patgirida. ...kaxot kalosi radha,o nam dhariba, janamdukhi mohapapi,morgaat kono doxei nai aru bahut lokogeet xunisilo bahubasar aagote...kin2 jonanasilo ai geet keita kone gaisile....aji ai video2r jariote aapunak dekapalu.bahut val lagil. tatkoi val lagil aaponak amar nisei osarar buli gam pai. dada lokogeet moi bahut valpao. lagote subhash da apunako dhanyabad...vidio2 banowar babe.apunar nam saio bahut valpao.
আপোনাৰ কৃতিত্বত আমি সঁচাকৈ গৌৰৱান্বিত। ধন্যবাদ জনালো।
বহুত বছৰৰ মূৰত বসন্ত দাদাৰ লোক গীত শুনি বহুত ভাল লাগিল ❤
Bhut val lagile bxanta da
Bohut val lagil dada😍
Val lagil bhut Amar sotror lokogeet xuni
Bohut val lage baxnta dar lokogit
লোকগীত ভাল লাগে.....সুন্দৰ....
Dhuniya
খুব সুন্দৰ সুভাষ নাথ দাদা বসন্ত পাটগিৰি মোৰ শ্ৰদ্ধাৰ সম্পৰ্কীয় মামা
God bless you
Very nice
আপোনাক দেখা পাই বহুত ভাল লাগিল।
Val lagil
আপোনাৰ গীতৰ দোতৰা বাদকজনক চোৱাৰ আছিল ।আজি গম পালো বাৰু ।এই সুজোগতে আপোনাৰ শুভকাংশী অবনী লহকৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি ঞ্জাপন কৰিছো ।
Nice
হিয়া গলি গৈছে সূভাশদা
কাষত কলঢী মানে বসন্ত পাতগিৰি বুলি জানো দাদা ।এক সুন্দৰ পৰিবেশন ।
খু উ ব সুন্দৰ লোক গীত আমাক সকলোকে উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ থাকিল ।
বাঃ শুনি বহুত ভাল লাগিল
বহুত ভাল লাগিছে । আকৌ লগ পোৱাৰ আশাৰে। ধন্যবাদ।
Xundor
আপোনাৰ কন্ঠ সচাঁই বহুত ধুনীয়া। দেউতাই বহুত ভাল পাই।
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Like share sunscribe কৰিব
Mojaa oo
Bohut val lagise
বসন্ত দাদাই কি সুন্দৰকৈ লোকগীতৰ কণ্ঠদান কৰিছে।জয় আই অসম।
patgirida. ...kaxot kalosi radha,o nam dhariba, janamdukhi mohapapi,morgaat kono doxei nai aru bahut lokogeet xunisilo bahubasar aagote...kin2 jonanasilo ai geet keita kone gaisile....aji ai video2r jariote aapunak dekapalu.bahut val lagil. tatkoi val lagil aaponak amar nisei osarar buli gam pai. dada lokogeet moi bahut valpao. lagote subhash da apunako dhanyabad...vidio2 banowar babe.apunar nam saio bahut valpao.
ধন্যবাদ
Bor monuromo hoise oooooo bor Vl lage ooo
Val lagise dada akha koru aru anekua video pao buli
By
Borhiya lagise dada moi aponar dailok etke koisu e moja
O Dada parile eibar nornath kolitar sakhayt lobo
ধন্যবাদ
বঢ়িয়া
Moja
ধন্যবাদ বসন্ত দা লগতে নাথ দেৱকও এই পদক্ষ্যপ লোৱাৰ বাবে ধন্য বাদ জনাইছো ৷এনেকুৱা অনুস্হান যাতে দেখা পাই থাকো তাকে আশা কৰো ৷
Subhash nath palamke holeo bahut dhanyabad jonalu 7086583749 my phone number
মোৰ অতি প্ৰিয় লোকগীত শিল্পী বসন্ত দাদা। আপোনাৰ গান শুনি বহুত ভাল পাওঁ।
বৰ সুন্দৰ ,,,,,
Fine ,natun prajanmai lokageetak adari lowa dekha napalo.wait for next artist.
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Like share sunscribe কৰিব
খুব সুন্দৰ দাদা ভাল লাগিল শুনি। আপোনাৰ কন্ঠই সুন্দৰকৈ সজাই তুলিছে মোৰো গাব মন গৈছে জানে।
Dada bohut val lagil
,
সুন্দৰ
thanku so mutch subhash da for the progrem
Bohut dhunia
মোৰ গাটো শিয়ঁৰি উঠিছে ।1986 ত উৰাই ঘূৰাই শুনা গীত কাষত কলসী ৰাধা ,বহুত ভাল পাওঁ পাটগিৰি দেৱৰ লোকগীত ।ধন্যবাদ ।
Vall lagill Subhash daa
ধন্যবাদ
Sir really nice..... keep it up.
ধুনীয়া
Bar val lagil
ধন্যবাদ
Basanta Pat Grei lokgeet very nice beautiful
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Subscribe share কৰিব
VERY2 NICE
Nice...Great...Great...Great...
ধন্যবাদ
🙏🙏Krishna, Bohut val lagil Subhash ,man sat pori gol, Patgiri dak aagote dekha powa nasilu, tumar chanelor joriote dekhi val lagil ,anekoi natun natun shilpik tumi olai aani aasa, bohut val lagise, 🙏🙏Krishna
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Like share sunscribe কৰিব
xundor anusthan.
bahu dinor murot xunilo. baxanta dar lokogeet.
Val lagil dada
Nice. Your voice tune is so beautiful like Your face. Thus song is so lyricle and meaningful.
ধন্যবাদ
দাদা আধৰুৱা জেন লাগিল বাকি অংশটোলৈ অপেক্ষ্যা কৰিলো অনুষ্ঠানতো বহুত ভাল লাগিল
বসন্ত পাটগিৰী এজন লোক গীতৰ সু গায়ক-ইয়াত কোনো সন্দেহ নাই । তেখেতৰ কন্ঠ খুবেই ভাল । তেখেতৰ অডিও কেছেট বোৰৰ প্ৰায় বোৰ গানেই শুনিছো । কিন্তু এটা গানত যে গালে, দ্ৰোণাচাৰ্য্যই চাণ্ডাল হোৱা বাবে শিষ্য কৰি নললে, মই ভাবো গানটোৰ কম্পোজত কিছু খেলিমেলি আছে ।কাৰণ, আমি জনা মতে একলব্য এজন ভীল অৰ্থাৎ চাওতালৰ বংশধৰহে আছিল, চণ্ডাল নহয় ।যিহেতু গানটো গায়কৰ স্বৰচিত নহয়, তাৰ বাবে গায়ক দায়ী নহয় ।ঠিক আছে বাৰু, খুব ভাল লাগিল ।গায়ক তথা শিল্পীবৃন্দৰ সৰ্বাঙ্গীন কল্যাণ কামনা কৰিলো আৰু ভবিষ্যতলৈ ভাল ভাল উপহাৰ পাম বুলি আশা থাকিল ।ধন্যবাদ ।মই বৰপেটাৰ পৰা কৈছোঁ ।
Assamies song is best nice
nice voice basanta da. you are great..
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Subscribe share কৰিব
শুনি মোৰ বহুত ভাল লাগিছে
এই অনুষ্ঠান ছাই ভাল লাগিল ৷ পাৰিলে এই বাৰ ৰামচৰণ ভড়ালী ডাঙৰী আনিব ৷
Subhash da thanks,aru dibo dada
Subhash nath dangriya apunar ei podoxhepk loi nothoi anndito hoisuu..pathsalar un ejon lokogeetr onatar durdrshan silpi...totha sankar madhab birnaam dolr pathak Dipak Talukdarr interview lobosun..
নিশ্চয় দাদা
👌👌👌👌
ধন্যবাদ
khundar 👌👌👌👌
Q
Super
ধন্যবাদ
ধন্যবাদ🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
মোৰ বহুত ভাল লাগে । চাৰে যে কৰ্ম শালা পাতি চে তাত গৈ অাচে অামৰ দেউতায়।
Mur ghar oh pathsala
ধন্যবাদ
লোকগীতৰ সম্ৰাট বজালীৰ গৌৰৱ বসন্ত পাটগিৰী দেৱৰ গান ৰেডিঅ'ত সৰুৰ পৰাই শুনিছিলো , আমাৰ ঘৰৰ ওচৰতে ঘৰ তেখেতৰ , বহুত ভাল পাও তেওঁৰ লোকগান । সুভাষ দা ধন্যবাদ তেখেতৰ দৰে মহান শিল্পী এজনৰ ইন্টাৰভিউ লোৱাৰ বাবে , ইন্টাৰভিউটো আৰু অলপ দীঘলীয়াকৈ কৰিব লাগিছিল
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Like share sunscribe কৰিব
বৰ্তমান তেখেতক নতুন গান লৈ অহাৰ কামনা কৰিলো! মইও এজন গান পাগল সময় হলে লগ পাবৰ কাৰনে যত্ন কৰিম।
শিল্পী গৰাকীৰ ঠিকনাটো কোনোবাই দিব পাৰিব নেকি?
পাঠশালা
th-cam.com/video/ZZJEK6TkQoc/w-d-xo.html
এয়া বসন্ত পাটগিৰি ছাৰৰ channel
Like share sunscribe কৰিব
@@bp2903 পাঠশালা গাও=বামাখাটা জিলা÷বৰপেটা ।
Mukut da saku 2ta je muja ni apuni moi hirok
O Dada EI bar noronath kolitar sakhayt lobo
Sir ,hosake khub ball lagil .
Subhash daa selut apunak xosai apuni bhut baal kaam krise .xosai apuni adarkhoban loko silpi xokolok xomajar agot sinaki di amak anupranit korar babe
Bahut Val lagil
Dada apunr contact nmbr dibosun....aru plzzz tukari instrument r tutorial dibosun plzzz
9859040335
@@subhashnathentertainment4595 tqqqq Dada....
Bu
Hu
S. Da bhal kam korise aaponi
Not val page gitbor