ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
তপন আৰু তেওঁৰ মাতৃ সুস্থ হৈ থাকক আৰু কুশলে থাকক তাৰেই কামনা কৰিলোঁ। ভিডিঅ'টো চাই বহু লোক উপকৃত হ'ব পাৰিব আৰু এই ৰোগ টোৰ বিষয়ে সবিশেষ জানিবও পাৰিব। মনত সাহস আৰু শক্তি যদি থাকে ভগৱান যদি সহায় হয় তেন্তে যিকোনো ৰোগ প্ৰতিৰোধ কৰাৰ লগতে মৃত্যুকো জয় কৰিব পাৰি। আপুনি আৰু তপন তাৰেই উদাহৰণ। আপুনিও কুশলে থাকক আৰু সুন্দৰ সুন্দৰ ভিডিঅ'প্ৰস্তুত কৰি দুৰ্বল মনৰ মানুহক সবল আৰু শক্তিশালী হ'বলৈ এই দৰে অনুপ্ৰাণিত কৰি আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ 🙏🙏
Bhallagil
আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল
পুত্ৰ আৰু মাতৃ দুয়োজনকে ভগবানে কুশলে ৰাখক 🙏🙏🙏
ধৈয আৰু সাহস নেহেৰুৱব।সদায়ে ভগবানক অন্তৰ ত ৰাখিব।
আপোনাৰ অনুষ্ঠান চাই সুব ভাল লাগিলে,আমাৰো এনেকুৱা কিছুমান অভিজ্ঞতা আছে, ক'বলৈ সুবিধা পালে ভাল লাগিল হয়
তপন আৰু মাতৃৰ সু-স্বাস্থ্য অটুট থাকে যেন 🙏🏻🙏🏻🙏🏻🙏🏻
দুয়ো জনকে ভগবানে শক্তি দিয়ক জীৱনতো আগুৱাই যাওক। প্রণাম য়াছিলো।
তপনৰ ভৱিষ্যতৰ উজ্বল কামনা কৰিলোঁ, ভগৱন্তই কুশলে ৰাখক
তোমালোক দুয়োকে ঈশ্বৰে কুশলে ৰাখক।
God bless you beta 🙏🙏
মাতৃ, পুত্ৰ দুয়োকে প্ৰভুৱে কুশলে ৰাখক।সাহসী মাতৃ গৰাকীক প্ৰণাম জনালোঁ।
আপোনালোক দুইজন ভালে থাকক দেই
God blessed both of you.
প্ৰয়োজনীয় আলোচনা। কিন্তু বৰ দুখ লগা।
অনুষ্ঠানটো চাই ভাল লাগিল ।তপন আৰু মাতৃৰ কুশল কামনা কৰিলোঁ ।
ভিদিও টো চাই চকুপানী ওলাল। এটা কিডনি লৈ বহু জন আছে। আৰু, আমাৰ মানুহ বোৰৰ মন্তব্য শুনি ধিক্কাৰ উপজিছে। তপন আৰু মাতৃ -- দুয়োৰে কুশল কামনা কৰিলো।
God bless you and your mother .❤
তপন আৰু তেওঁৰ মাতৃ সদায় ভালে থাকক মইও ১২ বছৰ হল মোৰ মানুহ জনক দিয়া মইও ভালে আছো।
God blessed you and your mother.
বাবো বহূত দিনৰ মূৰত দেখি পালো। ভাল লাগিল।
ভগৱান আপোনালোকৰ সহায়ক হওঁক।
God blessed both of you
মা দাদা দুয়ো জন ভালে থাকক
যোৱা মাচ মাহত মোৰ দাদা একে অসুখ হৈ ঢোকাল কিন্তু আমি খুব কম সময় পালো মাএ ৯ দিন আমাৰ মাজত থাকিল ইমান কম সময়ত ধৰা পৰিল GNRC ত দাদা ই মদ ভাং খোৱা নাছিল কাৰোৰে এনে নহক ভগৱানৰ ওচৰত পাথনা কৰিছো
ভগৱান দুই গৰাকীক ভালে ৰখা
🙏🙏🙏🙏 Tapan aru Maa vale thakok
Dada apunar video bure bohutar upakar hoise....apunar babe bohut hubhakamona...thakil
দুয়ো জনকে ভগৱানে শক্তি দিয়ক জীৱনতো আগুৱাই যাবলৈ🙏
বহুত সাহস পালোঁ।
Maa putra duyuke kukhole rakhok
God bless you Tapan... wishes you live long life...❤
Hosai apunar video sai bhut kotha hikibo pari
দুয়োকে ভগৱানে কুশলেৰাখক৷
God bless both of you !
God bless you Tapan ,afew munit ago I have discussed with you ,I am from Nalbari
God bless you and your mother
Srimantada aapunakbohut val lage
Apunar.videotu.sai.bohut.val.lagise.bhogabane.ma.aru.dadak.vale.rakhak
God bless you topsn
God bless you topon
সহাই কৰি পিচতযদি সমালোচনা কৰে তেওবিলাক মানুহ নহয় ।
God bless you 🙏🙏🙏
বৰ ভাল পালোঁ দাদা কথাবোৰ জানি ।
God bless you
ঈশ্বৰে সদায় কুশলে ৰাখক তেখেতলোকক
Dada apunar video sale bohut hahokh pau .
Bhogoban hohai howk Mongol kamona korilu kintu eman nikrshito manuh kio thake
তেওঁ লোক সদায় কুশলে থাকক।এই ভিডিঅ'টোৰ জৰিয়তে আন দহজনেও সাহস পাব বেমাৰক জয় কৰিবলৈ 🙏🏻🙏🏻
দুয়োকে ভগৱানে ভালে ৰাখক।
Dada , borma apunaluk vlai thakono takai kamona koresu
God bless you❤🙏🙏
❤🙏🙏🙏
Hokolu te ase bhogoban Krishna photo tpik pelai eaia jibo sretho manuh
Tapan amr college friend asel, tumi , aru maa husstto hoi thaka
Muru saku pani ulai goise. tapon aru matri vale thalok.
Bhogobane duoke kusole rakhak
আমাৰ ঘৰতো আজি এইটো অৱস্থা চলি আছে। মোৰ husband ঘৰৰ একমাত্ৰ উপাৰ্জন কৰা মনুহজন 2022 ৰ পৰাcancer ৰ লগত যুঁজি আছে। কোনো চৰকাৰী চাকৰি নাই এজন সাধাৰণ ডি টি পি অপাৰেটৰ।মানুহক খুজি-মাগি কিবাকৈ চিকিৎসা কৰি আছো যাতে মানুহজনক জীয়াই ৰাখিব পাৰো। ভুক্তভোগী, গতিকে বুজি পাওঁ কেনেকুৱা পৰিস্থিতি হয়।
আপোনালোকক ধন্যবাদ আৰু সেৱা জনাইছোঁ
Mur husbandr aitu akhukhate 2019tdhukale.Haikarone moi buji paisu.Moi 10/15percent hutat toka loi cikitsa korisilu.
Kothakhini huni sokur Pani ulai gol.
🙏🙏
Sinta nokoribo bohut manuh g ata kidney loiye jonmo loi kintu teuluke nojonakoiye thaki jibontu par hoi jai gotike vale thakok atia duyujon...
God bless you.
মোৰ এজন ভাইটি ২০১৯ চনৰ আগষ্টত একে অসূখ হৈছিল আৰু ২০২১ চনৰ জুলাই এক তাৰিখে ঢুকায় থাকিলে।বয়স ২৩ বছৰ আছিল।
Khoa , forat kene asila.
মোৰ লগতো একেই হৈছিল।
আমাৰ গাৱৰ এজনলোক এতিয়ালৈকে ভালে আছে। কাম বন কৰি চলি আছে। তেখেতক সদায় দেখা পাও।
Dada muru vaytir anuka hoise amaru anekuya gaty
Bohut beya lagil
মাকৰ সমান কোনোবা হব পাৰেনে? মাতৃ পুত্র দুয়োকে ভালে ৰাখক।।
Mobile no likhi diba nki
লিখা আছে
Ajikali manuhar atu ata dagar gun gatike tumi xahaxi hoi auai jowa
Very nice God bless You Tapan and Mother I am from Pathsala
Tapan aru maa vale thakok
Srimonta Sir apu nar Vedew moi Sodai#sawo moi agoraki#Cancer Pacent Apunar mobil nambertu Plese De bo Sir
আপুনি ইনবস্কত যোগাযোগ কৰিব
Vale rakhak vagabane
Simantra dak lag puwa asha ase dei .mai rupali dutta sibsagar pragati near.. demaji rupali baideu ghar jam ulab adin.
Maio ATA kid ny larak Diya haisele
Shatoro basar hal Lara aru atiya nai galge tumi valkai thakiba baba tumar Jibanto nigar operate nivar Kariba maks pindhi thakiba
Mur log puar essa ase bhaity tuk
DR Sanjiv Kakoti phone number tu ase jodi anugroh kori dibo sn
তপন আৰু তেওঁৰ মাতৃ সুস্থ হৈ থাকক আৰু কুশলে থাকক তাৰেই কামনা কৰিলোঁ। ভিডিঅ'টো চাই বহু লোক উপকৃত হ'ব পাৰিব আৰু এই ৰোগ টোৰ বিষয়ে সবিশেষ জানিবও পাৰিব। মনত সাহস আৰু শক্তি যদি থাকে ভগৱান যদি সহায় হয় তেন্তে যিকোনো ৰোগ প্ৰতিৰোধ কৰাৰ লগতে মৃত্যুকো জয় কৰিব পাৰি। আপুনি আৰু তপন তাৰেই উদাহৰণ। আপুনিও কুশলে থাকক আৰু সুন্দৰ সুন্দৰ ভিডিঅ'প্ৰস্তুত কৰি দুৰ্বল মনৰ মানুহক সবল আৰু শক্তিশালী হ'বলৈ এই দৰে অনুপ্ৰাণিত কৰি আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ 🙏🙏
Bhallagil
আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল
পুত্ৰ আৰু মাতৃ দুয়োজনকে
ভগবানে কুশলে ৰাখক 🙏🙏🙏
ধৈয আৰু সাহস নেহেৰুৱব।সদায়ে ভগবানক অন্তৰ ত ৰাখিব।
আপোনাৰ অনুষ্ঠান চাই সুব ভাল লাগিলে,আমাৰো এনেকুৱা কিছুমান অভিজ্ঞতা আছে, ক'বলৈ সুবিধা পালে ভাল লাগিল হয়
তপন আৰু মাতৃৰ সু-স্বাস্থ্য অটুট থাকে যেন 🙏🏻🙏🏻🙏🏻🙏🏻
দুয়ো জনকে ভগবানে শক্তি দিয়ক জীৱনতো আগুৱাই যাওক। প্রণাম য়াছিলো।
তপনৰ ভৱিষ্যতৰ উজ্বল কামনা কৰিলোঁ, ভগৱন্তই কুশলে ৰাখক
তোমালোক দুয়োকে ঈশ্বৰে কুশলে ৰাখক।
God bless you beta 🙏🙏
মাতৃ, পুত্ৰ দুয়োকে প্ৰভুৱে কুশলে ৰাখক।সাহসী মাতৃ গৰাকীক প্ৰণাম জনালোঁ।
আপোনালোক দুইজন ভালে থাকক দেই
God blessed both of you.
প্ৰয়োজনীয় আলোচনা। কিন্তু বৰ দুখ লগা।
অনুষ্ঠানটো চাই ভাল লাগিল ।তপন আৰু মাতৃৰ কুশল কামনা কৰিলোঁ ।
ভিদিও টো চাই চকুপানী ওলাল। এটা কিডনি লৈ বহু জন আছে। আৰু, আমাৰ মানুহ বোৰৰ মন্তব্য শুনি ধিক্কাৰ উপজিছে। তপন আৰু মাতৃ -- দুয়োৰে কুশল কামনা কৰিলো।
God bless you and your mother .❤
তপন আৰু তেওঁৰ মাতৃ সদায় ভালে থাকক মইও ১২ বছৰ হল মোৰ মানুহ জনক দিয়া মইও ভালে আছো।
God blessed you and your mother.
বাবো বহূত দিনৰ মূৰত দেখি
পালো। ভাল লাগিল।