ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ৰেডিঅ' টোলৈ আৰু পূজনীয় দেউতালৈ মনত পৰে। সেই ৰাতিপুৱাৰ সেই দিনবোৰৰ কথা। গীতিমালিকা।
মনৰ কথা কলে
À.spirìrtFor.mÿ.liviñg.
অসমীয়া সংগীতৰ শক্তিশালী সম্পদ ❤️❤️
Sweet dreams
❤😂😂😂
Ai get tu sonule ma deutaloi monot pore Deuta sote gitimalika Suna dinbor
এইবোৰকে প্ৰকৃততে গীত বুলি হৃদয় স্বীকৃতি দিয়ে। অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি..... বাঃ কিযে মধুৰ !!
Then listen my cover 🙏
খুৰা মৃত্যু হোৱাৰ আগদিনা এই গানটো শুনি খুৰা আছিল! গানটো আজীৱন লৈ ফুৰিম জীৱনত
এই গীতটি ,সংগীতৰ অনন্য এক মদকতা। উফঃ
জীৱনটো মোৰ জীপাল হৈ ৰয়...যেতিয়া এই বিনন্দীয়া গীতটি শুনোঁ😌
মন ভৰি পৰে হৃদয় নভৰে শুনি থাকিলেও হেঁপাহ নপলাই মিঠা আৰু মিঠা।
চিৰযুগমীয়া ❤
অপূৰ্ব মাধুৰী সনা গীত।। সূৰৰ মূ্ৰচনা বাজক অসম ভূমিত ।।
Then listen my cover 🎙️🙏
সঁচাকৈ বৰ ধুনীয়া গানটো......মন প্ৰাণ লৈ যায় অজান দেশলৈ👌
বাইদেউ, আপোনালোক হে অসম আৰু অসমীয়াৰ আচল সম্পদ! বাকীবোৰ মই একো একোটা ধব্বা বুলি ভাবো
Aaponar xakalobor geetei hriday sparshi aaru chira jugameeya❤❤❤🎉🎉🎉🎉🎉
মনক শান্তি দিব পৰা এটি গান।
চিৰসেউজ গীতবোৰ❤️ মনটো অশান্ত হৈ পৰিলে এইগীতবোৰে শান্ত কৰি তোলে। কি যে ভাললগা শব্দ-সুৰ ! হাজাৰ বাৰ শুনিলেও আমনি নলগা এই গীতটো ...হৃদয় স্পৰ্শ কৰে প্ৰতিবাৰেই❤️
Khub hundor apunar kontho hunile huni thakibo Mon Jai o.
বাইদেউৰ গীতবোৰ চিৰযুগমীয়া ।
Can you listen my cover 🎙️🙏
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি… মোৰ যে বৰ প্ৰিয় এই গীতটি… বহুবাৰ শুনিছো এই গীত ।
সছাকৈয়ে পুৰণি গীতবোৰ শুনি বাৰুকৈয় নষ্টালজিয়া হওঁ । যিবিলাক শুনিছিলো ৰেডিওৰ গীতিমাকা অনুষ্ঠাৰ জৰিয়তে । পুৰণিক পাহৰি নতুনৰ মুল্য নাই । পুৰণি গীত-মাতেৰে জীয়াই থকাৰ প্ৰেৰণা পাওঁক অশান্ত ৰ্জজৰিত অসম তথা অসমীয়া সমাজ । অসম আৰু অসমীয়া হিঅয়াৰ অমঠুৰ পুৰণি গীতসমুহ সংৰক্ষণ কৰি ৰখাৰ বাবে বুহুত বহুত ধন্যবাদ ।
*কিয়নো পুৰণি আমাক শান্তি দিব পাৰে*
Bohut bhal lagil
Hundor lagile gaan tu
আজীৱন ভালপোৱা এটা গান ❤❤❤
ইমান শব্দৰ সমাহাৰ, গীত ইয়াকে কয়।
ভাল লাগিল দেই 👍👍👍
Geet tu hosai sirosmoroniyo hoi rol😍😍
সৰু কালি তে শুনা আপোনাৰ এই গীত বোৰে মন প্ৰাণ চুই যায়। সেয়েহে আজৰি সময়ত মই আজি ও আপোনাৰ গীত বোৰ শুনি থাকো । আপুনি দীৰ্ঘ জীবী হও ক ❤
Bhut val lagil voice. Beautiful song
এইবোৰহে গান ৷মাতটো শুনিলেই কিবা লাগি যায় ৷সৰুকাললৈ মনত পৰি যায় ৷
Then listen my song 🙏
বৰ মধুৰ শুনি আমনি নলগা গীত । মোৰ অতি আপোন গীত। ।
Anima baideu hridoy chui juwa mur priyo eta gaan....
অসমীয়া জগতৰ চিৰযুগযীয়া গীত।
বহুত ধুনীয়া লাগে এনেকুৱা গানবোৰ।
সুন্দৰ.... বহুত ভাল লাগিল... Nice
Maja dai
অতি সুন্দৰ গীত..... অন্তৰ চুই যায়.......
Rinku Mani Ojah তুমি আহিবা বুলি
মন চুই গ'ল বাইদেউ...... ❤❤❤❤
Baideu apunar gan bur hodai hunu..... Moi apunar gan Bhut bhal Pau..... Keneke j bujau apunak..... Moi narayanpurole nis soi matim apuni ahibo lgibo Baideu.......
So beautiful song this is my favourite song 😍😍😍
@@bhupalichoudhurymusical_2228 yes pls😍😍😍
আমনি নলগাকৈ বাৰে বাৰে শুনি থাকিব পৰা এটা সুমধুৰ গীত।
Bor sundor purona git bur .Herai jaboloi dib nuwari
এই পুৰণি গীতবোৰে ৰেডিঅ শুনা দিনবোৰলৈ মনত পেলাই দিয়ে
maan paraxa geet ,
one of my favourite song
হৃদয় চুই যোৱা কালজয়ী গীতসদায় জীয়াই থাকিব আমাৰ হৃদয়ত 👌👌👌🙏🙏❤️❤️❤️😘😘🤗🤗.
heart touching song 💖💖
Ai gaan bor xunile mor monole kiba ata khaposh Mari dhora Jen lage
এটি অতি সংবেদনশীল গীত ।
..Ever graceful Anima Choudhury...
সোনালী দিনৰ সোনালী গীত। শুনি হেপাঁহ নপলায়।
😌😌😌😌 Suni bhal lagise
Excellent swt voice.....চিৰ স্মৰণীয়
এয়াই প্ৰকৃত সংগীত। শুনিবলৈ আৰু গাবলৈও সাধনা কৰিব লাগে।
Apurbo xundor.
Anima baideur gitbure manto kiba....Val Val lagi Jai ..naice......
Anima ba nice
মোৰ প্ৰিয় গীত বাইদেউ
really evergreen songs
Anima Baideor Aibur geet suni kiman je val lage amak bujab nowari.
Very nice audible voice. This song call past memory of beautiful days.
Can you listen my cover 🙏
বাইদেই আপোনাৰ গীতটি শুনি সছাকৈয়ে মোৰ বহুত ভাল লাগিল মনত পৰে ৰেডিঅ ত শুনা
Iman val lage mur...garner bahut artha ase.
Golden song. Aibur geet huna manuh ajikali komi goysee, aji kali akol rok, pop. Aibur geetor obihone rok, pop bure sangeet ot akhnot sthan pabone,
I CAN NEVER FORGET THE MOMENT U TEACH US UR SONGS MAM....😊😊😊MY FAV
Very clean...heart touching.
বহুত মূল্য বান গীত
সচাঁই শব্দৰ যাদুকৰ সকলে নেপথ্যত থাকি সুন্দৰৰ সাধনা কৰি যায়। সাধাৰণতে বহু মানুহে গায়ক জনকহে প্ৰাধান্য দিয়ে। অৱশ্যে আজিকালি কিছু ব্যতিক্ৰম।
সদায় ভাল লাগে।❤❤❤
Nice
Siroxeujiya geet😍😍
Xunile xuni thakib mon jai...
সোণসেৰীয়া প্ৰতিটো গীতেই মোৰ বহুত প্ৰিয় ।
সছাকৈয়ে পুৰনি গীত বোৰ গুনি ভাল লাগে
পুৰণি গীত বিলাকৰ সূৰ ,কণ্ঠ আৰু কথা বিলাকৰ মাদকতাই বেলেগ ।
❤️❤️👍👍👍👍👍👍👍 চিৰ যুগমিয়া গীত
মনমুগ্ধ মধুর গীত
A great salute to Anima Mam. I wish, if i would met her once my life will be greatfull🙏🙏Love you So much mam🥰🥰
অতি সুন্দৰ ,,,
Bohut vl lage gitbar
বহুত ভাল লাগে এই গীতটো মোৰ
The song is a beautiful song that reminds me of the culture and tradition of Assam.
really.. heart touching song... l love this song 💕💕💕
সুন্দৰ গীত
Bor sundor
bohut val lage anima abideur ganor kotha,xur aru Kanthatu
চিৰসেউজ গীত👌
😍😍 Favourite one.
One of my best songs....I like to sing this.
I love this song...my fvrt song..
মনটো জীপাল হৈ পৰে এই গীতটো শুনিলে,,,
It has touched my soul
সেই সময়লৈ উভতি গৈছো।য'ত মোৰ কৈশোৰ,ৰেডি'অ আৰু এই গানবোৰ বাজি আছে
বৰ ভাল লাগিছে
Hundor
উফ❤️
Very vvvvv wonderful song.
চিৰ সেউজ গীতবোৰে মন জীপাল কৰে
Anup Arnab
মন ভৰি গ'ল
Sooo sweet song 👌👌👌
Sooo. Sweet song .👌👌👌👌👌
anima choudhuri r gan mor bor priyo 😊😊
হৃদয় জুৰ পেলোৱা গীত।
mur priyo git
hundor gaan
Wau.. hridoy sui jai . Moi chhaygaon college r student .
Uff hridoy sporkhi
Aati sondar
ৰেডিঅ' টোলৈ আৰু পূজনীয় দেউতালৈ মনত পৰে। সেই ৰাতিপুৱাৰ সেই দিনবোৰৰ কথা। গীতিমালিকা।
মনৰ কথা কলে
À.spirìrt
For.mÿ.liviñg.

মন চুই গ'ল বাইদেউ......
❤❤❤❤
Baideu apunar gan bur hodai hunu..... Moi apunar gan Bhut bhal Pau..... Keneke j bujau apunak..... Moi narayanpurole nis soi matim apuni ahibo lgibo Baideu.......
So beautiful song this is my favourite song 😍😍😍
Can you listen my cover 🎙️🙏
@@bhupalichoudhurymusical_2228 yes pls😍😍😍
আমনি নলগাকৈ বাৰে বাৰে শুনি থাকিব পৰা এটা সুমধুৰ গীত।
Bor sundor purona git bur .Herai jaboloi dib nuwari
এই পুৰণি গীতবোৰে ৰেডিঅ শুনা দিনবোৰলৈ মনত পেলাই দিয়ে
maan paraxa geet ,
one of my favourite song
হৃদয় চুই যোৱা কালজয়ী গীত
সদায় জীয়াই থাকিব আমাৰ হৃদয়ত 👌👌👌🙏🙏❤️❤️❤️😘😘🤗🤗.