Life is an adventure itself. Thanks to dear muslim brothers n sisters for taking care of the lonely hindu assamese family. This is one of the glaring examples of secularism. Special thanks to Dimpu n Tariq bhaity. From Kokrajhar with huge regards
Guwahati Navagraha temple r uport aha dun eta vedio bonuar perfect tropic eta paba good promise..ejon sankrit sir n pujari buliu Jana jai tekheotr life style dekhua dimpu khosa koisu bohut val pabo public e sai ..ketiau vat nakhai okole ekhon jonghol or majot thake tekhetor bohut intresting dimpu
অসম চৰকাৰে তেওঁলোকক সৰুকৈ চি চি ব্লক ৰাস্তা এটা বনাই দিয়ক
তাৰেই কামনা কৰিলো দিম্পু দা
জয় আই অসম // জয় ভাৰত 🙏❤️
4:09
😊😊😅😅😅
অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ , হেপাহৰ , কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ । ❤
❤❤😌😌❤❤
Bikash daaa ki Vdo bnai ….kintu dimpu daaa salute …..dee rer
ভাল লাগিল হিন্দু - মুছলিমৰ এনেকুৱা সম্পৰ্ক দেখি।❤❤
অসমীয়া বাপতি সাহন কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো সকলোলৈকে 😊❤
❤
তেওঁ লোক সুখী মানুহ। ইচলামধৰ্মী লোক সকলেও মৰম চেনেহ দিছে।
সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলো 🪔
SME 2you bro
Happy kati bihu deepdj77 dada ❤
Happy Kati Bihu to you bhai!!
সকলোলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জাচিলো 🙏
কাটি নহয় ভাই কাতি বিহু
Life is an adventure itself. Thanks to dear muslim brothers n sisters for taking care of the lonely hindu assamese family. This is one of the glaring examples of secularism. Special thanks to Dimpu n Tariq bhaity. From Kokrajhar with huge regards
Qqq❤
Ttuu66i6666666
Absolutely💖
সকলোৱে মিলি যদি ঘৰখন লৈ আহিল হৈ (ওচৰৰ মানুহখিনিয়ে) ভাল লাগিল হয় ❤😊❤
এনেকুৱা ঘটনা বোৰ দেখিলে বহুত বেয়া লাগে,,, মানুহৰ বহুত বহুত পইচা থাকি কি লাভ,, সৰু সৰু কথাবোৰে তেওঁলোকৰ চকুত নপৰে,,,, চৰকাৰ খনো একেই,,, নিজৰ টু হে গুৰুত্ব দিয়ে,,, সকলোতে গুৰুত্ব দিৱ চেষ্টা কৰক,, dimpu দা এনেবোৰ কামৰ কাৰণেই ভাল লাগে,
সেইখন গাওঁ ---
যিখনত মোৰ হৈছিল জন্ম ।
সেই বেলৰ তলত গধূলি পৰত
বৈ থাকে মলয়া বতাহ
সেইখন গাওঁ '
যিখনত আছে আধাতকৈও বেছি ধাননি পথাৰ ,
আৰু তাত আমি কৰিছিলো খেতি।
সেইখন গাওঁ '
যিখনৰ মাজেৰে বৈ গৈছে এখনি ধুনীয়া নৈ ,
যত আমি বাইছিলো বৰশী
আৰু তাত আমি খেলিছিলো সাতুৰা-সাতুৰ ।
সেইখন গাওঁ '
যিখন হৈছে মোৰ মৰমৰ ধোৱাৰগাওঁ ।
2mar channel tu subscribe kori disu mur channel tu subscribe kori diba
❤
বেলৰ তলৰ কথা নক’বা ভাই,
মোৰ জন্মস্থানলৈ আজি দুকুৰি বছৰে যোৱা নাই
ইতিমধ্যে
সময়ৰ কূটিল পাকচক্ৰত পৰি
জন্মস্থানৰ 'বেলৰ তল'
বিক্ৰী হৈ গ’ল ...দুখতে যোৱা নাই .. .
শুনিছোঁ মাথোঁ
যে আজিও সৰে পকা বেল ...জন্মস্থানৰ বেলৰ তলত ...৷
@@sarojinichaudhury179 ধুনীয়া লিখিছা 👍👍👍
"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে"
অসমীয়া জাতিৰ তিনিটা বিহুৰ অন্যতম কাতি বিহু অথবা কঙালী বিহু । এই বিহুৰ শুভক্ষণত কৃষক ৰাইজলৈ সোণালী পথাৰৰ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক। আকাশবন্তিৰ পোহৰে সমাজৰ পৰা অসূয়া-অপ্ৰীতি আঁতৰ কৰি সকলোকে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখক, তাকে কামনা কৰি সমূহ ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ ।
আমাৰ গাওখনো এনেকুৱাই দিম্পুদা একেই ৰাস্তা পদুলি । 😢 আমাৰ গাঁৱত এতিয়াও কাৰেণ্ট নাই। আমি চলাৰ ব্যৱহাৰ কৰোঁ। তথাপিও B.A. পাছ মই।
Ki nam gau khnr
Dimpu daa r youtube channelot 3 million humkale kori diya
Happy kati bihu Dimpu daa💕💕
Love from Nagaon 😍😍
ভগৱানেই তেওঁলোকৰ সাৰথি 🙏🙏 আশা কৰো চৰকাৰে দাদাৰ ভিডিঅ'টো চাই সোনকালে ব্যৱস্থা লব
দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে,
মোৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ ৰাস্তা ঘাট বনাই দিব লাগে মানুহ ঘৰৰ কাৰণে কাৰণ তেওঁলোকৰ কিবা এটা হলে চিকিৎসা সেৱাৰ বাবে এখন gari যোৱাও সুবিধা নাই
Val lagil sai
ডিম্পু দা অৰুণাচলতো আছে এনেকুৱা আজি তাৰিখতো সচৰাচত কিন্তু অসমত আজি প্ৰথম দেখিলো ভাল লাগিল। ❤
2mar channel tu subscribe kori disu mur channel tu subscribe kori diba
প্ৰাকৃতিক সৌন্দৰ্য্য আছে গাওঁ খনত!
Happy kati bihu 😊😊😊dimpu daa
Mojja dimpu da
কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❤
পৃথিৱীত এখন দেশ আছে ( একেবাৰে সৰু পানীৰ ওপৰত দলঙ আৰু জাহাজৰ দৰে ) তাতে দুজন মানুহ থাকে ৷
শুভ কাতি বিহু ❤❤❤
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
Salute dimpu da anekua femile bhobisstote akhbari jwk
Happy kati bihu Dimpu❤❤
অতি সুন্দৰ ❤De ar
সচাকৈ তেওলোক মানিব লাগিব । তেওঁলোকক বহু বহু ধন্যবাদ । শিক্ষাৰ ক্ষেত্ৰত হক বা অকলশৰীয়া হক
Moi dekha powa sobse fast besi views powa only one minute ot Dimpus vlog jai ho Dimpu
Dimpu daa tumar video sai bohut val lage. Love from Jamugurihat❤
Hundor dimpu da love from Lakhimpur ❤
Mojja video
Nicr ❤ for ghoreswar
Advance congratulations 3M Dimpu da ❤
Kati bihur antorik xuveisa jonalo
কঙালী নহ'লে ৰঙালীৰ মাদকতা ক'ত?...
সমূহ অসমবাসী ৰাইজলৈ কাতিবিহুৰ হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা জনালো ... ❤❤
-শ্যামল
Moja 😢😢
Dimpu da love you🥰... good job💥
*Love from USA United States of Assam* 😂❤
🎉
Hii
Aaayeei 😂😂
Happy Kati bihu dimpu daa 💞💞 Love from lakhimpur ♥️❤️
The beauty of the village is truly untouched.❤
Guwahati Navagraha temple r uport aha dun eta vedio bonuar perfect tropic eta paba good promise..ejon sankrit sir n pujari buliu Jana jai tekheotr life style dekhua dimpu khosa koisu bohut val pabo public e sai ..ketiau vat nakhai okole ekhon jonghol or majot thake tekhetor bohut intresting dimpu
Next level dimpu da❤
Dimpu da Congratulations 🤗🤗🤗🤗
Eyar video bur dekhile rag uthi jai .homoy gogoi asomor best you tuber .
Love from kokrajhar ❤❤❤❤
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤
Woww Village tu Sai val lagil❤
ডিমপো আপুনি কালাই গাওঁ আহিলী বহুত কালাই গাওঁ মানুহৰ ভাল লাগিব আৰু আপুনি আহিলে comment korok plz dimpu da plz plz plz bhai
Advance Congratulations 🎉 Dimpu Da❤...3M hobole goi ase🤗.
Happy Kati bihu dimpu daa❤
Ohh my god... Sai e voi lagil
Moza hoise dimpu da 👍👍👍👍👍👍
জয় আই অসম Dimpu daa ❤❤❤
Great work dimpi da❤
Muru thakibo mon ase anekoi xantir poribexot prokitir majot😌 axa koru mur hb logiya manuhjni k loi ankua thai aduxort akolxore xuxi jibon japon korim🙂
Totally exceptional video...❤❤❤... from Goalpara...
Love from Mangaldai ❤
Advance congratulations for 3M dimpu da>>>>>❤️🎉✅
Gd mrng dimpu da. So ajir video sai asu 🙏🥰💝
Moja love you ❤❤❤❤❤ dimpu da
Love you dimpu da ❤ love from morigaon 🥰🥰😊😊
3 million coming soon🥰🥰
বহুতেই ভাল লাগিল 🙂
ভাল লাগিল। কাতি বিহুৰ শুভেচ্ছা জনালোঁ।
🌼সমূহ অসমবাসীলৈ🌾 কাতি বিহুৰ 🌾 আন্তৰিক হিয়াভৰা শুভেচ্ছা যাচিলো 🌼
Love from Goalpara ❤️
Dimpu da Moja 🌺🌺🌺🌺
Bohut vhall lagil 🥰
Dimpuuuuu da big fan❤ love from pandu😊
Love you dimpu da love from lakhimpur ❤❤❤
Dhunia ❤️
Tumi moha sarthopor bhai. Homoy gogoi amar best .number 1 you t ber homoy gogoi .
❤❤ LOVE FROM PATHSALA (SARUPETA) ❤❤
❤love from sivsagar 🎉
Bohut val lagil sai
Dimpu da ❤ love from boko kamrup district
সমূহ অসমবাসীলৈ কাটি বিহুৰ শুভেচ্ছা থাকিল 🪔🪔🪔
Good day good bro! ❤❤
Sir apka video atsa lagta he
Dimpu da aponi alp poisa dii porial tok khhai krile ne niii ..i know aponi bhut val manuh nissaiii krise aponi 💫💫
মধ্য অসমৰ গাঁও ভূঁই, চৰ চাপৰি, বনাঞ্চল বিলাকত বাংলাদেশীবোৰেও এনেকেই ৰঘুমলাৰ দৰে বহি আছে
Dimpu da 👍🔥🔥
Mozaaa
Bahut val lagile vlog Dimpu da love you to ❤️❤️
Love from rangia ❤❤
সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভকামনা যাছিলো 💖
Next level bro
Mja dimpu da 👍
Love form Dhubri ❤
Love from Lakhimpur ❤
Jrps
Ata ata 👍👍👍❤❤
Nissoi❤
They're living peacefully Life than us
Mojaaa Dimpu Da 😍 Love from Nagaon ❤️
мαуαя.вυѕн.кнαиσя.мαʝσя.ρι.ʝимσ.ρι¢нℓє.тσι
Wonderful vlog 🎉🎉🎉
Love From Bongaigaon, Assam 😍
Beautiful video ❤️
Happy kati bihu ✨❤❤