প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসভৱনত হঠাৎ উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ต.ค. 2024
  • বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসভৱনত হঠাৎ উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা। মহন্ত পুত্ৰ শ্যামন্ত কাশ্যপে অতিশীঘ্রে কংগ্ৰেছত যোগদান কৰিব বুলি চলি থকা চর্চাৰ মাজত AJP নেতৃবর্গৰ এই সাক্ষাৎ অতি তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা AJP নেতৃবর্গৰ- এই সাক্ষাৎ আছিল সম্পূর্ণ ঘৰুৱা আৰু অৰাজনৈতিক।
    #pratidintime #AJP #lurinjyotigogoi #Prafullamahanta

ความคิดเห็น • 37