Khub val lagil. Sir or pohra room to saboloi bor essa asil.. Simple room. Kintu bahukhini kiba palu.. Bujabo nuwaru.. Sir room to o akhon kitap buli kobo pari.. Thanks Nitumani Da..🙏🙏
Bor val lagil ..aaji hotat deki TH-cam...roi kene salu....aaru dekilu....Mur Assamese literature subject ...moi sir or kavita...katha....kahini.....poribo paisilu........tekhet hodaye jogomiya amar majot.....aapunaloi sat sat naman 🙏🙏🙏🙏🙏🙏🙏
শ্রী যুত নিতুমনি শ ইকীয়া দেৱলৈ বহুত বহুত ধন্যবাদ, আপোনাৰ জৰিয়তে চাৰৰ ঘৰৰ পৰিবেশ দেখা পালো, সচাই অতুলনীয়, কিতাপৰ আলমাৰী, ৰেক্ দেখি চাৰৰ অধ্যয়নৰ বিষয়ে জানিব পাৰিলো, চাৰ আমাৰ মাজত যেন সদায় জীয়াই থাকে তাৰেই কামনা কৰিলো, চাৰৰ আত্মাই শান্তিত থাকক লগতে পৰিয়ালৰ সকলো সদস্যলৈকে শুভেচ্ছা থাকিল, ওঁম শান্তি,
মোৰ জীৱনৰ আটাইতকৈ নমস্য ব্যক্তি, শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ। তেখেত অসমৰ জ্ঞানৰ বটবৃক্ষ।
Ghar to sai bor val lagil apunak dhanyawad jonisu
Khub val lagil sir r ghortu dekhi...Thank u Nitumoni sir
বৰ ভাল লাগিল চাৰৰ ঘৰটো দেখি...ধন্যবাদ...🙏..
❤️
অতি সুন্দৰ ভিদিঅ ৷সকলো দেখি বৰ ভাল লাগিল আপোনাক অশেষ ধন্যবাদ জনালোঁ ৷
ছাৰ যে আমাৰ মাজত নাই মন বহুত দুখ লাগে । ভাল লাগিলে ভিডিঅ' চাই । ছাৰ ক সেৱা জনালো 🙏🙏🙏
Vediotu bor bhal lagil kintu dukhu lagil .
নামঘৰটো বুলি নকৈ নামঘৰ ভাগ বুলি কব লাগে।
❤️
চাৰৰ দুই পুত্ৰৰ সাক্ষাতকাৰ কেতিয়াবা লবচোন...তেখেত সকলক জানিবলৈ মন যায়...
Bohut bhal lagil siror ghortu sai Nitumoni tumi siror room bilak dakhuyar karona tumaloiu Dhanybad thakil. Anu ba Narayanpur
ভাল লাগিল জানিবলৈ বহুত মন আছিল।
Hosai val lagil...
চাৰৰ ঘৰটো সদায় সজীব হৈ ৰাখিব লাগিব তাৰবাবে অসমবাসী য়ে সহযোগ কৰিব লাগিব।
❤️
Excellent for my fvrt journalist nitumoni dada
Vl lgil video 2 si ❤️...thnk u nitumoni da
🙏🙏 Nitumoni Da..... Hosai apuni bahut priya aamar....
Sir mur bhut priyo , sir kotha bur.. likhani bur mur bhut vl lge...sir kitap pohi bhut gyan lav karisu .. sir amar majot xodai ase aru thakibo🙏
Bhal lagile bahut dekhi .
Bohut val lagil
❤️
১৯৯২ চনত আমি আয়োজন কৰা এখন স্মৃতিগ্ৰন্থৰ বাবে এটি লিখনি বিছাৰি গোহাঁই ছাৰৰ এই ঘৰটোৰ চোফা কেইখনত বহিছিলোঁ গৈ । ছাৰে আমাৰ সৈতে পতা সীমিত কথা কেইটা আজিও মনত আছে । নিতুমণি শইকীয়া দেও এই উদ্যোগ লোৱাৰ বাবে আপোনালৈ আমাৰ ফালৰপৰা ও ধন্যবাদ জনালো ।
Video tu sai bhal lagil
❤️
Bar Bhal Lagil Thank You
Very nice.
ভাল লাগিলে ৷ চাৰৰ ঘৰত গৈছো ৷ চাৰৰ দৰে স্বনামধন্য ব্যক্তিএজনৰ পদধূলা পাইছিলো আমাৰ মংগলদৈৰ স্বগৃহত ৷ চিৰস্মৰণীয় হৈ ৰ’ব আমাৰ বাবে ৷
Very good
Bar bhal lagil vidioto dekhi ,
❤️
vary nice
বৰ ভাল লাগিল
ভাল লাগিল ছাৰৰ ঘৰটো দেখি ।
❤️
Khub val lagil. Sir or pohra room to saboloi bor essa asil..
Simple room. Kintu bahukhini kiba palu.. Bujabo nuwaru..
Sir room to o akhon kitap buli kobo pari..
Thanks Nitumani Da..🙏🙏
Gohai sir hosa arthot ajon manob Premi bekti asil ami tekhetok srodhyare huoriso, onnyahate reporter Nitumoniko dhonnyabad jonalo.
Very nice 😢😢😢
Very nice,...
❤️
Mhbmmnmmmmmmmmmmmmmnmmmmmmmmmmmmmmñmmmmmmmmmmmmmmmmmmmmmm
Immb
K
xannadik sir nitumoni ase thanouu gor ever
for ever green sir
Bhal lagil
Good
Very Very nice video
জীৱনৰ এটা ডাঙৰ আশা থাকি গ'ল,,,,ইচ্ছা আছিল এবাৰ তেখেতক লগ পাবলৈ,,,, ঢকুৱাখনাবাসী হিচাপে তেখেতৰ ক্ষতি চিৰজীৱন মনত থাকি যাব
ভিডিঅ'টো চাই থাকোতে ভাবিছো ছাৰৰ কিতাপৰ আলমাৰিবোৰ কেতিয়া দেখা পাওঁ.... শ্ৰীযুত নিতুমনি শইকীয়া দাদালৈ ধন্যবাদ যে তেখেতৰ জৰিয়তে এজন মহান ব্যক্তিৰ অমূল্য সম্পদ কিতাপৰ ভড়ালটো দেখিবলৈ পালো 🙏
আচলতে আপুনি কোৱাৰ দৰে সকলো দিশতেই কিতাপ .. 🙏🙏😥😥
Adhrannroa jibou
আৱেগিক হৈ পৰো এতিয়াও ছাৰ এই পৃথিৱীত নাই কথাষাৰ ভাবিলে। ছাৰলৈ সেৱা জনাইছো।।
Congratulation
❤mojja🥰
❤️
Very nice...
Very nice
❤️
ভাল লাগিল
❤️
Thanks
❤️
Vediotu aru alop dighl hua htn
❤️
Simple life. Great man.
Excellent
❤️
মোৰ সুভাগ্য এদিন এই ঘৰখনত ছাৰক পাইছিলো কিছু সময়ৰ বাবে৷ লগত পবিত্ৰ বৰা৷ Green tea একো কাপ আৰু সেই বিষেক পল বোৰ. . .
Nice
❤️
❤️
ধন্যবাদ ।
Very nice sir
❤️
Bor val lagil ..aaji hotat deki TH-cam...roi kene salu....aaru dekilu....Mur Assamese literature subject ...moi sir or kavita...katha....kahini.....poribo paisilu........tekhet hodaye jogomiya amar majot.....aapunaloi sat sat naman 🙏🙏🙏🙏🙏🙏🙏
❤️
Hosai Nitumoni sir.
ধন্যবাদ
Vallagil
Sir'ok ahmi manu kintu sirye amar boro manuk bhal poya nasile.
Sirar ghorkhon xodai jen anekoi a thake,
😢😢ateya o ase vl ke Rakhisu
এদিন মই গৈছিলো৷ভিতৰলৈ সোমাব নাপালোঁ৷কাৰণ তাত কোনো নাছিল
❤️
interesting
Very nice ❤️❤️❤️
Jega 😂😂😂
Anekuwa mohan byaktik ojoshra bar xonman jonaisu tekhet jate sira jugomiya hoi thakok moor oti xonmaniya byakti asil
❤️
সেই ঘৰটিত চাৰক তিনিবাৰ লগ কৰিবলৈ গৈছিলো আমি তিনিজন- আগতিয়াকৈ অনুমতি লোৱাৰ পিছত.....
❤️
🙁🙁🙁🙁
Thank u sir.
বাজনা বেছি একো বুজি নাপায়
🙏
🙏🙏🙏🙏🙏
মই ছাৰক বহুত ভাল পাও।
নাযায় শব্দটোও সঠিককৈ লিখিব পৰা নাইনে?
Jega buli axomia hobdo nai, thai hobo pare
নামঘৰটো নহয় নামঘৰ ভাগ ডাঙৰীয়া..
Muk subscribe koriba dei
Very nice
Nice
🙏🙏
Very nice
🙏🙏