"আদালত"ৰ কৃপাত জয়া-ভিক্টৰৰ জয়জয়কাৰ; নেগুৰ পেলোৱা আৰু শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল কাৰ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • "আদালত"ৰ কৃপাত জয়া-ভিক্টৰৰ জয়জয়কাৰ
    নেগুৰ পেলোৱা আৰু শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল কাৰ?
    উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানে উফৰালে ভৱেশ কলিতাৰ দাম্ভিকতা!
    #JayaKalita #BhabeshKalita #rangia #assampolice #bjp
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 166

  • @bapanrajbongshi6637
    @bapanrajbongshi6637 ปีที่แล้ว +38

    সিহঁতে লাজ পাই মৰা নাই নেকি | আদলতৰ ৰায়ক Salute জনাইছো |

  • @rohanpegu93
    @rohanpegu93 ปีที่แล้ว +32

    ভাল লাগিল ভাল খবৰ শুনি

  • @subratadey9156
    @subratadey9156 ปีที่แล้ว +26

    জয়া কলিতাৰ স্পষ্ট কথা।

  • @abhijitgogoi16
    @abhijitgogoi16 ปีที่แล้ว +74

    কেচু খান্দিলে সাপ ওলোৱাৰ ভয়।

  • @musicalsh0174
    @musicalsh0174 ปีที่แล้ว +69

    সত্যৰ সদায় জয়

    • @jintuborah8399
      @jintuborah8399 ปีที่แล้ว

      Bapere rr murtu

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว

      @@jintuborah8399 তোৰ মূৰটো পাগল ।

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว +63

    বাতৰি টো পাই বহুত সুখী হলো |

    • @nabajyotichaoching4323
      @nabajyotichaoching4323 ปีที่แล้ว

      Nitumoni namor ai2 manuh akhomor hangbadik itihakhot ajon bodnami manuh buli hodai sinaki hoi thakibo....bahut nataonki,like whores...

  • @rajubora3485
    @rajubora3485 ปีที่แล้ว +81

    বিজেপিৰ সচা স্বৰূপ ওলাই পৰিল

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k ปีที่แล้ว +2

      ইমান সোনকালেই মিঠাই খাব নালাগে ৰ , খেল এতিয়া আৰম্ভ হৈছেহে 😆

    • @nandeswarbaruah6041
      @nandeswarbaruah6041 ปีที่แล้ว

      খেলখন সোনকালে শেষ হ'ব লাগে।

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k ปีที่แล้ว +1

      @@nandeswarbaruah6041
      ধয্য ,, ৰিজাল্ট ওলাব দিয়া । সকলো অসমৰ ডেকা , গাভৰু , পৰিক্ষাৰ্থি প্ৰাৰ্থী ৰাইজৰ মন্তব্যই বিবেচনা কৰিব ।

  • @purbakantabarman431
    @purbakantabarman431 ปีที่แล้ว +24

    কথাতে কয় সত্যৰ সদায় জয় । এতিয়া আমাৰ আৰু বুজিবলৈ কিটো থাকিল ।

  • @arunmissong432
    @arunmissong432 ปีที่แล้ว +41

    সত্য সদায় জয়

  • @hemalatachetia3765
    @hemalatachetia3765 ปีที่แล้ว +33

    এই পৃথিৱীত আজিও জীৱিত প্ৰভু ঈশ্বৰ আছে ।সত্ত্য সদায় জয় হ'ব।।কিন্তু ধৈয্য আৰু সাহস লাগিব ।।
    আইন সকলোৱে বাবে সমান বুলি উচ্চ ন্যায়্যালয়ে প্ৰমাণ কৰি দেখু্ৱালে 🙏🙏🙏

  • @hndekari8011
    @hndekari8011 ปีที่แล้ว +32

    ভিক্টৰ মানেই জয় আৰু জয় মানেই ভিক্টৰ । দুযোটাই মিলি সত্য আৰু ন্যায়ৰ জয়।। আদালতলৈ অশেষ ধন্যবাদ জনালোঁ ।।

  • @bimalbiswas4029
    @bimalbiswas4029 ปีที่แล้ว +7

    জোকৰ মুখত চূণ পৰিল।👍 🤣 সুন্দৰ সাহসী ছোৱালী জয়া কলিতা। ধন্যবাদ

  • @barasharajbangshi719
    @barasharajbangshi719 ปีที่แล้ว +23

    Many Many Thanks.

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 ปีที่แล้ว +29

    খুবেই ভাল খবৰ। লাজ পোৱা নাই জানো সেই সকলৰ??

    • @sabbirahmed4260
      @sabbirahmed4260 ปีที่แล้ว +1

      লাজ বোলা বস্তুটো সিহঁতৰ আছেন?

  • @ashokdas8961
    @ashokdas8961 ปีที่แล้ว +17

    ভৱেশ কলিতাৰ গোচৰটো যদি ৰঙিয়া থানাই পঞ্জীয়নেই নকৰিলে তেন্তে আদালত কেনেকৈ পালেগৈ আৰু ৰায় কেনেকৈ দিলে বুজি নাপালো । ভিক্তৰৰ ৰায়টো শুনি ভাল পালো

  • @dhrubadas2364
    @dhrubadas2364 ปีที่แล้ว +19

    সেই জনী মানে কি মন্ত্ৰীৰ মুখত এনে বাক্য শুভা নাপা‌য়।

  • @runusaika4715
    @runusaika4715 ปีที่แล้ว +2

    হেৰা ভবেশ তোমাৰ দাম্ভিকতাক ওফৰাই দিলে ন্যায়ালয়য়ে,তোমোলোক চৰকাৰত আছা বুলিয়েই যি ইচ্ছা তাকে কৰিবা জনসাধাৰণৰ ওপৰত,মনত ৰাখিবা ৰাইজৰ ভোটেৰে তোমালোক ৰজা হৈছা

  • @AbdulRahman-ye5cw
    @AbdulRahman-ye5cw ปีที่แล้ว +21

    চুৰৰ চকুৰ ফালে চালেই গম পোৱা যায় তাৰ আচল চৰিত্ৰ।

  • @chandanchetia8365
    @chandanchetia8365 ปีที่แล้ว +14

    Victor/Jaya ❣️❣️❣️🔥🔥🔥

  • @bajalitimes6091
    @bajalitimes6091 ปีที่แล้ว +4

    উচ্চ ন্যায়ালয়ক শত কৌটিবাৰ প্ৰণাম ।

  • @jayantajyotika4661
    @jayantajyotika4661 ปีที่แล้ว

    বহুত সুখী হ'লো । সত্যৰ সদায় জয় ।

  • @gojongapol4448
    @gojongapol4448 ปีที่แล้ว +11

    Good

  • @Ramayanbarman5255
    @Ramayanbarman5255 ปีที่แล้ว +11

    Low is not a political party.....low is low thanks high court 🙏

  • @kironsarmah9040
    @kironsarmah9040 ปีที่แล้ว +10

    We have faith and trust with honorable High court and judiciary of India all aways stand with truth

  • @dreamboy3495
    @dreamboy3495 ปีที่แล้ว +3

    Thank you for justice

  • @nimibharali349
    @nimibharali349 ปีที่แล้ว +7

    হাই চৰকাৰৰ কি মহিমা বুজিকে নাপাওঁ পাই।।মেঘে যিমান গজে সিমান বৰষূণ যে নিদিয়ে প্ৰমাণ এইয়া।।দিনত হলে সাত হাল বায় দিনত হলে এহালো নাই এইখন চৰকাৰৰ ।।

  • @khagennath9180
    @khagennath9180 ปีที่แล้ว +13

    যদি ৰঙিয়া আৰক্ষীয়ে গোচৰেই ৰুজু কৰা নাই তেন্তে গোচৰটো নায়েই আকৌ আদালতৰ মজিয়া পালেগৈ কেনেকৈ বুজি নাপালো । তথাপিও জয়া কলিতা ডাঙৰীয়ানীআৰু ভিক্টৰ দাস ডাঙৰীয়াই প্ৰসংসনীয় তথা সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ সপক্ষে সদায় আছো ।

    • @sansumaboro5593
      @sansumaboro5593 ปีที่แล้ว +1

      As per law procedure .. she has applied anticipatory bail for her secure... Say police arrest, incounter etc... so she has got anticipatory bail by the court proceedings.... So her hearing is mention on the court.... That's all...

    • @khagennath9180
      @khagennath9180 ปีที่แล้ว

      @@sansumaboro5593Thanks for having me to understand the situation.

  • @gayatrilahkar9573
    @gayatrilahkar9573 ปีที่แล้ว +10

    Bahut vl paiso

  • @amalborah3169
    @amalborah3169 ปีที่แล้ว +26

    এইবোৰত মামা একো নুশুনা একো নোকোৱা আৰু একো নোচোৱা সেই বান্দৰ কে ই তা হৈ পৰে

    • @abbaskhanassam7398
      @abbaskhanassam7398 ปีที่แล้ว

      😂😂😁

    • @user-me3dw8ui9w
      @user-me3dw8ui9w ปีที่แล้ว +2

      Mama nije ek no vrastasari... khyomota luvi. Congress r pora BJP r washing machine t humale j😂

  • @muninsaikia1130
    @muninsaikia1130 ปีที่แล้ว +5

    দেখাতেই চিন শাল নে শিঙি

  • @kushalbaruah7185
    @kushalbaruah7185 ปีที่แล้ว

    সত্যৰ সদায় জয় ।কি হ'ল দাম্ভিকতা মৰা ।

  • @monoranjangoswami9258
    @monoranjangoswami9258 ปีที่แล้ว

    ওফৰালে

  • @alokdutta5907
    @alokdutta5907 ปีที่แล้ว

    আদালতৰ ৰায়ক আমি সন্মান জনাইছো,সত্যৰ সদায় জয় ।

  • @pinkimedhi6131
    @pinkimedhi6131 ปีที่แล้ว +14

    আৰু যি অভিযোগ বিলাক কি হৱ...?

  • @monibora3010
    @monibora3010 ปีที่แล้ว

    Thank u high court for yr judgment

  • @satishdas2783
    @satishdas2783 ปีที่แล้ว

    Bhabesh da zindabad

  • @chandandeka5633
    @chandandeka5633 ปีที่แล้ว

    Very good

  • @tankswargohain6701
    @tankswargohain6701 ปีที่แล้ว +6

    ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে।

  • @rebulali1210
    @rebulali1210 ปีที่แล้ว +3

    Majja lagil honi.

  • @gayatrilahkar9573
    @gayatrilahkar9573 ปีที่แล้ว +12

    Irrigation t paisa Lai sakari dise

  • @KaoriMai
    @KaoriMai ปีที่แล้ว

    Bhal kotha

  • @rgrg5472
    @rgrg5472 ปีที่แล้ว +1

    দাগী থাকিলেহে ভাল লাগে কিছুমান দলৰ নেতাক 😊

  • @kalitadeepak7488
    @kalitadeepak7488 ปีที่แล้ว

    right

  • @somnathmudoi969
    @somnathmudoi969 ปีที่แล้ว +1

    এজনি সৰু ছোৱালীৰ লগত ৰাজ্যিক বিজেপিৰ সভাপতি পৰাস্ত। এতিয়া জয়া কলিতাই ভবেশ কলিতাৰ ওপৰত মানহানি গোচৰ তৰিলে ভবেশ কলিতাৰ কি অৱস্থা হ'ব।

  • @rajenm3777
    @rajenm3777 ปีที่แล้ว +5

    Truth is evergreen .

  • @hemantadas6963
    @hemantadas6963 ปีที่แล้ว +7

    Borhia

  • @nirmalikumar7002
    @nirmalikumar7002 ปีที่แล้ว +1

    Good justice Jai adalot

  • @mantukalita4915
    @mantukalita4915 ปีที่แล้ว +1

    ভৱেশ কলিতাৰ জৰিয়তে অসম ৰাজ্যিক বিজেপিৰ নগ্ন স্বৰূপ উদং হ'ল । এতিয়া ভৱেশ কলিতাই যদিহে সামান্যতমো আত্ম সন্মানবোধ আছে তেতিয়াহ'লে পদত্যাগ কৰা উচিত । আনহাতে ভিক্টৰৰ কেচটোৰ জৰিয়তে অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদং হ'ল ।অসম আৰক্ষীৰ জধে-মধে ধাৰা আৰোপ কৰাটো যিহেতু আইন সংগত নহয় বুলি খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাই প্ৰমাণিত হ'ল সেয়ে ভিক্টৰে সংশ্লিষ্ট আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে এক উচ্চ পৰিমাণৰ ক্ষতিপূৰণ বিচাৰি মানহানীৰ গোচৰ ৰুজু কৰিলে ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক অভিসন্ধি ওলাই পৰাৰ সম্ভাৱনা আছে । আনহাতে যিসকল অন্ধ ভক্ত আৰু চুৱা চেলেকাই জয়া আৰু ভিক্টৰৰ বিৰুদ্ধে সমাজ মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰিছিল সিহঁতৰ বিৰুদ্ধেও দুয়োজনে Cyber Crime Branch গোচৰ ৰুজু কৰা উচিত বুলি ভাৱো ।
    শেষত এটা কথাই ক'ব লাগিব যে " সত্যমেৱ জয়তে " কথাষাৰ যে সম্পুৰ্ণ সচা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকেই পুনৰবাৰ প্ৰতিস্থা কৰিলে । ধন্যবাদ ।

  • @nazimahmad7346
    @nazimahmad7346 ปีที่แล้ว +16

    দেখিলেই ধান্দাবাজ যেন‌ লাগে😜

  • @uddhabsarma3991
    @uddhabsarma3991 ปีที่แล้ว +4

    পুলিচৰ পাৱাৰ আমাৰ সাধাৰণ মানুহৰ ওপৰতহে । অবশ্যে তেওঁলকো স্বাধীন নহয় ।

  • @papuboro6360
    @papuboro6360 ปีที่แล้ว

    একো কাম নাই। এনেবোৰ মানুহ কেতিয়াও নেতৃত্ব প্ৰদান কৰিব নোৱাৰা।

  • @travellerajs9929
    @travellerajs9929 ปีที่แล้ว +2

    জয়াৰ কথা সত্য

  • @srimontabora3894
    @srimontabora3894 ปีที่แล้ว

    bohut bhal hol .hai karone aineok uport bohut besak koru.👍👍👍👍👍

  • @amritphukan4217
    @amritphukan4217 ปีที่แล้ว +2

    BJP go back Assam govt.

  • @0007Gobi
    @0007Gobi ปีที่แล้ว

    Good❤️❤️❤️

  • @Ramayanbarman5255
    @Ramayanbarman5255 ปีที่แล้ว

    High court zindabad 🙏balor bhavesh johora

  • @sibaprasadbora01
    @sibaprasadbora01 ปีที่แล้ว

    নিৰ্বাচনৰ পাছত গম পাব।

  • @balendramashahary1005
    @balendramashahary1005 ปีที่แล้ว

    Wright sister.

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +1

    বিজেপি , অসম আৰক্ষী দুৰ্নীতি কেলেংকাৰী অপৰাধত যে জৰিত দুৰ্নীতি কেলেংকাৰী কৰা সকলোক ৰক্ষণাবেক্ষণ দিবলৈ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দিয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰি ডজন ধাৰা লগাই আক্ৰোশমুলক ভাবে নিৰ্যাতন কৰা প্ৰমাণিত কৰিলে ন্যায়পালিকাই ।

  • @RAJ-it8bc
    @RAJ-it8bc ปีที่แล้ว +2

    Viktor bhai zindabaad

  • @nomikonwar6739
    @nomikonwar6739 ปีที่แล้ว +4

    Hocha kotha voi koreba

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 ปีที่แล้ว

    Good news

  • @chandanateron6699
    @chandanateron6699 ปีที่แล้ว

    When the issue will investigate against the culprits and curruption

  • @monuramtaid7943
    @monuramtaid7943 ปีที่แล้ว

    বেছেৰা হঁতে এমেলে মন্ত্ৰীক সন্তুষ্ট আৰ তৈলমৰ্দন কৰোতেহে এই অৱস্থা।

  • @gapalsaikia9491
    @gapalsaikia9491 ปีที่แล้ว +4

    Bjp go back

  • @rezabulkarim2147
    @rezabulkarim2147 ปีที่แล้ว

    Honestly is power

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 ปีที่แล้ว

    এই দালালি যুগত জয়া কলিতাক এগৰাকী বীৰাংগণা হিচাবে গণ্য কৰিছো।তেওক ধন্যবাদ কৰাৰ লগতে মহামান্য উচ্চ ন্যায়ালয়কো অশেষ ধন্যবাদ।

  • @nomikonwar6739
    @nomikonwar6739 ปีที่แล้ว +4

    Voi korela

  • @munmigogoi2377
    @munmigogoi2377 ปีที่แล้ว

    God bless you viktor

  • @abbaskhanassam7398
    @abbaskhanassam7398 ปีที่แล้ว +4

    aadalotok mur falor pora salam. aadalot khodai niropekhyo hobo lage aaru khoittor pokhyot thakibo lage.

  • @sukumarsarma1739
    @sukumarsarma1739 ปีที่แล้ว

    Ha...ha...ha

  • @dipankarboro1109
    @dipankarboro1109 ปีที่แล้ว +1

    Victor & Jaya winer b j p sorkar failor.

  • @gayatrilahkar9573
    @gayatrilahkar9573 ปีที่แล้ว +6

    Ekdom saca kaise

  • @ruhitdihingia8210
    @ruhitdihingia8210 ปีที่แล้ว

    এইয়া কাগজৰহে" গদা " আছিল নেকি ?

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 ปีที่แล้ว +1

    বুজিলো!

  • @manjitdas6191
    @manjitdas6191 ปีที่แล้ว

    Go Back BJP 🖕
    হিমন্ত মুৰ্দাবাদ 🐷 👞 👢

  • @biswajitpegu6387
    @biswajitpegu6387 ปีที่แล้ว

    Bobesh kolita is nounchance

  • @Pranjal7903
    @Pranjal7903 ปีที่แล้ว

    🥰🥰🥰🥰🥰

  • @satishdas2783
    @satishdas2783 ปีที่แล้ว

    Bjp zindabad.

  • @iloveassam257
    @iloveassam257 ปีที่แล้ว +2

    Next Nomination dibo MLA election t Jai Ho finally success hoi gol

  • @titasgmomin4553
    @titasgmomin4553 ปีที่แล้ว +2

    Mojja kela

  • @pranitakalita800
    @pranitakalita800 ปีที่แล้ว +3

    Xosa katha aibor

  • @sonavlogs6181
    @sonavlogs6181 ปีที่แล้ว

    Ain ankua he hbolge sobor karne homn..🙏🙏🙏

  • @dilipmahanta8479
    @dilipmahanta8479 ปีที่แล้ว

    Police knows better l

  • @subratachoudhury3999
    @subratachoudhury3999 ปีที่แล้ว +1

    Dadagiri thanda hol. Positiont thakote dadagiri koribo nelaga. Kiya no mlak jikai raije. Aru raijor logot ketiao jujibo nalage.

  • @bidulboruah8351
    @bidulboruah8351 ปีที่แล้ว

    কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত

  • @pranabgogoi6283
    @pranabgogoi6283 ปีที่แล้ว +2

    Bhabesh kalitar biruddhae Ona ovijug bur Satya buli proman hoisae . Teu jiman jukti nedekhuak kio , teur kotha ami biswas nokoru.

  • @borannyagogoi4893
    @borannyagogoi4893 ปีที่แล้ว +2

    Laj nai

  • @bimald1
    @bimald1 ปีที่แล้ว +1

    সুবোধ, হেৰা

  • @dadulali7296
    @dadulali7296 ปีที่แล้ว +1

    Aji xokolo olai poril

  • @brojenray5921
    @brojenray5921 ปีที่แล้ว

    নেতা বোৰ খালি ধৱা তুলশিৰ পাত সাজে।

  • @harmohankalita2903
    @harmohankalita2903 ปีที่แล้ว

    ভৱেশ কলিতা দেৱ, এতিয়া আপোনাৰ মন্তব্য কি হ'ব ক'বনে ?

  • @lakshmanbaruah8961
    @lakshmanbaruah8961 ปีที่แล้ว +1

    Vobesh kalita dangaria,apunar voy asil Karone regd. Kora nasil,apuni ajoni sualir Kotha misha buli proof koribo nuarile bor lajor kotha

  • @aarshadulhaque2293
    @aarshadulhaque2293 ปีที่แล้ว

    কেচু খানদুতে সাপ ওলোৱাৰ ভয়

  • @user-me3dw8ui9w
    @user-me3dw8ui9w ปีที่แล้ว +1

    Police haha hanhi uthe hunile....dukhik toh arrest kribo nuwarei Katya o...rastar a niaporadhi ata k uthai loi😂😂

  • @janardonborgohain3801
    @janardonborgohain3801 ปีที่แล้ว +1

    Ei utpal medhi bulajon kot o aji?

  • @utpaldeka5628
    @utpaldeka5628 ปีที่แล้ว

    More of politician are sor .....

  • @rehenaahmed7680
    @rehenaahmed7680 ปีที่แล้ว

    Satta r khadai joi. Bhabes. Ki jna aase

  • @liaapborpatragohain8006
    @liaapborpatragohain8006 ปีที่แล้ว

    Thanks judges 🙏 Kolitak arrest nokore neki????

  • @tapandas908
    @tapandas908 ปีที่แล้ว +1

    Eman low