কেন্দ্ৰৰ ওচৰত কিমান গুৰুত্ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা কিম্বা অসমৰ?
ฝัง
- เผยแพร่เมื่อ 2 ต.ค. 2024
- কেন্দ্ৰৰ ওচৰত কিমান গুৰুত্ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা কিম্বা অসমৰ? যোৱা পাঁচ বছৰে কেন্দ্ৰই কি ললিপপ দিলে অসমক?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
অসম তথা উওৰ পূব ভাৰত সদায় গুৰুত্বহীন। বিৰোধীৰ আসনত থাকি কাম কৰাই ভাল।
Your speech is very nice.
এতিয়া মোদীৰ অতি মৰমৰ ৰাজ্য হৈছে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশ যিহেতু তেওলোকে মোদীক পেং উপহাৰ দিছে।
হাঁহি হাঁহি মাতি ৰেপি ৰেপি কাটিছে কথাষাৰ কম সংখ্যকেহে বুজায় বুজি পায়।
বাতৰি টো শুনি শান্তি পালোঁ।
Very good news 👍
আমাৰ ৰজাই জনতাক মূৰ্খ বনাই থাকোঁতেই সকলো শেষ।
Toi BJP r super Star leader neki sab Jana dekhon
Doutai faltu no1
BJP Sarkar go back
BJP hotaw Desh bosaw...
এইবোৰ নিউজ অন্য নিউজ নাপাই নেকি
Right
ইহতক একো বুলি নাভাবে কেন্দ্ৰই জানে ইহতৰ নিজত্ব একে নাই দলবাগৰা মানুহ ইহত ভৰিত ধৰি বাচি থকা
Bjp dol tu a naakot tel di hui thakk
Nice
👎🏿👎🏿👎🏿 গুৰুত্ব শূণ্য 💯💯💯
Never
Enekua bastobbadi news prerokor bahut proyujon ase axom baxik .❤
চব একেই কি কংগ্ৰেছ কি বিজেপি
Axom k axomiya i sini napai jetia koi ki labh
গৰুৰ দোখ দেখিব মানুহৰ নহয়
অষ্টলক্ষীৰ দেশ
2004-2009লৈকে হিচাপ টো দিয়ক চাংঘাটিক
তহত সদায় মানুহৰ দোষ টোহে দেখে ।