মন্ত্ৰী, বিধায়ক, বিয়াগোম বিষয়াইয়ো দিব লাগিব বিদ্যুতৰ বিল, CMএ বন্ধ কৰিলে ৭৫ বছৰীয়া VVIP CULTURE
ฝัง
- เผยแพร่เมื่อ 16 มิ.ย. 2024
- 📌মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিলে ৰাজ্যৰ ৭৫ বছৰীয়া VVIP CULTURE। ১ জুলাইৰ পৰা মন্ত্ৰী, বিধায়ক, বিয়াগোম বিষয়াই দিব লাগিব বিদ্যুতৰ বিল। মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই আৰম্ভ হ'ব এই অভিযান। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি সাধাৰণ জনতাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
সুন্দৰ পদক্ষেপ..👍🏻 KINTU CONTINUOUSLY SOLI THAKILE HOL ARU..👏🏻
আপোনাৰ এই সিদ্ধান্তক মই সাষ্টাংগে প্ৰনিপাত জনাই সমৰ্থন কৰিছো।
একমাত্ৰ আপোনাৰ দৰে ব্যক্তিত্বৰ মস্তিষ্কৰ সুফল এতিয়াৰ পৰা জনসাধাৰণৰ মাজত আলোচনাৰ বিষয় বস্তু হল আৰু আৰু ঐতিহাসিক এক পৰম্পৰা বন্ধ কৰাৰ বাবে আপুনি ধন্যবাদৰ যোগ্য।
অতি সুন্দৰ পদক্ষেপ যিটো বহুত বছৰ আগতেই জাৰী কৰিব লাগিছিল 🙏🙏🙏
Again Issue divert... Election ৰ result ৰ পিছতে বস্তুৰ যে দাম বাঢ়িল সেইটো কিয় কমোৱা কথা নকয়?? Toll gate ৰ বাঢ়িল, petrol ৰ বাঢ়িল, অন্যান্য সামগ্ৰীৰ দাম বাঢ়িল, সেইবোৰ কমাওক। আপোনালোকে bill দিলে unit price কমিব নে?? নিজক কিয় ইমান ভাল দেখাব খোজে?? ভাল কাম কৰক তেতিয়াহে ভাল পাম। এইবিলাক কৰি issue divert নকৰিব।
সুন্দৰ পদক্ষেপ লৈছে ধন্যবাদ। সাধাৰণ জনতাই দুদিন দেৰি কৰিলে লাইন কাটি দিয়ে।বিল দিয়া পাছত ৰাজহুৱা কৈ জনাব লাগে। তেতিয়া হে গম পাব ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা কিমান সফল হৈছে।৭৫বছৰে সাধাৰণ জনতাৰ মুৰত টাঙোন মাৰি থকা নাই জানো ?
Yes, support your comment.
😢
Nijor সম্পত্তি পাহাৰ হল,,এতিয়া bill diyato ki dangor kotha
সচাই দেই ৰাজ্যত/দেশত কেনেকুৱা কেনেকুৱা কিছুমান আইন প্ৰচলিত হৈ আছে। ইয়াৰ পৰাই প্ৰমাণ হয় আগৰ মন্ত্ৰী বিধায়ক বৰমুৰীয়া সকল সাধাৰণ জনতাৰ প্ৰতি কিমান দায়বদ্ধ।
এইয়াটো সাধাৰণ কথাই বুলিব পাৰি, আগৰ কংগ্ৰেছ চৰকাৰে আৰু এনে কিছুমান আইন বনাই থৈ গৈছে যি বোৰ জানিলে সিহঁতক ভোট দিয়াটো দূৰৰ কথা থু পেলাবলৈ মন যাব।
বাৰু যি কি নহওঁক এই পদক্ষেপৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ শলাগ ললোঁ।
বিল দিয়া প্ৰমাণ পালেহে গম পোৱা যাব। সঁচা নে মিছা। Sir r এই পদক্ষেপ লৈছে ভাল লাগিল।
দুৰ্নীতি বন্ধ কৰক , কাৰেণ্ট ৰ বিল টো ৰাইজৰ টকাৰে দিয়ক একো নাই, টকা খোৱা বন্ধ কৰক
সুন্দৰ প্ৰদক্ষেপ মূখ্যমন্ত্ৰী মহোদয়। চেলুট
Bohut val lagil.... Keep it up cm sir
আমাৰ টকাৰে দৰমহা,আমাৰ টকাৰে বিল😂
Murkho nki sorkar a tex r dara i sob kam kore.....kiba ata bhl kam koriba jai ase tat emn pblm thtr nisina mnh r
Nice
Sundor sir
এতিয়া হে দাম বাঢ়িলে,মাত মাতিব ।
আদৰিছোঁ মহাশয়।
আমাৰ মহাশয় ইতিহাস হ'ল।।উপদেশ নহয়,হাতে কামে।৭৫ বছৰৰ ইতিহাস ভ্গ কৰিলে অসমৰ মুখ্যমন্ত্ৰী মহাশয়ে।
আমাৰ মহাশয় জিন্দাবাদ।
মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ।
ৰাইজৰ মাসা জিন্দাবাদ।
সশ্ৰদ্ধ প্ৰণাম জনালোঁ। মহাশয়।
সুন্দৰ আৰু বলিষ্ঠ পদক্ষেপ লৈছে৷
এইটো মাত্ৰ এটা চৰকাৰৰ জনপ্ৰিয়তা বঢ়াবৰ কাৰণে কৰা বক্তব্য হে ,কায্যতঃ একো নহয়
মুখ্যমন্ত্ৰী সভ্যতা হৈছে
অতি সুন্দৰ পদক্ষেপ
Public r electricity bill free kori dekhaok naa.. Education, medical free korok jodi kolijat xahox ase..
সুন্দৰ পদক্ষেপ
সুন্দৰ পদক্ষেপ।
Good Initiative Sir
Val kore sia Sar
Very Good
সুন্দৰ অতি সুন্দৰ ভাল লাগিছে
Injustice become justice , if it is true .
🙏🙏🙏👌 Good step
Thank you CM Sar
Good step.
❤❤❤❤❤❤👍👍👍👍👍👍
Moja sir
Ekdom bhal initiative
RINIKI. RINIKI KELA CM
General manuhe jodi dibo laage vip vvip ye dibo laage
শিয়ালৰ কথাত ভূল নাজাব ৰাইজ,,শিয়ালৰ চাল হয় এইটো,আপোনালোক বহুত আবেগিক হৈ যায়
Pagol val korileo beya pao n .xiyal toi he
এইটো এটা ধুৰন ধৰ শিয়াল,,,,
Kela...himantak beya powa buliye..xb kamote falto krba nlge...bhal tu bhal beya tu beya buli kba hahakh lage..
সুন্দৰ সিদ্ধান্ত ❤
A good decision taken by the Assam Govt.We welcome it.
Oti sundor kobor
মামাৰ এতিয়া কপনি উঠিব ধৰিছে,,,মামিৰ সম্পত্তিৰ ভাৰ বেছি হৈছে যে।। 🤣
👍🏻 great
Thanks you c m sir
❤❤❤
Yes
Very good decision.
Proud of you.
Great sir
Thank you mama
Good job sir
Thankyou mama
ভাল কথা ❤❤
Mojja ❤❤
Thanks
Nice good job
Very good decision best policiy
Bhut xundor padxep
Super sir
Good job
Good. Decision. Sir
সুন্দর
Phut গম্ পায় গল এতিয়া bjp যাবলৈ হল।। হাইকৰণে 😅😅😅😅😅
Very good mama
Right decision ❤
Very good steps ❤🙏
Very good step, C M Sir❤❤❤
Logote pension tu lobo nalage MLA minister.karan five years MLA hoi ajibon pension lua aru karmaseri 30 bosor sakori kori zero pension kenekoi hobo
Good.news.c..m.sir
Good
Val khobor Raijor babe
এইটো বহুত ভাল কাম কৰিলে ,ধন্যবাদ
Bahut bhal kam kari che
Very very good mama
এফালে ভাল আৰু আনফালে আমাৰ দৰে দুখীয়া মানুহৰ বেয়া
খুব ধুনীয়া পদক্ষেপ লৈছে দেই
❤❤❤❤
Good 👍
Very good mama ❣️
CM sir r bhal padakhep
Good disiton mama
Good step
B J P🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏👍
2 khon fan sole, 1500 bill ahe
🙏🙏🙏🙏🙏
👍👍👍👍👍👍👍✔️
ভাল হৈছে ছাৰ
👍
এইটো হ'ল আচল গণতন্ত্ৰ
Good🎉🎉🎉🎉🎉🎉
Vhal hbo.nhole current bahut nosto hoi.karon bill dilehey gom pabo
Govt office bilakotu eta time set korok... officer nathakileu AC soli thake
❤
Should have initiated/ done more and more earlier by earlier govt , was injustice legacy. Present Initiative taken by Hon' ble CM, Assam, has been welcomed.
Asol kotha hol mubail nambar guge huwa karone sikar hol❤❤❤
Good step cm sir.. but we middle cast family need some support from you some 100 unit free for us
Nice..CM.sir.
বিলৰ পইছা বেলেগকৈ একাউন্টত পতাব এইতো হিমন্তৰ চাল😂
Vl Kam korise aitu
Best cm
এখেতৰ কোনো অৰ্থ নাই।।।।। এখেতে ভোটৰ কাৰণে জি তি বকিব জানে।।।।।
Very good sir
C.m.dangoriya manntri 'ye dibo paribo.yewlukor bahut paisa.ami middle class manuhor babe bill dibor babe khuwa komai dibo loga hoise.agote a.s.c.b asil.etiya a p.d.c.l private company ahi amar golot tepa mari dhorise.500₹ toka bhorale 5 din pisot sale 0 hoi jai.kiman unit,unitor kiman rate eku najanu.khali resergre kori thakok.ami b.j.p.voter.kiba eta korok.
AXOM TOKA HEX HOL ETIA TOKA LAGE