🙏 baideu, akha kariso aponar khabar valei haba. Aponar gaan mor khub val lage. Haru kaalot bahut hunisilu aponar gaan, mor deutai aponar gaan val pai deutar baabe aponar gaan hunibo paisilu. Baa najanu kio ba aponar gaan bur etia nuhua hoi jabo dharise. Nije nuhunile dekhun beleg kunu e nuhunai aponar gaan. Khoma bisarisu kiba jadi vul hoise baa. Moi bisaru aponalukar gaan bur jate amar pisor generation bilake hunibole badhyo hoi... Thank you baa.
🙏শ্রদ্বাৰ বাইদেউ আপোনাৰ এই গীতটোৰ প্রতিটো কথা আখৰে আখৰে ফলিয়াইছে বৰ্তমান সময়ত 🤔 বৰ দুখ লাগে... 😞😓😭
Sacai agr dre atia kunu gnr artha ni...old song so very very good
বাইডেউ আপোনাক এবাৰ ওচৰৰ পৰা চাবৰ মন গৈছে। ইমান ধুনীয়া কন্ঠ।
এই গীতটি বহুতবাৰ শুনিছো ইমানেই সুন্দৰ আমনি নালাগে ৷কিয়নো গীতৰ কথা সুৰ কণ্ঠ সকলোৱে মন মোহি পেলাই৷সেয়েহে আজি আকৌ শুনিলো মনটো অতীতে ৰি্ঙিয়াই গল৷
মা ৰ মুখত কাম কৰি থাকোতে প্ৰায়ে শুনা পাওঁ গানটো, সৰুৰে পৰাই আপুনি মোৰ প্রিয় গায়কৰ তালিকাত আছে বাইদেউ।
ইমান সুন্দৰ গীত আজিৰ প্ৰজন্মই আদৰি লওক এনেবোৰ গীত
Yes brother
Sesta korisu..
Ene bur gan r dislike diye. Buji napale xuniboi nalage.
Ma'am vl gayikar lgte college history subject r bohut vl guru o asil.aji aru abr class r dinbor mnt pori gol
ইমান ধুনিয়া কন্ঠ। এইটো গান শুনিলে হৃদয় চুই যায় । এই গানটি মই সদায় শুনু । মুর প্রিয় গান।
Sundargeet
Bor dhuniya geet .
অতি দুখ লগা lyrics যি এক সত্য ,
বাইদেউ আপোনাৰ নমস্কাৰ । আপোনাৰ কন্ঠৰ যাদুই আমাক অতিকৈ গুণমুগ্ধ কৰে।
এনেধৰনৰ গীত সদায় আপোৰুগীয়া হৈ ৰব ।প্ৰত্যেক অসমীয়াৰ হ্নদয় ষ্পৰ্শা গ
Hoi
Hoi
অনুপম
আগৰ গীতবোৰৰ আমেজেই সুকীয়া।কি যে সুন্দৰ কণ্ঠ,সুন্দৰ কথা।
শুনিয়ে থাকো এইবোৰ গীত এনেগীতবোৰ প্ৰত্যুকজন অসমীয়াৰ হৃদয়ত জিলিকি থাকিব ..
ভাষা নাই! ইমানেই ভাল লাগে...... অজৰ-অমৰ গীত।
হৃদয় জুৰোৱা গান,এতিয়াও গাৰ নোম থিয় হৈ যায়।
বাইদেউ আপোনাৰ প্ৰতিটো গীতেই মোৰ হৃদয় স্পৰ্শ কৰি যায়৷
সেৱা কৰি কৰি আজৰি সময়ত এই মনোমোহা গীত টি শুনি থাকো ।
Baideu is our resource ,and source of inspiration as well as pride for the people of my state ASSAM.
বৰ সুন্দৰ গীত, বৰ ভাল লাগিল।
অসমৰ সমসাময়িক পৰিস্থিতিৰ প্ৰতি চিন্তাক্লিষ্ট আৰু ভীতিগ্ৰস্ত অনুভৱী হৃদয়ৰ সুমধুৰ গুঞ্জন। আপোনাৰ কণ্ঠ চিৰযুগমীয়া হৈ ৰওক ……
হৃদয় মন জুৰোৱা গীত, মগজু আৰু বিবেক জগাই তোলা গীত।
অতি সুন্দৰ!
Oti hundor
Hridoi sui jua geet 💟🙏
Hosakoi eman dhuniya gan..agote hunai nasilu apunak hajar pronam
নমস্কাৰ বাইদেউ🙏 আপোনাৰ গীতৰ মই অনুৰাগী .জনা হোৱাৰে পৰাই আপোনাৰ গীত "মা" মুখত শুনিবলৈ পাঁও সেইবাবে হয়তো আপোনাৰ মাত শুনিলেই আপোনাৰ গীত শুনিলেই অতিকৈ আপোন আপোন লাগে আপোনাক...
বহুত সৰুতে এই গীতটোত মঞ্চত নৃত্য কৰিছিলোঁ খুব ভাল লাগে গানটো আজিও বহুত প্রিয় ।
Bohut val lage geet ti.aikaidin hodai hunisu.
Siroxeujiya geet.iman dhuniya xur,mon jur pori jai gaan tu xunile.
বৰ প্ৰিয় অনিমা বাইদেউৰ গীত।
হৃদয় চুই যোৱা গান। বহুত ভাল লাগিল শুনি ।
হয় আপুনি ঠিক কথা কৈছে
ইমান সুন্দৰ সুন্দৰ গীত, যুগে যুগে অমৰ হৈ ৰব৷
দেহ মন সাত পৰি যায় এনেবোৰ গানত
এৰা... এই গানটোৱে বহুত শিকাব খোজে❤️❤️
বৰ ভাল লাগে গানটো৷ আপুনি ইমান ধুনীয়াকৈ গাইছে ৷
মন পৰষা গীত। আপোনাক অশেষ ধন্যবাদ
Tulikar mukht xhunar pist ba Aponar gan xhuna nasilo aji xhunilo aito gan.bhut val lagise. ..
Excellent singing! Beautiful composition!
প্ৰতিটো শব্দ ই অৰ্থযুক্ত.....
Hoi ..... Bor vaal lage. Mur suwaliye ei gaantu gabole sesta kori ase aru moi birat val pau. Ai gaantu bor suwala..........
The song brings the smell of assamese soil , heart touching song thanks to the writer and singer and musician.
Hosakoiye mur atikoi moromloga geettu......Aru anima baideuk mur pora antorik morom aru srodha jonalu.
প্ৰতিটো শব্দই চুই যায়..! একোটা বৃহৎ অৰ্থ..!
আপোনাৰ এই গীতটি ভিডিঅৰ সৈতে ভাল লাগিল ।যিমান পাৰোঁ মানুহৰ মাজত বিলাবলৈ চেষ্টা কৰিম ।
Usha Ojah Rani Ma Rajia Road Naranpol Mor Iive Is Song
USHA Rani MA Gajia Road Naranpol
সুন্দৰ সুৱলা জাতীয় চেতনাবোধক গান এইটো, গায়ীকাক ধন্যবাদ জ্ঞাপন কৰিছো
Bahut val lage baidew apunar geetbor..
Pahoribo noyara gan aru gayika
.God bless you
Bor vl lagise dai ❤️❤️😘
Bor hundor Geet...😊😊😄
Baht val lagile khunj
Ai gan 2 suni bohut vl lagil..hridoy sparkha kri goise
তুলিকাৰ কন্ঠত শুণাৰ পাছত বাইদেউৰ কন্ঠত প্রথম শুণিছো বহুত সুন্দৰ গীত ! তেতিয়া বাইদেউ #BEST আছিল আৰু এতিয়া তুলিকা !
তেনেকৈ নকবা। বাইদেউৰ চকীখনত কাকো নবহুৱাবা। তুলিকাই ধুনীয়া গাইছে।
Sweet melody song
bhut vl lagil
নিচেই সৰুকালৰ পৰাই শুনি আহিছো এই গীতটি ।ইমান যে ভাল লাগে গীতটি ।গীতটটি শুনি থাকিলে তাহানিৰ অসমীয়াৰ শৌয্য বীৰ্যৰ কথা ভাবি শৰীৰৰ মাজেদি কিবা এটি যেন শিহৰণ অনুভব কৰো । নিশ্চিতভাবে এই গীতটি অসমীয়া চিৰসেউজ গীত । অসমীয়া জাতি এই ধৰাৰ বুকুত থাকে মানে গীতটি অমৰ হৈ থাকিব।
Moi jibont ajiloi kotu gaan gai poa nai,,kin2 apunar ei2 gaan kiba eta special,incredible voice mam❤❤
Bahut xundor geet.natun projnmoi aakawali lobo buli aakha korilo.
ধুনীয়া লাগিছে আৰু হৃদয় স্পৰ্শ কৰিছে গানটোৱে
ধুনীয়া লাগিছে আৰু হৃদয় চুই যোৱা যেন লাগিল গানটি
নতুন প্ৰজন্মৰ বাবে এই গান গাই থা কিব বাইদেউ ।
বাইদেউ ইমান ভাল লাগে এই গীতটি দিখৌ নৈ কাষলৈ গলে এই গীতটিয়ে বৰকৈ আমনি কৰে ।
মন পৰশা, হৃদয় জুৰুৱা গান
Bohut val lage apunar gan bur ❤❤❤
Dhunia lgisa
বহুত ধুনীয়া গীত শুনি বহুত ভাল লাগিছে সঁচাই......😊😊😊😊😊😊😊
Emn dhunia geet. Khuni thakib e Mon goi thake
Not only old is gold but also ever green also.very sweet voice.....
Jcd
H in class is to the if he gets do pic of inglhhgh pi h on on line on m mk he jhh g on gg on h no
@@abinashdas2473 you are a fool.... Shameless boy. Having no good thoughts ever.😒😒😒☹️☹️☹️
Iman dhuniya gaantuk ki ki boki ase suwa sun.
এই সুন্দৰ গীতবোৰক মৰি যাবলৈ নিদিব।ই অসমীয়া জাতিৰ পৰিচয় ।
এই গীতটো সচাকৈয়ে বহুত সুন্দৰ।
One of the best Assamese song 🎶🎶🎶🎶
অৰ্থৱহ গান বাইদেউ ৷
ইমান সুন্দৰ....কবলৈ ভাষা নাই
Wonderful song 😊
Most evergreen song ever...💕💕💕
অতুলনীয়........বাইদেউ।
baideo namaskar, moyu apunar gaan radiot hunarporai apunar anuragi, ekdm horureporai. bohut val pau apunar gaanbur bohut vaal lage
ভাল লাগিল আপোনাৰ গীত টো......
Horu hoi thakute radiot hunisilu ! Bhall lagil huni
Dhunia Mam
Mind blowing song...
One of the best Assamese song... I love it.. Thank you so much 😀🙏🙏
Bohut bhal lagil geet ti
সুন্দৰতম্
Bestest lyrics best song best singer
Pranam Dr madam ki Sundar voice .
Mojaaaa
Geet nohoy jen amar jatiyo jeebonor jiya smriti gatha he ❤❤❤❤❤❤❤❤❤❤❤
Old is gold
Very sweet sung and sweet song
LIKE IT.
আপোনাৰ গীত শুনিলে হৃদয় জুৰ পৰি যায়
Eman xuriya gaan..dhuniya lyrics..
সদায় যুগমীয়া হৈ থাকক...
বহুত ধুনীয়া গীত।মজা।
Xuni thakibo mn jai...
Bor dhunia lagise
Dhunia
Bohut val lage baideuu
অতিকে মনোমোহা গীত।
Mojjja
বহুত ভাল লাগে গানটো .......
🙏 baideu, akha kariso aponar khabar valei haba. Aponar gaan mor khub val lage. Haru kaalot bahut hunisilu aponar gaan, mor deutai aponar gaan val pai deutar baabe aponar gaan hunibo paisilu. Baa najanu kio ba aponar gaan bur etia nuhua hoi jabo dharise. Nije nuhunile dekhun beleg kunu e nuhunai aponar gaan. Khoma bisarisu kiba jadi vul hoise baa. Moi bisaru aponalukar gaan bur jate amar pisor generation bilake hunibole badhyo hoi... Thank you baa.
ইমান ধুনীয়া কণ্ঠ ।good
This historical song teach us so many unknown things about Assam.All of us we should try to understand the matter of the song.
ধন্যবাদ বাইদেউ বহু বহু ধন্যবাদ
,🙏🙏nomoskaer baideu moi margehrita pora koisu mur apunar gan huni bohut vhl lage
Bhut hundr
গাৰ নোম শিহৰি অহা গীত…… বাইদেউলৈ নমস্কাৰ
সৰুতে শুনা ৰেডিও টো লৈ মনত পৰে ,,,আইদেউ বুলনিত।
ভাল লাগিল