৭০ হাজাৰ মুছলমানে পূজাৰ দায়িত্ব লোৱা অসমৰ এটা অঞ্চল
ฝัง
- เผยแพร่เมื่อ 6 ต.ค. 2024
- ৭০ হাজাৰ মুছলমানে পূজাৰ দায়িত্ব লোৱা অসমৰ এটা অঞ্চল৷ অঞ্চলটোত বাস কৰে ৫০০ হিন্দু লোকে৷ মুছলমানৰ সহযোগত হিন্দুৱে পাতিছে দুৰ্গা পূজা৷ হিন্দু মানুহৰ ৰক্ষণাবেক্ষণ দিয়ে মুছলমান লোকে৷ অঞ্চলত সম্প্ৰীতি দেখিলে গৌৰৱবোধ কৰিব আপুনিও৷
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
আশা কৰিম আগলৈও এনেদৰে মিলাপ্ৰীতিৰেই সময় আগুৱাই গৈ থাকক।
Bhut bhut bhal.very good.
Oti sundar goroimarir muslim bhai hokololoi abhinandan jasilu
Very good idea
Very good
Good verry good
Val dhuniya ❤
Val
আমাৰ গাঁৱত ও হিন্দু মানুহে যেতিয়া শিৱ ৰাত্রী বা ফাকুৱা উৎসৱ পাতিলে ।আজান দিয়া সময়ত মাইক বন্ধ কৰে।। আমাৰ মানুহে কোৱা নাই বন্ধ কৰাৰ কথা কিন্তু সিহঁতে সন্মান কৰে।।
Ajiloike prathom dekhisu politics
Val lagile mor gawot o anekuwa amaloke hohai koro.
তাত সভা এখন আয়োজন কৰি বিভেদ সৃষ্টি কৰিব পাৰি।
ANAKUA NEWS DEKHUABO NALAGE...ANDABHKTOBILK JOLI PURI MORIBO😂
Atiya miya buli kunu nokoi😂😂
Khilonjiya Muslim☪️️ Assam Vimiputro