লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত।
ฝัง
- เผยแพร่เมื่อ 13 มิ.ย. 2024
- লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই একপ্রকাৰ নিমাওমাও পৰিৱেশ AIUDFৰ মুখ্য কাৰ্যালয়ত। দলটোৰ সভাপতি বদৰুদ্দিন আজমল গৈছে হজলৈ। পদত্যাগ কৰিছে সাংগঠিনক সাধাৰণ সম্পাদক আমিনুল ইছলামে। দলৰ ভিন্ন বিষয়বাবত থকা নেতাসকলো অন্তৰ্ধান। দলীয় কাম-কাজ সম্পূৰ্ণ বন্ধ। দল একপ্রকাৰ স্তব্ধ। এনে পৰিস্থিতিত দলৰ ভৱিষ্যৎ আৰু অস্তিত্বক লৈয়ো সৃষ্টি হৈছে শংকা আৰু সন্দেহৰ।
#pratidintime #AIUDF #assamnews
AIUDF ৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ গৈছে । এতিয়া আৰু আবল তাবল বকি একো লাভ নাই ।
AIUDF jindabad ❤❤
AIUDF zindabad ❤
Next CM Gaurav Gogoi
BIG O
কিমান মিছা কথা কৈছে মুছলমান সকলৰ মাজত। এতিয়া বুজিলে নে
আমিনুল আৰু কৰিম উদিনক দলৰ পৰা আউট কৰক
Misa news a i u d f jindabad
Aiidf big zero 2027 congress party ke jai ho 🌹🌹🌹🌹🌹
Ajp join Kore bo
Misa news
Aiudf jindabad
AIUDF will get 0 seat in 2026
Mor osorot ahily bojai dim
Karim bhai moha kalantak.
Aiudf go back
AIUDF এতিয়া সৰিয়হৰ বেপাৰত লাগিব লাগে
মাছৰ বেপাৰ কৰিলে বেছি ভাল হ'ব
----0000000 Dim
Aiudf2026ta ga in26taseatconfirm
Amer hafiz rofi 2026 out hoba laga
ধন্যবাদ