Mitali Choudhury's Assamese Song : "KETIYABA MUR"

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ธ.ค. 2024

ความคิดเห็น • 532

  • @renukadas4704
    @renukadas4704 3 ปีที่แล้ว +37

    মিতালীৰ বিয়োগ অসমৰ সংগীত জগতৰ অপূৰণীয় ক্ষতি।সুন্দৰ কণঠৰ দৰদী শিলী আছিল।

  • @duttadurna
    @duttadurna 4 หลายเดือนก่อน +4

    এই গানটোৱে যেন কিবা এটা দুখ দি যায় মনত। অতি সুন্দৰ কণ্ঠদান কৰিছে। বাইদেউক ধন্যবাদ জনালো।

  • @kamaldas-px7cu
    @kamaldas-px7cu 4 ปีที่แล้ว +15

    হৃদয় চুই যোৱা গান।বহুত ভাল পাওঁ মই এই গানটো অকলে থাকিলে মই শুনি থাকো সদায়।

  • @shivbarua4998
    @shivbarua4998 4 ปีที่แล้ว +55

    মন জুৰ পৰি যোৱা গীত শান্ত ভাবে বৈ অহা এটি জুৰীৰ দৰে আজিও মোৰ চকুলু উলাই কাৰ কাৰ ভাল লাগে2020তো কোনে কোনে শুনিচে like কৰা

  • @nayanjyotikalita9725
    @nayanjyotikalita9725 5 ปีที่แล้ว +7

    অকলে থকা অৱস্হাত আজিলৈকে যে কিমান শুনিলো হিচাপ নাই।শুনি হেপাহ নপলায়।কিবা যেন স্বৰ্গীয় ৰহন সনা ,সকলো শ্ৰোতাৰ হৃদয়ৰ বাণী সংগ্ৰহ কৰি গোৱা তেনে লাগে।

  • @jayantakr.sarmah7971
    @jayantakr.sarmah7971 6 ปีที่แล้ว +13

    মানুহ মাত্ৰেই জীৱনৰ কোনোবা এটি দিনত এক মুহূত্বৰ কাৰনে হ'লেও অসহায় অৱস্হা এটা আহিবই আৰু ই সত্য। ভগৱানে যেন বাইদেউক তেখেতৰ চমু জীৱন সৰ্ম্পকে সকলো আগতীয়াকৈ অৱগত কৰাৰ বাবেহে গীতটো গাইছে এনে লাগে। গীতটো অতিকৈ ভাল লাগে, অতুলনীয়।

  • @lukukonch6221
    @lukukonch6221 3 ปีที่แล้ว +10

    মোৰ মন,মোৰ জীৱনটো মীতালী বাইদেউৰ এই গীতটোৰ লগত সম্পূণ সোমায় গৈছো এনে অনূভৱ হৈছে,, বহুত ভাল লগা গীত!বাৰ এই গীতবোৰ যূগমীয়া হৈ ৰয় যেন,,,

  • @mehebubhussain3505
    @mehebubhussain3505 4 ปีที่แล้ว +5

    মই এই গীত কিমান যে শুনিছো এতিয়াও কিবা নতুন নতুন লাগে৷
    সেই ৰেডিঅ যোগত যে ফোনিং কলপতৰু আছিল সেই যুগৰ পৰা শুনি আছো ৷ মিতালী বাইদেউ আপুনি অমৰ৷

  • @dipong_muktobihongo2312
    @dipong_muktobihongo2312 6 ปีที่แล้ว +62

    যেতিয়া জীৱনৰ জ্বালা যন্ত্ৰণাই আগুৰি ধৰে., নিজকে শেষ কৰি দিবৰ মন যাই তেতিয়াই শুনো হিয়াখন যোৰ পেলাবলৈ মিতালী বাৰ এই প্ৰিয় গীতটো...

  • @taranikantachoudhury4514
    @taranikantachoudhury4514 4 ปีที่แล้ว +10

    বিষাদবেদনাৰে ভৰা গানটি গায়ীকাই সুন্দৰ ভাবে উপস্হাপন কৰিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো

  • @azmerali3186
    @azmerali3186 2 ปีที่แล้ว +8

    মোৰ খুব ভাল লাগে মিতালী বাইদেউৰ গীতবোৰ । অন্তৰ স্পৰ্শ কৰি যায়।

  • @jayantasarmaatom2600
    @jayantasarmaatom2600 2 ปีที่แล้ว +2

    সুন্দৰ সুৰ । excellent , পৰম শ্ৰদ্ধাৰ কণ্ঠশিল্পী গৰাকীকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ । সুৰ , মিউজিক খুবেই সুন্দৰ । কিমান ধুনীয়া গান কৈ শেষ কৰিব নোৱাৰি । আচল অসমীয়া গান ।

  • @নাৰীতুমিঅনন্যা
    @নাৰীতুমিঅনন্যা 5 ปีที่แล้ว +34

    কিমান বাৰ শুনিছোঁ, হিচাপ নাই৷ সুন্দৰ! অতি সুন্দৰ!

  • @aminurrahman1915
    @aminurrahman1915 ปีที่แล้ว +4

    Evergreen song.I become nostalgic and remember the days when we heard the song in radio.😊❤

  • @sayedwakil6596
    @sayedwakil6596 5 ปีที่แล้ว +13

    Mitali Baido, Your voice remind me of my mother who use to sing this song during my childhood. You have a excellent voice. Yes sometimes when you feel sad far away in Australia , this songs make you feel very nostalgic

    • @mainaboruah4541
      @mainaboruah4541 2 ปีที่แล้ว

      Dhdhdhhdhheuuudduuudhhhdhhdhdhdhhhdhhdhudhhhdhudhhdhhjhdhhhdhhhhh

    • @mainaboruah4541
      @mainaboruah4541 2 ปีที่แล้ว

      Ehehdhjjehjjdjjdjdjjjddjjjjddjjdjjdjjjdj

    • @bijudeka32
      @bijudeka32 2 ปีที่แล้ว +2

      00

  • @aq-bn3dw
    @aq-bn3dw 7 ปีที่แล้ว +19

    This song is one of the best Assamese song that I have listen in my whole life. This song reminds me about my childhood. Today I am 15 Years old but I still listen to this song. According to me Assam is best place to live on earth. Assamese people are well educated, well mannered and very wise people. I myself being Bengali feel proud that I have born in Assam. I am From Guwahati. We Bengalis love Assamese people. Best wishes to all and Bengal and Assam should become Friends in near future. We should be united. Only Love nothing.

  • @priyankusarma8350
    @priyankusarma8350 6 ปีที่แล้ว +18

    এই গানটো মোৰ বৰ ভাল লাগে ৷চিৰস্থায়ী হৈ থাকিব এই গানবোৰ ৷

  • @mickland5679
    @mickland5679 6 ปีที่แล้ว +6

    Mitali baideo bht dhunia geet .. Muk aimatro dewtai share korise geet tu. ! Thank you Papa .

  • @kabitabhuyan9507
    @kabitabhuyan9507 5 ปีที่แล้ว +4

    এনেকুৱা গানবোৰৰ মাজেৰে মিতালী বা সদায় আমাৰ মাজত জীয়াই থাকিব,,

  • @deeprajbangshi5521
    @deeprajbangshi5521 ปีที่แล้ว +6

    EVERGREEN SONG......LOVELY COMPOSITION ,MUSIC ARRANGEMENT, LYRICS AND GOLDEN VOICE

  • @tenjingterang1468
    @tenjingterang1468 4 ปีที่แล้ว +16

    এইবূৰ গান শুনিলে চুকূলো উলাই আহে মনৰ অন্তৰত পৰা।
    আজি কালি এনেকুৱা গীত কিয় তৈযাৰ কৰা মানুহ অভাৱ হৈচে??

  • @mukutnath6494
    @mukutnath6494 4 ปีที่แล้ว +9

    হৃদয় চুই যোৱা গীত ,ভাল লাগিল ।

  • @KhilaranjanBhuyan
    @KhilaranjanBhuyan 7 หลายเดือนก่อน +4

    সদায়েই তেখেত আমাৰ চিৰ নমস্য হৈ সংগীত জগতৰ ভোটা তৰা হৈ জিলিকি থাকিব!!!

    • @KhilaranjanBhuyan
      @KhilaranjanBhuyan 7 หลายเดือนก่อน

      মিতালী চৌধুৰী আমাৰ সংগীত প্ৰৱাহীনি আছিল আৰু ভৱিষ্যতেও আমাৰ হৃদয়ত তেখেতৰ সংগীত প্ৰৱহমান হৈ থাকিব!

  • @binodbaruah3669
    @binodbaruah3669 6 ปีที่แล้ว +7

    মিতালি বাৰ গান বোৰ সুনিলে মনতো বৰ দুখ লাগে ।গান তো শুনি ভাল লাগিল ।

  • @vijaykumardev1345
    @vijaykumardev1345 3 ปีที่แล้ว +1

    কোনে কয় মানুহে আমাক এৰি যায় ৷এই দুনিয়াত আৰম্ভণিৰ পৰা যি আছে শেষলৈকে থাকি যায় ৷ৰূপ সলনি হলেই নোহোৱা নহয়। এওঁলোক আমাৰ মাজত চিৰকাল চিৰদিন ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থাকিব ৷অসমীয়া জাতি থকালৈকে এওঁলোক থাকি যাব আৰু আমি আমাৰ জাতিক কোনোকালে মৰিবলৈ নিদিওঁ ৷

  • @chandankalita60
    @chandankalita60 9 ปีที่แล้ว +7

    My Favrate song,,,thnxx mitali baa....from (chandan)Chanakya..rangia.

    • @rajdeep7357
      @rajdeep7357 5 ปีที่แล้ว +1

      Thanks chandan

  • @sewalisarma3940
    @sewalisarma3940 7 ปีที่แล้ว +64

    গান বোৰৰ মাজেৰে মিতালী বা চিৰদিনৰ বাবে জীয়াই থাকিব। মিতালী বা বহুত সোনকালে আমাৰ মাজৰ পৰা গুচি গল।তেওক আমি এই গান ৰ মাজত সদায় পাওঁ।

    • @bishalkharel3979
      @bishalkharel3979 6 ปีที่แล้ว +5

      aapuni vaal khatha kole

    • @nurulhaque7816
      @nurulhaque7816 6 ปีที่แล้ว +3

      হৃদয় জুৰো গান শুনি থাকিবৰ মন যায়

    • @gbb1998
      @gbb1998 6 ปีที่แล้ว +2

      Oh my heart!!!
      These songs touch the heart to bleed in sadness...!!

    • @sabitadevi9646
      @sabitadevi9646 5 ปีที่แล้ว +1

      Hi

    • @gajenborah1853
      @gajenborah1853 5 ปีที่แล้ว +1

      Metali Bai deousongot Val lagey

  • @Upasana5804
    @Upasana5804 6 ปีที่แล้ว +19

    মোৰ মনটোও কেতিয়াবা বাইদেউৰ গানটোৰ দৰে মিলি যোৱাৰ দৰে অনুভৱ হয়

  • @harajyotigogoi7495
    @harajyotigogoi7495 6 ปีที่แล้ว +8

    Its realy beautiful song ... its song hs can change of human life

  • @Cayden4442.0
    @Cayden4442.0 ปีที่แล้ว +3

    I love you Mitali ba nice song good voice tumi jote asa tumar Atmai Khanti Pai 🙏🙏🙏

  • @ajoynarah2614
    @ajoynarah2614 7 ปีที่แล้ว +4

    today is my first to listen this song.itz realy a heart touching song.m very happy with this song

  • @ganeshnewar1508
    @ganeshnewar1508 4 ปีที่แล้ว +9

    Mitali baa miss u lots🌺🌺❤❤

  • @mmajumdarbaksa8389
    @mmajumdarbaksa8389 6 ปีที่แล้ว +10

    হৃদয় পৰশা গীত। শুনিলেই সন্মোহিত হৈ ৰওঁ‌।

  • @sbsubhash8959
    @sbsubhash8959 7 ปีที่แล้ว +22

    Melody,,,,, দুখৰ পঞ্জীভূত ক্ষোভ গীতেৰে প্ৰকাশ ,,,,মোৰো একেই অনুভৱ ,,,,,,

    • @rubimech8025
      @rubimech8025 5 ปีที่แล้ว

      বৰ সুন্দৰ গান

    • @mridulkakati1268
      @mridulkakati1268 3 ปีที่แล้ว

      শুণি থাকিলে শেষ নহয
      মৃদুল কুমাৰ কাকতি মৰিগাও ।

  • @labonsaikia8925
    @labonsaikia8925 6 ปีที่แล้ว

    Bht bht bht vl lge...moi nijok bisari paw...protitu kothai mur lgt mile..nd miss u Mitali ba.

  • @mantukonwar1922
    @mantukonwar1922 3 ปีที่แล้ว +2

    বৰ সুন্দৰ গীত । শুনিলেই আৰু শুনিব মন যায় ।

  • @biswajitbarman289
    @biswajitbarman289 ปีที่แล้ว +1

    ইমান ধুনীয়া গীত।।হৃদয় স্পৰ্শ কৰি যায় 💔

  • @deepaboro4090
    @deepaboro4090 6 ปีที่แล้ว +1

    first xunilu..bohut val lagil geet ti

  • @kumarbivutiaradhana5268
    @kumarbivutiaradhana5268 6 ปีที่แล้ว +26

    এটা কালজয়ী গীত। যাৰ কথা আৰু সুৰ হৃদয়ত সুমাই আছে।

  • @hiranyadas4511
    @hiranyadas4511 6 ปีที่แล้ว +16

    গানটো শুনি যেন মিতালী বাইদেও আজিও জিয়াই আচে।

  • @smsajid9575
    @smsajid9575 5 ปีที่แล้ว +4

    Excellent..fantastic...awesome...melodious....♥️

  • @enuwarabegum5715
    @enuwarabegum5715 6 ปีที่แล้ว +1

    Bhut val lagil geet bor xuni.thanks a lot.

  • @purnasaikia818
    @purnasaikia818 4 ปีที่แล้ว +5

    গানে স্মৃতিবোৰ জীৱন্ত কৰি তোলে। জীয়াই থকাৰ প্ৰেৰণা দিয়ে

  • @bhupendas9062
    @bhupendas9062 7 ปีที่แล้ว +3

    বৰ সুন্দৰ গীত । এনে গীত সদায় শুনিব পাৰি !

  • @tribenibarthakur522
    @tribenibarthakur522 5 ปีที่แล้ว

    Sasai Mitali bar gantu suni nijor jibonor logot mil thoka jen lage.Very nice song

  • @pujasarma4516
    @pujasarma4516 6 ปีที่แล้ว +7

    বহুত বহুত ভাল লাগিছে পুৰনি গীত শুনিবলৈ পাই

  • @Miduldutta
    @Miduldutta ปีที่แล้ว

    ভাল লাগে এনে বোৰ গান
    আজি কালি এই সুখ সমন্ধীয় গান বোৰ হেৰাই গৈছে

  • @pranabkaibarta9569
    @pranabkaibarta9569 หลายเดือนก่อน

    Tumr music xuni mur bhut vl lagil____tumk ki boli xnobat jonam ___ khatara bujabo nuwari ❤❤❤❤❤❤❤❤❤❤❤❤

  • @bishnudas8185
    @bishnudas8185 6 ปีที่แล้ว +1

    Khub xundarrr lga ay geet bor...

  • @maznoohussain9728
    @maznoohussain9728 4 หลายเดือนก่อน +2

    My most favourite Assamese singer

  • @RajuDeka-se2eh
    @RajuDeka-se2eh 3 หลายเดือนก่อน

    এটি‌ বাস্তৱ সত্য কথা। অন্তৰ চুই‌ গৈছে।

  • @sewalibordoli8731
    @sewalibordoli8731 3 ปีที่แล้ว

    বহুত ভাল লাগিল ।গানটো । মই বহুত চাও আৰু বহুত শুনো ।তুমি এনেকে দিথাকিবা গানবোৰ ।

  • @ajayrajbongshi6187
    @ajayrajbongshi6187 6 ปีที่แล้ว +20

    সোণৰ টুকুৰা একোটা এইবোৰ গান।💖💖

  • @bidyutjyotikhaund8961
    @bidyutjyotikhaund8961 6 ปีที่แล้ว +6

    Very lovely & heartest song...

  • @chrisbro8969
    @chrisbro8969 8 หลายเดือนก่อน +1

    Nice song, amar mahi birat val pai etu gan

  • @lakheswarlakheswar1198
    @lakheswarlakheswar1198 ปีที่แล้ว +2

    Gantu huni bulukone big hoi😭😭😭😭😭😭

  • @manindranath4509
    @manindranath4509 7 ปีที่แล้ว +16

    বাইদেউৰ গীতটিৰ সতে মোৰ মিল আছে , ধন্যবাদ

  • @nitulkalita3586
    @nitulkalita3586 6 ปีที่แล้ว +7

    Lovely song,,,, chankya Rangia Tarani.,

  • @SukumarDutta-w4s
    @SukumarDutta-w4s หลายเดือนก่อน

    So valuable words of heart touching song singing by Monojyosna Mahanta it is lovely for all

  • @rajibkumarrabha201
    @rajibkumarrabha201 7 วันที่ผ่านมา

    হৃদয় চুই যোৱা গীত😢😢❤❤

  • @surenboruah3241
    @surenboruah3241 4 หลายเดือนก่อน

    ইমান সু মধুৰ কন্ঠ, শুনি থাকিলেও আমনি নালাগে,

  • @munmisaikia4807
    @munmisaikia4807 5 ปีที่แล้ว +2

    Bohut val lage ai gantu xuni
    My favourite song
    Very very nice
    I love you mitali ba 😍😍😍😍😍

  • @rajukalita5247
    @rajukalita5247 ปีที่แล้ว

    Ei gaantur protitu xur mor jibonor logot mili goise😢

  • @ujjwalniyugassam182
    @ujjwalniyugassam182 4 ปีที่แล้ว +7

    One of the best singer in assam

  • @rintu1232
    @rintu1232 7 ปีที่แล้ว +2

    Mitali ba dhukal... Moi ai geet ti through remember korisu

  • @dhirajkumardeka4814
    @dhirajkumardeka4814 5 ปีที่แล้ว +3

    A thing of beauty is a joy for ever....Its like a bower for us....

  • @Mojobaruah
    @Mojobaruah ปีที่แล้ว +2

    😢😢kiyo janu oxohai Jen lage

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว

    "অনুতাপ"বোলছবিৰ এটি চিৰসেউজ গীত। গীতটি শুনিলে বিষাদেৰে মনটো ভাৰাক্ৰান্ত হৈ পৰে,কাৰণ এই গৰাকী মহান শিল্পীৰ পৰা আমি যে নতুন গীত আৰু শুনিবলৈ নাপাওঁ--সেই কথাটো ভাবি। তেখেতৰ গায়কী আছিল অতি উচ্চ মানদণ্ডৰ।মাত্ৰ 11 বছৰ বয়সতে গণশিল্পী স্বৰ্গীয় খগেন মহন্ত ডাঙৰীয়াৰ সৈতে একে খন মঞ্চত গীত পৰিৱেশন কৰা এই গৰাকী দৰদী শিল্পীৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়। নেপথ্য কণ্ঠশিল্পী হিচাবে অসমীয়া চলচ্চিত্ৰৰ যিবোৰ গীত তেখেতে পৰিবেশন কৰিছে, সেই গীত বোৰে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে।

  • @jitupatorbhallagisesai6509
    @jitupatorbhallagisesai6509 5 ปีที่แล้ว

    Emane je bhal lage mitali ba gaanto khunile
    Thanks

  • @Rajgiyanworld
    @Rajgiyanworld 2 หลายเดือนก่อน

    ইমান সুন্দৰ গীত বৰ ভাল লাগিছে

  • @snehakhan2808
    @snehakhan2808 4 ปีที่แล้ว +2

    I LOVE Mitali bar geet

  • @dhanjudeka9016
    @dhanjudeka9016 2 ปีที่แล้ว +1

    এই.গানতো.মোৰ.বহুত.ভাল.লাগে.

  • @SukroSwargiary-jn3xc
    @SukroSwargiary-jn3xc ปีที่แล้ว +1

    Hart song I d'nt Forget song love to you

  • @jalaluddinahmed5276
    @jalaluddinahmed5276 2 หลายเดือนก่อน +1

    hridayor gaan. bahut bhal lage

  • @lnl6069
    @lnl6069 5 หลายเดือนก่อน

    Baideu gua Gaanto Bortomanr logot mili goise...2024 ❤❤

  • @bharotibordoloi2389
    @bharotibordoloi2389 5 ปีที่แล้ว +1

    এই গীতটো বাৰে বাৰা শুনিলেও হেপাহ নপলাই

  • @kusumsharma4537
    @kusumsharma4537 8 หลายเดือนก่อน +1

    Mitali baai miss you so good 👍👍

  • @rimanath8555
    @rimanath8555 ปีที่แล้ว

    Mur jetiya mon tu beta lge tetiya ae gan tu hunu 😢😢😢 bohut besi dukh lage 😭😭😭

  • @ripsondaimari6136
    @ripsondaimari6136 6 ปีที่แล้ว

    Bohut val lage baideor git. Mon subo para git.

  • @alakadevi5347
    @alakadevi5347 หลายเดือนก่อน +1

    Heart touchin video

  • @rajuchoudhury8090
    @rajuchoudhury8090 5 ปีที่แล้ว

    Smiti aru abeg bhora sweet song , Thanks

  • @uddhabmahanta2570
    @uddhabmahanta2570 2 ปีที่แล้ว

    Sasakoia. Ata. Hridoi mon jur pelowa sumadhur songeet.

  • @afsarali-rm3bn
    @afsarali-rm3bn 7 ปีที่แล้ว

    very sad video song.really bohut val lagise.

  • @pabitradaspabitradas2021
    @pabitradaspabitradas2021 5 ปีที่แล้ว +2

    Wow amazing 🤗🤗🤗🙏🙏

  • @hafijabegum3461
    @hafijabegum3461 5 ปีที่แล้ว +6

    অন্তৰ চুই যোৱা এই চিৰসেউজ গীতটো শুনিলে চকুৰ পানী ওলাই আহে

  • @gobindarajbongshi4490
    @gobindarajbongshi4490 7 ปีที่แล้ว +8

    heart touching song . i like.......

  • @kamaldas4842
    @kamaldas4842 6 ปีที่แล้ว +3

    Great... baidu

  • @Ajonphi
    @Ajonphi 2 ปีที่แล้ว

    বৰ সুন্দৰ গীত সদাই শুনি থাকিব মন যায়

  • @kusumsharma4537
    @kusumsharma4537 8 หลายเดือนก่อน +1

    Nice song Assamese matil ba🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @jasitabarkalita6384
    @jasitabarkalita6384 4 ปีที่แล้ว

    Mur khub bhal loga geet...kiman ber j hunisu hisab nai...

  • @TilamaThakuria
    @TilamaThakuria 4 หลายเดือนก่อน

    Khub aabeg bhara geet❤❤❤

  • @prahladray8118
    @prahladray8118 2 ปีที่แล้ว

    Very very miss you mitali baa,,,tumar attmai santi pawk,,,jote asa kushole thaka,,,tumi amar antorot soday jiwai thakiba,,,,

  • @triRC2023
    @triRC2023 5 ปีที่แล้ว +4

    evergreen song😘😘

  • @Nibir126
    @Nibir126 6 ปีที่แล้ว +4

    জীৱনৰ কিছু অৰ্থ বিচাৰি পাও কিমান যে ভাল লাগে গীতটি

  • @simrajhussain9229
    @simrajhussain9229 ปีที่แล้ว

    কলিজাত বিষাদেৰে চানি ধৰে !😢

  • @romandas4286
    @romandas4286 4 ปีที่แล้ว

    Bohut hunu .....bohut vall lage

  • @priyapathak1881
    @priyapathak1881 6 ปีที่แล้ว

    Khosa ke baa tumr gaan khuni bohut vl lage👌👌👌👌👌

  • @SwarnalataMalakar
    @SwarnalataMalakar 11 หลายเดือนก่อน +1

    thik mor darei akhahai jen lagei bhal laga geet

  • @rumaboruah2184
    @rumaboruah2184 7 ปีที่แล้ว

    Mitaleebaa r yugomiya geetbure mok nostalgic kori tole....I LvU so much...

  • @rejminsultana4615
    @rejminsultana4615 3 ปีที่แล้ว

    A2 gaan mr khub priyo bht dukh lage mitali baideo aji o ase jen lage amr majot