ধুনীয়া গাওঁখন - Life of a beautiful village 🔥❤️

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 พ.ค. 2022
  • life of a beautiful village
    • সকলোকে এনেকৈ লগ পাম বু...
    #assamesevillagelife

ความคิดเห็น • 3.2K

  • @AnuraG75
    @AnuraG75 2 ปีที่แล้ว +3003

    ছোৱালীজনীয়ে কৈছে - একো এটা দিবলৈও নহ'ল 😭😭 Uff এইয়াই অসম আৰু এইয়াই অসমৰ অসমীয়াৰ মৰম ❤️ এইয়াই সিৰসেউজ অসম 💚
    Please Pin This Comment 📌

    • @shikharjyotiray4749
      @shikharjyotiray4749 2 ปีที่แล้ว +33

      সঁচাই ❤️❤️

    • @hrishikeshhazarika7864
      @hrishikeshhazarika7864 2 ปีที่แล้ว +44

      Soku pani ulai gl 😀💞

    • @Amar_CDO
      @Amar_CDO 2 ปีที่แล้ว +55

      ছোৱালী জনী কথাষাৰ মন চুই গল,❣️

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g 2 ปีที่แล้ว +15

      💗💗💗💗
      🙏🙏🙏🙏

    • @Himaniskitchen382
      @Himaniskitchen382 2 ปีที่แล้ว +44

      Video tur val lga homoi khini suali jonir kotha har a .mor mon tu sui gol.aami horu manuh boror kiman dangor mon aiaai praman♥️♥️♥️

  • @abinashcreation2.0
    @abinashcreation2.0 2 ปีที่แล้ว +2255

    গাওঁৰ মানুহ বোৰ মনৰ পৰা ধনী ❤️😌 কোনে কোনে গাওঁৰ পৰা চাই আছা লাইক এটা কৰি যোৱা❤️ I love গাওঁ ।😌😌😌😌❤️❤️❤️❤️❤️❤️

    • @tulikaray785
      @tulikaray785 2 ปีที่แล้ว +3

      From chekowari

    • @kuldeepgogoi9270
      @kuldeepgogoi9270 2 ปีที่แล้ว +3

      Present sir 🙆‍♂️🤧❤

    • @sumonrkalita6999
      @sumonrkalita6999 2 ปีที่แล้ว +3

      Moi tumar gharar kinarar manuh gharar Lora2 tur dada

    • @dimpolvaiti1973
      @dimpolvaiti1973 2 ปีที่แล้ว +4

      Love form Charaideo Assam 🙅🙅

    • @dimpolvaiti1973
      @dimpolvaiti1973 2 ปีที่แล้ว +1

      th-cam.com/video/femNzXB5BMs/w-d-xo.html

  • @letslivelife93
    @letslivelife93 2 ปีที่แล้ว +742

    "একো এটা দিবলেও নহ'ল।" .... মন চুই গল কথাটোৱে। ❤️ এইয়া য়ে হৈছে গাঁৱৰ মানুহৰ সহজ সৰলতা ❤️ Rich from Heart.

    • @rajunath8963
      @rajunath8963 2 ปีที่แล้ว

      th-cam.com/video/V9oj2NhVcdY/w-d-xo.html

    • @__________Alone
      @__________Alone 2 ปีที่แล้ว +1

      বেলটো ভাবচা নিকি যতে যা তাতে পাবা বুলি ওহোো🙂

  • @anandmishraips432
    @anandmishraips432 2 ปีที่แล้ว +72

    "Ako eta dobole nohol" This Is Assam. Heart touching thing. 🙏🙏❤❤

    • @rkofficial1868
      @rkofficial1868 2 ปีที่แล้ว +2

      Wao....My idol respected Mishra sir.....🙏

  • @jrlentertainment9924
    @jrlentertainment9924 2 ปีที่แล้ว +69

    ছোৱালীজনীয়ে কৈছে "একো এটা দিবৰ ন'হল " ‌ । কথাষাৰে সচাকৈ মন চুই গৈছে , ছোৱালীজনী অতি সুন্দৰ মনৰ মানুহ । তোমাৰ সকলো আশা পুৰন হক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।

  • @urvashigogoi6734
    @urvashigogoi6734 2 ปีที่แล้ว +518

    "একো এটা দিবলৈও নহল।"
    Uff🥰 মন চুই গল। গাওঁৰ সহজ সৰল জীয়ৰী 😊😊

    • @rajunath8963
      @rajunath8963 2 ปีที่แล้ว

      th-cam.com/video/V9oj2NhVcdY/w-d-xo.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

    • @onsingteron3622
      @onsingteron3622 2 ปีที่แล้ว +3

      Yes absolutely ♥️♥️♥️tair babe video tu hekh loike salu.Facebook page te paisilu video clip tu...♥️♥️♥️♥️♥️♥️♥️

    • @nizargani1780
      @nizargani1780 2 ปีที่แล้ว +8

      আজি ছোৱালি জনিৰ কথা বৰকৈ মনত পৰি আছে । আইদেউ একো নিদিলেও তুমি বহুত কিবা দিছা আমি অসমবাসীয়ে তোমাক স্বিকৃতি দিছো।

    • @kamruptourism4992
      @kamruptourism4992 2 ปีที่แล้ว +1

      আমাৰ উজনিৰ ফালে মানুহবোৰ আমি এনেকুৱাই ... এই ডিম্পু পিছে মোমাইদেউৰ পলীয়া হে দেই 😂😂 ( বুজাই বুজিব )

  • @worldofentertainment5801
    @worldofentertainment5801 2 ปีที่แล้ว +5

    গাঁৱৰ পৰিবেশ আৰু শেষৰ ছোৱালীজনীৰ কথাষাৰ দুয়োটায়ে হৃদয় চুই গল 🤗❣️

  • @north-eastnamaste1687
    @north-eastnamaste1687 2 ปีที่แล้ว +44

    Dimphu Da এদিন অসমৰ ঐতিহাসিক গাওঁ তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত আহি লক্ষীপথাৰৰ ইতিহাস অসমবাসীক দাঙি ধৰিব বুলি আশাবাদী।
    আপোনাৰ সৰলতাই মন মুহি যায় দিম্ফু দা❤️❤️❤️❤️

  • @bibeknath1739
    @bibeknath1739 2 ปีที่แล้ว +374

    "একো এটা দিবলৈও ন'হল" কিমান শুদ্ধ অন্তৰৰ ছোৱালী । ভগৱানে তোমাক মংগল কৰক🙏🙏🙏। আমি অসমীয়া, আমাৰ মৰম-চেনেহ,আদৰ- সন্মান বোৰ যেন সদাই একেদৰে থাকে তাকে কামনা কৰোঁ। জয় আই অসম।

  • @mridupawanborah4575
    @mridupawanborah4575 2 ปีที่แล้ว +15

    "একো এটা দিবলৈ নহল" কি মন চুই যোৱা এষাৰি বাক্য.....ছোৱালী জনীৰ এই নিভাঁজ মৰমত বাৰুকৈএ আপ্লুত হৈ উঠিলোঁ...এইয়াই গাঁৱলীয়া মানুহৰ মৰম❤❤❤

  • @jkdanceentertainment657
    @jkdanceentertainment657 2 ปีที่แล้ว +16

    একো এটা দিবলৈও নহল কথাষাৰে মনটো চুই গল 😥 এয়াই অসমৰ সহজ সৰল ছোৱালীৰ মন❤😌 ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমাৰ জীৱনটো সুখ, শান্তি ,সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক🙂👐

  • @sabbitkumarkhataniar9495
    @sabbitkumarkhataniar9495 2 ปีที่แล้ว +163

    "একো এটা দিবলৈ নহ'ল" ছোৱালী জনীয়ে কোৱা কথাষাৰ অন্তৰ চুই গ'ল। মন্তব্য বাকচত আহি দেখিছো এই কথাষাৰে মোৰ দৰে সকলোৰে মন জয় কৰিছে। ছোৱালী জনীৰ মনৰ পবিত্ৰতাক অন্তৰ পৰা সেৱা জনাইছো।

  • @aminulhoque5762
    @aminulhoque5762 2 ปีที่แล้ว +301

    ছোৱালী জনী যে কলে একোঁ এটা দিবলৈ নহল। সঁচাকৈ মোৰ hidoi চুই গল দাদা । ইমান সহজ সৰল ছোৱালী ।আপোনাক লগ পাই তাই কিমান যে আনন্দ পাইছে নিজে বুজাব পৰা নাই । সঁচাকৈ বোৰ মৰমিয়াল ছোৱালী। তাইৰ ভৱিষ্যত ভাল হওঁক।👏👏

  • @Evil0987-h7s
    @Evil0987-h7s 2 ปีที่แล้ว +3

    এয়াই দুখিয়া মানুহৰ মন দিবলৈ বহুত মন কিন্তু দিবলৈ নোৱাৰে হৃদয় চুই গল ছোৱালী জনীৰ কথাটোৱে... ❤🥺

  • @apurbadeka830
    @apurbadeka830 2 ปีที่แล้ว +60

    ডিম্পু ! উপজা মাটিৰ গোন্ধ থকা কথাবোৰ বৰ আলসুৱা...! আপোনালৈ এটি অনুৰোধ , "পাৰে যদি এই ভিদিঅ'টোত লাভ কৰা ধনৰাশি আজলী ছোৱালী জনীক প্ৰদান কৰক!"

  • @bikunath5004
    @bikunath5004 2 ปีที่แล้ว +178

    "একো এটা দিবলে নহল" বাক্যশৰীতে যেন লুকাই আছে অসংখ্য উপহাৰ ।। মন চুই গ'ল ছোৱালী জনীৰ কথা আৰু সহজ সৰল ব্যৱহাৰটোৱে ।।

    • @rajunath8963
      @rajunath8963 2 ปีที่แล้ว

      th-cam.com/video/V9oj2NhVcdY/w-d-xo.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

  • @user-ps5vt4xv7g
    @user-ps5vt4xv7g 2 ปีที่แล้ว +320

    একো এটা দিবলৈ নহল,,,,,,
    মন চুই গোল 💞💞💞💞❤❤❤
    ভাল লাগিল ছোৱালীজনীৰ মন্তব্য,,,,,
    ১০০% অসমীয়াৰ সন্তান 🙏🙏🙏

    • @hirakbhaiytmouse4687
      @hirakbhaiytmouse4687 2 ปีที่แล้ว +2

      Mur monar kotha kole apuni.,,bhut bhut vl lagi gl

    • @rajunath8963
      @rajunath8963 2 ปีที่แล้ว

      th-cam.com/video/V9oj2NhVcdY/w-d-xo.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

    • @kanikatamuli6294
      @kanikatamuli6294 2 ปีที่แล้ว

      সঁচাকৈ

  • @FarzanaAhmed
    @FarzanaAhmed 2 ปีที่แล้ว +14

    সচাকৈ মন চুই গ'ল 🥰😥 তাই কথা শুনি।এয়াই গাঁৱৰ মানুহৰ মন, সহজ সৰল মৰমীয়াল।

  • @DebasDekaVlogs
    @DebasDekaVlogs 2 ปีที่แล้ว +14

    "একো এটা দিবলৈ নহ'ল" - সচাঁই হৃদয় স্পৰ্শ কৰি গ'ল বাক্য শাৰীয়ে । এয়াই আমাৰ অসম, আৰু অসমীয়া মানুহৰ মৰম।

  • @jahnobeekohar8224
    @jahnobeekohar8224 2 ปีที่แล้ว +204

    একো এটা দিবলৈ নহ'ল 🥺🥺
    এনেকৈয়ে আমাৰ গাঁৱৰ বেছিভাগ মানুহৰ ইচ্ছা থাকিলেও ইচ্ছাবোৰ পূৰণ কৰিব পৰা ক্ষমতা নাথাকে 😢🥺
    গাঁৱৰ নিভাজ মৰমবোৰ ল'ব জানিলে তাতেই সুখ পায়
    ধন্যবাদ Dimpu দাদা❤️

  • @jyotishsonowal6574
    @jyotishsonowal6574 2 ปีที่แล้ว +139

    14:20 "একো এটা দিবলেও নহল" মন চুইগল ।🙂

  • @ankitabordoloivlogs2840
    @ankitabordoloivlogs2840 2 ปีที่แล้ว +9

    ছোৱালীজনীৰ অন্তৰখোলা মন❤️,,,গাঁৱৰ ধুনীয়া পৰিৱেশ এনেকুৱাই ❤️ চহৰৰ কিছুমানে এই পৰিৱেশৰ অনুভৱ কৰিব নোৱাৰিব,, দিম্পু দা আমাৰ গাঁৱলৈও আহিবচোন এপাক💚

  • @dipsikhachetia111
    @dipsikhachetia111 2 ปีที่แล้ว +3

    এইয়াই গাঁৱৰ মানুহৰ নিস্বাৰ্থ মৰম । TH-camr হিচাপে তুমি বহু ভাগ্যবান আৰু সফল ‌। উজনিৰ পৰা নামনিলৈ মানুহে‌ তোমাক হৃদয়ত ৰাখিছে ।এইয়া কম কথা নহয় । ❤️❤️

  • @trolakyasonowal2186
    @trolakyasonowal2186 2 ปีที่แล้ว +140

    14:09 কিবা এটা ভাল লাগিলে ছোৱালী জনীক।"একো এটা দিবলৈ নহ'ল।" উফ....❤️

  • @biswajitkalita7422
    @biswajitkalita7422 2 ปีที่แล้ว +159

    একো এটা দিবলে নহ'ল ❤ , এইবোৰেই প্ৰকৃত গাৱঁলীয়া মৰম । মাজুলীৰ পৰা মৰম যাঁচিলো দিম্পু দা ❤

  • @bikashbordoloi8392
    @bikashbordoloi8392 2 ปีที่แล้ว +2

    🚶‍♂দিম্পু দাক আপোনাক ছোৱালী জনীয়ে 🌈বহুত সন্মান কৰিছে কিয়নো তাই মানসিকতা সচায় সলাগ লবলগীয়া ।💕💕❤আপোনাৰ প্ৰতি থকা ছোৱালী জনীৰ 💖💖এয়া মৰম দিম্পু দা মৰম 🤗

  • @MahananGogoi
    @MahananGogoi 2 ปีที่แล้ว +6

    "Eku eta diboloi nohol" I don't know why I'm in tears after listening to her words. God bless you sister 🙏

  • @diptikalita4039
    @diptikalita4039 2 ปีที่แล้ว +84

    'একো এটা দিবলেই নহল'.. কথাষাৰ শুনি আৱেগিক হৈ পৰিলোঁ .. ইমান যে সহজ সৰল .. বৰ ভাল লাগিল video টো দিম্পু..!!

  • @abinash2885
    @abinash2885 2 ปีที่แล้ว +42

    "একো এটা দিবলৈও নহল" ছোৱালী জনীৰ এই কথাষাৰে অন্তৰ চুই গল।।💖 এইয়াই নিভাজ মৰম ❤️

  • @AterAaoLakhinandan
    @AterAaoLakhinandan 2 ปีที่แล้ว +2

    সছাকৈ বহুত ভাল লাগিল

  • @RATULHALOI156HALOI
    @RATULHALOI156HALOI 2 ปีที่แล้ว +2

    গাঁওৰ মানুহখিনী বহুত মৰমিয়াল হয়
    আৰু ছোৱালী জনী লৈ বহুত
    মৰম লাগিল একো এতা দিব নোৱাৰিলু
    বুলি কোৱা কাৰনে
    গাওৰে সৰু লৰা ছোৱালী 🙏🙏🙏✌✌✌❤❤❤

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +323

    গাওঁৰ কথাই বেলেগ 😍 গাওঁৰ মানুহবোৰ ধনী নহলেও মনৰপৰা বহুত ধনী হয় ❤I love village ❤😍

    • @rajunath8963
      @rajunath8963 2 ปีที่แล้ว

      th-cam.com/video/V9oj2NhVcdY/w-d-xo.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

    • @satishsutradhar1991
      @satishsutradhar1991 2 ปีที่แล้ว +2

      100% Right

    • @jayantadas1357
      @jayantadas1357 2 ปีที่แล้ว

      সচা কথা

    • @mainarabha688
      @mainarabha688 2 ปีที่แล้ว

      Hoi diya baa😘😘😘

  • @santanusarmah2380
    @santanusarmah2380 2 ปีที่แล้ว +195

    আমাৰ গাঁওত অহা বাবে বহুত বহুত ধন্যবাদ দিম্পো দা❤️❤️❤️

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 2 ปีที่แล้ว +4

    আমি গাওঁৰ ছোৱালী সপোন সুন্দৰী। আমাৰ গাওঁৰ ছোৱালী বিলাকৰ অন্তৰ খন বহুত কোমল আৰু মৰমীয়াল।❤️❤️

  • @manashdas5869
    @manashdas5869 2 ปีที่แล้ว +2

    একো এটা দিব নহ'ল ,, কথাষাৰে একেবাৰে মন‌ চুই গ'ল, ভণ্টী তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলো লৈ বহুত আশীৰ্বাদ থাকিল । ♥️

  • @madhuryaborah414
    @madhuryaborah414 2 ปีที่แล้ว +61

    সহজ সৰল মানুহজন❤️
    "একো এটা দিবলৈও নহ'ল "🥺❤️
    মন চুই গ'ল দিম্পু দা ইমান সহজ সৰল মনৰ বা জনী🥰...
    দিম্পু দা তোমাক আৰু মৰমৰ বা জনীক মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলো ❤️🥰🤗

  • @bgmihighlights9053
    @bgmihighlights9053 2 ปีที่แล้ว +75

    "একো এটা দিবলে নহল" কথাষাৰ য়ে মন চুই গল ।।অসমীয়া সহজ সৰল জীয়ৰী ।। ভাল থাকক তাই ।।তাই যাৰ কপালত আছে তেওঁ সঁচাই ভাগ্যৱান♥️💐

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g 2 ปีที่แล้ว +1

      তাই যাৰ কপালত আছে সছাকৈ ভাগ্যবান,,

  • @apurajentertainment4988
    @apurajentertainment4988 2 ปีที่แล้ว +2

    আমাৰ গাওঁ হয় এইখন দিম্পু৷ভাল লাগিল আমাৰ গাওঁলৈ আহিলা।

  • @riturajsonowal1916
    @riturajsonowal1916 2 ปีที่แล้ว +6

    আমাৰ আপা অসমৰ গাঁওলীৱা ছোৱালীৰ মৰম 😘❤️

  • @dipjyotibaruah190
    @dipjyotibaruah190 2 ปีที่แล้ว +27

    "একো এটা দিবলৈ নহল" কথাখাৰে মন চুই গল। নিভাজ গাৱলীয়া দুখীয়া সমাজৰ মৰম কোনো ভৌতিক বস্তুৰ লগত তুলনা নহয়।

  • @bohikhuwa6136
    @bohikhuwa6136 2 ปีที่แล้ว +20

    " একো এটা দিব নোৱাৰিলো ।" কথাষাৰেই মন চুই গল। যেন শ্ৰেষ্ঠতম উপহাৰ।

  • @chhotabablu6925
    @chhotabablu6925 2 ปีที่แล้ว +5

    14:06 ❤️ eman khundor monor manuh aji kali pabole khub tan , tair expression tu sai mon tu goli gol 💕. Dimpu da apuni taik akbar log dhoribo buli akha thakil

  • @ranjitvy6636
    @ranjitvy6636 2 ปีที่แล้ว

    Suwali joniye koise."dimphu dak aku ata diboloi nohol" this line ...heart touch kori gol...mane dimpu dak usorot dekha pai ...nijoke somlavo pora nai..what a moment .aye the power of Dimphu.we are proud of you..

  • @Mkkhan7614
    @Mkkhan7614 2 ปีที่แล้ว +251

    সেউজীয়া বৰণৰ ধুনীয়া এটা গাওঁ
    এইটোৱেই হৈছে আমাৰ প্ৰকৃত পৰিবেশ ❤️👍

    • @dimpolvaiti1973
      @dimpolvaiti1973 2 ปีที่แล้ว +1

      th-cam.com/video/femNzXB5BMs/w-d-xo.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

  • @user-dn3wk8mx8i
    @user-dn3wk8mx8i 2 ปีที่แล้ว +27

    সফলতাই আকাশ চুলে তথাপি মাটিৰ লগত তোমাৰ যি সম্পৰ্ক সঁচাকৈয়ে অতুলনীয় ।
    একো এটা দিবলৈ নহ'ল ❤️❤️❤️ এয়াই গাওঁ এয়াই সহজ সৰল মানুহৰ নিভাজ মৰম আৰু আকুলতা ,ভাল লাগিল ভাল হওঁক সকলোৰে চহৰৰ কলুষিত বতাহজাকে স্পৰ্শ নকৰক সৰল মনবোৰ , শিৱসাগৰৰ পৰা বহুত বহুত মৰম❤️❤️

  • @pranjalchangmai9035
    @pranjalchangmai9035 2 ปีที่แล้ว

    ছোৱালী জনীৰ যিটো মৰম সেই মৰমে সকলোকে হৃদয় চুই গৈছে,,,তাই একো নাই কৈছে ,,কিন্তু তাই বহুত আন্তৰিকতা আছে,,, তাই এখন হৃদয় আছে বহুত বহল,,,তাতকৈ আৰু একো নালাগে,,,

  • @swapnalisarmah7081
    @swapnalisarmah7081 2 ปีที่แล้ว +2

    "একো এটা দিবলৈও নহল"...........অনুভৱ কৰিলো যে কিমান নিভাঁজ মৰম সোমাই আছে কথাষাৰ ত😢সচাই দিম্পু দা হৃদয় চুই গ'ল❤️তাতে সেইখন গাঁওত আমাৰ জেঠাই আৰু মাহীৰ ঘৰ খুবেই এখন চিনাকি ঠাই😍ভাল লাগিল বহুত❤️❤️

  • @flyingbird131
    @flyingbird131 2 ปีที่แล้ว +71

    Next level vidio❣️..."একো এটা দিবলেও ন'হল"...is আৱেগ.....😊

  • @mixturepj3377
    @mixturepj3377 2 ปีที่แล้ว +464

    Ako ata dibole nohol....uff hridoy sui goise.....This is assam..morom senehore bhora...Love from dudhnoi goalpara ❤️

    • @zubinray8861
      @zubinray8861 2 ปีที่แล้ว +1

      Ksm se mru hidoi sui goise

    • @mixturepj3377
      @mixturepj3377 2 ปีที่แล้ว +2

      Ohh🥰🥰🥰🥰❤️❤️

    • @mkumarsvlogs4889
      @mkumarsvlogs4889 2 ปีที่แล้ว +4

      hoi de vai, keneke je koise 💖love from dhanubhanga

    • @mixturepj3377
      @mixturepj3377 2 ปีที่แล้ว +2

      Yo bro... অসমীয়া বোৰৰ morom

    • @sumitrva622
      @sumitrva622 2 ปีที่แล้ว +3

      Love From Dudhnoi❣️

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 2 ปีที่แล้ว

    গাঁওৰ পৰিবেশ সঁচাই ভাল লাগে।ভাল লাগিল। ছোৱালী জনিয়ে কোৱা কথা ই মন চুই গল

  • @jishnudeka653
    @jishnudeka653 2 ปีที่แล้ว +2

    গাওঁ খ্নৰ মানুহ খিনিৰ মন বহুত ভাল দে।🙏🙏🙏

  • @stutipriyasaikia2458
    @stutipriyasaikia2458 2 ปีที่แล้ว +15

    "একো এটা দিবলৈয়ো নহ'ল " উফ ❤ মনৰ কোনোবা এটা কোণত চুই গ'ল অ' কিমান যে সহজ-সৰল ❤🤗 এইয়াই গাৱলীয়া সমাজৰ নিভাঁজ মৰম💞

  • @bitupan6190
    @bitupan6190 2 ปีที่แล้ว +19

    একো এটা দিবলৈ নহল! এই কথাষাৰে হৃদয় চুই গল 🥰❤️

  • @joyanta4958
    @joyanta4958 2 ปีที่แล้ว +3

    গাওৰ প্ৰকৃত নিভাজ মৰমবোৰ😍😍😊😊

  • @Manoj_Barua
    @Manoj_Barua 2 ปีที่แล้ว

    বহুত ভাল লাগিল Video tu চাই.... ইমান সুন্দৰ গাঁও খন.. শেষত ছোৱালী জনীৰ সেই কথাষাৰে মন ভৰাই দিলে... "" একো এটা দিব নহল..."" তাই Dimpu দা k তেনেকৈ হঠাৎ লগ পায় আবেগিক হৈ পৰিছিল যেন লাগিছে... ভাল লাগে এনেকুৱা পৰিবেশ বোৰ.... 🥰🥰

  • @gauranga8430
    @gauranga8430 2 ปีที่แล้ว +63

    এইয়াই গাওঁৰ জীয়াৰী ❤️ নিভাঁজ অসমীয়া.. অসমৰ আবেগ অনুভূতি আৰু ডাঙৰ ৰ প্ৰতি থকা মৰম স্পষ্ট ৰূপত দেখা গৈছে❤️
    হয়... বেলেগে কিবা কথাত গাঁৱলীয়া বুলি হাঁহিলে লাজ নাপাওঁ.. বৰং বুকুখন ফুলি উঠে গৰ্বত❤️ গাওঁৰ চহা জীৱনৰ সহজ সৰলতা বোৰত প্ৰাণ পাই উঠে অকৃত্ৰিম মৰম,ভালপোৱা 💚।

  • @guninpathak
    @guninpathak 2 ปีที่แล้ว +36

    একো এটা দিবলৈ নহল ।
    ছোৱালী জনীয়ে বহুত কিবা শিকাই দিলে, তথাকথিত ধনী নহলে কি হল , হৃদয়ৰ পৰা বহুত ধনী । মানুহ হলেই নহৱ ,এই মৰম খিনি হৃদয়ৰ মাজত থাকিব লাগিব,সংস্কাৰৰ এক জলন্ত উদাহৰণ ছোৱালীজনী

  • @dibyabristivlogs1611
    @dibyabristivlogs1611 2 ปีที่แล้ว +3

    সহজ সৰল ছোৱালী জনী❣️একো এটা দিবলেও নহলে 🥺মন চুই গ'ল কথা ষাৰে🥰গাঁৱৰ মানুহৰ মৰমে সুকীয়া।

  • @kapilbaruah3690
    @kapilbaruah3690 2 ปีที่แล้ว

    'একো এটা দিবলৈও নহল 'uffffff কব ভাষা নাই জেগাত চুই গৈছে ❤❤❤

  • @udeshnahazarika1884
    @udeshnahazarika1884 2 ปีที่แล้ว +8

    সৰলতাৰ এক নিদৰ্শন তাই ❤️।এইয়াই মৰম , নিভাজ অন্তৰৰ। দিম্পু দাক ধন্যবাদ, ইমান সুন্দৰ উপস্থাপন।আপোনাৰ সৰলতা বোৰেও অন্তৰ জিনে।

  • @gullyboyff3767
    @gullyboyff3767 2 ปีที่แล้ว +7

    ছোৱালীজনীৰ কথাষাৰে সকলোৰে মন চুই গ'ল, এইয়াই অসমীয়াৰ মৰম❤️

  • @lakhigs578
    @lakhigs578 2 ปีที่แล้ว

    গোটেই অসমৰ ৰাইজৰ হৃদয় চুই গৈছে। দিম্পু পাৰিলে দীঘলীয়া কৈ ভিদিঅ এটাত এই ছোৱালী জনিৰ লগত কথা বতৰা দেখি দেখিবলৈ পাম।

  • @missjun5084
    @missjun5084 2 ปีที่แล้ว

    আপুনি সদায় যেন এনেদৰে এ থাকে সাধাৰণ ভাবে ☺️ কিবা এটা ভাল লাগে ,,সকলোৰে লগত ইমান ধুনীয়া কৈ কথা পাতে।

  • @therabha5615
    @therabha5615 2 ปีที่แล้ว +12

    14:22 real feelings jen paisu swalijonik.
    Val lagil swalijonik. This is called true Gauliya. Everything is pure.

  • @MOMENTS-tm6sw
    @MOMENTS-tm6sw 2 ปีที่แล้ว +4

    এয়াই দিম্পুৰ যাদু।। সদায় দেখি থকা পৰিবেশ এটাকে কিমান সুন্দৰ ভাৱে উপস্হাপন কৰিব পাৰে।।। গাঁৱলীয়া ভন্টি জনীৰ কথাই হৃদয় চুই গল।
    বাকী youtuber সকলে পাৰিলে শিকিব চেষ্টা কৰিব।

  • @sangitasistrideka5826
    @sangitasistrideka5826 2 ปีที่แล้ว +1

    একো এটা দিবলে নহ'ল...উফফ❣🥀..হৃদয় চুই গল কথাষাৰে❤বুজাই দিছে কথাষাৰে যে টকাৰ দুখীয়া হব পাৰো মনৰ দুখীয়া কেতিয়াও নহয় ...ভগৱানে ভালে ৰাখক বা জনীক❤🤗❣🥀

  • @Evergreencollections6614
    @Evergreencollections6614 2 ปีที่แล้ว

    Axom manei aabeg ♥️... Village peoples are always incredible ....

  • @user-le4tl2dy2j
    @user-le4tl2dy2j 2 ปีที่แล้ว +33

    সচাকৈয়ে বহুত বহুত ভাল লাগিল মোৰ গাঁওলিযা যেতিয়া আমি অসমীয়া ।

  • @babulcharen3296
    @babulcharen3296 2 ปีที่แล้ว +4

    বস্তুৰে নহয়, বুকুত হাত থৈ দিয়া অন্তৰৰ ভাষা সকলোতকৈ ডাগৰ উপহাৰ... সেই ছোৱালীজনীৰ মৰমৰ আবেগ... অন্তৰ চুই গল...🙏🙏🙏🙏

  • @nitaientertainmentclub
    @nitaientertainmentclub 2 ปีที่แล้ว +1

    সুন্দৰ পৰিৱেশ দিম্পু দা ভাল লাগিল video টো চাই

  • @ARFared_
    @ARFared_ 2 ปีที่แล้ว +1

    একো এটা দিবলৈ নহল ! Ufff ❤ গাওঁৰ এজনী সহজ সৰল ছোৱালী ইছছছ কিন্তু গাওঁৰ মানুহ মনৰ পৰা বহুত ধনী ❤ এয়াই অসম ভাই !

  • @jayantanath2966
    @jayantanath2966 2 ปีที่แล้ว +147

    ডি্ম্পু ডা‌ অসমৰ কোনো এটা ঠাই নাই যে আপোনাক চিনি নোপোৱা মানুহ আছে , কোকৰাঝাৰৰ পৰা মৰম‌ যাছিলো ❤️❤️❤️

    • @fflover1878
      @fflover1878 2 ปีที่แล้ว +1

      👍

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

  • @togetherproduction7607
    @togetherproduction7607 2 ปีที่แล้ว +27

    একো এটা দিবলৈ নহ'ল,❤️❤️❤️
    এয়াই গাওলীয়া ছোৱালীৰ সহজ সৰল মন ♥️♥️♥️।

  • @sumisarma3207
    @sumisarma3207 2 ปีที่แล้ว

    ইমান মৰমলগা ছোৱালীজনী। কি কম মাজনী তোমাক। তোমাৰ শিষ্টাচাৰ আৰু সৰলতাই বাৰুকৈয়ে আপ্লুত কৰিছে। জীৱন পথত সফল হোৱা আইজনী। তোমাৰ সৈতে এবাৰ কথা পাতিব মন গৈছে।।

  • @poemofrongraj4485
    @poemofrongraj4485 2 ปีที่แล้ว

    সঁচাই দাদা ছোৱালী জনীৰ কথাটোত চকু পানী ওলাল মোৰ।ইমান সহজ সৰল ।অলপো কৃতিমতা নাই কথা খিনিত
    মনৰ নিভৃত কোণৰ এটি বাক্য হৃদয় চুই গল।

  • @MouPriYaA
    @MouPriYaA 2 ปีที่แล้ว +54

    ভিডিঅ টোৰ আৰম্ভিৰ পৰা দলং খনৰ লৈকে আমাৰ হাতীপুখুৰী গাওঁখন💚🍃বহুত ভাল লাগিল দিম্পু দা,, লগ পোৱাৰ সৌভাগ্য নহ'ল আশা থাকি গ'ল নিশ্চয় পাছত এদিন লগ পাম❤Love you More❣️
    এইয়াই আমাৰ গাঁৱৰ পৰিৱেশ💚আমি ধনৰ ধনী নহব পাৰো কিন্তু মনৰ পৰা বহুত বেছি ধনী❤গাঁৱৰ জীয়ৰী হিচাপে গৌৰৱ অনুভৱ কৰো🌻

    • @karunakantakhanikar5969
      @karunakantakhanikar5969 2 ปีที่แล้ว +1

      অসমীয়া মানুহ সহজ সৰল মনৰ ধনী.... বৰ্তমান সময়ত কৃত্ৰিমতাই কিছু পৰিমাণে ছানী ধৰিছে যদিও আপোনালোকৰ গাঁওৰ আদৰ স্নেহ সম্ভাষণ দেখি আপ্লুত হলো |

    • @MouPriYaA
      @MouPriYaA 2 ปีที่แล้ว

      @@karunakantakhanikar5969 ধন্যবাদ আপোনালৈ

  • @bikromsagor6434
    @bikromsagor6434 2 ปีที่แล้ว +1

    Suwali Joni eman morom loga.... Khub Hundor Monor Goraki Tai....

  • @davidbora6415
    @davidbora6415 2 ปีที่แล้ว +2

    এইয়াই প্রকৃত অসম আৰু অসমীয়াৰ মৰম ❤❤

  • @bhanishmitavlogs
    @bhanishmitavlogs 2 ปีที่แล้ว +11

    ধুনীয়া লাগিলে ভিদিওতো চাই দিম্পু দা ।
    ইমান ধুনীয়া পৰিবেশ গাঁওখনৰ । বা জনী সঁচাকৈয়ে বৰ মৰমিয়াল । একো এটা দিবলৈ নহল 😍

  • @hridayjeet3221
    @hridayjeet3221 2 ปีที่แล้ว +51

    অসম সদায়ে চিৰসেউজীয়া 💚💚💚

  • @dulalchandradas715
    @dulalchandradas715 4 หลายเดือนก่อน +1

    Ujani oxomor manuhbur bohut moromial aru atithi porayan.

  • @piyushrabha7630
    @piyushrabha7630 2 ปีที่แล้ว

    দুখীয়া ঘৰৰ ছোৱালী সেইকাৰণে মনটো ভাল আৰু মানুহক সন্মান কৰিব জানে কিন্তু dimpu দা গাড়ী খনৰ পঢ়া নামি পিনে কথা ২ এক শাৰী মান কথা পাতিলে বহুত ভাল লাগিল হয় dimpu দা lov u ছোৱালী জনীৰ মানসিকতা চাই খুব ভাল লাগিল আৰু মই বহুত আনন্দিত

  • @asmabegum4575
    @asmabegum4575 2 ปีที่แล้ว +50

    মধ্যাহ্ন ভুজন 🤣 আমিও খাইছোঁ 8 লৈকে 🥰😢 বহুত বহুত ধৈনবাদ দিম্পু দা এনেকুৱা এখন সেউজীয়া পৰিৱেশ দেখুওৱাৰ কাৰণে😘😘 আপুনি আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🥰

  • @farhasuhana9646
    @farhasuhana9646 2 ปีที่แล้ว +19

    ২০১৮ চনৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আহিছোঁ সেই তেতিয়াৰ পৰা আপুনি অকৃত্রিম হৈ আছে যাৰ কাৰণে আপোনাৰ ভিডিঅ' সদায় প্ৰিয়... আপুনি মানুহজন সদায় অকৃত্রিম হৈ থাকক সেয়াই আশা❤
    অসমৰ বহুত ইউটিবাৰে অলপ সফলতা পোৱাৰ পিছতেই অতি বেছি কৰিবলৈ ধৰিছে যিবোৰৰ কাৰণে আজিকালি বহুতৰ ভিডিঅ' আগৰ দৰে প্ৰিয় নহয়🙂
    আপোনাৰ ভিডিঅ'ত সঁচা ছবি ফুটি উঠে... আৰু আগুৱাই যাওঁক😊

  • @sabitriduttas9249
    @sabitriduttas9249 2 ปีที่แล้ว

    এখন সুন্দৰ পৰিবেশৰ গাওঁ দেখা পাই বহুত ভাল লাগিল।

  • @nilutpalgogoi6086
    @nilutpalgogoi6086 2 ปีที่แล้ว

    Sapekhati Rohon goisila, bahut hundor gaw .... Bahut moromiyal manuhbur

  • @nurlatif6213
    @nurlatif6213 2 ปีที่แล้ว +46

    খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ , বহুত ভাল লাগিছে দিম্পুদা👌

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗩᑭEᖇ.KOTE.SᗩᒪKE.ᗩSᗩ.SᑌOᗩᖇOᖇ.ᗷᗩᗪSᕼᗩ

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      TH-cam Link ::::: th-cam.com/video/uQtaWSYY4KI/w-d-xo.html

  • @zehirulislam7498
    @zehirulislam7498 2 ปีที่แล้ว +7

    গাও খনৰ মানুহ বিলাকৰ কোনো কৃত্ৰিমতা নাই নিভাঁজ অন্তৰৰ মানুহ আপোনালোক সদায় সুখত থাকক তাৰেই প্ৰাৰ্থনা কৰিছো । মাইনা জনীৰ ব্যৱহাৰে সকলোৰে মন মোহিত কৰিছে ঈশ্বৰে তেওঁক মংগল কৰক🙏🙏🙏

  • @assamvillager1
    @assamvillager1 2 ปีที่แล้ว +1

    City Life 🌚
    Or
    Village Life 💕
    মই গাঁৱলীয়া, 💚✌️
    💚

  • @pkchinema7834
    @pkchinema7834 2 ปีที่แล้ว +1

    সচাঁকৈ সূন্দৰ ❤️❤️

  • @Success_With_Me
    @Success_With_Me 2 ปีที่แล้ว +52

    এনেকুৱা পৰিৱেশ দেখিলে মন মোহিত হৈ যায় । ধন্যবাদ dimpu da আমাক এনেকুৱা শান্তিপূৰ্ণ পৰিৱেশ দেখুওৱাৰ বাবে।

  • @krishnabora6728
    @krishnabora6728 2 ปีที่แล้ว +13

    14:22 uff Suwali joni 🥰🥰🥰aku ata dibole nohol😍😍mon sui gol ❤

  • @paitaoomigang9660
    @paitaoomigang9660 2 ปีที่แล้ว +1

    Dimpu da apunak log korar hopun eta ase love from Dhemaji Assam ❤️.

  • @JCLifevlogsjishnu
    @JCLifevlogsjishnu 2 ปีที่แล้ว

    borhiya lagil aji video tu sai ekhun gaonr khub shundor poribesh.khub vl lagil.

  • @rupjyotipayeng3100
    @rupjyotipayeng3100 2 ปีที่แล้ว +50

    এইখিনি গাওঁ বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাওঁ আপোন আপোন।

  • @Munu230
    @Munu230 2 ปีที่แล้ว +14

    *একো এটা দিবলৈও নহ'ল * উফ বাক্যশাৰীয়ে সঁচাই আবেগিক কৰি তুলিলে😢 এইয়াই মৰম ❤❤

  • @jyotipatar7684
    @jyotipatar7684 2 ปีที่แล้ว

    Bahut dhunia lagise ❤️ gaon poribeskh2 💕

  • @pinkirobidas2229
    @pinkirobidas2229 2 ปีที่แล้ว

    Eman dhunia lgel sai lovely gau

  • @chotatube9320
    @chotatube9320 2 ปีที่แล้ว +34

    আমাৰ এইফালৰ মানুহ মনৰ দুখীয়া নহয় কেতিয়াও।সকলোৰে ব্যৱহাৰ ভাল পাব।❣️❣️

  • @user-uy9yd4kt1q
    @user-uy9yd4kt1q 2 ปีที่แล้ว +14

    নিভাজ অসমীয়া.. ইমান সহজ- সৰল🥺
    জয় আই অসম ❤️