সাহিত্যিকৰ মান হানি সাহিত্য সভাত
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- সাহিত্যিকৰ মান হানি সাহিত্য সভাত
চন্দনা পাঠকলৈ 'পান্থশালা' গ্ৰন্থৰ বাবে 'নকুল চন্দ্ৰ সোঁৱৰণী বঁটা' অসম সাহিত্যসভাৰ
শিশু গ্ৰন্থৰ বাবে প্ৰদান কৰা হয় এই বঁটা
কিন্তু 'পান্থশালা' নহয় শিশু গ্ৰন্থ
সাহিত্য সভাই এনেকৈয়ে বঁটা ঘোষণা কৰেনে বুলি চৌদিশে উত্থাপন হৈছে প্ৰশ্ন