowarah5436 6 หลายเดือนก่อน

    Tumalukor hahaj-horal aasoron , haamanyatom baidya jontro...simple appearence ...ba huot val lage !! May God Bless U . Monikanchon.*

  • @AradhnaDas-xf6sv
    @AradhnaDas-xf6sv 6 หลายเดือนก่อน +1

    Love you dada ❤mojaa hoise ..amoni nelage je apunar gaan huni kiyo.eman val lage ❤

  • @manashjyotinath481
    @manashjyotinath481 6 หลายเดือนก่อน +2

    Assam t 2 ND Jon zubeen da aaponi

  • @babymonisonowal1729
    @babymonisonowal1729 6 หลายเดือนก่อน +7

    Very nice voice👌👌👌

  • @user-ck8yq6fy4s
    @user-ck8yq6fy4s 5 หลายเดือนก่อน

    বহুত ধুনীয়া গান গায়ছা আৰু আশা কৰো আৰু আশীৰ বাদ কৰিছো তোমালোকৰ সপোন অতি সোনকালে সফল হয় .❤

  • @BB-ef3fd
    @BB-ef3fd 5 หลายเดือนก่อน

    Baishya da apnr gan hunle huneae thakpar mon jie 100%

  • @Pranjaldehingia
    @Pranjaldehingia 6 หลายเดือนก่อน +4

    Normal Microphone ত যেতিয়া ইমান সুন্দৰ কণ্ঠ, Recording Studio ত কিমান ভাল লাগিব গান শুনি।বহুত বহুত ভাল লাগিল.... আৰু আগুৱাই যোৱা
    শুভেচ্ছাৰে....👍👍👍

  • @moksedulalom97
    @moksedulalom97 6 หลายเดือนก่อน +8

    Emn din kot asila....bhai😢🥺 excellent voice ❤

  • @rumiborah7287
    @rumiborah7287 6 หลายเดือนก่อน +3

    সুন্দৰ কণ্ঠ ❤

  • @jitumonidas7687
    @jitumonidas7687 6 หลายเดือนก่อน +2

    I love my local brother and i love nalbar❤❤❤❤🙏

  • @rakeshnath2262
    @rakeshnath2262 6 หลายเดือนก่อน

    Moza partho dá aguwai jowa bohut vl lagise gan bur huni good bless you

  • @user-vn9qr7bn2x
    @user-vn9qr7bn2x 6 หลายเดือนก่อน +3

    আপুনি আগবাঢ়ি যাওক❤

  • @nalinisaharia4856
    @nalinisaharia4856 6 หลายเดือนก่อน

    অতি সুন্দৰ কণ্ঠ ও প্ৰদৰ্শন 🙏♥️🙏

  • @sauravborah-gk6hq
    @sauravborah-gk6hq 6 หลายเดือนก่อน +3

    Hosake bhut dhunia voice..... 🥰🥰🙏🙏

  • @Ajitnixasor-1996
    @Ajitnixasor-1996 6 หลายเดือนก่อน +3

    Boom disa dada❤❤❤❤❤

  • @jibonmunudutta5719
    @jibonmunudutta5719 6 หลายเดือนก่อน +1

    দাদা তোমাৰ লোক বহোত বহোত আগবাঢি জোৱা ❤❤

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 6 หลายเดือนก่อน

    Partha you don't any miss you will success in future I am god bless you

  • @Diganta-fh1bf
    @Diganta-fh1bf 6 หลายเดือนก่อน +4

    আৰু গান বিচাৰিম আপোনালোকৰ পৰা❤❤

  • @drmanabbrotagogoi2110
    @drmanabbrotagogoi2110 3 หลายเดือนก่อน

    Your talent is God gifted..I wish a very bright and brilliant future.

  • @saarpplife7123
    @saarpplife7123 6 หลายเดือนก่อน +2

    ABSOLUTELY FANTASTIC BROTHERS
    KEEP IT UP

  • @mukleshboro1638
    @mukleshboro1638 6 หลายเดือนก่อน +6

    Amazing voices 😍😍💥💥😀😀