Subhash da dhuniya nagara namr logtee lokageetko aguwai loi jab👌 dada moro nagara namr ejon pathak hoboli bahot mon ❤️ lokagit keyta dhuniya hoise love you dada❤️😘😘
Xundor mon poroxi gol manuhor mrityur kirili... karu monot xukh nai ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karu axakoru aru keitaman gai dido raijor axirbad pabo
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ। শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰিব।
সচাই মন চুই যোৱা গীত। শুনি বহুত ভাল লাগিল।
ইমান মধূৰ কন্ঠ বহুত ধুনীয়া লাগে আপোনাৰ গীতবোৰ আমাৰ দৰঙৰ গৌৰৱ
Subhash bhai onak val lagil apunar lokkogit khuni akou aakha korilu dhoniobaf
বৰ ভাল লাগিছে,লোক গীত কেইটা শুনি সুন্দৰ কন্ঠ
ইমান ধুনীয়া হৈছে আৰু আগুৱাই জোৱা মই অন্ধেৰীঘাটৰ পৰা শুনিলো
Bhal lagil Subhash da
Val lagise apunar lokogeet keita....ru natun koi dibo buli akha thkil....
Bor xundor hoise
Ati sunder bhai suni hepa nplai Subhash ❤ sashake
সুভাষ দা আপোনাক ভগবান শ্রীকৃষ্ণই সুন্দৰ কন্ঠ দিছে । 🙏
Bhut bhal lagil khura
বহুত ভাল লাগিল
বহুত
বহুত
বহুত
Dada bandhob he gan tu moi anytime xuni thaku buhut vl lage
Subhash dar geet sunile suni thakibo mn jai iman sundar kantha
সুভাষ নাথ ডাঙৰীয়াৰ নাগাৰা নাম চোৱাৰ সৌভাগ্য হৈছে জেংৰেংপাৰা শংকৰদেৱৰ জন্ম জয়ন্তীত। সুন্দৰ কণ্ঠ,। কাহিনী বৰ্ণনা কৰা , উপস্থাপন , সামৰণি অভুতপূৰ্ব। একেলগে দুই/তিনি হাজাৰ দৰ্শকে শেষলৈ নিতাল মাৰি শ্ৰৱণ দৰ্শন কৰা দৃশ্য সচাই বিৰল।এয়া তেখেতৰ উচ্চ ব্যত্তিত্ব সম্পন্ন গুণৰ অধিকাৰী হোৱাৰ বাবে সম্ভৱ হৈছে। ধন্যবাদ সুভাষ নাথ ডাঙৰীয়া প্ৰায় পাঁচ ছয় ঘণ্টা সময় আজিৰ এই সময়ত যুৱচামৰ লগতে বাপবান্ধৱ আইমাতৃ সকলোক আধ্যাত্মিকতাৰ ৰসত বান্ধি ৰখাৰ বাবে,।
সীমাহীন ধন্যবাদ জনালো। আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ হৃদয়ত থাকিব 🙏
কৃষ্ণ বাপ- প্ৰথম দুটা গান কলিজা কপাই দিলে দে বাপ। অতি সুন্দৰ বাপ 🙏 । ৰাতি পূৱা শুই উঠিয়েই অকল আপোনাৰ গান ।
Bahut val lage mor apunar harir nam lokargeet bur apunar kanthat mukdha moi suvash dada
Bhut val lagil Dada
বৰ সুন্দৰ সুভাষ দা ... 💚
Bahut val lagil.Tumar xakalo bor a nagara naam aru lokogeet mor val lage
You You You u7788uuuuuuuuui
Bohut dhuniya hoise Dada 🙏🙏🙏
Apunar lokogit keita khuni bohot val lagil atialoike kiman bar khunilu hisap nai 👌👌👌👌👌
অতি সুন্দৰ হে বান্ধৱ । কৃষ্ণ কৃষ্ণ
so nice may God bless you 👍
Dhunia dada nice aru aguai jaok apuni
Dhuniya , subhash nath manei Sipajhar r nam.....
Bhut vl lagise khuni
আপোনাৰ লোকগীত বোৰ ভাল লাগে আৰু আপোনাৰ লগত গাৱ পৰা হলে মনটো ভাল লাগিল হয়
Nagaranam and lokogeet performance so satisfactory wish your brightful future
এনে সুন্দৰ লোকগীতৰ সমাহাৰ সুমধুৰ হৈছে ৷ আপোনাৰ পৰা আৰু এনে গীত আশা কৰিলোঁ ৷
🙏🏻
Good morning 🌄 xundor ❤️ outstanding ❤️❤️❤️
সুন্দৰ কণ্ঠ 🙏🙏
দাদা বহুত বহুত ভাল লাগিল লোক গীত কেইটা শুনি । আগলৈ নতুন নতুন লোক গীত শুনিব পাম বুলি আশা ৰাখিলোঁ।
নিতৌ পুৱা গধূলি মোৰ হোম থিয়েটাৰ ত বাজে।বৰ ভাল লাগিল দাদা।🙏🙏🙏
Congratulations kokaideu🥰🥰🥰party hbo lgibo dei😍😍
Moza apuni mur logote mur femely khub prio😍😍
Bor xundor hoise🇮🇳
Bortoman somoyor srestha pathak subash nath .....apunar logote apunar sangibrindar susasthya kamona korilu❤️❤️❤️❤️❤❤❤❤🙏🙏🙏
Headphone ত শুনা মজাই বেলেগ দাদা❤️
সুভাষ দা আপোনাৰ লোকগীতবোৰ শুনিলে মন টো শান্তি লাগি যায়৷ ইমান সুন্দৰ কণ্ঠ, এনেকৈ আগলৈ আগবাঢ়ি যাওক৷❤❤❤❤❤❤
Subhash da dhuniya nagara namr logtee lokageetko aguwai loi jab👌 dada moro nagara namr ejon pathak hoboli bahot mon ❤️ lokagit keyta dhuniya hoise love you dada❤️😘😘
Aponar lokagit Aru Nagara Naam suni khub val pao Dada....... Khub sundar kontho🙏🙏🙏
বহু ত ভাল
Nice . Prokrit. Akhomia lokahonskriti hadhak . Aguai jua akhomia lokahonskriti jiai thakibo. Best voice for assamese lokogeet --Thanks for you .
.
Bahut dhunia hoisa Subhash Dada aro ago loi khunabo Pam boli akha karelo
বহুত ভাল লাগিছে👍👍👍
Kafi khubsurat performance, bahut bahut sukhria ,wish your prosperous and brightful future,
সুভাষ, সৰু যিহেতু তোমাক তুমি বুলিয়েই ক'লো। কণ্ঠৰ গভীৰতা আছে । সুৰত আধুনিকতা সুন্দৰকৈ ফুটাই তুলিব পাৰিছা। চৰ্দি যাতে নহয় সাৱধানে চলিবা। আগুৱাই যোৱা।
Bhut.val.palu.huni.parvuyea.kripa.barakhise.apunak.Krishna. Krishna.
Congratulations Subhash Da. 🌹🌼.All Songs veryvery nice. 1⃣1⃣1⃣
Dhuniya hoyse dada
সুন্দৰ লোকগীত গাইছে দাদা , বৰ ভাল লাগিছে, উৎপল, হেঙেৰাবাৰী
Bohut vall lagisey❤️❤️❤️❤️
Bhal lagil sundra
দাদা ভাল লাগিল সুনি
দাদা কবলৈ ভাষা নাই ইমান ধূনীয়া কৈ গাইছে আপুনি । আশাকৰো আপুনি আমাক আৰু ভাল ভাল লোকগীত উপহাৰ দিব ।
You are my favourite.excillent voice.xodai xuni thako aponar lokgeet.god bless you
Ai lolgeetkaiti suni khub bhaal lage.
গীত কেইটা শুনি বৰ ভাল লাগিল । তোমাৰ কণ্ঠত হৃয়স্পৰ্শী হৈ পৰিছে ।
গীত
বহুতো ভাল লাগিল বহুত সুন্দৰ আৰু উজ্জ্বলি উঠা কৃষ্ণ কৃষ্ণ 🙏🙏👌👌
100k hua babe antariksh xubheshwa janalokapaal. Geet keita xuni bahut bhal lagil.
Lokgeet bohut bhal lagil
Dada joyguru 🙏 xundar lagil xuni...
বৰ ভাল লাগিল সুভাষ ।মইবাৰে বাৰে শুনো দেই ।
সুন্দৰ হৈছে কৃষ্ণ
সঁচাকৈ আপোনাৰ লোকগীত বোৰ শুনি বহুত ভাল লাগে।মই সদায় শুনো লগতে গাৱলৈ ও চেষ্টা কৰোঁ।
Xundar hoise diok dada. Apunar gan bor birat Val lagy
শুনি শুনি হেপাঁহ নপলায় ' অতি মধুৰ ৷ মন প্ৰাণ পুলকিত কৰে ৷
khub dhuniya poribexon subhash da
Suvasda bohut Val lagil from pathsala
th-cam.com/video/W3iFdMVhT8Q/w-d-xo.html
মন প্ৰাণ চুই গ'ল আৰু আশাৰে বাট চাই ৰলো
Suvash mama. Mok sini paisene... Amar tat ahi goisil bohudin agote sariahtoli gopalthanot nam gabloi ahote.. Mnt asene mama.. Aponalokar osrt amar mama htr ghr... Aponar man lokgit bhut sao.. Bhut vl pao mama.. Aponak log kribo mn goi ase.... Apuni aru aguwai jaok mama🙏🙏🙏🙏
আপোনাৰ নাগাৰা নাম গীতা নগৰৰ শণি মন্দিৰ ত চাইছিলো খুলিব ভাল লাগিছিল আপুনাৰ নিচিনা কৈ পৰিবেশন কৰা নাগাৰা নাম মই আগতে দেখা নাছিলো।ভাল লাগিল
Bahut moja lagese subhas dada agoloi ag bari jaok taka bhagabana u aarat prathana korilu
Moja subash Da
Sabush da mor channel tu subscribe koriva
সুন্দৰ দাদা 💓 💓 💓
Aapunar lokgeet shaday shunu.mur bar priy a.aapuner utjal bhabisyat kamana karilu.
Val lagise vaiti, Tripti Nath, Guwahati
হৃদয় স্পৰ্শ লোকগীত।মই প্ৰায়ে শুনো।মোৰ বৰ প্ৰিয় এই লোকগীত।
Hi subash butiful song good morning
Dada apunar nam moi xodai xune thaku bohut val lage xundor kontho
Mom Subas mm
@@HorenSaikia-d4pqqqqqqqqq
বহুত ধুনিয়া লাগিল
Mojja Dada
সঁচাই ধুনীয়া গাইছে 💥🙏
সুন্দৰ কন্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো🙏
অতি সুমধুৰ কন্ঠ বহুত ভাল লাগিল
সঁচাকৈ আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে
🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
আপোনাক বহুত ধন্যবাদ জনালো ভগৱানৰ ভক্তিমূলক গীত শুনালে লগতে উজ্বল ভৱিষ্যত কামনা কৰিলো ।
অতি সুন্দৰ গীত দাদা সুৰ ধুনীয়া হৈছে
Bohut val lagise dada
বহুত ভাল লাগিছে এই লোকগীত কেইটা শুনি। আৰু নতুন নতুন লোকগীত দিবা বুলি আশা কৰিলো দাদা॥
Val bahut Val lagil
আপোনাৰ নাগাৰা নামে বৰ আমোদ দিয়ে ।লোকগীত কেইটিও যে ইমান সুন্দৰ ! আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক, আৰু আগবাঢ়ি যাওঁক ।
222m
@@wwagaminfo4881 ৌৌ00
@@wwagaminfo4881 %q
ভাল লাগিছে
অতি সুন্দৰ কণ্ঠ দাদা আপোনাৰ। ৰাতিপুৱাই শুনি মন প্ৰাণ পুলকিত হৈ গ'ল। আগলৈ আৰু লোকগীত, টোকাৰি গীত তথা নাগাৰা নাম আশা কৰিলোঁ। ভগবানে আপোনাক ভালে ৰাখক।
কন্ঠ ৰ তুলনা নাই। বহুত ভাল লাগিল। আগলৈও আশা কৰিলো
Kyy
Bhut dhunia....suni thkiba mon jai...
Excellent,bohut bhal lagil,frm saderi
সুন্দৰ হৈছে বাঁহী বাদন সুন্দৰ
Xundor
mon poroxi gol
manuhor mrityur kirili...
karu monot xukh nai
ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karu
axakoru aru keitaman gai dido raijor axirbad pabo
b
Vl lagil bap