Jun Dhone - Shruti Goswami | Poran (Jojo) | Geet (Season 3) | Pratidin Time | Dhwani Records
ฝัง
- เผยแพร่เมื่อ 13 ต.ค. 2024
- ♬ AUDIO CREDITS ♬
Song - Jun Dhone
Original Singer - Dipali Borthakur
Singer - Shruti Goswami
Music - Rudra Baruah
Lyrics - Mukti Nath Bordoloi
Mix & Mastered by - Bhupesh Saikia
▣ VIDEO CREDITS ▣
Direction - Baharul Islam
DOP - Hiten Thakuriya
Line Producer - Raja Charan Singh & Tapasi Barman
Musician - Bubul, Nikhil, Don, Oliver, Debojit, Raja, Bharat, Rupom, Joo & Suvankar
Chorus Singer - Eurika, Parismita, Rimjim, Udipona & Puja
Editing - Ashim Sarmah & Mrinmoy Phukan & Kumar
Cinematography - Rupjyoti, Prafulla, Probin, Hemanta
Set Designer - Arup Borkotoky
Set Coordinator - Aziz
Set Asst. - Jogodish, Bodo & Papu
Sound - Nandini Sound
Stage Light - Anjan Bordoloi
Light Boy - Jatin, Dhiren, Boloram, Robin, Pramod, Ashin, Naresh & Binod
Marketing - Wahidur Rahman & Trishna Das
Jimmy Jib - Raju Syed
Jimmy Jib Caretaker - Bashkar & Arnab
Gfx - Saurav, Baba, Hitesh
MUA - Kumkum, Sonali, Pankaj
Transportation - Haque, Dulal, Jayanta, Bhogirath
Web - Adnan
MCR - Milan, Abu, Sonti, Jayanta & Nakul
Technical Support - Anup Gogoi, Rakesh Sarma & Babi Pegu
Costume - J.D. Institute of Fashion Technology, Ghy
Stylist - Deepak, Bikash, Bhabani, Vidhisha, Gaurav, Mimi, Sanju, Ayesha, Rohit & Jyoti
Production Asst. - Gautam
Technical Asst. - Sambhu
Food - Bhagya
Producer - Smitakshi B. Goswami
Special Thanks - Jayanta Baruah, Nitumoni Saikia, Mrinmoy De, Gaurav Goswami, Rishi Baruah
MUSIC LABEL - DHWANI RECORDS
© 2019 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR TH-cam CHANNEL - / dhwanirecords
বহুত সুন্দৰ গাইছা ভনী।আগুৱাই যোৱা ।তাৰেই কামনাৰে ভগৱানৰ ওচৰত সেৱা জনালো।নিজৰ দেহাটোৰ প্ৰতি যতন লবা দেই।🙏🙏
😊
সঁচাকে বৰ ধুনীয়া গৈছা ভন্টি👌👌😍😍
😄😄😄😄
P00 nil@@Mousumvlogs12
Emn mitha sawoni emn mita hur ki mozza lgesy... Gan2 bohut vall lgely gan2 👌👌👌🤔🤔🤔🤔
বহুত সুন্দৰ গাইছা ভন্তি❤৷ আগবাঢ়ি যোৱা৷
বহুতে ধুনীয়া হৈছে 🥰😍😘😀💕💕💕
After watching this video song.. Cant wait to become a fan of yours.. What a expression & voice.. U have so much talent.. Move on 👍👍
Really! she is too attractive towards her positive attitude.
সকলো অনুষ্ঠানে চাইছো তোমাৰ, বহুত ভাল লাগে। বহুত ভাল লাগিল এইটো গান। সংগীতৰ এই যাত্ৰা অটুত থাকক।
.
.
.
পুৰণি গান এটি নতুন সমাজত নতুনকৈ বেলেগকৈ উলিয়াই দিছা তাত কোনোবাই বিতৰ্ক কৰিলে গুৰুত্ব নিদিবা । just wow mind blowing composed ❤❤
Nice
বিৰ্তকৰ কথাতো আগতেই ওলিয়ালি যে।তহতৰ নিচিনা বোৰে তলে তলে খুছি থাক।
@@computercare3088 কথাবোৰ ভাবি চিন্তি কলে ভাল..আপোনালোকে বিতৰ্কৰ মূল ঘাই
তহত বোৰেই বিৰ্তকৰ মূল কাৰণ আমি নহই।তহতৰ নিছিনা অধিক শিক্ষিত বোৰেহে সমালোচনা আগত কৰ আমি নকৰো।আমি ভাল হলে ভাল বোলিয়েই কও।তহতিহে ভাল হলেও খুট এটা ওলিয়াই লৱ।
@@computercare3088 মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে😂
সুন্দৰ কণ্ঠ,,,,,,, ধুনীয়া হৈছে 😍😍😍
Bht besiii vl lagiseee..... Heart touch kori goisee murrr......
Huni thkileu amoni nologa ati geet..hsai bohut hundor hridoy sui jai.,
সুন্দৰ।। গীতটি অলপ বেলেগ ৰূপত পালোঁ শুনি বহুত ভাল লাগিল
ভাষাই নাই কবলে 👌 ইমান ধুনীয়া মাত & সুৰ 👍 ৫০ বাৰতকৈয়ো অধিক শুনিলো এতিয়া লৈকে 😊
Same
@@ishikabarsha8723 hlw.. ki kbr
Same
Hoi moiu bohu bar xhunilo
Bohriya lagil
mee too
অতি সুন্দৰ, কবলৈ ভাষাৰ অভাৱ হল,,,পূৰণীক নতুনত্ব দিয়াটো অত্যন্ত প্ৰসংশনীয়,,,,এনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব ।God blesh you,,,,,,,,,,
শ্ৰুতি গোস্বামীলৈ বহুত মৰম আৰু শুভকামনা জনালোঁ ।
বৰ ভাল লগা গান এটি শুৱলা কণ্ঠত শুনিবলৈ পাই আপ্লুত হ'লো ।
শিল্পীৰ শিল্পসত্বা আগুৱাই যাওক ।
বহুতৰ বহুত গীতৰ নতুন নতুন সুৰ শুনিছো কিন্তু এই গীতৰ সুৰটো কিবা এটা নতুনকৈ সৃষ্টি হোৱাৰ দৰে লাগিল
মানে কাহানিও বিছাৰি নোপোৱা এটা আনকমন সুৰ শুনিলো
বহুত ভাল লাগিল
😊😊😊😊
আগবাঢ়ি যোৱা তুমি
Hi
Natun koi gaise kintu, hai morom khini dibo pora nai
গান বিলাক কিয় চেফ কৰিব নুরারি
K😭😭😭😭
বুকুৰ ফাকত কৈছে কিবা, ভুল হৈছে গীতটো
Bht dhunya lgse gan2... aji akou abr salu❤️❤️
Ultimate voice 💕💕💖💖💕💕 And ultimate Expression😍😍😍
May God bless you dear Sruti Goswami. May you achieve greater height in future. Your voice is so melodious.
সৰ্বমুঠ ১১৭ বাৰ শুনিলো। শেষত এটি মন্তব্য আগবঢ়ালোঁ। ক'বলৈ ভাষা নাই।
Eman hunar past je kobloi vakha ase dei
প্ৰথমে কৈছোঁ শ্ৰুতি তোমাৰ কণ্ঠত মুগ্ধ হৈছোঁ।।কাণেৰে সুমাই হৃদয় চুই গৈছে।।আগুৱাই যোৱা এনেকৈ।।😘😘😘❤️❤️😍😍
Lc4jhqx22
Yes.
Tumer gantu bohut bohut val lagil aru tumer mukar hahitu aru duniya.
Wow how beautiful song ... Lyrics and voice bhut vl lgise
বহুবাৰ শুনিলো, সুন্দৰ ।
ইমান ধুনীয়াকৈ হাঁহি হাঁহি গাইছে ।
বৰ ভাল লাগিল গীতটি শুনি 😊😊।।
Nice
অতি সুন্দৰ
ভাল লাগিলে গানটো শুনি 💓💓
মই বহুত বাৰে শুনিলোঁ
আজি শুনি কমেণ্ট এটা দিলোঁ
Nice to meet you
Hoi nki
0k 0k
1qw1o
@@biplobgogoi944
Pp
Her voice is unique...too sweet... couldn't stop myself from commenting
বিশিষ্ট কোকিল কন্ঠীৰ গৰাকীয়ে আমাৰসকলো লৈ আগবঢ়াই থৈ যোৱা গীতটি পুনৰ বাৰ এই geet নামৰ অনুষ্ঠানটি পৰা cover song ভাৱে ইমান সুন্দৰকৈ উপস্থাপন কৰা বাবে বহুত বহুত ধন্যবাদ থাকিল।
Um good👍
Your voice superb shruti, সচাঁকৈ তোমাৰ যাদুকৰী কণ্ঠত শ্রদ্ধাৰ দীপালি বৰঠাকুৰৰ গীতটিয়ে নতুন ৰূপত প্ৰাণ পাই উঠিল..
What a expression....magical voice....and thanks for evergreen song to...great evergreen artist
Ba tp😊😊
❤❤😂
আচৰিত!!! গানটো মই বাৰে বাৰে শুনিছোঁ এবাৰো বেয়া লগা নাই,,,,
ইমান ভাল লাগিছে নহয় ক'বলৈ ভাষা নাই,,,,,
Ch
Moiu bohut bar hunisu..mojaa lagise
Her voice is just❤️😍😍.... Really an awesome fusion... Loved it
Future of Assamese music industry ❤️
সচাকৈ বৰ সুন্দৰ হৈছে❤👌
উফ.....কিমান যে ধুনীয়াকৈ গাইছা। হৃদয় চুই গৈছে
অমৰ সংগীত বোৰ গ্ৰহণ কৰা । ৰাইজলৈ নতুন ৰূপত দিয়া। ৰাইজে খুব আনন্দ পাব। তাৰ পিছত তুমি নিজাববীয়াকৈ ৰচনা কৰি গাবা খুব সুন্দৰ হ'ব। আগুৱাই যোৱা।
খুব আনন্দ পালো। কি দিমনো । ধন্যবাদ জ্ঞাপন কৰিছোঁ।
উফফফফ।।।। কি গান, কি ধুনীয়া শ্ৰুতি, কি হাঁহি শ্ৰুতি।
অ মা বোৱাৰী পাই গলো। #crush
😂
🙄
🤣😂🤣
😄😄
Bhi biale marita baaa haaa
Even the original melody is evergreen by Dipali ma'am though out your tune is absolutely splendid, but I'm feeling sad to unable download your tune with mp3,
Very nice.❤️❤️❤️
Sruti.....Amazing yaar.....bohut aatcha.....supeb
Bohut dhuniya lagil o , bhakhare bujabo nuwarisu ,aji dintut 71bar hunisu ,holeu huni thakibore mon jay...❤❤❤
OMG!! Her facial expressions and body language...😍😍😍 You just killed it Shruti..❣️❣️
I am 62 yrs from Mumbai. Today evening I hear all your Songs in You Tube and enjoyed every bit of it especially the folklore.
God bless you for the Songs and keep improving. Leave rest to God !
प्
মজা লাগিছে বুলি আকৌ এবাৰ কলো 👌👌👌👌👌👌
Umm bohut val
সুন্দৰ কণ্ঠস্বৰ। বহুবাৰ শুনিলোঁ।
Prothom dinr pora Dhori aji loi hajabar hol sage gantu khuna mne nvore Tothapiw💙💚💚💙💙💚💙💙💙💙💙🥰
Ultimate....God bless you 👍👍
One of the best song from Geet (Season 3). Best of luck Sister.
অতি সুন্দৰ
ভাল লাগিলে গানটো শুনি
মই বহুত বাৰে শুনিলোঁ
আজি শুনি কমেণ্ট এটা দিলোঁ
Bohut val Lagise dei hunile huniee thakibor mon jai
Mojja dei kolija xitol pori jai akdom gaan Tu xunile 🥰🥰🥰🥰🥰😍😍😍😍😘😘😘😘😘😘❤❤❤❤❤💕💕💘💘💕❤😍😘😘🥰
ধুনীয়া হৈছে শ্ৰুতি। মধুৰ কণ্ঠ।
ৰাতিপুৱাই এইটো গান শুনাটো অভ্যাস হৈ গৈছে..... বহুত মৰম তোমালৈ ❤❤
Same 2 u
মজা হৈছে.. 👍👍আগৰ কেইতাৰ তুলনাত সংগীত বহুত ধুনীয়া হৈছে। তোমাৰ মাতটো মোৰ গাত লাগি গৈছে, তোমাৰ মাতত আৰু গান শুনিব পাম বুলি আশা কৰিলো।। ❤️❤️
ইমান ধুনীয়া কৈ গানটো গাইছে 😄😊 শুনি সচাকৈয়ে বহুত ভাল লাগিল । এবাৰ শুনিলে শুনি থাকিবলৈ মন যায় ।
Bohut dhunia lagil..😍😍😍😍
মূল সুৰটো বদলাব নালাগিছিল৷ বিশেষকৈ দিপালী বৰঠাকুৰৰ প্ৰথম পংক্তিটোৰ মিঠা সুৰ এই গীতটোত যেন হেৰাই থাকিল৷ তোমাৰ কণ্ঠৰ শলাগ লৈছোঁ৷
Hoy !
right
2:06 ৰ পৰা 2:30 লৈ
অহ গদ, কি কম আৰু 😍😍😍
এটা আনকমন সুৰ পাইছো এইটো গানত❤️, জাস্ত ৱাও
Qq
Majaaa hoise o
এই গীতটো শুনিলে হে টোপনি আহে অ।কি যাদু আছে এই গীতটোত সেইটো নাজানো।👌👌
Khasai
Tamam disa... maina...realy hrt tchting.
Barhiyaa 👍 👍...
Bhut val lagise o. Kble aru vakha nai. 😘😘😘😘❤️❤️
শ্ৰুতি ভন্টী দেখোন.. 👌👌
গানটো শুনাৰ পাছত কমেণ্টটো edit কৰি কওঁ,
"তাইৰ genre নহয় যদিও ইমান ধুনীয়াকৈ গালে, arrangement বৰ সুন্দৰ..my favorite after Dhumguru.."
You are always my favorite voice.. Nobody can beat your expressions sister..
I didn't expect it.. Seriously, coz the original is itself a legendary song..so proud of you..God Bless..
দিপালী বাইদেউৰ অমৰ সৃষ্টি।বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।অসমীয়া হিচাপে এই গান সমূহক লৈ আমি গৌৰবাম্বিত
বা তুমি ইমান ধুনীয়া গান গোৱা আৰু তোমাৰ সোৰ অতি সুন্দৰ
😍😍
L,
@@namitagohai3361 ))) l) lllllllllllllllllllllllllllllllllllllllqlqlllllllllll) llllllllllllllllllllllllllllllqllllllljlllllllllllllqlqlllllllllllllllllqllllkllllllllqllllqlqllllqllqlllllllqlllqlq)) q))) qllqllllqllllllqlllllqllqlqlqllllqllllqllllllllqllqlllkllqlqlqlqlllqqllqllllkqlqlllkqlkllklqkllqlllllqllqlllqlqllqllllqqlkqlqlklllqllqkqkqlllkqllqllqlqllqqllqkqlqlllql
@@munindradeka1571 লতত়ঃ
Dhuniya.. Mon sat pri joa ati song
এই গানটো কিমানবাৰ শুনিলো ঠিকনা নাই।শুনি শুনি আমনিয়ে নালাগে।আৰু এই গানটোত মই কেইবাবাৰো নাছিলো।ইমান ধুনীয়া সুৰ। 🥰🥰🥰
kya bat he yar ye sune tu sun hi rohungi aisa gan he ye
Relaxing voice. Well done Shruti😊😊
Outstanding pronunciation of every single word. So sweet!
Soothing voice..unique style of singing..a new rising of Assam⭐
Xsai mi bht bar xunilu ru xuni thakibo a mn Jai...bht dhunia hoise...
Super it's amazing 👌👌best song I had ever listen in my whole life.Luv the song very very much......whaoh
পুৰণি গানবোৰ যদি এনেকৈ নতুন প্ৰজন্মৰ অাগত উপস্থাপন কৰে তেনে এই গানবোৰ কেতিয়াও হেৰাই নাযায়।
সুন্দৰ হৈছে।
শ্ৰদ্ধাৰ দিপালী বাইদেউলৈ মোৰ অশ্ৰু অঞ্জলি তেখেতৰ হাঁহিৰ দৰেই গানবোৰ সদায় হাঁহিবুলীয়া হৈ থাকক তাৰে কামনা কৰো
উচ্চাৰণৰ গণ্ডগোল আছে
Yes
বহুত ধুনিয়া গাইছা... দীপালী বৰঠাকুৰ ৰ অমৰ সৃষ্টি এই গীত তোক নতুন ৰূপ দিয়া বাবে ধন্যবাদ জনালো। বহুত বাৰ শুনিও কিন্তু আমনি লগা নাই... আগবাঢ়ি যোৱা... 🥰🥰🥰
Wow
Bhut sundor voice ❤️❤️❤️❤️ tumi aru aguai jua ❤️❤️❤️❤️
God bless you 👍👍👍👍👍
বাৰে বাৰে শুনি আমনি নালাগে । amazing nice.
My words are not enough to describe how magnificent it is, just wow 👏👏👏
Wow,,, amezing voice..gaan tu huni a mon bhal lagi gol
সুন্দৰ কণ্ঠ তোমাৰ উজ্বল ভবিষ্যত কামান কৰিলো
wow emann dhunia...its great lovly voice God bless you
ধুনীয়া ..... গানটো শুনি বহুত ভাল লাগিল।
ইমানেই ধুনীয়া কণ্ঠ তোমাৰ,, আগুৱাই যোৱা তুমি। বহুত ভাল লাগিল👌👌
সুন্দৰ ।
যিমানে শুনিছোঁ সিমানেই ভাল লাগিছে গানটো.....😍😍😍
Woww💕💕by listening to her voice..I become a great fan of her❤️❤️❤️
Same..
Nice
Nice shruti baar. ❤😂😅😊🎉🎉🎉🎉🎉🎉🎉🎉💐❣️🌹🎶🎵🎶🎵🎶🎵👑💞💖🙏🏻💓💕💗❤😘🥰🥀🌹🌷💐🌸🌺🌈❤🧡💛💚💙💜💓💞💕❣️❣️❣️❣️❣️❣️💗💖💘💝🇱🇺🇱🇧🇱🇻🇱🇦🇲🇰
Hundor ...vakha nai kobole...emanei val lagise bare bare hunisu..
Xosake bhut dhuniya hoise oo baaa
Her voice is amazing 😍😍
কি যে শব্দ আৰু কণ্ঠ ❤
দীপালী বৰঠাকুৰৰ কালজয়ী গীত ❤
Dhuniyaa ❤️❤️
Tumar voice tu ❤️ xosakoi bht bht dhuniya ❤️😌
geet ti baa gorakir kontho t huni bor val lagil... baa gorakir kontho tu bohut hundor......
বহুত ধুনীয়া গাইছা ভন্টি ❤️
Bohut mjhhhh voice n keep it up bohut dhuniyaaa gaisaaa dai...😘😍😍
Very Very Very nice ❤
Ki kom baideu apunak....out stnding,,,suparb.......
Wah,,,ga,,,hir,,, hirai,,,goise,,,bahut hundor.
Love your voice ...well sang
হাহি তো বহুত মজা লাগিল 💞🤓🤗😊😍
moja
Enekua ganor remake kak kak lage Aru...like Kora😍
Oooo ki moja
এনেকুৱা গান ময়ো ভাল পাওঁ
Music clear honai. But Voice tu vl lagise..
mojs
mok lage..deepali baidewr gan..n those assames old legands
Mane ki mane surtis expression is awesome 49 bar xunu dintut dipali baideur ganne hridoy sui jai he.......
So swit ❤️....bohut dhuniya lagesa ♥️