Ganor din . . . - Diganta Bharati

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2020
  • ◆Vocals◆
    Sudeep Ranjan Medhi
    Rajashree Saikia
    Deeplina Deka
    Babonn Bornil
    Barsha Borah
    Bidyut Bikash
    Arundhati Bhanu Priya
    Akhil Bhoirob
    Rajib Nath
    Denish Sahariah
    Vicky Kalita
    Medely Designed by Palash Surya Gogoi
    Music By - Harjeet Das, Denish, Palash Surjya Gogoi, Anupam Konwar.
    Mixed & Mastered by - Pinku Das @ RedAv Studio.

ความคิดเห็น • 3.5K

  • @youtubechujit7483
    @youtubechujit7483 5 หลายเดือนก่อน +480

    Kune kune 2024 t hunisa like kora

  • @VickyKalitaOfficial
    @VickyKalitaOfficial 3 ปีที่แล้ว +459

    Thankyou for loving our attempt. It was a tribute to our Guruji Diganta Bharati sir and heart throb Zubeen Da. We are overwhelmed 🎶❤️

    • @mitshandicrafts9767
      @mitshandicrafts9767 2 ปีที่แล้ว +10

      I have enjoyed this song so many times and is really awesome,incredible. Thank you 🙏🙏🙏❤️

    • @gogoipuwli264
      @gogoipuwli264 2 ปีที่แล้ว +2

      Vicky da hoxai mrom loga apnar voice tu 😍❤️♥️😍😍❤️💐🥰💐

    • @wanderlusttheexplorer9680
      @wanderlusttheexplorer9680 ปีที่แล้ว

      U are also awesome bro🤘

    • @konkon4052
      @konkon4052 ปีที่แล้ว

      Aaa

    • @trishnadevi9250
      @trishnadevi9250 ปีที่แล้ว +1

      @@mitshandicrafts9767 a

  • @ashifizaz
    @ashifizaz ปีที่แล้ว +68

    “তোমাক দেখা পালে সপোন জাগি উঠে" ...this line ...wow❤️

  • @excel370
    @excel370 ปีที่แล้ว +54

    When she says " বিচাৰিছো কাষৰতে তোমাক সদায় এ " ❤️❤️❤️

  • @ronildoley8941
    @ronildoley8941 3 ปีที่แล้ว +240

    জুবিন দা , তোমাৰ বাবেই মোৰ অন্তৰৰ পৃথিৱীখন ইমান ধুনীয়া বুলি অনুভৱ কৰোঁ । আপোনাৰ গানৰ বাহিৰে মোৰ জীৱনত এনে কোনো বস্তু নাই যাৰ জৰিয়তে মই নিজক মোৰ চাৰিওকাষৰ নিৰিবিলি সুন্দৰ্য অনুভৱ কৰিব পাৰো। ধন্য মোৰ জীৱন যিয়ে তোমাৰ গানৰ শৈশৱ, কৈশোৰ আৰু এতিয়া প্ৰাপ্তবয়স্ক পাৰ কৰি আছে।

  • @pubalichutia1184
    @pubalichutia1184 4 ปีที่แล้ว +376

    গীতটি বাৰে বাৰে শুনিও হেপাহ নপলাই।। নতুন প্ৰজন্মৰ শিল্পীসকললৈ বুলি এটি এটি লাইক লাগে।। ইমান সুন্দৰ উপস্হাপন ,ইমান সুন্দৰ কণ্ঠ

    • @hemantasonowal2136
      @hemantasonowal2136 3 ปีที่แล้ว +3

      right....

    • @diptideka586
      @diptideka586 2 ปีที่แล้ว

      Lll

    • @pranjalbaruahvines9131
      @pranjalbaruahvines9131 ปีที่แล้ว +2

      সঁচাকৈ কিবা যেন শান্তি পালোঁ গীত তি শুনি কিমান ভাল লাগিছে কবলৈ ভাষা নাই💌📌🌹❤️

    • @nabajyotipayun4261
      @nabajyotipayun4261 หลายเดือนก่อน

      Hosai

  • @gautamhazarika8952
    @gautamhazarika8952 2 ปีที่แล้ว +52

    আটাইকেইজন শিল্পীৰ সুন্দৰ কণ্ঠ ।।সকলো যেন আগবাহি যাই।।।আপোনালোকে আমাৰ গৌৰৱ 🙏🏼🙏🏼

  • @simibarman3180
    @simibarman3180 2 ปีที่แล้ว +9

    কিমান বাৰ যে শুনিছোঁ হিচাপ নাই ।ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও হেঁপাহ নপলাই। ❤️❤️❤️

  • @kukigogoi817
    @kukigogoi817 4 ปีที่แล้ว +574

    পলমকৈ হলেও আটাইকেইজন নৱ প্রজন্ম শিল্পী লৈ বহুত বহুত ধন্যবাদ থাকিল.. ইমান ধুনীয়া হৈছে কবলৈ ভাষা নাই।অন্তৰৰ পৰা কৈছো আপোনালোকৰ বাবেই আমাৰ পৃথিৱীখন ক'ৰ বাত নহয় ক'ৰ বাত ধুনীয়া হৈ আছে।❤❤

    • @sidharthadeka9577
      @sidharthadeka9577 3 ปีที่แล้ว +6

      Val lagise bohot kunto . So very nice

    • @jitubrahma1985
      @jitubrahma1985 3 ปีที่แล้ว +3

      Hoi naki

    • @digantabharati7368
      @digantabharati7368  3 ปีที่แล้ว +27

      Thank you❤ 🙏

    • @abdulkadir-db9yh
      @abdulkadir-db9yh 3 ปีที่แล้ว +2

      Nioe

    • @BORGOSS4473
      @BORGOSS4473 3 ปีที่แล้ว +1

      @@digantabharati7368 sir Aapunar number tu Pam neki, moiyo 12ta man gan likhi ready korisu seihe aapunr help khubei proyujon,,,,

  • @9859409972
    @9859409972 3 ปีที่แล้ว +223

    দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গ দুইও জন আমাৰ হিয়াৰ আমঠু! বহুত বহুত ধন্যবাদ আমাক ইমান সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে 🙏🙏🙏💐💐💐 আপোনালোক সদায় কুশলে থাকক

  • @raghavsvlogs6604
    @raghavsvlogs6604 ปีที่แล้ว +32

    জুবিন দা আমাৰ অসমীয়া জাতিৰ ভগৱান ❤️ zubeen da চিৰোজীৱন অসমবাসীৰ হৃদয়ত থাকিব ❤️❤️❣️

    • @satyadeepborah1143
      @satyadeepborah1143 หลายเดือนก่อน +1

      Amar Axomiyar bhogowan Shri Krishno ba Vishnu bhogowan hoi

  • @anywork-gh1rx
    @anywork-gh1rx หลายเดือนก่อน +4

    সঁচাই ভাল লাগিল হেপাহে নপলালে,আৰু এনেকুৱা সঙ্গীত বনাবছুন মনটো ভাল লগি গল ।thankyou

  • @gunaburagohain8342
    @gunaburagohain8342 4 ปีที่แล้ว +141

    প্ৰতিজনে ইমান সুন্দৰকৈ যে গাইছে । কিমান বাৰ যে চাইছোঁ এই ভেডিও টো তাৰ হিচাপ নাই । ❤️

    • @Nath-tanmoy.vlogs12
      @Nath-tanmoy.vlogs12 16 วันที่ผ่านมา

      Moi bht val pau zubeen daa song khuni dintu xuni. Thakileu hepah nopolai...

  • @bhaskarhazarika1264
    @bhaskarhazarika1264 4 ปีที่แล้ว +829

    নতুন প্ৰজন্ম শিল্পী সকলোলৈকে ধন্যবাদ জনালো জুবিন দাৰ পুৰণি অসমীয়া গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলা বাবে ❤️ আগলৈ ও আশা ৰাখিলোঁ।

    • @zgcollection7534
      @zgcollection7534 4 ปีที่แล้ว +9

      জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন th-cam.com/video/FDylZMVMEc4/w-d-xo.html

    • @bibekkhanikar605
      @bibekkhanikar605 4 ปีที่แล้ว +5

      @@zgcollection7534 val lagil gan2

    • @palashphukon200
      @palashphukon200 4 ปีที่แล้ว +3

      Hosakoi gantu huni bhut val lagil

    • @issokatlama2245
      @issokatlama2245 4 ปีที่แล้ว +1

      th-cam.com/video/LEFtwl1NS1U/w-d-xo.html
      Channel tu subscribe korok

    • @SA_Slides
      @SA_Slides 4 ปีที่แล้ว +9

      আচলতে দিগন্ত ভাৰতীৰ হে গীত,জুবিনে গাইছেহে।

  • @ragineegagan3797
    @ragineegagan3797 2 ปีที่แล้ว +66

    I keep listening to this performance only for the 'dheere dheere' part 🥺the lady has a mesmerizing voice❤️

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 2 ปีที่แล้ว +5

    তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল "মন যায়
    হৃদয়ত ঠাই দখল কৰা গান।যিটো কোনেওঁ মচিব নোৱাৰে ♥

  • @moureensvlogandworld225
    @moureensvlogandworld225 4 ปีที่แล้ว +96

    বাৰে বাৰে শুনিও হেঁপাহ নপলাই।আমাৰ প্ৰজন্মৰ আটাইতকৈ ভাল লগা গীতিকাৰ দিগন্ত ভাৰতীৰ প্ৰতিটো গীতেই প্ৰিয়।

    • @zgcollection7534
      @zgcollection7534 4 ปีที่แล้ว +1

      জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন th-cam.com/video/FDylZMVMEc4/w-d-xo.html

    • @moureensvlogandworld225
      @moureensvlogandworld225 4 ปีที่แล้ว

      @@zgcollection7534 নিশ্চয়।

    • @bhupalichoudhurymusical_2228
      @bhupalichoudhurymusical_2228 3 ปีที่แล้ว

      মোৰ গীত বোৰ চাব পাৰে

  • @urbiborah8087
    @urbiborah8087 3 ปีที่แล้ว +80

    বাৰে বাৰে শুনিও হেঁপাহ পলোৱা নাই | সকলোৱে খুব সুন্দৰ ভাৱে সহযোগ কৰিছে | 💞💞

    • @rean6905
      @rean6905 2 ปีที่แล้ว

      Bohut bhal lage

  • @sonowalsurojit681
    @sonowalsurojit681 2 หลายเดือนก่อน +3

    গোটেই গান টোৱেই কিমান যে সুন্দৰ হৈছে , শুনি থাকিও দেখোন হেঁপাহ নপলাই, বিশেষ কৈ দুটা কলি বৰ special পালোঁ ।
    ১ - বতৰো নহয় চো ন গুমা গুমা, ভালপোৱা কিয় কৰা আধৰুৱা।
    ২- তোমাক দেখা পালে সপোন জাগি উঠে , বুকুখনি হয় তাজমহল এই কলি টো ৰ সৈতে background music লগত ইমান হৃয়স্পৰ্শী হৈছে কি কম !?!!
    ধন্যবাদ দিগন্ত দা ,লগতে ইমান সুন্দৰ কণ্ঠ নিগৰুৱা কণ্ঠ শিল্পী কেইজনলৈ ও ধন্যবাদ জনালোঁ ।।

  • @mintuborman2630
    @mintuborman2630 2 ปีที่แล้ว +6

    যেতিয়াই হেদফনত গান শুনো এইটো শুনি কিবা বেলেগ এখন পৃথিবীত পাও নিজকে। সকলোৰে সুৰবোৰ বহুত বহুত মন ভৰি যোৱা 🙏🙏🙏🙏

  • @deepjyotipatowary2895
    @deepjyotipatowary2895 4 ปีที่แล้ว +96

    বৰ সুন্দৰ Mashup....আৰু জুবিন-দিগন্তৰ এনেকুৱা কেইটামান গীত লাগে। ভাবিবচোন.... এই গীতটোত সংগীত শিল্পীসকল আৰু song construction-সুন্দৰ মিলিছে।

  • @ekumonisaikiacreation6156
    @ekumonisaikiacreation6156 3 ปีที่แล้ว +304

    ১০০বাৰ শুনিলেও আমনি নালাগে বহুত ভাল লাগে শুনি সকলোৱে বহুত ধুনীয়াকৈ গাইছে ❤️❤️❤️

    • @ibrahimtalukdar276
      @ibrahimtalukdar276 2 ปีที่แล้ว +1

      Really...moiyo bhut bar hunisu bt ki kom jibont bhut gaan hunisu dui tini bar hunar pisot amoni lage bt aito gaan jiman honu aru honibo bor mon jai....🥰👍🙏🙏🙏

    • @ranjandeka944
      @ranjandeka944 2 ปีที่แล้ว +2

      Muru ekei

    • @bikinath1260
      @bikinath1260 2 ปีที่แล้ว

      Mojah

    • @LifeIsLikeALudo
      @LifeIsLikeALudo 2 ปีที่แล้ว

      Q

  • @hirobgogoi8430
    @hirobgogoi8430 2 ปีที่แล้ว +2

    ওওওফ । মাকচম কিমান বাৰ শুনিছোঁ । হচা সকলো দুখ পাহৰা ই দিয়ে । কচম ।।। মন জাই মোৰো মন জাই

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 ปีที่แล้ว +8

    গান শুনিবলৈ মন গ'লেই হ'ল ....অন্তৰ খন চুই যায় ❤🌼

  • @dipankarburagohain1098
    @dipankarburagohain1098 4 ปีที่แล้ว +1138

    The girl who sung "Dheere Dheere " line ....ohh goddd....speechless ...

    • @musiknation7218
      @musiknation7218 4 ปีที่แล้ว +68

      Tair nam arundhati bhanupriya moza gaise

    • @dipankarburagohain1098
      @dipankarburagohain1098 4 ปีที่แล้ว +10

      @@musiknation7218 oo puraa

    • @rupakbarman9714
      @rupakbarman9714 3 ปีที่แล้ว +15

      সঁচাকৈ বহুত ধুনীয়া গাইছে দে ছোৱালীজনী।

    • @user-fo4hp8hl3z
      @user-fo4hp8hl3z 3 ปีที่แล้ว +57

      @@musiknation7218 Bhanupriya baa k moi mor rapido bike ot passenger hisape paisilu... Baar ontor khon o baa r nisina dhuniya

    • @riyasunar618
      @riyasunar618 3 ปีที่แล้ว +1

      Very true

  • @papulsaikia2302
    @papulsaikia2302 4 ปีที่แล้ว +58

    গোটেই কেইগৰাকী শিল্পী বহুত সুন্দৰকৈ গীত পৰিৱেশন কৰিলে। এতিয়া লৈকে বহুত বাৰ গীত শুনিলো।

  • @parthapratimbora6829
    @parthapratimbora6829 2 ปีที่แล้ว +27

    I can listen to this song thousands times and still can't get over this...❤️❤️❤️

  • @ripudas1721
    @ripudas1721 2 ปีที่แล้ว +5

    হাজাৰ বাৰ শুনি অৱশেষত মইও মন্তব্য আগবঢ়ালো .....গানৰ কথা বোৰ আৰু সুৰ বোৰ ..ufff ..শিহৰণ জগাই তোলে ...huming uff

  • @babuljonak3828
    @babuljonak3828 3 ปีที่แล้ว +44

    নেচাও তোমাক এবাৰো🙏❤️❤️ওফ হ্নদয় চূই থৈ গল।।।কুটি কুটি বাৰ শুনিলেও চাগে হেপাহ নপলাব❤️❤️❤️

  • @mohibulhoque4337
    @mohibulhoque4337 3 ปีที่แล้ว +153

    মনটো বেয়া লাগিলেই Mushup টো শুনি থাকো ,বহুত ভাল লাগে।

  • @chrisbro8969
    @chrisbro8969 ปีที่แล้ว +6

    সমুখত যেতিয়া তোমাক দেখো...... Goosebumps guaranteed... ❤ya all of you ❤

  • @imaginedreams7011
    @imaginedreams7011 2 ปีที่แล้ว +3

    Suali keitai jetia " botoru nhoi sun guma guma" gai ,tetia maa kosum gaar num khiyari uthei...bht moja line..love u zubeen daa....ai special line 2r karne bare bare gaan 2 khuni thaku khodai...

  • @himashreedas9513
    @himashreedas9513 4 ปีที่แล้ว +78

    বহুত বহুত ভাল লাগিছে।।কবলৈ ভাষা নাই।সকলোৰে কণ্ঠত গান বোৰ শুনি বহুতেই enjoi কৰিলো।❤️❤️❤️❤️😍😍

  • @dipujjalboraphysio2486
    @dipujjalboraphysio2486 3 ปีที่แล้ว +36

    "Dheere Dheere" wow Girl ❤️

  • @sheikhshaheb7356
    @sheikhshaheb7356 ปีที่แล้ว +7

    a melodious of all songs! Love from Bangladesh❤️🇧🇩🇧🇩

  • @debajitdas340
    @debajitdas340 2 ปีที่แล้ว +26

    I have listened to the entire song hundred of times still it sounds so refreshing. Awesome composition

  • @arnabphukan1572
    @arnabphukan1572 4 ปีที่แล้ว +77

    কোনো কম নহয় দেই। ইমান সুন্দৰ মেছআপ কেতিয়াও শুনা নাছিলোঁ। 🎼🎼

  • @dheerajsvlogs.7518
    @dheerajsvlogs.7518 4 ปีที่แล้ว +19

    Zubeen Garg +Diganta Bharati
    Wow what a combination. Eibur geet huniye dangor hoisu.

  • @biswajitpegu122
    @biswajitpegu122 ปีที่แล้ว +7

    "TUMAK DEKHA PALE HOPUN JAGI UTHEE" This line I like very much❤

  • @drblogs9041
    @drblogs9041 2 ปีที่แล้ว +30

    You don't need to learn asameese to listen to this masterpiece. Just feel it..

  • @bishwajitmahanta2892
    @bishwajitmahanta2892 4 ปีที่แล้ว +298

    সকলোৰে কণ্ঠত যাদু আছে....অতি সুন্দৰ হৈছে

  • @dkdiku9196
    @dkdiku9196 4 ปีที่แล้ว +280

    যিমান বাৰ চালেও কিন্তু আমনি নালাগে.....হৃদয় চুই গৈছে ❤️

  • @pranjitdeka1255
    @pranjitdeka1255 ปีที่แล้ว +14

    The best tribute in Assamese music industry 🌼❣️

  • @madhurinath2146
    @madhurinath2146 10 หลายเดือนก่อน +3

    দিনত এবাৰকৈ শুনো। কিবা এটা ভাল লাগি যায় মনটো।

  • @alvasameslocalvlog1258
    @alvasameslocalvlog1258 4 ปีที่แล้ว +273

    শপত ইমান ধুনীয়া Mushup মই আজিলৈকে শুনা নাই 😍😍

  • @user-fo4hp8hl3z
    @user-fo4hp8hl3z 3 ปีที่แล้ว +215

    Assam deserve this type of song.💙
    Not like Disco Bhonti , chenimai etc.

    • @deepkr2041
      @deepkr2041 3 ปีที่แล้ว +9

      Sob emotional gan hole furtti lagile nasibi kuntu ganot?

    • @deepkr2041
      @deepkr2041 2 ปีที่แล้ว +1

      sador mekhla dhuti churia bihu dress pindhi nasiba kintu...

    • @deepkr2041
      @deepkr2041 2 ปีที่แล้ว +3

      @@thefunnyintrovert5046 okol bihu ganote kiman nu nasi thakiba... olp oxomiya styl t dui ata disco ..edm..hiphop nhle life colourful hobo janu

    • @thefunnyintrovert5046
      @thefunnyintrovert5046 2 ปีที่แล้ว +3

      @@deepkr2041 jar jeneke nasibo mon jai nasi thakok

    • @theemoguitarist2449
      @theemoguitarist2449 2 ปีที่แล้ว

      @@thefunnyintrovert5046 🤣

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 ปีที่แล้ว +3

    এতিয়া লৈকে কমেও 20 বাৰৰ ওপৰত শুনিলো ...সময় পালেই অকল এইটো শুনো ..সচাকৈয়ে বহুত সুন্দৰ❤💖

  • @amorjyotisaikia4415
    @amorjyotisaikia4415 ปีที่แล้ว +4

    20 times above listening this song...ufffsss mind blowing....শুনিয়েই থাকিব মন যায় অ❤🌝😌

  • @indiantourister3854
    @indiantourister3854 4 ปีที่แล้ว +59

    Arundhuti bhanu priya you have a soulful voice❤

  • @gitamborah1891
    @gitamborah1891 4 ปีที่แล้ว +69

    অন্তৰ চুই গৈছে গানটোৱে❤️❤️❤️❤️

    • @cutejinti9567
      @cutejinti9567 2 ปีที่แล้ว

      Kiman je val lage akho ber hunileu amoni nologa ❤️❤️❤️❤️❤️

  • @werewolf...
    @werewolf... 2 ปีที่แล้ว +3

    1bosor agote kiyo sowa nasilu moi eay video2... Xokoluwe eman Dhuniya gaise

  • @subhrasmitasarma6654
    @subhrasmitasarma6654 2 ปีที่แล้ว +9

    Every time i listened this....my mind goes to heaven,.......lost of love to all of you❤️❤️❤️

  • @istiakrana8969
    @istiakrana8969 4 ปีที่แล้ว +54

    This Assamese mashup music video has a separate fan base... Thank you everyone for this... The way they performed this is just unbelievable.... Respect

  • @aditiphukan897
    @aditiphukan897 4 ปีที่แล้ว +25

    জুবিন দাৰ ভাল লগা গানবোৰ তাতেই ইমান সুন্দৰ কণ্ঠৰ যাদু,সোণত সুৱগা চৰাইছে.. অতি সুন্দৰ উপস্থাপন,বাৰে বাৰে শুনিও আমনি নলগা ❤️❤️

  • @botspam4931
    @botspam4931 ปีที่แล้ว +4

    That's y our Zubeen da is pride of Assam for a reason 🔥
    জয় আই অসম

  • @sanjibborah2508
    @sanjibborah2508 ปีที่แล้ว +7

    The girl who were behind the dark blue boy that girl's voice is sooo ammazing...... Her voice touch my heart 😭❤❤

  • @sanr2512
    @sanr2512 4 ปีที่แล้ว +195

    ধিৰে ধিৰে" গোৱা বা গৰাকিৰ মাতটো বৰ মৰমল'গা অ'♥👌

    • @ritashyam8074
      @ritashyam8074 3 ปีที่แล้ว +1

      👍👍👍

    • @jyotiprasadbordoloi5360
      @jyotiprasadbordoloi5360 3 ปีที่แล้ว +2

      𝑨𝒓𝒖𝒏𝒅𝒉𝒂𝒕𝒊 𝑩𝒉𝒂𝒏𝒖𝒑𝒓𝒊𝒚𝒂❤️𝑫𝒆𝒆𝒑𝒍𝒊𝒏𝒂 𝑫𝒆𝒌𝒂 ❤️

    • @batmanbatman9204
      @batmanbatman9204 3 ปีที่แล้ว +2

      Aitu live gua nai heitu mixing voice

    • @chowprokhanto8728
      @chowprokhanto8728 3 ปีที่แล้ว +3

      @@batmanbatman9204 hmm..tur bapere tat music bojaisile neki.toi gom pali j

    • @batmanbatman9204
      @batmanbatman9204 3 ปีที่แล้ว

      @@chowprokhanto8728 sudurvai enei nojonake kio pot potai Aso Jani buji kobi gua gitak hudh heitu live gaise nki

  • @ashiqulislam1792
    @ashiqulislam1792 4 ปีที่แล้ว +72

    সচাকৈ গানটো এ মন চূই গল।
    ধন্যবাদ।।

  • @nikumonipatar4704
    @nikumonipatar4704 2 หลายเดือนก่อน +1

    Dhere bhire Lin Tu bohut val lagil ba joni ❤❤❤

  • @nayanjyotinath123
    @nayanjyotinath123 2 ปีที่แล้ว +9

    1000 বাৰ শুনিলেও আমনি নালাগে ৷ কিমান বাৰ শুনিলো যে হিচাপ নাই ৷ এয়েই অসমীয়া গীত ৷ দিগন্ত দা চেলুট ৷৷

  • @ChandarMurchona
    @ChandarMurchona 2 ปีที่แล้ว +83

    These kind of songs make me proud to be an Assamese❤️❤️❤️ মনৰ বেয়া লগাখিনি ক'ৰবালৈ উৰি গুচি যাইগৈ... অতি সুন্দৰকৈ উপস্থাপন কৰিছে প্ৰত্যেক গৰাকী শিল্পীয়ে ❤️❤️❤️

    • @rajashridas1955
      @rajashridas1955 2 ปีที่แล้ว +1

      একেবাৰে ঠিক কথা মনৰ বেয়া বোৰ উৰি গুচি যায়গৈ কেতিয়াবা মন বেয়া লাগি থাকিলে এই ধৰণৰ সুন্দৰ গীতৰ মাজত নিজকে বিলাই দিবলৈ মন যায় সকলোৰে ইমান সুন্দৰ সহযোগ সকলোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 💐❤️

    • @ChandarMurchona
      @ChandarMurchona 2 ปีที่แล้ว

      @Rajashri Das ঠিকেই কৈছে ।

  • @hemantaraj2347
    @hemantaraj2347 4 ปีที่แล้ว +43

    Bohut bar salu ☺ ☺ ☺ ☺ ☺ love you Dada 💞 💞 💞 zg love 😍

  • @siddharthkakati1901
    @siddharthkakati1901 7 หลายเดือนก่อน +4

    The legendary Zubeen Garg 🌟

  • @jintukalita5931
    @jintukalita5931 3 หลายเดือนก่อน +6

    derikoi ahiba ahi nakaba :-> xundor voice ❤

  • @t.m8594
    @t.m8594 3 ปีที่แล้ว +73

    You Guys have great voice...And one of the best of northeast. Big salute and love from Jairampur(Arunachal Pradesh)❤️❤️❤️

  • @apurbabaishya8534
    @apurbabaishya8534 3 ปีที่แล้ว +35

    গানটো কিমানবাৰ যে শুনিলো / শুনো হিচাপ নাই ♥️♥️♥️♥️

    • @mrrocky6547
      @mrrocky6547 3 ปีที่แล้ว

      Ha ha eke vai moiu bobu bar xunisu😊

  • @gautamzgrabha4054
    @gautamzgrabha4054 2 ปีที่แล้ว +6

    সকলোকে ধন্যবাদ জনাইছো জুবিন দাৰ গান বিলাক জীয়াই ৰখাৰ বাবে।

  • @user-yc5fn5vh5f
    @user-yc5fn5vh5f 4 หลายเดือนก่อน +4

    Very Nice Song All The Best All Of U

  • @ankurjyotigogoi3794
    @ankurjyotigogoi3794 3 ปีที่แล้ว +7

    বহুবাৰ শুণো আমনি নলগা ।।
    প্ৰতিজন নৱপ্ৰজন্মৰ শিল্পি আগুৱাই যাওক সকলো ।।

  • @dipankargogoi97
    @dipankargogoi97 4 ปีที่แล้ว +187

    Any one posted on the chronology of Zubeen's success as a singer often overlooks the immense contribution of Diganta Bharati the lyricist. Most of Zubeen's instant hits had two things in common...
    1. Firstly, Zubeen's gifted ability to compose stupendous tunes with his magical voice.
    2. Secondly, the effortless ability of Diganta Bharati to create an absolute utopian world with his excellent writing. The same stands out in each of his creation with amazing consistency. For some reason though this combo has been silent for a long time now.
    Hope they are planning something big. On the medley... goes without saying the involvement of all the performers is so distinct while delivering that it almost ensures instant success any ways👌. Love to all involved 💕

  • @user-ks8by8cc8d
    @user-ks8by8cc8d 4 หลายเดือนก่อน +11

    Bohut bar saisu hepah nopolai bohut val lge

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 ปีที่แล้ว +3

    যিহেতু অসমীয়া গান
    মন্তব্য বোৰ অসমীয়াতে পঢ়িবলৈ পালে আৰু ভাল লাগে ,আগবাঢ়ি যাবলৈ আৰু প্রেৰণা বাঢ়ে ...❤

  • @justinxavierlakra6385
    @justinxavierlakra6385 3 ปีที่แล้ว +30

    Words can't described how beautifully thy all sang...
    Pride of Assam...❤️❤️❤️

  • @bijitsonowal9947
    @bijitsonowal9947 3 ปีที่แล้ว +8

    নতুন প্ৰজন্ম শিপ্লী সকলো লৈ ধন্যবাদ জ্ঞাপন কৰিলো মৰমৰ জুবিন দাৰ পুৰণি গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ❤️

  • @malayachoudhuri2162
    @malayachoudhuri2162 2 ปีที่แล้ว +2

    Dheere dheere uff❤️
    Heart touching ❤️

  • @elaboruah6546
    @elaboruah6546 2 ปีที่แล้ว +1

    বাৰে বাৰে শুনিও হেপাঁহ নপলায়!! হৃদয়স্পর্শী কন্ঠ

  • @jintujrrajbongshi2881
    @jintujrrajbongshi2881 3 ปีที่แล้ว +14

    জুবিনদাৰ কন্ঠতহে সম্ভৱ হৈ উঠিছে এনেবোৰ গীত❤ জয় জুবিন দা

  • @ninaislam8516
    @ninaislam8516 3 ปีที่แล้ว +364

    "Bisarisu kakhorote hodai e tumak" this lines and the voice❤

  • @daisybarooah8986
    @daisybarooah8986 2 หลายเดือนก่อน

    Everytime I listen to this wonderful mashup I feel it's not enough.. Once more.. And I made my children sing the same in our cultural show.. Fascinating ❤❤❤❤

  • @debojitpuma7298
    @debojitpuma7298 2 ปีที่แล้ว +13

    I can't express in words how I love❤❤ this ❤💞song
    Only love🤍🤍
    I can't stay
    went I hear this song
    🥰🥰🥰🥰

  • @sandhani9041
    @sandhani9041 3 ปีที่แล้ว +46

    This guy will take Assamese into next level.

  • @nayangayan170
    @nayangayan170 4 ปีที่แล้ว +52

    গোটেই কেইগৰাকী শিল্পী ye বৰ সুন্দৰ কৈ উপস্থাপন কৰিছে

  • @namita__hazarika
    @namita__hazarika 8 หลายเดือนก่อน +1

    বহুত বাৰ শুনি আহিছো..uff❤️❤️এক বুজাভ নোৱাৰা অনুভূতিৰে পাৰ হৈ যায় সময়বোৰ❤️❤️ঐনেও গান প্ৰিয় তাতে আকৌ প্ৰতিজনৰ তুলনাহীন কণ্ঠঠ❤️

  • @julumonivlogs647
    @julumonivlogs647 ปีที่แล้ว +2

    Always love for deeplina baa n Vicky daa ❤also last ot Gua geet ti khub bhal lagise❤mne endling ekdom borhiya ❤

  • @parthapratimsaikia1011
    @parthapratimsaikia1011 2 ปีที่แล้ว +44

    Sir u r legend.....my fvrt...ur dedication to Assamese industry , what u give to us is unforgettable ......

  • @bidishagogoi451
    @bidishagogoi451 3 ปีที่แล้ว +24

    ইমান ধুনীয়া mashup মই আজি লৈকে শুনা নাই। ধন্যবাদ সকলোকে তাৰ বাবে আৰু এনেকুৱা সুন্দৰ গান যাতে সদায় শুনিবলৈ পাওঁ তাৰে কামনা।

  • @nainamedhi360
    @nainamedhi360 2 ปีที่แล้ว +1

    সদায় শুনো; হেঁপাহেই নপলাই।। প্ৰতিটো কন্ঠই হৃদয় চুই যায়।

  • @rapidninja9894
    @rapidninja9894 ปีที่แล้ว +6

    Rajashree Saikia Ufff. What a Voice 🤩

  • @nilanjanabaishya6736
    @nilanjanabaishya6736 4 ปีที่แล้ว +16

    Gantu xuni thakile xuni thakibr mon jai . 👍👍👍❤️

  • @Crazyvibe243
    @Crazyvibe243 4 ปีที่แล้ว +33

    Xokoluye Zubeen dar gaan bilak eman dhuniya ke gaise hiya sui goise ..LOVE YOU ALL... Specially ZUBEEN da eman dhuniya gaan bur agotei guya babe

  • @donaldphukan8647
    @donaldphukan8647 9 หลายเดือนก่อน +3

    Real talent 🥹 still can't get over this song, what a mashup !! Kudos

  • @kapildas8229
    @kapildas8229 2 ปีที่แล้ว +1

    Bisaritu kakhorore hodai e tumak.... That voice touch my ❤️... Lady on red dress..... this song is heart melting song.,... Thank u guys for this song.. ❤️❤️❤️❤️❤️❤️❤️❤️

  • @santanuborah109
    @santanuborah109 2 ปีที่แล้ว +8

    ইমান সুন্দৰ গাইছে সকলোৱে একবার হলেও শুনো দিনটোত । অতি সুন্দৰ অনুষ্ঠান । আৰু এনেকুৱা শুনাৰ আশাত থাকিলোঁ দিগন্ত দা 😊💐💐💐💐💐😊

  • @Tijarux
    @Tijarux 4 ปีที่แล้ว +12

    True art of DIGANTA BHARATI .Grand salute....Amar hompod.

  • @chandankalita4193
    @chandankalita4193 ปีที่แล้ว +4

    More than 100 times I have watched this beautiful creation...❤️
    Still watching...

  • @dr.rupshikhadutta2873
    @dr.rupshikhadutta2873 18 วันที่ผ่านมา

    সুন্দৰ উপস্থাপন ❤ ল'ৰা কেইজনেও ভাৰতীয় পোছাক পিন্ধিলে ভাল লাগিব

  • @chinmoythakuria5960
    @chinmoythakuria5960 4 ปีที่แล้ว +5

    কবলৈ ভাষা বিচাৰি পোৱা নাই মই❤️❤️❤️
    ইমান ভাল লাগিছে গানটো👌👌
    হেদফোন লগাই শুনি থাকিবলৈ মন যায় বাৰে বাৰে।

  • @rongtrue4941
    @rongtrue4941 4 ปีที่แล้ว +9

    Anekoi xokuluwe mili git gale bohut bohut xundor lage mojja joi ai AXOM

  • @__bhargab__dhiraj
    @__bhargab__dhiraj 11 หลายเดือนก่อน +8

    2023ৰ কোন কোন আছে দিপলিনা বাৰ Voice বহুত বেছি ধুনীয়া❤

  • @behappybygodsgrace2025
    @behappybygodsgrace2025 2 ปีที่แล้ว +2

    Whenever I feel down just come here to listen to their amazing performances ....