Dr Pitambardeva Pravu is expressing about the common source of all moral forces of goodness unity lies within every soul in the God within the one Self which is universal principle of Existence as the highest morality as Love your neighbour as yourself
Krishna Krishna probhu hewa janalo 👏👏👏👏
Om santi Om Shanti shanti.krishan Krishna krishna.gurru jonar soranat kotty pronam janalu.🎉
অতিসূনদৰ বৰ্ণনা ।কৃষ্ণ কৃষ্ণ সুপ্ৰভাত
প্ৰণাম,
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ,প্ৰভু জনলৈ সেৱা জনালোঁ
জয় গুৰু 🙏
গুৰু দেৱ প্ৰনাম প্ৰভু প্ৰনাম।।
Krishna Krishna Ram Ram Ram ❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰু ব্ৰাক্ষ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।। গুৰু দেৱ আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি।।
প্ৰভুলৈ সেৱা নিবেদিছো 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
Pronam korisu prbhu🙏🙏🙏🙏
প্ৰভূলৈ কৰয়োৰে প্ৰণাম ।। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ গোবিন্দ প্ৰভুৰচৰনত প্ৰদান কৰা হ'ল যে মই সপৰিয়ালে অহা নবেম্বৰ মাহত জোৱাৰ আশা ৰাখিলোঁ গ'লে এই বাৰ লগ পোৱাৰ আশা ৰাখিলোঁ প্ৰভুদেৱ।।
Jai shree Ram ♥️♥️♥️
Krishn krishn
সেৱা জনালোঁ প্ৰভু।
Krishna🙏🙏
❣️🙏❣️
❤
🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna
Dr Pitambardeva Pravu is expressing about the common source of all moral forces of goodness unity lies within every soul in the God within the one Self which is universal principle of Existence as the highest morality as Love your neighbour as yourself
কৃষ্ণ কৃষ্ণ
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
। । সহশ্ৰ প্ৰণাম জনালো ।।
প্ৰভু প্ৰনামো
গুৰু ব্ৰক্ষ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম হৰি হৰি হৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ ওম শিৱাই নামো নমহঃ ওম শিৱাই নামো নমহঃ
কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু ❤❤
Pronam
Pranam Gurudev aapuni ji Amrit Bani pran korale tar babe God bless you Gurujon May you live long
Krishan🙏🙏🙏
প্ৰভূ ঈশ্বৰলৈ সহস্ৰবাৰ প্ৰণাম🙏
ধন্যবাদ ।
Yours obediently
কৃষ্ণ ভগৱানে আপোনাক দীঘায়ু কৰক বাপজনা
কৃষ্ণ কৃষ্ণ প্ৰভূ অতি সুন্দৰ বিশ্লেষণে মন প্ৰাণ অভিভূত কৰিলে। কৃষ্ণ আপোনাৰ চৰণত ভক্তিৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
Sri Sri Pitambar Dev Goswami loi paramsradha aru sewa jonalu .
Krishna joy guru sankar sewa laba ati sundar bhasan
Jai Shri Ram Jai Shri Krishna
সেৱা ধৰিছো প্ৰভূ
হে প্ৰভু কৌটি কৌটি প্ৰণাম আষীবাদ জনাব 🙏🙏🙏🙏🙏🙏
প্ৰণাম জনাইছোঁ গুৰুদেৱ। আপোনাৰ অমৃত বাণী শুনি আপ্লুত হলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ,,, গুৰুদেৱ প্ৰনাম গ্ৰহণ কৰিব।।
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ন ❤কৃষ্ণ❤
শিষ্যৰ সহস্র প্রণাম। বহু কথা জানিলো। পূণৰ সেৱাৰে।
Krishna 🌹 🙏🙏🙏🙏🙏🙏🌷💐🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ধঋনঈয়আ ভায ন হৃদয় চুই যোৱাকৈ দিয়া হৈছে
Thanks 🙏🙏🙏 God bless you ❤Hare Krishna Hare Ram❤. Joy jagannath ❤
কৃষ্ণ 🙏 প্ৰভূজনালৈ সশ্ৰূদ্ধ প্ৰণিপাত জনালোঁ 🙏 ......
Krishna provu pronam jonaisu
হে গুৰুদেৱ কৌটি কৌটি প্ৰণাম প্ৰভু🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ।
Pranam Prabhujona Krishna 🙏🙏🙏
কৃষ্ণ
আমি এটাই জানো, গুৰু কোন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱে সুন্দৰকৈ দেখাই গৈছে , যে , শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু। গতিকে শঙ্কৰ গুৰু জনাৰ পৃথিৱীত ২য় জন গুৰু নাই । আৰু আপোনাৰ কথাখিনি ভালেই লাগিছে আপুনি কব লাগে ঘোষাত কৈছে যে সৎ সঙগ অনুসৰা শ্ৰৱন কীৰ্তন কৰা পৰি সৰা পাষণ্ড আচাৰ । পাষণ্ড আচাৰ সকলোৰে গাত আছে সন্তৰ সঙগত শ্ৰৱন কীৰ্তনেহে মানুহৰ চৰিত্ৰ গঠন হব ।
🙏🙏🙏 প্ৰনাম আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰ কৌতি কৌতি বাৰ অধমে সেৱা নিবেদিছু। আপোনাৰ শ্ৰী মুখে ঈশ্বৰ অমৃত কথা শুনি মন প্ৰাণ শীতল লাগিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Joi kisno
Pranam 👍👍👍👍👍pravu
Krishna Krishna prvu
প্রভূৰ গুৰুত্বপূৰ্ণ ভাষায় প্ৰকৃত শ্ৰোতাক অমৃত পান কৰাইছে। প্ৰভূলৈ নমস্কার থাকিল ।
বৈষ্ণৱ পণ্ডিত, প্ৰভূঈশ্বৰৰ চৰণলৈ সহস্ৰ প্ৰণাম।🙏
Krishna
প্ৰভূ জনালৈ সেৱা জনালোঁ ,কিন্তূ এটা কথাই খুব লাগে,মহাপুৰুষ শংকৰদেৱ গুৰু জনাক আপোনাসৱে স্বৃকীতি নিদিয়ে, কৃষ্ণ
সএৰ অধিকাৰী সকল পৰম ব্রক্ষ্ম হয় জানো নিজকে গুৰু গুৰু কৈ থাকে | গুৰু চাৰিজনহে পাচজন নহয় | আদৰ্শ গুৰু বুলি কোনো গুৰু নাই | শংকৰদেৱৰ নাম গুৰু বুলি যাৰ মুখত প্রকাশ নহয় সেই সকলক নৰাধম বুলি কয় |
🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏
🙏🙏🙏
Nomskar
হে প্ৰভু 🙏আপোনাৰ এই ভাগৱতৰ অমৃত বাণী তথা বিশ্লেষণ শুনি বহুত ভাল লাগিল, আপোনাৰ চৰণত আন্তৰিক ভাবে সেৱা জনালো 🙏🙏🙏
তেখেতে নিজকে গুৰু বুলি জাহিৰ কৰি ফুৰিছে নিকি? শগুন যিমান ওপৰলৈ উৰিলেও মৰাশত হে চকু পৰে।
একহৰণ ধৰ্মৰ ওপৰত কোৱা আজিলৈকে শুনা নাই | ধৰ্মৰ আচল তত্বৰ ওপৰতহে গুৰুত্ব দিব লাগে ওপৰুৱা কিছুমান ধৰ্মৰ কথা কৈ এক হৰণ হৰি নামধৰ্মৰ ওপৰত এওলোকে নকয় |
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৰ গুৰুজনাৰ বিষয়ে কিবা এটা কোৱা হলে ভাল লাগিল হেতেন ।
Kishore bap
গুৰু শংকৰদেৱ মাধৱদেৱে ডাঙৰ তিলক ধাৰণ কৰা নাছিল শংকৰদেৱ মাধৱদেৱৰ শিষ্য হৈ এইজনাই নিজাকৈ ডাঙৰ তিলক ধাৰণ কৰিছে যে ? এইজনাই শংকৰ মাধৱ গুৰু জনাক নামানে নেকি শংকৰী বৈষ্ণৱ ধৰ্মত ডাঙৰ তিলক ধাৰণ নকৰে আজিলৈ দেখা নাই?শংকৰী ধৰ্মত বিষ্ণু কৃষ্ণৰ বাহিৰে ব্ৰহ্মা মহেশ্বৰক সামান্য দেৱতা বুলি হেয়জ্ঞান অৱজ্ঞা কৰা হয় এইজনাই দেখোন মান্যতা দিছে ।চৰিত পুথিৰ তথ্য মতে আউনীআটী সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ শিষ্য প্ৰশিষ্য নিৰঞ্জনদেৱত ৰজাই শৰণ লৈ সত্ৰ স্থাপন কৰিছিল ।আউনীআটী সত্ৰৰ গুৰু আছিল গুৰু দেৱ দামোদৰদেৱ, গুৰু দেৱ দামোদৰদেৱৰ আদৰ্শ মাৰ্গ দৰ্শন উপদেশ আচৰণ মতে নাম ভক্তি আৰাধনা চলিছিল বৰ্তমান সময়ত আউনীআটী সত্ৰত গুৰু দামোদৰদেৱক পৰিত্যাগ কৰি মুলচ্ছেদ হৈ এতিয়া গুৰু সলনি কৰি গুৰু শংকৰদেৱ মাধৱদেৱক আকোৱালী গুৰু ভজিছে । এইজনাই নিজেই সত্ৰৰ পৰম পূজ্য গুৰুক অৱজ্ঞা উলাই হেয়জ্ঞান কৰি ত্যাগ কৰি অন্য গুৰু আকোৱালী লৈ গুৰু ভোজা ব্যক্তিয়ে গুৰুৰ আদৰ্শ কি বুজিব ? ভাটোৰ দৰে গুৰু ভোজাৰ আদৰ্শৰ কথা বচন আওৰাই আছে ।নিজেই আদৰ্শহীন আনক কি আদৰ্শ শিকাব ?
আপোনাৰ দৰে অধম ব্যক্তি সমাজত বিচাৰি পোৱা গল ,,পন্ডিতৰ সভাত মূৰ্খই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে,,যদিহে মূৰ্খই কথা নকয়
@@pranabdas7121akhete hotradhikar hoi gurujonar kono kotha nokoi , vagawtor kotha nokoi. Uponihodor kotha koi.kiba aboltabol boko ase .kiba pitrimatri hikhagur etc bole guru hoi.
@@pranabdas7121মই কোৱা কথা তুমি কিবা বুজি পাইছানে ? তোমাৰ মতে মই অধম কিন্তু শিস্ত্ৰৰ মতে মই শুদ্ধ সত্য কথা কৈছো ।যি ব্যক্তিয়ে নিজ পৰম গুৰুক ত্যাগ কৰি নভজি অন্য গুৰু আকোৱালি লৈ গুৰু ভজে তাক অধম লোক বুলি শাস্ত্ৰই কৈছে ।তুমিও গুৰু সলনি কৰা অধম লৈক নেকি তোমাৰ গাত লাগিছে যে ?আউনীআটী সত্ৰৰ পৰম গুৰু দেৱ দামোদৰদেৱ আছিল কিন্তু ড° পিতাম্বৰ দেৱ গোস্বামীৰ দৰে স্বয়ম্ভু আউনীআটীয় সত্ৰাধিকাৰে গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে নাভাবে ,সত্ৰৰ পৰম গুৰু ত্যাগী তেনে আদৰ্শহীন লোকে ভাটৌৰ দৰে আন লোকক শাস্ত্ৰৰ নীতি শিক্ষা দিয়া আদৰ্শহীন এই চৰম সত্য কথা কোৱা বাবে তোমাৰ গাত লাগিছে ।গুৰু চৰিত পুথি আৰু ভাগৱত আদি কৰি শাস্ত্ৰ অধ্যয়ণ কৰিবা তেতিয়া মই কোৱা কথাৰ অৰ্থ বুজি পাবা অধম কোন ।
Mr pagol teo brahmin ved mantra uchcharon kori bisnu puja kore ,,,aponar ninda kore ,adhormi
Saytakatha
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
প্রণাম🙏🙏🙏🙏🙏
গুৰু দেৱ নমো নমহঃ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰনাম গ্ৰহণ কৰিব মোৰ বৰ্তমান সময়ত মনস্থিৰ কৰি ৰখাৰ প্ৰয়াস কৰোঁ যদিও সাংসাৰিক জীৱনৰ দুঃখ বেদনাৰ বাবে এক ধ্যান ব্ৰতৰ জৰিয়তে থকাত বহুত অশান্তিৰ সৃষ্টি হৈ আছে।। গুৰু দেৱ মই গৈআআছো।।
।
Ķrìsño ķŕisño pròbhu
Krishna 🙏🙏🙏🙏
কৃষ্ণ
🙏🙏🙏🙏🙏🙏
Krishna krishna provu
🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰুদেৱ প্ৰণাম গৰু বিষ্ণু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গৰু ব্ৰক্ষ্মা ওম গনেশায় নমো নমহ ।। হে পিতৃ মাতৃ গৰু দেৱ দেৱীৰ চৰনত প্ৰনাম।। এই পৃথিৱীত যিমান বোৰ প্ৰধান প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মালিক হ'ল ঈশ্বৰ সেই সামগ্ৰী সমূহ সঠিক আৰু সম ভাবে বিতৰণ কৰি খোৱা সকল প্ৰকৃত ঈশ্বৰিয় ভক্তৰ প্ৰণাম প্ৰভু প্ৰনাম গ্ৰহণ কৰিব
🙏
🙏🙏🙏
🙏
🙏🙏🙏
🙏🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏