কিৰোড়ীলাল মীনাৰ দৰে সাহস হ'ব নে পীযুষ হাজৰিকাৰ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • কিৰোড়ীলাল মীনাৰ দৰে সাহস হ'ব নে পীযুষ হাজৰিকাৰ?

ความคิดเห็น • 75

  • @duluduttadulu2138
    @duluduttadulu2138 3 หลายเดือนก่อน +32

    পীযুয এটা অসমৰ ফাল্টু মানুহ এইটোৰ কোনো লাজ চৰম নাই জীযাই থকালৈকে ই পলাপ বকি থাকিব ই

  • @mitaligogoichutia9855
    @mitaligogoichutia9855 3 หลายเดือนก่อน +19

    লেকাম. ধিলা আছিল. পতককৈ ওলাই. গল. ৰাইজেও. ইমান. ধৰি নাথাকিব. ইফালেও. ওপৰৰ. মাল

  • @mamonikonch3132
    @mamonikonch3132 3 หลายเดือนก่อน +6

    ফালটো ওপৰৰ মাল । তাৰ মাইকীও একেই

  • @abdulhafiz6132
    @abdulhafiz6132 3 หลายเดือนก่อน +13

    Fotuar kotha koi lav nai.Nak nohoa manuhor kotha nokoai val.

  • @NilaSarmah-t2n
    @NilaSarmah-t2n 3 หลายเดือนก่อน +15

    ই ক'ত ৰাজনীতি ত্যাগ কৰিব।ইয়াৰ কথাৰ বালিত মুতা।

  • @habibullahhoque5305
    @habibullahhoque5305 3 หลายเดือนก่อน +8

    এইজনক কেনেকুৱা মানুহে ভোট দিছে আৰু কোনে মন্ত্ৰীত্ব পদ দিলে?

  • @jadavgogoi944
    @jadavgogoi944 3 หลายเดือนก่อน +10

    পিযুষৰ কথাৰ দাম কিৰোৰীলালৰ সমানতো নহয়েই , অন্য বহু সাধাৰণ মানুহৰ সমানো নহয়। নিজৰ কথাক নিজে দাম দিয়া মানুহেহে কথা মতে কাম কৰে।

  • @prince_babu_72
    @prince_babu_72 3 หลายเดือนก่อน

    Wow Nice

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 3 หลายเดือนก่อน +2

    Michaliar kiba dam ache jano !😆😆😆😆

  • @bipulborah2193
    @bipulborah2193 3 หลายเดือนก่อน +9

    আমাৰ এইজনেও এৰিব,অলপ ভাবি চিন্তি সিদ্ধান্ত ল'ব।এক কঠাৰ মানুহ।

  • @jadavgogoi944
    @jadavgogoi944 3 หลายเดือนก่อน +4

    পিযুষৰ কথাৰ দাম কিৰোৰীলালৰ সমানতো নহয়েই , অন্য বহু সাধাৰণ মানুহৰ সমানো নহয়। নিজৰ কথাক নিজে দাম দিয়া মানুহেহে কথা মতে কাম কৰে।

  • @khagensaikia4492
    @khagensaikia4492 3 หลายเดือนก่อน +1

    Uporor maalok sendel di pitibo lage ......ji tu ktha kua babe

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 3 หลายเดือนก่อน +4

    পিযুছ হাজৰিকা দা, তেখেতৰ মুখখন চলালে আমাৰ হজম নহয় । শিমন্ত মামাৰ নিচিনা লগত সোৱে - বাৱে ঘূৰি থকা কিছুমান নেতা সকল বহুত অহংকাৰী আৰু লুভিয়া হয় । সেইকাৰণে অসমত বিভিন্ন সামগ্ৰীৰ দাম বেছি হয় ।

  • @jadavgogoi944
    @jadavgogoi944 3 หลายเดือนก่อน +3

    পিযুষৰ কথাৰ দাম কিৰোৰীলালৰ সমানতো নহয়েই , অন্য বহু সাধাৰণ মানুহৰ সমানো নহয়। নিজৰ কথাক নিজে দাম দিয়া মানুহেহে কথা মতে কাম কৰে।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 3 หลายเดือนก่อน +5

    ফালটু এজনৰ কথা বাতৰি কৰিবই নালাগে

  • @asomiaasom6008
    @asomiaasom6008 3 หลายเดือนก่อน +4

    কিৰোচীলাল মীনা মানুহ বাবে নিজৰ মুখৰ কথা ৰাখি মন্ত্ৰীত্বৰ পৰা ইদত্যাগ কৰিলে ,কথা দি কথা ৰাখি পদত্যাগ কৰাৰ বাবে কতকৌটি প্ৰণাম ।অসমৰ পিযুষ হাজৰিকা দেখাত মানুহৰ দৰে কিন্তু কাজে কামে চৰিত্ৰ আচৰণত হিমন্তৰ ঠেং পোকৰ ঠেলেকা পোহনীয়া কুকুৰ ।পিযুষ হাজৰিকা এটা কুকুৰ সেয়ে কুকুৰ এটাৰ কথাৰ কিবা মুল্য আছে ?গতিকে পদত্যাগ কৰা নাই ।

  • @janardanbora2803
    @janardanbora2803 3 หลายเดือนก่อน +5

    পিয়াজে 2026 চনৰ পৰা হে বিদায় লব বোলে ৰাজনীতি😅😅😅

  • @utpalgoswami1990
    @utpalgoswami1990 3 หลายเดือนก่อน +8

    পিজুষৰ নাম মন্ত্ৰীয়ে নিজে মাজতে ফিউজ হাজৰিকা কৰিলে কাৰণ - তেওঁ গুৰু আৰু দিল্লীৰ চকিদাৰৰ পৰা ফু্ং ফাং দি মিছা কথা কৈ ফুৰে -- যেনে ধৰক মন্ত্ৰী এৰি দিম , পলিটিকচ এৰি দিম ইত্যাদি !

  • @GunindraKashyap-e6d
    @GunindraKashyap-e6d 3 หลายเดือนก่อน +1

    Piyaj misalia+ faltu + luvia mnhu hoi khi nare mntry ta😂
    Ro khir aginstat kunua kiba kole gunda lgai dai khi😂

  • @kushilabbaishya221
    @kushilabbaishya221 3 หลายเดือนก่อน +5

    হেই আমাৰ অসমৰ বোৰ হৈছে কোনো জ্ঞান নথকা ৰাইজৰ অপ্ৰয়োজনীয় প্ৰতিনিধি কথা আৰু কামৰ মাজত একো মিল নাই কয় এটা কৰে এটা 👎🏾👎🏾👎🏾😡🙊🙈🙉 তাকেই আকৌ ধামা ধৰি বাবে 1500 টকীয়া দালাল বোৰৰ টো আছেই

  • @rupakkumarojah1343
    @rupakkumarojah1343 3 หลายเดือนก่อน +4

    Kot eriba bahut property bonabo ase nahaya.eiya assamar minister hoy tate akou hemantabiswa sarmar minister taku congress r pora polua minister

  • @manikchandradas7057
    @manikchandradas7057 3 หลายเดือนก่อน +9

    চামচা, হিমুৰ লেপু, হিমুৰ কতি চেলেকা,ওপৰৰমালৰ পদত্যাগ কৰিবলৈ কতিত দমেই নাই। 😇

  • @madhujyahazarika5973
    @madhujyahazarika5973 3 หลายเดือนก่อน +4

    পিয়ুষ এটা মিছলীয়া মানুহে পদত্যাগ কৰিলে চিণ্ডিকেটৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম নহব আৰু গুণ্ডা গিও নচলিব সেই কাৰণে পদত্যাগ কৰা নাই।

  • @manjugohain6786
    @manjugohain6786 3 หลายเดือนก่อน +1

    😂😅😊 কেনেকৈ মন্ত্ৰীত্ব পদ এৰিব ??

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 3 หลายเดือนก่อน +4

    এইটো এটা ছাগলী,লপলপাই পাহৰিলে,নীলাজ,লেকাম নোহোৱা ঘোঁৰা 😅😅

  • @ranobasumatary7206
    @ranobasumatary7206 3 หลายเดือนก่อน +3

    He has no shame

  • @kushalbaruah8438
    @kushalbaruah8438 3 หลายเดือนก่อน +4

    Tar laj nai

  • @anilhoro8702
    @anilhoro8702 3 หลายเดือนก่อน +1

    যি দিনত শৰ্মা যাব ,সেই দিনাই এই কুকুৰেও যাব

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h 3 หลายเดือนก่อน +3

    Lutibo pai ase kot gadi aribo kla...kothar lekam naikia mal..

  • @kamalkalita338
    @kamalkalita338 3 หลายเดือนก่อน

    পিযুষ হাজৰিকা এজন বাদুলী দলাৰ বগৰী তেওঁৰ মুখৰ মুল্য নাই

  • @maheshkalita6152
    @maheshkalita6152 3 หลายเดือนก่อน

    Best leader,salute

  • @emanali4528
    @emanali4528 3 หลายเดือนก่อน

    Nilaj borbora thu-thu.

  • @tapasmali813
    @tapasmali813 3 หลายเดือนก่อน +3

    Piyaje nuware

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia6748 3 หลายเดือนก่อน +3

    Kaliza lagibo.

  • @AminulHoque-xd2zl
    @AminulHoque-xd2zl 3 หลายเดือนก่อน +3

    Nice

  • @ShakahanAli-pr2nc
    @ShakahanAli-pr2nc 3 หลายเดือนก่อน +4

    Oporor mall hoy jane ne najane?

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 3 หลายเดือนก่อน

    Lajj nhuya nilajj😂😂😂😂😂😂😂😂😂😂

  • @RatulGogoi-n8k
    @RatulGogoi-n8k 3 หลายเดือนก่อน

    Neither minister nor Assamese people stick to their words. This is the difference between Assamese and other people of our country.

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 หลายเดือนก่อน +4

    Mukh supotihe marisil

  • @arupdas8897
    @arupdas8897 3 หลายเดือนก่อน

    Actual and real genuinely politician ,man of words is kishori lal meena should be of admired and respected in bjp circle indifferent in assam as artificial bjp and not natural bjp is ruling the state with slack comments always in the media and quite intersting no one in the bjp and rss asking them to be restraint probably downgrading the party in the eyes of public

  • @bimangogoi2512
    @bimangogoi2512 3 หลายเดือนก่อน

    এইজন বহুবল্কী। নেতাই পদবী এৰিলে এটা বৃহৎ শূন্য হৈ পৰিব।

  • @rajibbormedhi8638
    @rajibbormedhi8638 3 หลายเดือนก่อน

    হুঃ বালিত মোটা কথা ----- good news.

  • @PujaChamuah-r9l
    @PujaChamuah-r9l 3 หลายเดือนก่อน +5

    পিয়াজ হাজৰিকা হে ।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 หลายเดือนก่อน

    পিযুষ হত দলবাগৰা চাৰ্থলোভী একপ্রকাৰ নিলজ্জ অহংকাৰী নেতা। কথাৰ কোনো মূল্য নাই। পাগলাৰ দৰে মুখত যি ওলাই তাকে কয়।

  • @prince_babu_72
    @prince_babu_72 3 หลายเดือนก่อน

    Piyaj ata faltu manu kam nai

  • @JayPegu321
    @JayPegu321 3 หลายเดือนก่อน

    পিয়াঁজ কুমাৰৰ কথা কৈ কি লাভ আছেনো ...😮

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 3 หลายเดือนก่อน +4

    ওপৰৰ মাল!

  • @debenkonwar8367
    @debenkonwar8367 3 หลายเดือนก่อน

    বাপৰে . ভাইহঁত ৰসগোলাৰ স্বাদ কিমান মিঠা তোমালোকে কিডাল জানা । নেৰো দেই।

  • @Abdlah98
    @Abdlah98 3 หลายเดือนก่อน

    পিযুছ হাজৰিকাই আন কোনোৱে ক'বলৈ দিয়াৰ বাবে তেনেদৰে কৈছিল। গতিকে তেওঁ কিয় মন্ত্ৰী পদ
    এৰিব ??

  • @MAHARUMALI-j8y
    @MAHARUMALI-j8y 3 หลายเดือนก่อน +3

    Gadir lov aribo pora nai . Kenekoi aribo rajniti

  • @educationtipsticksbysusend6719
    @educationtipsticksbysusend6719 3 หลายเดือนก่อน +3

    ৰাইজৰ আগত যিকোনো কথা কৈ দিলেই হয় বুলি ভাবে অসমত....

  • @debajittalukdar1
    @debajittalukdar1 3 หลายเดือนก่อน +3

    oparar male eriba ne pise kirolilal r dore😮

  • @স্মৃতিহাজৰিকাগগৈ
    @স্মৃতিহাজৰিকাগগৈ 3 หลายเดือนก่อน

    অসমৰ মন্ত্ৰীসকলে অন্য ৰাজ্যৰ দৰে অসমক আগবঢ়াব পাৰিছেনে? কিয় পৰা না ই কেৱল নিজৰ কথা চিন্তা কৰে। তৰুণ গগৈ চাৰৰ দৰে ৰাজয়খনৰ কথা ভাবিব পাৰিছেনে? এফালৰ পৰা যেনিয়ে চাও কেৱল সকলোতে মূল্যবৃদ্ধি তেনেহলে অসম কৰ পৰা আগবাঢ়িব।

  • @prabinkumardad536
    @prabinkumardad536 3 หลายเดือนก่อน +3

    Lubhiya hoy bal aribo pijush a.

  • @monuranjanphukon8553
    @monuranjanphukon8553 3 หลายเดือนก่อน

    NNeta ne dhemadhara

  • @RanidharTalukdar
    @RanidharTalukdar 3 หลายเดือนก่อน

    মন্ত্ৰীত্ব পদ এৰি হাতৰ কুঠাৰ ভৰিত মাৰিব নেকি? মন্ত্ৰী হলে কি হব চাল চলন, কথা বতৰা টো বেপাৰী/ দলালৰ নিচিনাই!

  • @dipulaxom
    @dipulaxom 3 หลายเดือนก่อน

    ই বহুত ওপৰৰ মাল কলে বুলিয়ে কাম কৰিব নে 😂😂😂

  • @hemantamahanta5578
    @hemantamahanta5578 3 หลายเดือนก่อน

    পিয়ুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাক বহুত তেল মাৰি মন্ত্ৰী হৈছে । এতিয়া মন্ত্ৰীত্ব এৰি দিয়াৰ কোনো কথাই নাই । আৰু কি কৈছিল সকলো পাহৰি গৈছে । যিজনে একৰাতিৰ ভিতৰতে দল ত্যাগ কৰিব সেইজনে আৰু কৰিব নোৱাৰিব । এইবিলাকে টকাৰ বাহিৰে একো চিনি নাপায় ।

  • @PrashantaPatir-tj2zc
    @PrashantaPatir-tj2zc 3 หลายเดือนก่อน

    ওপৰ মাল হয়

  • @abassam439
    @abassam439 3 หลายเดือนก่อน

    Assam r ajon valtu Kom ojon thoka Raja hoy.

  • @mridulkumarborah4181
    @mridulkumarborah4181 3 หลายเดือนก่อน +2

    Manab Samajar sakolore saritra Sukia.

  • @rajenborah6629
    @rajenborah6629 3 หลายเดือนก่อน +3

    আমাৰ লাহে লাহে হব ইমান লৰা লৰি কিয় হে🎉🎉🎉😅

  • @NK-activ
    @NK-activ 3 หลายเดือนก่อน +3

    যোৰহাট নহাই😂 হল😂😂

  • @BhishmaChirang
    @BhishmaChirang 3 หลายเดือนก่อน +5

    কেনেকৈ এৰিৱ এৰিলে মাছৰ বেপাৰী হৱগে লাগিৱ নহয় {এজনে কৈছিলে মাছ বেপাৰীৰ লৰা হয় পিয়াজ হাজৰীকাই } 😂😂😂

  • @northeasternshow2592
    @northeasternshow2592 3 หลายเดือนก่อน +3

    Uporor maal......