আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী দেৱৰ ভাগৱতৰ ওপৰত বিশ্লেষণ

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ม.ค. 2023
  • #ভাগৱতব্যাখ্যা #পীতাম্বৰদেৱগোস্বামী#pranjalprotimborah
    ‪@pranjalprotimborahofficial4339‬
    অসম ভাওনা মহোৎসৱ

ความคิดเห็น • 196

  • @AjitkrDas-ox3no
    @AjitkrDas-ox3no 11 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভূ জন সেৱা জনালো । আপোনাৰ চৰন চত্ৰ ছায়াত যেন আশ্ৰয় দিয়ে কৃষ্ণ

  • @laharitamuli694
    @laharitamuli694 10 หลายเดือนก่อน +1

    জয় গুৰু শঙ্কৰ ❤🙏🏼 গুৰুৰ শ্রী চৰণত
    প্রণিপাত জনালো🌹🌹🌹 🙏🏼🙏🏼🙏🏼

  • @mondiramech899
    @mondiramech899 5 หลายเดือนก่อน +1

    প্ৰভু ভক্তি ভৰা সেৱা জনালোঁ এই দাসক অধমক কৃপা কৰিব।

  • @debajitborah1643
    @debajitborah1643 ปีที่แล้ว +5

    Pranam Guru Dev 🙏

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 หลายเดือนก่อน +1

    কৃষ্ণ KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA GURUDEV MERA PARNAM

  • @nabinpator4586
    @nabinpator4586 ปีที่แล้ว +4

    অতি উত্তম আৰু সুন্দৰ তত্ব মূলক বাখ্যা, গুৰুজনালৈ ভক্তি ভাৱে সেৱা জনাওঁ।

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 ปีที่แล้ว +3

    আমাৰ মাজুলীৰ (মোৰ জন্ম স্থান) আউনীআটী সত্ৰৰ প্ৰভূইশ্বৰক প্ৰনাম 🙏। সুত জাতি হিচাপে মই গৌৰাম্বীত।

  • @kamaleswarkaibarta3440
    @kamaleswarkaibarta3440 ปีที่แล้ว +1

    কৃষ্ণ, বাপ ঈশ্বৰ শ্ৰীচৰণত সেৱা নিবেদন জনালঁ ।

  • @dulalhazarika8981
    @dulalhazarika8981 ปีที่แล้ว +2

    প্ৰভু জনা চৰনত প্ৰনাম জনাইছো । প্ৰভু ভগবান ২য় অবতাৰ কুম হয় জানো। প্ৰহ্ৰাদ নাতি বলী দিনত কুম অবতা হৈছিল তেন্তে ২য় অবতা কুৰ্ম হয় জানো

  • @nipumonilaskar2651
    @nipumonilaskar2651 ปีที่แล้ว +2

    সত্রাধিকাৰ প্ৰভক সেৱা জনালোঁ কৃষ্ণ ,কৃষ্ণ

  • @muninoza4944
    @muninoza4944 ปีที่แล้ว +2

    কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ।

  • @DilipGoswami-ve3ow
    @DilipGoswami-ve3ow ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা নিবেদিলো

  • @daduldas1643
    @daduldas1643 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

    • @kumudgayan1664
      @kumudgayan1664 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভুজনালৈ প্ৰথমে প্ৰণাম জনাই আপোনাৰ দ্বাৰা কৃষ্ণ ভক্তিৰ পৰিবেশৰ লগত খাপ খুৱাই যিটো বাখ্যা আগবঢ়োৱা হৈছে এক বিশেষ ধৰণৰ ৰসৰ আস্বাদন কৰালে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @prodipgogoi7520
    @prodipgogoi7520 ปีที่แล้ว +3

    প্ৰভু পীতাম্বৰ দেৱগোস্বামী আতাৰ ভাগৱত দৰ্শন শুনিছোঁ। আমাৰ শিশু‌ কালৰ পৰাই গুৰু গোঁসাই ভগৱন্তৰ প্ৰতি দূৰ্বলতা আছে বাবেই তেৰাৰ গুনাণু কীৰ্তনৰ বাবে প্ৰেম ভক্তি উপজে সেইবাবে আপোনাৰ ভাগৱত তত্ব ৰহস্য অথ শুনি বহুত ভাল লাগিছে। আমাৰ লগত মিলি গৈছে।

  • @rajuborah3744
    @rajuborah3744 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷সেৱা গ্ৰহণ কৰিব ৷

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 ปีที่แล้ว +4

    কৃষ্ণ,অতি কঠিন শব্দ ভাণ্ডাৰে ভাগৱতৰ তাতপয্য বিল্লেষণ কৰা হৈছে।সত্ৰাধিকাৰ প্ৰভূ বাপজনা মহন্ত প্ৰভূ গগৈ বাপ জনালৈ সহ্ৰস্য কৌটি প্ৰণাম নিবেদিছো।কৃষ্ণ

  • @digantaborah5022
    @digantaborah5022 ปีที่แล้ว +3

    বৰ সুন্দৰ ব্যাখ্যা।প্ৰভু সেৱা জনালোঁ। কৃষ্ণ।

  • @kamalpayeng4938
    @kamalpayeng4938 ปีที่แล้ว +4

    ৰাম কৃষ্ণ প্ৰভু কোটি বাৰ প্ৰনাম৷

  • @bimanborahborah
    @bimanborahborah ปีที่แล้ว +1

    Krishna Ram Krishna Ram Krishna Ram Hori Hori Ram 🙏🙏🙏🌺 hai Hai

  • @bhagabandas5776
    @bhagabandas5776 ปีที่แล้ว +4

    প্ৰভু ঈশ্বৰক প্ৰনাম , বহুতত্ব গধুৰ ব্যাসা শ্রবণ কৰিলো।

  • @sishuramnath.9381
    @sishuramnath.9381 ปีที่แล้ว +2

    প্রভু ঈশ্বৰৰ তত্বগভীৰ ব্যাখ্যা শুনি নিজকে বহুত ভাগ্যবান বুলি অনুভৱ হৈছে|আগলৈকো এনেদৰে ভাগৱতৰ তত্বগভীৰ ব্যাখ্যা প্রভুঈশ্বৰৰ শ্রীমুখে শুনাবলৈ প্রার্থনা জনালো |

  • @joyadevi2447
    @joyadevi2447 ปีที่แล้ว +2

    শ্ৰী শ্ৰী প্ৰভূ দেৱ লৈ কোটি কোটি সেৱা অৰ্পনা কৰিলো 🙏🙏🙏🙏

  • @prafullabora5386
    @prafullabora5386 ปีที่แล้ว +3

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ প্রভু । ভক্তি ভৰা সেৱা আৰু শত সহস্ৰ প্রণিপাত গ্রহন কৰিব

  • @khaninsaikia5802
    @khaninsaikia5802 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @sailyatalukdar9813
    @sailyatalukdar9813 ปีที่แล้ว +3

    কৃষ্ণ! শত শত প্ৰনাম

  • @jantihira9356
    @jantihira9356 ปีที่แล้ว +3

    প্ৰভূ আপোনাক কোটি কোটি প্ৰণাম।
    ইমান ধুনীয়া সুন্দৰ ব্যাখ্যা।ৰাম কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত প্ৰণাম।

    • @harakantadeka7715
      @harakantadeka7715 ปีที่แล้ว

      সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, আৰু,সাধু,ক, ভগৱানে, সহায় কৰিব

    • @harakantadeka7715
      @harakantadeka7715 ปีที่แล้ว

      মেথুন, শব্দ,, অৰ্থ, বুজি, ভালকৈ,নাপ😂

    • @gopeshpathak8340
      @gopeshpathak8340 ปีที่แล้ว

      @@harakantadeka7715 I am too small to comment on such matter
      However I appriciate wholeheartedly the revealation of the Mystries of incarnation of Supreme authority on the four yoogs unfolded by the most revered Satradhikar Sri Goswami in his discourse. Praying to the Allmighty to grant him long and healthy life and mental strength to impart knowledge of our various Sacred Vedas /Granthas to his disciples. Thanks.

  • @KeshabBorah.atmanusandhan
    @KeshabBorah.atmanusandhan ปีที่แล้ว +2

    অতি গধুৰ তথা সৰ্বসাধাৰণে নজনা তত্ত্বৰ সৈতে প্ৰভু জনাৰ ভাগৱত বিশ্লেষণ শ্ৰৱণ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যিখিনি ব্যাখ্যা দিয়া হৈছে সেই ব্যাখ্যাই পৰম কল্যাণ সাধন কৰিব, এইটো খুবেই সত্য । এই ব্যাখ্যা সমূহ ভাগৱততে উল্লেখ আছে, নে অন্য কʼৰবাৰ পৰা তুলি দিয়া হৈছে ? যদিহে আন কʼৰবাৰ উদ্ধৃতি হয়, ইয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন আহি পৰে । ভাগৱতৰ চাৰিটা আখৰৰ বেলেগ বেলেগ তাৎপৰ্য্যৰ কথা দুই ধৰণে দিয়াটোতো এটা 'কিয়' উত্থাপন হয় । আৰু এই সকলোখিনি কথা সৰ্বসাধাৰণে পোৱাকৈ শঙ্কৰদেৱ গুৰুজনাৰ কোনো ৰচনাত উল্লেখ আছে নেকি জনালে ৰাইজে নিজে পঢ়ি মনৰ সেই সংশয় দূৰ কৰিব পাৰিলে হেঁতেন ।
    তথাপি তত্ত্বসমূহৰ দ্বাৰা যি জ্ঞান পোৱা গৈছে সেই জ্ঞানে উৎসুক আৰু আগ্ৰহী পাঠকক সত্য উপলব্ধিত প্ৰভূত বৰঙণি যোগাব তাত কোনো সন্দেহ নাই । অধমৰ দ্বাৰা কেৱল বিশ্বাসযোগ্যতাৰ বাবেহে কথা কেইটা বেকত কৰা হৈছে ।

  • @gayatriborah3530
    @gayatriborah3530 ปีที่แล้ว +1

    Krishna, Krishna Probhu, oti hundor

  • @binandahazarika111
    @binandahazarika111 ปีที่แล้ว +2

    ইমান তত্ত্ব গধুৰ ভাগৱত বাখ্যা শুনি ধন্য মানিছো প্ৰভু চৰনত সেৱা আগবঢ়ায় তেখেতৰ দীঘায়ু কামনা কৰিলো

  • @balendas3459
    @balendas3459 ปีที่แล้ว +1

    Krishna Krishna he hari tomar Shri charanat bhakti Sawa janaisu

  • @khagenbhuyan6727
    @khagenbhuyan6727 ปีที่แล้ว +1

    Krishna,Krishna,Krishna,🙏🙏🙏🙏🙏🙏🙏

  • @user-ot9yi6qn9x
    @user-ot9yi6qn9x ปีที่แล้ว +1

    👏জনাইছো , আউনিআটী প্ৰভু দেৱ লৈ ইমান সুন্দৰ কৈ " ভাগৱত "ৰ তত্ব বাখ্যা শুনি নিজকে ধন্য মানিছো ।👏👏👏

  • @BhaskarDeka-qv4ym
    @BhaskarDeka-qv4ym 7 หลายเดือนก่อน +1

    Hare krishna Prabhu .

  • @aparajitatamuli7273
    @aparajitatamuli7273 ปีที่แล้ว +4

    🙏কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ 🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +1

    Krishna provu sundarbhaykha

  • @lilykhanikar8323
    @lilykhanikar8323 10 หลายเดือนก่อน +1

    Krishna krishna hewa jonalu

  • @manjulabora8219
    @manjulabora8219 ปีที่แล้ว +1

    Krishna Krishna Krishna provu

  • @junumech7558
    @junumech7558 ปีที่แล้ว +3

    👏👏 কৃষ্ণ প্ৰভু ঈশ্বৰ কৃষ্ণ গুৰু জনা‌‌ সেৱা জনাইছে কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ প্ৰভৃ ঈশ্বৰ অধমৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ ‌🙏🙏 কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ

  • @asomiyabhaktisarobar
    @asomiyabhaktisarobar ปีที่แล้ว +6

    কৃষ্ণ, কৃষ্ণ। প্ৰভু ঈশ্বৰৰ চৰণত ভক্তিভাৱে সেৱা নিবেদন কৰা হৈছে।🙏🙏

  • @BaneswarDas-dy2eg
    @BaneswarDas-dy2eg ปีที่แล้ว +1

    Bhaigyaor bolothe songjug bosatah prabhu janar amrit baikha suunib pai nijake Shaina manilu .krishna krishna

  • @kalpanarajbongshi2430
    @kalpanarajbongshi2430 ปีที่แล้ว +1

    Krishna provu. Pronam

  • @jeetakotoky876
    @jeetakotoky876 ปีที่แล้ว +1

    Prvu bap pronam korisu apunar soronot .

  • @BikisVlog
    @BikisVlog ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ ।

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +1

    Krishna provu bhut sundar

  • @jeetakotoky876
    @jeetakotoky876 ปีที่แล้ว +1

    Joi guru shri monta sangkor deb kouty kouty pronam korisu apunaf soronot .

  • @narenhazarika5394
    @narenhazarika5394 ปีที่แล้ว +3

    প্ৰভু, ঈশ্বৰলৈ, সেৱা,নিৱেদিছো🙏🙏🙏

  • @poragboruah4156
    @poragboruah4156 ปีที่แล้ว +3

    🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @AnilTantibhagawat
    @AnilTantibhagawat ปีที่แล้ว +5

    কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা‌‌্্্্ বহুতো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অবিৰত যাত্ৰা হক জন সমাজত এনেদৰে প্ৰচলিত কৰিব তেতিয়া সনাতন ধৰ্মৰ ৰক্ষা হ'ব জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি সমগ্ৰ বিশ্বতে বিশাল ৰূপ ত প্ৰচাৰ কৰিব পৰা যায় নেকি ভাৱো ্্্ কিছুমান লোক নিজে নিজে গুৰু বুলি ভাৱে সেই কাৰণে আমাৰ জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱ এক শৰণ হৰি নাম ধৰ্ম শুদ্ধ ৰূপত প্ৰকাশ কৰিব পৰা নাই। শেষত ‌‍‌প্ৰভূ আমাৰ গৃহ ত এদিন সিদ্ধ অন্ন গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ আমি নিমন্ত্ৰণ জনাম প্ৰভূ ্।।জয় জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ ্্্।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 ปีที่แล้ว

      Sankardeb sanaton dharmar manuh nohoi namkirtonor manuh sanaton bed tantra brahmon lok lagibo apuni bhul koiche

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 11 หลายเดือนก่อน

      Apuni eta mosto pagol

  • @padmakalita6061
    @padmakalita6061 ปีที่แล้ว +2

    Krishna Krishna

  • @rituchetia9518
    @rituchetia9518 ปีที่แล้ว +1

    আপূৰ্ব

  • @rinachutia3723
    @rinachutia3723 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক সেৱা জনাইছো প্ৰভু কৃষ্ণ । আপোনাৰ পৰা আজি বহুত
    গুৰুত্বপূৰ্ণ কথা জানিবলৈ পাই সুখী হলো ।
    ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ , আপোনাক দীৰ্ঘাও কৰক ।

  • @jibandas7062
    @jibandas7062 ปีที่แล้ว +1

    জয় গুৰু

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +1

    Krishna provu Sundar bhaykha

  • @rubineog9534
    @rubineog9534 ปีที่แล้ว +1

    Pronam probhu .sewa jonalu .

  • @Request_motivation
    @Request_motivation ปีที่แล้ว +2

    কৃষ্ণ 🙏🙏🙏 বাপ অতি সুন্দৰ বাপ কৃষ্ণ কথা ৰাম ৰাম ৰাম 💞

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f ปีที่แล้ว +2

    Krishna Krishna.🙏🙏 Pronam pravu lshwar.

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +1

    Krishna Krishna bhal bhal Krishna Krishna.

  • @debitadeori7133
    @debitadeori7133 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏🙏

  • @parishmitabora5640
    @parishmitabora5640 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej ปีที่แล้ว +1

    Guru ji thanks

  • @paruldutta5898
    @paruldutta5898 ปีที่แล้ว +2

    Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏

  • @khagenburagohain2357
    @khagenburagohain2357 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @ankurtamuli3415
    @ankurtamuli3415 ปีที่แล้ว +1

    ধন্য বাদ বাপ জানালা অশেষ ধন্যবাদ

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว

    Krishna Krishna Krishna Oum sant 🙏🙏🙏🙏s

  • @tilokgogoi3471
    @tilokgogoi3471 ปีที่แล้ว +3

    জয় গুৰু শংকৰ.গুৰু জলালেও সেৱা জনালো.ৰাম ৰাম.

  • @user-jg1yz5nh8h
    @user-jg1yz5nh8h 11 หลายเดือนก่อน +1

    Krishna prove bahut Ananda palu

  • @konamiborah3383
    @konamiborah3383 ปีที่แล้ว +1

    প্ৰভূ আপোনাক সেৱা ধৰিছো । প্ৰভূ আপোনাৰ অমৃত বানী পুনৰ শুনি বলৈ আগ্ৰহেৰে বাট চাই হলো। কৃষ্ণ কৃষ্ণ।

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 ปีที่แล้ว +2

    অতি সুন্দৰ ভাষ্য তথা ভাগৱতৰ তথ্য !!
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ !!

  • @mridulkumarrabha892
    @mridulkumarrabha892 ปีที่แล้ว +1

    ভাল লাগিল।

  • @krishna5713
    @krishna5713 ปีที่แล้ว +1

    Apunaloi hewa jonalu 🌹🥀🌷🙏🙏
    Ami murhomotik prabhu e xoron dislle. .xoron loisilu apunar usorot prabhu ....apunar xorbotumongol kamana korisu ....KRISHNA_🌹🥀🌷🙏🙏🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f ปีที่แล้ว +3

    জয় শ্ৰী কৃষ্ণ,,,,

  • @dipensaikia7325
    @dipensaikia7325 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏🙏

  • @gobingogoi5627
    @gobingogoi5627 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @rebothazarika9501
    @rebothazarika9501 ปีที่แล้ว

    ওম ভাগৱতে বাসুদেব নম।

  • @indrajittamuli4486
    @indrajittamuli4486 ปีที่แล้ว +1

    Um nomu vogote nomu nmh,

  • @kushalchetia2670
    @kushalchetia2670 ปีที่แล้ว +2

    গোবিন্দ গোবিন্দ প্ৰভূ ঈশ্বৰ সেৱাহে ।

  • @biswanathpathak3555
    @biswanathpathak3555 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সত কৌটি বাৰ প্ৰণাম জনালো।

  • @lakhimidutta8896
    @lakhimidutta8896 ปีที่แล้ว

    Krishna Krishna mur gurudev apunar saranot hoto kuti pronam

  • @rajenmili1049
    @rajenmili1049 ปีที่แล้ว +2

    অতি সুন্দৰ আৰু তত্ত্ব গধুৰ ব্যাখ্যা। পণ্ডিত প্ৰবৰ সত্ৰাধিকাৰ প্ৰভূ জনাৰ এনে ব্যাখ্যা আগলৈ পোৱাৰ কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ!!

    • @utpaldas1065
      @utpaldas1065 ปีที่แล้ว

      Anekuwa Bhagawatar Tattagadhur Bakhya sunithakile kotasu kikarisu akokaba Nowara hoijawa.satradhikar Prabhuzanar shree Saranat Kauti Kauti Pranam janalo.(Krishna,Krishna,Krishna.)

    • @kamalchbordoloi5093
      @kamalchbordoloi5093 10 หลายเดือนก่อน

  • @khagenbharali9111
    @khagenbharali9111 ปีที่แล้ว

    Pravu bohut val lagil aru hunar mon thakil

  • @BiswaBora-jd2cy
    @BiswaBora-jd2cy ปีที่แล้ว +1

    Jay Shree Krishna 🙏🙏🙏

  • @tulanmohan9706
    @tulanmohan9706 ปีที่แล้ว +4

    অতি তত্ত্বগধুৰ ব্যাখ্যা ।শুনি ভাল লাগিল।।কৃষ্ণ --- গুৰুজনালৈ ভক্তিভৰা সেৱা জনালো । কৃষ্ণ 🙏🙏🙏👋👋👋

  • @probinbo9316
    @probinbo9316 ปีที่แล้ว

    ভাগৱতে কলি যুগত যজ্ঞ কৰিবলৈ কৈছে নেকি বাপ। আঠখেলীয়া নামঘৰত যজ্ঞ ভাগ আপোনাৰ পৰামৰ্শতে হোৱা বুলি শুনিছোঁ।

  • @kamalakantanath2896
    @kamalakantanath2896 9 หลายเดือนก่อน +1

    Gurujanar bhyakhya shuni hidayagam halu.Joy krishna.

  • @tnath6513
    @tnath6513 ปีที่แล้ว +3

    কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন শুনি ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ----

  • @madhobhazarika5780
    @madhobhazarika5780 ปีที่แล้ว +1

    কৃষ্ণ

  • @ishantechnicalmature
    @ishantechnicalmature ปีที่แล้ว +1

    শ্ৰীশ্ৰীগোবিন্দ জয়তি।
    অমৃতসম ভাষণৰ জুৰিতিয়েদি মৰ্ত্যলৈ যেন বৈকুণ্ঠ নামিছে।

  • @bimanborahborah
    @bimanborahborah ปีที่แล้ว +1

    My Guru

  • @pabanchandrasaikia9894
    @pabanchandrasaikia9894 ปีที่แล้ว +1

    Krishna krishna🙏🙏 probhu sewa gonalu

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +1

    Krishna bhut sundar bhaykhay provu sat sat pranam apunar ashribad krishna

  • @rajibrcaxom8249
    @rajibrcaxom8249 ปีที่แล้ว +1

    কৃষ্ণ 🙏

  • @dipaliray5259
    @dipaliray5259 ปีที่แล้ว +1

    Krishan krishan mur guxaijon🙏🙏🙏🙏🙏

  • @prasenjittalukdar3883
    @prasenjittalukdar3883 ปีที่แล้ว +1

    Krishna

  • @purnimadeka9659
    @purnimadeka9659 ปีที่แล้ว +2

    Baahut vl lagil pravu

  • @khargeswarkalita3502
    @khargeswarkalita3502 ปีที่แล้ว +1

    কৃষ্ণ। কৃষ্ণ বাপ প্ৰণাম শত কৌটি।

  • @olitalukdar2831
    @olitalukdar2831 ปีที่แล้ว +1

    🙏🏼🙏🏼🙏🏼🌹

  • @badanchutia8428
    @badanchutia8428 ปีที่แล้ว +2

    হৰি।হৰি।হৰিৰাম।ৰাম।ৰাম।কৌটি।কৌটি।কৌটি।পনামিছো

    • @badanchutia8428
      @badanchutia8428 ปีที่แล้ว +1

      ৰাম।ৰাম।ৰাম।ৰাম।কৌটী।কৌটি ।কৌটি ।কৌটি নমকসা।।

  • @rabinsaikia2527
    @rabinsaikia2527 ปีที่แล้ว +1

    Great man

  • @prasannadaimary7872
    @prasannadaimary7872 9 หลายเดือนก่อน +1

    🙏🙏🙏🙏

  • @midumonimahanta4330
    @midumonimahanta4330 ปีที่แล้ว +1

    🙏🙏