কংগ্ৰেছ মুৰ্খৰ চহৰত বাস কৰি আছে,কংগ্ৰেছ অহংকাৰী দলঃঅখিল গগৈ
ฝัง
- เผยแพร่เมื่อ 11 ต.ค. 2024
- কংগ্ৰেছ মুৰ্খৰ চহৰত বাস কৰি আছে।৩টা সমষ্টিত জয়ী হৈ অহংকাৰী হৈ পৰিছে কংগ্ৰেছ।কংগ্ৰেছৰ অহংকাৰ কৰিবলৈ হোৱা নাই, আত্মসমালোচনা কৰক। কংগ্ৰেছে অকলেই উপ নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লোৱাক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ
কংগ্ৰেছ বাকী দলৰবোৰৰ লগত সহযোগ কৰক
ভূপেন বৰা ৰ ৰাজনীতি। নমস্কাৰ ❤
কংগ্রেসে উপনিৰবাচন অকলে যদিহে খেলে তোতিয়াহলে, নিজৰ কবৰ নিজে খনদা হব!
অখিলৰ কথাত মই এক মত।হয়তো ভূপেন বৰাই ন বিজেপিৰ দৰে দল শেষ কৰিহে এৰিব!
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত আচলতে গৌৰৱ গগৈ হে অধিষ্ঠিত হ'ব লাগিছিল, গৌৰৱ গগৈহে ,উক্ত পদটিৰ বাবে উপযুক্ত ব্যক্তি । তেওঁ হোৱা হ'লে এনে পৰিস্থিতি নহয়। অদূৰদশি মানুহৰ অদুৰদশি চিন্তা ।
একেলগে মিলি কাম কৰক please!
ভূপেন বৰাক লাট মাৰি চকীৰ পৰা নমাই দিব লাগে।ভূপেন বৰা হিমন্তৰ মানুহ
ভূপেন বৰা বি জে পিৰ দালাল নেকি কাৰণ এনে সিদ্ধান্ত ঘৰ বিভীষণ হিচাপে হে লোৱা যেন লাগিছে
কংগেছে অকলে খেলি জিকা নাই সত্য কথা
একলগে মিলি কাম করক ভাল হব
এই ভূপেন বৰা বোলা জনে দলটো শেষ কৰিব । ভূপেন বৰাক চাই কোনোৱে ভোট দিয়া নাছিল । আৰু দল নহয় পাৰ্থী চাইহে ভোট দিচিল ।
ভূপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে,
Bhupen Borar ahangkar barhil ,Akhil Gogoi rajnaitik bhabe hudha then bora
এইটো এটা সঁচাকৈয়ে কংগ্ৰেছৰ ভুল সিদ্ধান্ত।
মূৰ্খৰ চহৰত নহয় হেৰৌ, মূৰ্খৰ স্বৰ্গত।
Reconciliation needed at appropriate level.
Gogoi dangoria apunar bohut baki aser hanto houk lahe ke kbhg onokoribo
AKHIL GOGOI JINDABAD.Congress never win without the help of other political parties.
সঁচা কথা কৈছে
Akhil dai thik katha koise
Congress এ বাকী দলবোৰৰ লগত সহযোগ কৰক।
Akhil nohorehu congres 2026 sarkar hobo.
অখিল গগৈৰ কথা শুনি ভাল নেলাগে
Hosa kotha koise okil gogoi
Bhupen Bora mukholoi sai kuneu vote nidie
Right
Bupen bora political manu nohoy.
Hoi bhupen Bora dangoriyai vul korise
Atiya Gaurav Gogai k president r dayitya dibo Lage.Ji tini jon mp jikise nijar capacity t r balat jikise.Bhupen Borah r kano activity nai
Milapiritit. BujabujitParehidibo lagibo
Right 👍▶️👍.. bhupen borah ki baki ase alliance kiya arise
Bhupen boraor bjpir logot kotha botora hoi gol nisoi.
Bhupengonack
Actually Jitendra Sing Hemper for Assam Congress1111111111¹
Bupena sadai bhul Kari ahisa
Bhupen Borah Joyhoonahok saw baru
Bhupen borai nabhaba nisinta koi disison lole bipadat pariba
ভূল সিধান্ত
Bhupen borah ahonkari
Bhupen Borah BJPLogot. melamesa koresa ni mana logot amar sinta hoi so be care
Eta jikibo mathon
Ea bhul hidstato
অখিল গগৈ আপুনি ইলেকচন খেলিবলৈ ভয় কৰা মানুহ। আপুনি এম ল এ হল জেলৰ পৰা। আপুনি তো ইলেকচন খলি বিধায়ক হোৱা নাই। ৰাইজ নোহোৱা ৰাইজৰ দল নাম লৈ কেৱল চিয়ৰ বাখৰ কৰি বিজেপিক হৰুৱাটোৱেই আপোনাৰ কাম নকি? আপোনাক ৰাইজে ভাল দৰে চিনি পাইছে। আপোনাৰ ওজন কিমান। এই ওজন লৈয়ে আপুনি বিজেপিক হৰুৱাবলৈ ওলাইছে। ৰাইজ বিজেপিৰ লগত আছে আৰু থাকিব।যোৱা ইলেকচনেই প্রমাণ।
😂😂😂
ভূপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে