জনপ্ৰিয় লোকগীত | Kamrupi Lokogeet | চিৰমধুৰ অসমীয়া লোকগীত |

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024

ความคิดเห็น • 70

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +17

    সুন্দৰ, আৰু সুমধুৰ শুনিও ভাল লাগিল তোমাৰ এই লোকগীত টো শুনি, আৰু কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমাক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে ৰাখক এই মানসেৰে ই

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +11

    নমস্কাৰ,, পুৱাতে আপোনাৰ এই লোকগীত টো শুনি ইমান ভাল লাগিল, সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ,, শুনি মই খুবেই আনন্দ পালো,, ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +6

    এই লোকগীত শুনি লে শুনিয়েই থাকিব লাগিব,,, তেতিয়া মনটো ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হওঁ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,, সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +1

    এই ভক্তি মূলক লোকগীত টো শুনি ও ভাল লাগিল, এনে ভক্তি মূলক গীতে মনটোক ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হৈ পৰোঁ বৰকৈ, এৰা শুনিলে শুনি থাকিবৰ মন যায় কেতিয়াবা, ভৱিষ্যতে ও এনে ধৰণৰ লোক গীত শুনাবা বুলি খুবেই আশা কৰিলোঁ ভগৱানে তোমাক কুশলে ৰাখক আৰু সুমতি দি সুখেৰে ৰাখক এই মানসেৰে ই

    • @DebenSonowal-ty3wm
      @DebenSonowal-ty3wm 4 หลายเดือนก่อน

      Ati Manuram

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      ধন্যবাদ আপোনালৈ

  • @pradippatar7271
    @pradippatar7271 4 หลายเดือนก่อน +2

    বৰ সুন্দৰ পৰিৱেশন হৈছে। ভাল লাগিল শুনি।

    • @bakulartal
      @bakulartal  4 หลายเดือนก่อน +1

      ধন্যবাদ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +4

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল যে কবলৈ ভাষা নাই,,, সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে,,,,,,,,

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +2

    মই ভাল সকলো সময়তে পাই আহিছো আৰু সন্মানো কৰি আহিছোঁ কোনোৱে ধন আৰু কোনোৱে পতান বুলি গণ্য কৰাৰ বহুত প্ৰমাণ পোৱা গৈছে মোৰ ব্যক্তিগত একো কৱ লগা নাই তুমি মোক হাঁহিলে দাত ওলাৱ মোৰ একো নহয়।। মই জীৱ গগৈৰ প্ৰেছত নাগৰিক কাকত আৰু অসম এক্সপ্ৰেছ কাকত দুখনো প্ৰকাশ হৈছিল সেই সময়ত মই মেচিন মেনৰ কাম কৰিছিলো।। প্ৰেছৰ কৰ্ম চাৰি ইউনিয়নৰ সম্পাদক দ্বায়িত্ব গ্ৰহণ লোৱাত ওলিয়াই দিয়ে এই কৰাৰ সম্ভেদ পায় ফনিগগৈ আছিল জীৱৰ ভাই মানুহ পঠাই দি মোক মতাই আনে, ময়ো মাতিবলৈ যোৱা বন্ধু নাওচৰন পাটগিৰিৰ লগতে আছিলো ফণী গগৈয়ে ৰূমলৈ আতাই নি প্ৰথমে মেচিন থিক থাকে আছেনে চাৱদি ঠিক হ'লে মোক জনাৱ দিয়াত কথা অনুসৰি ৰিপ'ৰ্ট কৰাত তেখেতে মই কিমান সময় কৰ্তব্য সম্পাদন কৰিব পাৰিম জানিব বিছাৰে মইও ৰবিবাৰে ছুটিৰ দিন ধৰি দিনিক জীৰনী বিহিন ভাৱে ৯ঘনটা কামৰ সময়দি মাহে বেটন কিমান দিৱ জানিব বিচাৰো তেখেতে ক'লে দাদাই২শ৫০দিছিল সেয়ে ময়ো সেই বেটন দিম মই পুনৰ আকৌ কলো হৱ কিন্তু ময়ো তাত কৰা সময় জীৰনি আধা ঘন্টাৰ দিৱ লাগিব তেতিয়া তেখেতে ক'লে তুমিয়েই কোৱা কিমান পালে তোমাৰ মতে কাম কৰিবলৈ মান্তি হৱা ভয়ো লাগিছে বহুত জৱৰ জং মানুহ মেলিটেৰীৰ কেপ্টেইনৰ পৰা ভলণটীয়াৰত আহি প্ৰেছৰ বেৱশায় কৰিছেহে নতুন কৈ প্ৰকাণ্ড মানু্হ ভাৱি ভাবি থাকোঁতে মাতদি ক'লে কোৱা কিমান পালে কৰিব পাৰিবা মই অকণ মান সাহস চেতনা লাভ কৰি কলো দাদা মোৰ সময় দি কৰ্তব্য কৰিলে মাহে ৩৫০টকা দিৱ মই একাগ্ৰতাৰে আপোনাৰ কাম কৰিম মেচিনটোত এক ঘণ্টাত পাছ হেজাৰ প্ৰীণট হয় মই চাৰি হাজাৰ হাজাৰ ঘণ্টাত দিয়াৰ প্ৰয়াস কৰা হৱ বুলি কোৱা হয়।। তেতিয়া প্ৰমাণ বিচাৰে মই আকৌ বাৰীৰ ইউনাইটেড ব্ৰাদাৰ্ছৰ বেনাৰ্জী মেনেজাৰ ফোন নম্বৰ দিলোঁ জানিবৰ বাবে ।। তোমাৰ ওচৰত থকা ডাক ঘৰত এটা একাউণ্ট আছিল এতিয়া কি হৈ আছে ঈশ্বৰে হে জনে ।। শুভ সন্ধ্যা।।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +3

    এৰা ঘূৰ কলিকাল,, কলিকালতনো কি নহয় ,,,,,,গীতটো ত বহু কথাই কয় সেয়ে আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক চোন ভৱিষ্যতে ও এনে ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ,,, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু সঙ দি বাধিত কৰক ইমানেই,,,,,,

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +2

    ভাল লাগিল শুনি লোক গীত কেইটা ধন্য তুমি সুখী হৈ পৰা।।🎉❤❤ শুভ বিয়লি।।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +1

    সচাকৈ এই তোমাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে,, শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ আনন্দ ও পাওঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ তোমাক জনাবলৈ, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা লোক গীত শুনাবা বুলি খুবেই আশা কৰিলোঁ ভগৱানে মংগল কৰক,, সুখেৰে ৰাখক ভৱিষ্যতে এনে ভক্তি মূলক গীত শুনিবলৈ,,,

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +4

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,,,

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +1

    সংগীত লোক গিত সমুহ সুন্দৰতাৰে নিৰ্বাচিত কৰা হৈছে যদিও মহান লোকগীতৰ সম্ৰাট দুজনাৰ আৰু বহুতো আকৰ্ষণীয় লোক গীত আছে ।। এই কেইটা বুলি আনি আমি সহজে পাৱ পৰা কৰা উচিত কৰ্ম ভাগ হৃদয় স্পৰ্শ কাৰী শুভাৰশীষ অন্তৰ আত্মাৰ অধিকাৰী হ'লেহে সম্ভৱ হয়।। বেছিকৈ একো কোৱা হোৱা নাই চাগে নহয়নে ধন্য হৈ ৰোৱা ।। শুভ বিয়লি।।❤🎉❤🎉❤❤

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @phukanrajbangshi426
    @phukanrajbangshi426 3 หลายเดือนก่อน +2

    Oti sundar

    • @bakulartal
      @bakulartal  2 หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ

  • @dipaliboruah1439
    @dipaliboruah1439 6 หลายเดือนก่อน +11

    বৰ ভাল লাগিছে শুনি।

    • @nayanmonidas5812
      @nayanmonidas5812 6 หลายเดือนก่อน +2

      Krishna. Krishna. Probhu. Kripalu sewa. Nibedilo probhu. ❤❤🎉🎉🎉.

  • @LabanyaSaharia
    @LabanyaSaharia 4 หลายเดือนก่อน +1

    bhal lagil

  • @daduldas1643
    @daduldas1643 5 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ

  • @BinaTalukdar-mo7dy
    @BinaTalukdar-mo7dy 3 หลายเดือนก่อน +1

    Long live

  • @nirmalsaikia7594
    @nirmalsaikia7594 4 หลายเดือนก่อน +2

    Hari.hari.ram.ram

  • @nathikpp
    @nathikpp 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ🙏🙏

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ www.youtube.com/@bakulartal

  • @birensarmah7155
    @birensarmah7155 6 หลายเดือนก่อน +4

    ❤সুমধুৰ আৰু সুন্দৰ হৈছে

  • @DigantaKalita-y1s
    @DigantaKalita-y1s 6 หลายเดือนก่อน +4

    ❤❤❤

  • @unknown-rs2yn
    @unknown-rs2yn 6 หลายเดือนก่อน +3

    Krishna krishna

  • @BhabaniDeka-t9l
    @BhabaniDeka-t9l 3 หลายเดือนก่อน +1

    Hori hori ram ram

  • @haladhardas2523
    @haladhardas2523 5 หลายเดือนก่อน +1

    সুন্দৰ হৈছে

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @SumiKalita-if6uf
    @SumiKalita-if6uf 5 หลายเดือนก่อน +1

    Sakoloke sukhi kora pravu ❤❤❤

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @DebaramDoley-o9u
    @DebaramDoley-o9u 6 หลายเดือนก่อน +2

    Good song ❤🎉🎉

  • @umeshchoudhury7531
    @umeshchoudhury7531 6 หลายเดือนก่อน +1

    bahut bhal geet

  • @rameshbania9044
    @rameshbania9044 5 หลายเดือนก่อน +1

    Beautiful lok geet🙏😰🙏😰😰

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      Thanks for liking

  • @LabanyaSaharia
    @LabanyaSaharia 4 หลายเดือนก่อน

    good bhal llagill

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    কৃশন্ খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনিবলৈ পালে মনত অতিকৈ আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক,,,,,,

  • @DineshBoro-yl8de
    @DineshBoro-yl8de 5 หลายเดือนก่อน +1

    BHAL LAGISE GANTU KHUNI 25:33

  • @MkBoruha
    @MkBoruha 6 หลายเดือนก่อน +2

    Snicesong

  • @rohandeka6954
    @rohandeka6954 5 หลายเดือนก่อน +1

    Very good song. Asomor Matir gondha thoka geet

    • @bakulartal
      @bakulartal  5 หลายเดือนก่อน +1

      মতামতৰ বাবে ধন্যবাদ

  • @sankarchandranath9340
    @sankarchandranath9340 4 หลายเดือนก่อน

    Jai Hari Krishna

  • @KrisnaBarman-s6n
    @KrisnaBarman-s6n 6 หลายเดือนก่อน +15

    Good song ❤

  • @RakeshPegu-uz4ku
    @RakeshPegu-uz4ku 5 หลายเดือนก่อน +1

    ❤❤❤❤❤❤

  • @EagerPuffin-lr2qv
    @EagerPuffin-lr2qv 5 หลายเดือนก่อน +1

    Sweet song

  • @Harendranathbhuyan
    @Harendranathbhuyan 5 หลายเดือนก่อน +1

    Very good song

  • @ChitrarathBarman
    @ChitrarathBarman 4 หลายเดือนก่อน +1

    Very nice

  • @bittorajbogsi5980
    @bittorajbogsi5980 5 หลายเดือนก่อน +1

    ধন্যবাদ।

  • @rukminithakuria9071
    @rukminithakuria9071 4 หลายเดือนก่อน

    val lagise aybor gan khuni my br val pao.

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @bapukankalita6365
    @bapukankalita6365 5 หลายเดือนก่อน +1

    Elegant song

  • @BabulNath-c1n
    @BabulNath-c1n 5 หลายเดือนก่อน +1

    Lukagit to khuni bhal lagil apuna lukar dirghayu kamonaa karilu jay shre ram

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      মতামতৰ বাবে অশেষ অশেষ ধন্যবাদ

  • @MkBoruha
    @MkBoruha 6 หลายเดือนก่อน +1

    Sonicedong

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +1

    ভাষা ভাৱৰ লিখা হয় কিৱা আৰু বহুত ভুল ক্ৰুতি হৈ যায়।বানানবোৰ লিখা হয় কিৱা আৰু হয় কিবা।। শুদ্ধ ৰূপ দি সঠিক ভাবে অৰ্থ ওলিয়াই পঢ়িৱা। তুমি ৰজা মহাৰজাৰ জীয়ৰী আৰু আমি গৰু ৰাখি ডাঙৰ হলো যদিও উন্নত মানদণ্ডৰ সমাজৰ আচৰণ বিধিৰ প্ৰতি জ্ঞান নাই তুমি আমাৰ বেৱহাৰত সংগী হৈ জীৱন নিৰ্বাহ কৰাৰ সক্ষমতা হ'ব জানো।। মোৰ নিজৰ নিজৰ ঘৰ মাটি টকা পয়চা একো নাই।। ঈশ্বৰৰ আৰ্শীষত বৰ্তমানলৈকে জীয়াই আছোঁ দিয়া 🎉❤❤

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      এৰা এটিয়ে জীৱন, তাকেলৈ আমাক গৌৰৱ কৰা উচিত। বাকী সকলো মোহ আৰু মায়া। জীয়াই য়াম শেষ বিন্দু তেজ থকালে।

  • @abanidas6895
    @abanidas6895 6 หลายเดือนก่อน +2

    কৃষ্ণ

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +1

    তুমি আগবাঢ়ি অহাৰ সাহস নাই যেন অনুভৱ হৈছে। মই মোৰ সকলোধৰণৰ তথ্য তোমাক দিয়াৰ পিছত তুমি এষাৰ মাত দি মোক সহায় সাহস দিয়াৰ পৰিবৰ্তে কি ভাবি আছা বাৰু আমাৰ মানুহে একো বুজি নাপায় সুদুৰ ইটালীৰ জৰ্জিয়া মেলনি আৰু ৰাছিয়াৰ এগৰাকী কন্যা সুন্দৰীয়ে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিব ধৰিছে আৰু এখন চৰকাৰৰ পৰা স্বতন্ত্ৰ ভাৱে থাকি নিজৰ পচন্দ অনুসৰি বিবাহ কৰায় চৰকাৰৰ দ্বাৰা স্বীকৃত সংস্থাৰ দ্বাৰা ৰখাৰ সপক্ষে মাত আগবঢ়ায়ছে।।❤❤❤❤ শুভ ৰাতি।।

    • @bakulartal
      @bakulartal  หลายเดือนก่อน

      শুভকামনা

  • @PhukanBaro-jd3hd
    @PhukanBaro-jd3hd 6 หลายเดือนก่อน +1

    Bahariageet

  • @DineshBoro-yl8de
    @DineshBoro-yl8de 5 หลายเดือนก่อน +1

    BHAL LAGISE GANTU KHUNI 25:33

    • @bakulartal
      @bakulartal  5 หลายเดือนก่อน

      মতামতৰ বাবে ধন্যবাদ