অসম চৰকাৰৰ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি অৰুণোদয়ৰ অধীনত বছৰি কোনে পাব ১০ হাজাৰকৈ টকা?

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ม.ค. 2025

ความคิดเห็น • 792

  • @__Porismita__Buragohain__
    @__Porismita__Buragohain__ 11 หลายเดือนก่อน +37

    আমাৰ গাঁৱৰ ফালে আহিব তেতিয়া হে গম পাই যাব ভাল ভাল ধনী মানুহে চৰকাৰী ধন খাই আছে আমাৰ ফালে ভাগতে নপৰে ছাৰ😢

  • @triptibarhoi9108
    @triptibarhoi9108 4 ปีที่แล้ว +115

    ধন্যবাদ ছাৰ। আপুনি দুখীয়া মানুহৰ কথা চিন্তা কৰা কাৰণে।ছাৰ ওপৰৰ পৰা আঁচনিবোৰ ঠিকেই আহে, কিন্তু তলত দালালীবোৰে নিজৰ পকেট গৰম কৰে যাৰ ফলত দুখীয়া মানুহ সুবিধা লাভৰ পৰা বঞ্চিত হয়।আশা কৰিছো এইবাৰ যেন তেনেকুৱা নহয়।

    • @montumajhi345
      @montumajhi345 4 ปีที่แล้ว +7

      সচাঁ কথা কৈছে আপুনি

    • @pallabigogoi9364
      @pallabigogoi9364 4 ปีที่แล้ว +3

      Val kotha koisa kin2 apuni

    • @rijudive940
      @rijudive940 4 ปีที่แล้ว +2

      Yes

    • @sportlover5120
      @sportlover5120 4 ปีที่แล้ว +1

      Right

    • @umeshkardong6116
      @umeshkardong6116 4 ปีที่แล้ว +1

      মন্ত্ৰী মহোদয়, এনেকুৱা Free বস্তু খাবলৈ দি মানুহ বোৰক এলেহুৱা কৰি পেলালে। এতিয়া পথাৰত ওলাই কোনো কাম নকৰা হৈছে। সন্তানে বিযা পতাৰ পাছতেই বেলেগ হৈ পৰিছে।

  • @RashmiHorizan
    @RashmiHorizan 5 หลายเดือนก่อน +19

    মুৰ নাম ৰশ্মি মই কাম কৰি খাও মুৰ দিভচ হল 😂😂😂❤❤

  • @rahulkalita4081
    @rahulkalita4081 4 ปีที่แล้ว +26

    ধন্যবাদ চাৰ। নিশ্চয় উপকৃত হ'ব কিছু হ'লেও।

    • @mrassam6542
      @mrassam6542 4 ปีที่แล้ว

      Ki ki documents lagibo

    • @rahulkalita4081
      @rahulkalita4081 4 ปีที่แล้ว +1

      @@mrassam6542
      th-cam.com/video/FooW1lcFraU/w-d-xo.html
      Linktu suwa details gom paba

  • @arupjyotikalita229
    @arupjyotikalita229 3 ปีที่แล้ว +40

    চাৰ আমি দৰিদ্ৰ পৰিয়ালৰ কিন্তু আমি এই আচঁনি পৰা বঞ্চিত হ'ব লগা হৈছে, গাৱৰ উৰ্ৱাদ মেমবাৰে নিদিয়ে

    • @SapanBawri-ch4cc
      @SapanBawri-ch4cc 10 หลายเดือนก่อน +9

      Sir amar panitola achle bhut family' ase dukiya ase kintu asony puwa nai loghoth Ghar puwa nai rata puduli Val nai hai khon jodi pabo laghee buli apunakh jonalu sir

  • @97rajahowlypachimmangaldai2
    @97rajahowlypachimmangaldai2 2 ปีที่แล้ว +3

    প্ৰণাম ছাৰ আমাৰ ঘৰৰ নন্দিনী শাহ বিধবা আজিলৈ একো আচনি পোৱা নাই

  • @sahinhimazmdir5850
    @sahinhimazmdir5850 7 หลายเดือนก่อน +1

    Good good News sir❤❤❤

  • @leenadas3019
    @leenadas3019 11 หลายเดือนก่อน +13

    Sir apunar এই পদক্ষেপ বাবে অশেষ ধন্যবাদ কিন্তু প্ৰতিফলিত হলে সুষী হম

  • @JohirulIslam-ev4hq
    @JohirulIslam-ev4hq 4 ปีที่แล้ว +7

    Thank sir

  • @shyamantagogoi4859
    @shyamantagogoi4859 3 ปีที่แล้ว +2

    Sir hundor decession

  • @NamitaSarkarBonia-st5tv
    @NamitaSarkarBonia-st5tv ปีที่แล้ว

    Thanku so much sar💐💐🙏

  • @supreetraj532
    @supreetraj532 3 ปีที่แล้ว +11

    নতুন এপলাই কেতিয়া হব ? আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল কিন্তু চৰকাৰৰ পৰা একো পোৱা নাই

    • @rokeyakhatun-ff4gf
      @rokeyakhatun-ff4gf ปีที่แล้ว

      Nomeshkar sir notun aplai ketiya arambo hobo sir

  • @Madhav_gogoi
    @Madhav_gogoi 4 ปีที่แล้ว +24

    চাৰ বহু ধনী মানুহে এই আচনি apply কৰিছে। ঘৰে ঘৰে গৈ যাতে দুখীয়া লোকক চিনাক্ত কৰে আৰু ধনী মানুহে এই আচনি নাপায়। এয়া মোৰ বিনম্র অনুৰোধ।

  • @KuleshDuttaKuleshDutta
    @KuleshDuttaKuleshDutta 6 หลายเดือนก่อน +2

    আজি তিনি বছৰ ধৰি অৰুনোদইৰ বাবে যোগা যোক কৰিও ছোন অৰুননোদয় পোৱা নাই কাউন্সিলাৰে ক কৈ ভাগৰি গলো

  • @kankanboruah6003
    @kankanboruah6003 หลายเดือนก่อน +1

    মহোদয়,,,মই এগৰাকী বিধবা আৰু pralysis মহিলা,,,মোৰ ৰোগৰ বাবে চাউল আনিব নোৱাৰাৰ বাবে কাৰ্ড ৰ পৰা নাম কাটি দিলে,,,এতিয়া গাঁওৰ সভালৈ নগলে অৰুনোদইৰ তকাও কাঢ়িব,,সেইটো গলে বিধবা পেঞ্চন u নাথাকে,,,আমাৰ বাবে কিবা ব্যবস্থা কৰক

  • @arupjyotikalita229
    @arupjyotikalita229 3 ปีที่แล้ว

    অৰুণোদয় আঁচনি ৰ নম্বৰ এটা দিয়ক চাৰ

  • @nirathengal1872
    @nirathengal1872 4 ปีที่แล้ว +41

    ধন্যবাদ চাৰ কথা খাৰ কোৱা মতে যদি আপুনি কামটো কৰে মই বহুত উপকাৰ হ'ম

    • @bororaju8177
      @bororaju8177 3 ปีที่แล้ว

      U

    • @mondiraburagohain1675
      @mondiraburagohain1675 3 ปีที่แล้ว

      ছাৰ মই এগৰাকী অবিবাহিতা মহিলা মই অকলে থাকোঁ এতিয়ালৈকে কোনো আঁচনি টকি পোবা নাই দযাই কৰি দিবছোন।

    • @prasanjithasnu4017
      @prasanjithasnu4017 3 ปีที่แล้ว

      @@bororaju8177 0

  • @kp3497
    @kp3497 4 ปีที่แล้ว +21

    আঁচনিয়ে দুখীয়া সমাজত দুখি পাব জানো। ধনী শ্ৰেণী য়ে পাব ছাগে?
    আমাৰ ইয়াত আজিৰ পৰা 30 টকা দি apply আৰম্ভ হৈছে ।

  • @HelenNarzary-y2l
    @HelenNarzary-y2l 4 หลายเดือนก่อน

    Thankiyou News live

  • @DeepDey-b2z
    @DeepDey-b2z 6 หลายเดือนก่อน +1

    Dak lo mama jindabad 12345 win. Pabona jay jay hind

  • @binitacutepriya7402
    @binitacutepriya7402 หลายเดือนก่อน

    Thankyou mama 🙏🙏🙏

  • @jubelahmed5535
    @jubelahmed5535 9 หลายเดือนก่อน

    Thank you very much ♥️♥️

  • @laxmitanti2222
    @laxmitanti2222 6 หลายเดือนก่อน +1

    Bhut bhut Dhainbad 🙏thakil mama kotha khini val dor bujai dibole

  • @MontuKhakhlary
    @MontuKhakhlary 7 หลายเดือนก่อน

    Thank you sir ❤❤❤❤❤

  • @Riyanstudio720
    @Riyanstudio720 3 ปีที่แล้ว +1

    Thanks sri

  • @NamitaSarkarBonia-st5tv
    @NamitaSarkarBonia-st5tv ปีที่แล้ว

    Bohut bohut val lagise 🙏

  • @salimadevi7291
    @salimadevi7291 4 ปีที่แล้ว +13

    Thank you Sir 🇨🇮🇨🇮🇨🇮

  • @KhiradaDeka-u9i
    @KhiradaDeka-u9i 11 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ ছাৰ।

  • @taslimanasrin7636
    @taslimanasrin7636 4 ปีที่แล้ว +4

    Thanks sir

  • @chayanath4116
    @chayanath4116 11 หลายเดือนก่อน

    সুন্দর পদক্ষেপ স্যার আমার সঙ্গে দিব্যাঙ্গ ভাই আছে ও আমি স্বামী ছাড়া ভাই সঙ্গে আছি ঘর পাই নাই অরুন উদয় পাই আপনার কথাগুলো ধন্যবাদ জানাই

  • @shivamlahon8048
    @shivamlahon8048 9 วันที่ผ่านมา

    Good decession mama ❤

  • @afterpriens8415
    @afterpriens8415 4 ปีที่แล้ว +8

    চৰকাৰ খনৰ ৫বছৰ শেষ হ'বৰ হ'ল।এই ৫বছৰে ৰাইজ উপকৃত হ'ব পৰা কোনো আচনী লোৱা গম নাপাও,এতিয়া হঠাৎ কি সু-মতি উদয় হ'ল ? সপ্তাহে সপ্তাহে আচনী বাঃ হাল বাবৈ নালাগে খোৱা আৰু শোৱা, কোনে কয় ভাল দিন অহা নাই বুলি!!

    • @nayanborah6607
      @nayanborah6607 4 ปีที่แล้ว +1

      🤭🤭 hosai pai val din ahise ahise....ane nokoleu apuni moi kom..

    • @nava9754
      @nava9754 ปีที่แล้ว

      2 bosor hoise beta 5 bosor nohoi and MANY SUCH SCHEMES ARE THERE ji bur tumaluke ketiau huni nupuankio najano.

  • @kabitadevi546
    @kabitadevi546 4 ปีที่แล้ว +3

    Thnks sir

  • @mamunbegum851
    @mamunbegum851 4 ปีที่แล้ว +6

    🙏🙏🙏 Thank you sir

  • @millahira4777
    @millahira4777 3 ปีที่แล้ว +1

    Thank you

  • @kamalsarma2686
    @kamalsarma2686 6 หลายเดือนก่อน +8

    মুঠতে আচল হিতাধিকাৰীয়ে নাপাব।

  • @HemalataNath-n5n
    @HemalataNath-n5n หลายเดือนก่อน +3

    Sir moi nije dokan solai poriyal solabo lage bahut kasto hay sir

  • @HemaBorah-uk1wb
    @HemaBorah-uk1wb 3 หลายเดือนก่อน

    চাৰ মোৰ মানুহ জনে টিউচন কৰি‌ ঘৰ চলাই‌ আজি দুবছৰ হ'ল মানুহ জনব বেমাৰ এতিয়া টিউচনো ‌নাই‌ আৰু আমাৰ খেতি কৰা মাটিৰ এবিঘাও ‌নাই । বৰ্তমান ম‌ই‌ কাপোৰ বৈ বিক্ৰী কৰি খুউব কষ্ট কৰি‌ ঘৰ চলাই আছোঁ।এইবাৰ দয়া কৰে যেন।

  • @AjijunNessa-f9v
    @AjijunNessa-f9v 6 หลายเดือนก่อน

    ধন্যবাদ।ছাৰ❤

  • @dipaligogoi4900
    @dipaligogoi4900 7 หลายเดือนก่อน

    Dhonyo
    bad
    Sir.

  • @jasminakhatun3273
    @jasminakhatun3273 4 ปีที่แล้ว +4

    Thanks so much

  • @milansonowal9037
    @milansonowal9037 4 ปีที่แล้ว +12

    সঠিক সময়ত সঠিক আচঁনি চাৰ । চৰকাৰে ঠিকেই লয় চাৰ কিন্তু যোগ্য ব্যক্তি য়েই বা পৰিয়ালে বঞ্চিত হোৱাটো খাতাং । যেনেকৈ কৃষকৰ আচঁনিৰ টকা কৃষকৰ পৰিৱৰ্তে চাকৰিয়ালে পাইছিলে । আৰু আজিলৈকে বিধৱা পেন্সনো যোগ্য সকলেই নাপালে । এই ক্ষেত্ৰত নামভৰ্তি কৰাসকলেই সৰ্বেসৰ্বা ।

  • @NarayanSharma-h7f
    @NarayanSharma-h7f 11 หลายเดือนก่อน +1

    Ami atiya loike ako powa nai 😢

  • @user-ph7fk1qj8n
    @user-ph7fk1qj8n 4 ปีที่แล้ว +1

    Bjp ok 🍄🍇🥥☎️🎀 No1

  • @kalpanabharali8464
    @kalpanabharali8464 4 ปีที่แล้ว +5

    অবিবাহিতা আৰু ডিবাংগ হোৱা স্বত্বেও ফ্রম দিয়া নাই। প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনি উপভোগ কৰিবলৈ পায় কামনা কৰিলোঁ।

    • @shivachetrichamlagai7757
      @shivachetrichamlagai7757 4 ปีที่แล้ว

      Aapuna loke Jodi moor Kotha bhal Pai , ten te moi Diya aalosana aagombani to campening karibo gotei akhamot. Aaru bharotot moi Modi loi k pothiyai deem .

    • @shivachetrichamlagai7757
      @shivachetrichamlagai7757 4 ปีที่แล้ว

      Paabo., Bosar to bhal thakok

  • @rajendrakoch5902
    @rajendrakoch5902 ปีที่แล้ว

    Thanksir

  • @debojitborkakoti8749
    @debojitborkakoti8749 4 ปีที่แล้ว +6

    Val lagil news to suni

  • @sns1285
    @sns1285 4 ปีที่แล้ว +4

    Very very good thinking boss. I proud for u. I want it is.

    • @sns1285
      @sns1285 4 ปีที่แล้ว

      Really u r good

    • @sns1285
      @sns1285 4 ปีที่แล้ว

      Emidiate work this.

    • @sns1285
      @sns1285 4 ปีที่แล้ว +1

      My family is pore so i want this

  • @dipamonimedhi6736
    @dipamonimedhi6736 4 ปีที่แล้ว +2

    নমস্কাৰ মোৰ নাম শ্রী দিপামণি মেধি গাঁও মোৰ ককয়া চুপা বালাপাৰা জিলা নলবাৰী 781304 ৷ মই এজনী দুখীয়া ঘৰৰ ছোৱালী মই বিপ লিংগ পৰো মোৰ দেউতা জন ও ঢ়ুকাল মা জনী কিবা কৈঘৰখন চলাই আছে মোৰ সোঁ ফালৰ হাতখন আৰু সোঁফালৰ ভৰি খনৰ যোৰ নাই ঘৰৰ অসুবিধাৰ কাৰণে পঢ়িব ও নোৱাৰিলো মই ৰাইজৰ পৰা ও কোন সুবিধা পোৱা নাই সেয়াহে দয়ালু মহাদয়া আমাৰ দুখীয়া পৰিয়ালটোক কিবা এটা সহায় কৰে যেন

  • @jinabegum4603
    @jinabegum4603 3 ปีที่แล้ว +1

    Vare, nice

  • @usharanirabha4180
    @usharanirabha4180 3 ปีที่แล้ว +1

    Tanks Sir🌷🌷mur4, mahaxumuwanaisir🙏

  • @RanuRajbongshi-y9l
    @RanuRajbongshi-y9l ปีที่แล้ว +2

    চাকৰি থকা পৰীয়ালৰ মানুহে পায়। সৃজন গ্ৰাম বৰঘোলা । বঙাই গাওত

  • @tapanneog2598
    @tapanneog2598 6 หลายเดือนก่อน

    মোৰ হহুদেউতা হাত দুইখন নাই সকলো কৰি দিব লাগে আৰু আমাৰ গাৰিৰ পৰা আদিৰ কৰি একো‌‌ নাই তথাপিও অৰুনোদয় নিদিয়ে। আমাৰ ঘৰ মৰাণহাট তিলৈজান 🙏🙏🙏🙏

  • @JelekhaAhmed
    @JelekhaAhmed ปีที่แล้ว

    মই দুখীয়া পৰিয়ালৰ তথাপি কোনো ধৰণৰ চৰকাৰী ঘৰ আৰু অৰুনাদয় আঁচনি নাম দিলে নহয় কাৰণ হৈছে মই ধুখীয়া পৰিয়ালৰ মানুহ যে...

  • @GayatriDaulagophu
    @GayatriDaulagophu 7 หลายเดือนก่อน

    Thankyou mama good desi
    tion

  • @mriduldas9165
    @mriduldas9165 11 หลายเดือนก่อน

    Right 👍

  • @lakhimimahanta
    @lakhimimahanta 5 หลายเดือนก่อน +3

    মই অবিবাহিত মোৰ অৰুনোদইৰ কিয় কাতিদিলে।

  • @nandenroy5498
    @nandenroy5498 3 ปีที่แล้ว +1

    Very nice video ❤️❤️❤️❤️

  • @naairali9804
    @naairali9804 4 ปีที่แล้ว +1

    Thnxx

  • @SwarnalataMalakar
    @SwarnalataMalakar ปีที่แล้ว

    চাৰ মই দুয়োখন কানেৰে নুশুনো . পৰীসা কৰোতে ডাকতৰে হেড লচট বুলি চাটিফিকেত দিছে .তথাপিও মই অৰুনুদয় আচনি আজিলৈকে নাপালো চাৰ মোৰ চামী থেলা চলাই .আমাৰ নিচিনা দুখীয়া পৰিয়াল বিলাকে বাচি থাকিব নালাগে নেকি মোৰ ঘৰ মনাহকুচি গাৱত মোৰ চামীৰ নাম খগেন কাকতি .দয়া কৰি মোক এই আচনিটো দিব বুলি আশাৰে বাট চাই ৰলো . . চাৰভে কবিব পাৰে . .মই কেনেকে আছো .

  • @swarnaboruah2917
    @swarnaboruah2917 3 ปีที่แล้ว

    Thanks

  • @RajkumarDoley-ff9fo
    @RajkumarDoley-ff9fo ปีที่แล้ว

    B.P.L

  • @ranimadewridewri2319
    @ranimadewridewri2319 4 ปีที่แล้ว +4

    Verri good sar

  • @SatyaDas-yj3es
    @SatyaDas-yj3es 5 หลายเดือนก่อน +1

    😊😊😊😊😊

  • @AnilDas-tz7qp
    @AnilDas-tz7qp หลายเดือนก่อน

    Bangladeshi Gulabi❤ Bangladesh cricket❤ tarabai❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 28 วันที่ผ่านมา

    10 হাজাৰ টকা আঁচনি খন আদানিয়ে ক'লা আঁচনি

  • @dhenurammili7092
    @dhenurammili7092 3 ปีที่แล้ว +1

    Good good morning

  • @satyanarayandas7906
    @satyanarayandas7906 4 ปีที่แล้ว +4

    গিৰীয়েক হাত বা ভৰি বা দিব্যাঙ্গ হয় তেনেহ'লে অৰুনোদয় আচনি পাব নেকী?অতি সোনকালে জনাব।

  • @chaidulislam8954
    @chaidulislam8954 ปีที่แล้ว

    চাৰ দুৰাৰগ্য ৰোগীয়ে নাপাব নেকি মোৰ স্বামী এজন কেন্সা ৰ ৰোগী মোৰ লৰা দুজন আৰু ছোৱালী জনী পঢ়ি আছে মই এই আচনীৰ পৰা বনঞ্চীত চাৰ এনেকুৱা পৰিয়ালক সহায় কৰক আপোনাক অনুৰোধ কৰিছো ।মই অৰুনোদয় পাইছিলো যেতিয়া ৮০০টকা আছিল তেতিয়া কোনোবা দালালে মোৰ নামতো কাতি দিলে ।এতিয়া মোৰ নামতো ভৰাই দি যিকেই মাহ পোৱা নাই সেইখিনিও দিলে বহুত সহাই হল হেতেন।

  • @PrasantaNath-z3o
    @PrasantaNath-z3o 9 วันที่ผ่านมา

    পাৰিলে আমাৰ গাওঁ লে এবাৰ আহিব তেতিয়া গম পাৱ কোনবোৰ মানুহে পাই আছে

  • @97rajahowlypachimmangaldai2
    @97rajahowlypachimmangaldai2 2 ปีที่แล้ว +1

    দূৰ ভাগ্য যে নন্দিনী জনী বিয়া হোৱা বিশদিন থকাৰ পিছত স্বামী য়ে চিৰদিন অকল শৰীয়া কৰি থৈ গল সেয়েহে আমাৰ ঘৰত আনিলো কিবা এটা সুবিধা পালে আমি সুখী হম

  • @trinayan1546
    @trinayan1546 ปีที่แล้ว

    ছাৰ,অৰুণুদয় আচনি পাই আছিলো কিয় ১২৫০ টকা হবৰে পৰা একাউনত পইচা নুসুমুয়া হলে আমি কিমান দুখীয়া সেই কথা সকলোয়ে যানে

  • @jurijuri9836
    @jurijuri9836 4 ปีที่แล้ว +1

    Thansss

  • @Jitaboruah-cf1fi
    @Jitaboruah-cf1fi 7 หลายเดือนก่อน +1

    ধন্যবাদ চাৰ মোৰ

  • @sabitakalita7096
    @sabitakalita7096 3 ปีที่แล้ว +4

    মই আজিৰ লৈকে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই।মোৰ একোৱে নাই।এটা থাকিবলৈ ঘৰ নাই এখন ৰেচন কাড নাই অৰুণোদয় আচনি পোৱা নাই আজিৰ লৈকে এক টকাৰো এটা সুবিধা নাপালো।থাকিবলৈ ঘৰ নাই খাবলৈ পানী নাই ৰেচন কাড নাই কি কৰিব উপাই নাপাই গুৱাহাটীত ভাৰা ঘৰ এটা লৈ দিন হাজিৰা কৰি মানুহৰ ঘৰত বাচন ধুই কাম কৰি পেটৰ ভাত কেইটা মিলাই আছো।এটা মোৰ ১৭ বছৰৰ লৰা আছে তাকো পঢ়া শুনা কৰাব নোৱাৰিলো লৰাটোই যত যি কাম পাই তাকে কৰে কেতিয়াবা মাটিৰ গাড়ীত কেতিয়াবা হোটেলত কেতিয়াবা মানুহৰ ঘৰত যিয়ে যি কাম কৰিব দিয়ে তাকে কৰে তাৰ বয়স বহুত কম মাএ ১৭ বছৰ তথাপি কাম কৰে কি কৰিম উপাই নাই। মোৰ মানুহ জন পাগল ঘৰৰ পৰা ওলাই গৈছে মোৰ লৰাটোৰ এক বছৰ বয়সতে তেতিয়াৰ পৰাই আজিৰ লৈকে দুখতে পাৰ হল জীৱনটো।কেতিয়াও কাৰো পৰা এটা সহায় নাপালো।চৰকাৰেও আমাক অলপ সহায় নকৰিলে।আমি চৰকাৰৰ আইন মতে চলি আছো একো এটা কাম নকৰাকৈ থকা নাই সময়ত ভোট দিছো এনাৰচি আছে আধাৰ কাড আছে ভেকচিন লৈছো সকলো খিনিয়ে কৰি গৈছো তথাপি আমাৰ একো সুবিধা নাই।ভোট দিব যাব গাড়ী ভাৰা নাথাকে বেলেগৰ পৰা পইচা ধাৰ কৰি ভোট দি আহো।তথাপি আমাৰ একো সুবিধা নাই। মনত বহুত দুখ এইখন অসমত আৰু থাকিব মন নোহোৱা হৈ গৈছে লৰাটো আৰু অলপ ডাঙৰ হলে ভাবিছো বেলেগ দেশত গুছি যাম।দুখৰ লগত যুজি যুজি ভাগৰি পৰিছো 😭😭😭।এবাৰ যদি হিমু মামাক লগ কৰিব পাৰিলো হয় হয়তো তেও অলপ হলেও আমাক সহায় কৰিলে হয় আমাৰ দৰে মানুহে তেওক জানো লগ কৰিব পাৰিব।কোনোবাই যদি অলপ সহায় কৰি মামাক লগ কৰাই দিলে হয় হয়তো আমি অলপ সহায় পালো হয়।

  • @bijumonisarania8001
    @bijumonisarania8001 3 ปีที่แล้ว +1

    Thanks so much sir

  • @rupokborah8726
    @rupokborah8726 29 วันที่ผ่านมา

    মোৰ ঘৰত এটাৰ অন্ধ লৰা আছে তাৰ পাছতো মই চৰকাৰৰ একো সুবিধাৰ পোৱাৰ নাই

  • @MadhabThakuria-t1m
    @MadhabThakuria-t1m 5 หลายเดือนก่อน

    ভালদৰে বুজি পালো। ।

  • @namitachtry6401
    @namitachtry6401 4 ปีที่แล้ว +2

    Good news

  • @NirmaliAcharjee-cl6ey
    @NirmaliAcharjee-cl6ey 7 หลายเดือนก่อน

    শৰ্মা চাৰলৈ বিনমৰতাৰে জনাও যে মই আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই প্ৰচেছ নকৰাকৈ থকা নাই ‌

  • @KarmonKarmakar
    @KarmonKarmakar 7 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤❤

  • @jinabegum4603
    @jinabegum4603 3 ปีที่แล้ว

    Nicc,dada

  • @TankamayaUpadhaya
    @TankamayaUpadhaya 7 หลายเดือนก่อน

    Good 👌👌👌👌😭😭😭🙏🙏🙏

  • @BidhutBarman
    @BidhutBarman ปีที่แล้ว +1

    Armi kiar sakoli kiy napoy Duki manu armi moy poli arsu class,Ix poli arsu

  • @Dipali-Kumar
    @Dipali-Kumar ปีที่แล้ว

    ৰঙিয়াৰ ডিমু ডোৱক ত 2/3খন গাড়ী থকা মাইকীয়ে পাই অৰোনদয় ধন আৰু দু খীয়া পোৱা নাই🙏

  • @ranibora8897
    @ranibora8897 3 ปีที่แล้ว +2

    May god help you in every step of your future life...

  • @MridulaBora-cr5vx
    @MridulaBora-cr5vx 11 หลายเดือนก่อน

    আমি দেখাত সিংহ ভাগ কিন্তু হিমন্ত বিশ্বই কোৱা নাপাবলগিয়াই পায় আছে।যি সকলে পাৱ লাগে সেই সকলে কিন্তু পোৱা নাই দেই।এনকোৱাৰি ভাল দৰে কৰক কথা কোৱাতকৈ সচা মানুহ নিয়োগ কৰক

  • @Shakilkhan-c7b8z
    @Shakilkhan-c7b8z 3 วันที่ผ่านมา

    আবেগৰ ধাম নাই

  • @kushaldeka7783
    @kushaldeka7783 4 ปีที่แล้ว +2

    Bahut Val haba sir

  • @GulapiDutta-y9m
    @GulapiDutta-y9m ปีที่แล้ว

    Vary good sjr

  • @BishalDas-bz8fj
    @BishalDas-bz8fj ปีที่แล้ว +1

    Aibur sob misa katha amr eyat bidhoba mohila u pua nai kintu dhoni bura paisa 😢😢

  • @ranjithr4251
    @ranjithr4251 4 ปีที่แล้ว +4

    আগত অসমৰ বাহিৰৰ লৰা ৱোৱালী 2000 টকা দীয়ক দীব দীব বুলী কৈয়আসে কেতীয়াঁ দীব

  • @JaanJaan-cy3ep
    @JaanJaan-cy3ep 4 ปีที่แล้ว +5

    Great sir

  • @bandanamahanta7422
    @bandanamahanta7422 8 หลายเดือนก่อน

    ছাৰ মোৰ ছোৱালী হেমলিন মহন্ত বিশেষ ভাৱে সক্ষম তাই প্ৰথমতে অৰুনোদয় আচনি পাইছিল কিন্তু আজি কেইমাহমানৰ পৰা পোৱা নাই

  • @SailiLimbu-jl1my
    @SailiLimbu-jl1my 4 หลายเดือนก่อน +1

    🙏🙏😭👌👌😊😊

  • @hanifbarbhuiya9300
    @hanifbarbhuiya9300 3 ปีที่แล้ว

    অচনির পোষ্টার দেখিলে ভাল লাগে তার পিচত শুনিলে মনত দূ‌খ লাগে, যেনে কি শুনিলো শুনিব নালাগিছিল, শুনিয়ে ভূল করিলো

  • @kaladmazumder1919
    @kaladmazumder1919 3 ปีที่แล้ว

    Ninc

  • @PRANABGOGOI-xh6yd
    @PRANABGOGOI-xh6yd ปีที่แล้ว

    Joi ho mama

  • @SapanBawri-ch4cc
    @SapanBawri-ch4cc 10 หลายเดือนก่อน +1

    Sapan bawri

  • @panati2528
    @panati2528 ปีที่แล้ว

    🌹🙏💯🌻🌷🌺🌸