বেপাৰী অশোক সিংঘলৰ ওপৰত গৰম মহানগৰবাসী। সৰ্বত্ৰে পদত্যাগৰ দাবী অশোক সিংঘলৰ
ฝัง
- เผยแพร่เมื่อ 8 ก.ย. 2024
- বেপাৰী অশোক সিংঘলৰ ওপৰত গৰম মহানগৰবাসী। সৰ্বত্ৰে পদত্যাগৰ দাবী অশোক সিংঘলৰ
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
অখিল গগৈয়ে ঠিক কথা কৈছে ।সি আমাৰ অসমত আহি সম্পত্তি গোটাব আহিছে ।
গোটেই চুৰ দকাইতবোৰ বিজেপিত মন্ত্ৰি হৈ আছে
Like kora kaitak koba comment ata ata dibo minister nki 👍 aitu di ase jen
Lajor kotha ata non Assamese manuhok mantri banaise
😊j@@ChandanDas-xd3fe
Sawdagar
কয়লা মাফিয়াই মানুহৰ দুখ কেনেকৈ অনুভৱ কৰিব।
মীৰা বৰঠাকুৰ বাইদেৱে,বান পানীৰ পৰা কেনেকৈ বাচিব গুৱাহাটী বাসী, নিৰ্বাচনত মজাকৈ বৰ্ননা কৰিছিল
। ভৱা নাছিল প্ৰকৃতিয়ে এনেদৰে তাণ্ডৱ ঢলাব বুলি।
Mira guwahatir MP nohoi. Bijuli kalita medhi hoi. Mirak vote nidile manuhe. Bijulik vote di jikaise assamese+bengali manuhe. Etia bijulir responsibility je kenekoi problem solve kore guwahatir problem. Jika pisot gayab hoigol. Edinu dekha nai.
ৰাইজে সজাগ হৈ একগোট হওঁক আৰু মাতমাতক... প্ৰতিবাদ নকৰিলে একো নাপাব ; জনপ্ৰতিনিধিক জবাব দিহি কৰক !!!!
অশোক সিংহল পদ ত্যাগ কৰিব লাগে অতি সোনকালে
অসমৰ মাটি ভাষা জাতি সম্পত্তি বাবে, শুদ্ধ অসমীয়া মন্ত্ৰী নিযুক্তি হব লাগিছিল।
ঠিক কৈছে অসমীয়া মানুহ মন্ত্ৰী হব লাগে
@@dipudas9450😊😊😊 Raije Jodi beya napai moi jao nki😎
Moi kintu pior asomiya please muk select aru elect koribo haaa.... Kolu nhoi akadinai urai ghurai Kam kora Start korim
এতিয়া চিন্তা কৰি লাভ নাই।ভোট দিওতে চিন্তা কৰিৱ লাগিছিল।
👍👍
Kio lv nai gutei rayj akgut hole hawa uri jabo
Right, alop kosu pab lage
😂😂
Nai akou 2026 ot bjp ke vote dibo. Dhormor namot ondho hoi goise assamese manuh. Moi nijeu ejon assamese Hindu. Kintu aru jibonot vote nidiu bjp k. Bohut okhanti korise ehote.
খেদিব লাগে এইবিলাক বাহিৰা মন্ত্ৰীক
তেখেতক দ্বায়িত্ব দিয়াটোহে মূৰ্খ।বিহাৰীক অসমৰ মন্ত্ৰী পাতিছে, অসমীয়া গৈ বিহাৰত মন্ত্ৰী হৈ আমাক দেখুৱাই দিয়কচোন।
যি ৰজা বেপাৰী তাৰ প্রজা ভিক্ষাৰী
মীৰা বৰঠাকুৰক কিয় জিকাব নোৱাৰিলি যদি যদ ভবিষ্যতি আছিলি
এ দাদা ভাই,এয়া উন্নয়নৰ গঙ্গা বৈ গৈছে ।
বিজুলী মেধিক আপোনালোকেই জিকাই পঠিয়াইছে আকৌ 🤬🤬🤬
আৰু ভোট দিয়ক।
This is our Development.
ইমান বেয়া পাই যদি, বিজুলী কলিতা কেনেকৈ জিকিল, আপোনালোকে দল সাই ভোট দিয়ে যে তাৰে প্ৰমাণ এইয়া
এনে বোৰ কামৰ বাবে আঁচনি নাই ।আছ লাভ খোৱা ।
ই হ'ল এটা বেপাৰী আৰু অসভ্য,টকা লুটা মন্ত্ৰী।
গুৱাহাটী বাসীক বিজেপিয়ে পৰিবৰ্তন দেখুৱাই দিলে l
Ashok Singhal behari minster.
Bihari nohoi niki
100% Right
পদত্যাগ কৰিব লাগে কেতিয়া কৰিব । সকলো টকা পকেতত সুমাল ।
কমিচন,সকলোতে কমিচন,বিশ শতাংশ কমিচন ।কমিচনৰ ভাগ ওপৰৱালাক দিব লাগে ।
Asok singhal Amar axomiya nohoi janu.
ভাল হৈছে আৰু অলপ ৰাইজে বিজেপিক ভোট দিব ।
এইজন মন্ত্ৰীৰ উপযুক্ত নহয়।
এইবোৰ খকুৱা মন্ত্ৰীয়ে পদত্যাগ নকৰে, আৰু লুটি-পুটি খাবলৈ সময় হাতত বহুত আছে।২০২৬লৈ সময় আছে।
আৰু ভোট দি জিকাবি। এতিয়া বুজি পাইছে গুৱাহাটী ৰাইজে। যোগ্য জনক ভোট নিদিয়াৰ পৰিণতি।
Mama hye hye !
ভোট দিয়াৰ সময়ত বেপাৰী নে কি চিন্তা কৰা দৰকাৰ আছিল,হিমন্ত ই হিন্দু মুছলিম ভেদা ভেদ কৰি আপোনালোকক বিজেপিক ভোট দিয়াই এতিয়া আৰু কি চিন্তা কৰিব,
মামাৰ কাম নাই ! গুৱাহাটীত মূৰ্খ মন্ত্ৰী বোৰ বহি আছে । কোনো কাম নাই ! বৰ্তমান মামাই গুৱাহাটীত 10/ 12 খন overbridge বনোৱা বন্ধ কৰি Khanapara আৰু যোৰাবাটৰ পৰা Meghalaya ৰ পানী কাৰনেই overbridge বনাই পানী ওপৰে ওপৰে Brahmaputra ত পেলোৱাৰ ব্যবস্থা কৰক !
অশোক সিংঘালক নিৰ্বাচনত ভোট দিয়া মানুহে সেই বেপাৰী তোক চিনি নাপালে । তাহাতে মাইকীৰ নামত ইনচুৰেনছ কৰি জলায়দিয়ে টকাৰ বাবে , অসমীয়া মানুহ মৰিলে তেওঁৰ কি হ'ব ? নিলাজটোৱে মন্ত্ৰী নেৰে ---
বিজুলী কি গল।ভোট দিছিলে নহয়।
বিজুলী ৰ।এটাই।গ'ল।।জানে। তেওঁ ❤
Vote di kune jikale...?
Thik koise manuah jone
আকৌ এবাৰ
Veery good newse
Right
Assam montri gotai kai jon bepari.
Election t vote kiyo disile, 500 Toka khai vote dile enekuwa hoboi
Congressৰ পানী সিচা মেচিন দিযাৰ বাবে গুৱাহাটী ৰক্ষাৰ কাৰন
মানুহে ভোট দিয়াট৯ৱেই ৰাইজৰ ডাঙৰ ভুল আছিল!।দৰকাৰ আছিল বিবেক ভোটৰ।
Kud cm ye bepari aru montri mla buro sob bepari
একদম লাইট কথা জনতাই ।লগতে অখিল দাই উচিত কথা কৈছে।
মৃগেন শৰণীয়াই পটদীয়াগ কৰক
Maja
চুৰৰ মেইণ লিডাৰ
নিজৰ স্বাৰ্থৰ বাদে কাৰো একো নাভাবে এই চৰকাৰে। জাগক ৰাইজ, অসম বিক্ৰী কৰিব ইহঁতে।
২০২৬ চনত কি ব্যবস্হা লব লাগে সেইটোহে চিন্তা কৰক , বিপদ হৈ গ'ল এতিয়া সমস্যা সমাধান নহয় , আমিবোৰ ভুক্ৰু সিং, সিংঘাল , জৈন , আগৰৱালক আদি অনা- অসমীয়াক ভোট দিম... পিছত হাল্লাবুল ....
BJP k vote de
Baah dse ne BJP a
কৰ এইটো বেপাৰী
অখিল গগৈ আপুনি পদক তীয়াক কৰক কিমান আৰ আপোনাৰ হাত বাউলী কৰি কথা কোৱা চাই থাকিব আপুনি লাগিছে
স্বাধীন অসমৰ আলফা কেটা কলৈ গ'ল বাহিৰৰ বনিয়া আহি মন্ত্ৰী হৈছে।
Mojja....valai hoisa..sob bakaru...
Very good commentss.
বিজুলি বাইদেউ কলৈ গল ।
Very good 👏👏👏🇮🇳🇮🇳
ইহঁতে নিজৰ সম্পত্তিৰ পাহাৰ বোনাইছে।
মামাক ধৰ
Ashok singhal montri nahay janiyo vote disil kelei.
Right👌
সেই বাবেই ভোট দিয়াৰ সময়ত চিন্তা কৰিব লাগে, বাহিৰৰ মানুহক আদৰণি জনালে এনে অবস্থা হবৈ ।
Very. Good. Video.
Mamar underor system kebol toka bonuwar .......
He should step down as well as Honb'le chief Minister should take responsibility for same as he has his own residence in R.G Baruah Road.
Good
বুজি ল বুজি ল বিজেপি কি বস্তু
তথাপি ও মীৰা বাইদেউ হাৰিল যে
এজন অপদাৰ্থৰ হাতত দিয়া হল গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব ,যাৰ কাৰনে ৰাইজে জীয়াতু ভগিবলগীয়া হৈছে ।
ই 100%বেপাৰী।
Akhil gogoi Da muk kowak axomia manuh nasil neki minister banabo kio vote disil nu axom r manuhe aie bohiragat k😊
Hosa kotha koise amr nijor mnuh burei bea
26 আহি আছে BJP উত্তৰ দিম CM
বেপাৰী হয় বেপাৰী | কত পদত্যাগ কৰি নকৰে |
Asom news Sir moi onurodh korisung apunar channel 5.56lakh please 20% mn help eba hohoi korok.
Thik koise
👍👍👍👍👍👍
Kele ahibo lage vote tu bisiribo ahisil nohoi hobo apunak lok o disil hobo bjp k vote tu diyok
Laj thakile he padtiyag karib ?
মন্ত্ৰী নে বহতীয়া বনিয়া
Bihari Singhal Chor Di Khedibo Lage.
ভোট বিজেপিকে দিছিল নহয় তোমালোক ১৫০০ টকীয়া
Ban hol boli j ministerok dost dibo uta kiba kotha hol nki....nji judi pani joa rastat plastic pelai thy ahi aro letta bs2 jila ... Kot pani jbo..... Aro building jila j bany ase 1tao master plain nai kndi pani oly jbo....... Asrt laji.... Gaot kio safa hy thay belak.... Drain jilakot emn letera pelai thy dy my nis sukure dkha pysu pelay dya... Aro drain system ta thik hy wall bany dil khek khuru khuru nola bny kot hbo
bohia akhil sir mojja dise biharik.. anekoi dibo lage tak..
Mr Minister....You should be shame of yourself.... you better resign and leave us on our own faith
Smart flyover city only.
Dher Flyover bonai ase kintu bhal drainage system eta bonabo nuare.
Absolutely Bepari
Voter. Diyar. Somoyot. B. J. P.. Atiya. Bogor. Bogor.
#Ashok_Missing
Akou ebar modi sarkar
অশোকক মন্ত্ৰীৰ পৰা নমাই দিয়াৰ কি অসুবিধা আছে মূখ্য মন্ত্ৰীৰ?
Aal বালক মন্ত্ৰী পাতিলে এনেকুৱা অবস্থা হবই আমাৰ।
পদত্যাগ কৰিলে বৰষুণ কমিবনে?
15 yrs bjp k vote dilu...ru ndiu eibar... Dekh thakilhe jati dhormo thkibo .dekh nthkile eku nthake
আঁচনি 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Beparik piche vote di montri banale kon raige? Dangor proshno??
অশোক সিংঘল ইয়াক অসমৰ খেদিব লাগে ই এটা বেপাৰী অসমৰ মানুহৰ গাত দোষ এই স্হান দিব নেপাই
Ae ketak sandel de maribo laga
তেও builders হ
গুৱাহাটীৰ বানপানীক লৈ চিন্তা চৰ্চা কৰি সময় নষ্ট কৰি লাভ নাই। যেতিয়া লৈকে পাহাৰৰ আৰু জলাশয়ৰ মাটি বেদখল মুক্ত নহয় তেতিয়ালৈকে গুৱাহাটীৰ বানপানী সমস্যা দুৰ কৰিব নোৱাৰি। ম্যাদি মাটি থকা মানুহতকৈ বেদখল কৰা মানুহৰ বেছি গুৰুত্ব আছে? গুৱাহাটীৰ মানুহে নলা সমূহক, ৰাস্তা সমূহক Dustbin বুলি ভাবে? বেদখল সমূহক বচাবলৈ অখিল গগৈ দা আছে। আৰু গুৱাহাটীৰ অধিক মানুহে GMC Tax নিদিয়ে?
CM Sir, যোৰাবাতত পানী হলে কিছুমান বাহন চুন্দ্ৰপুৰ হৈ পঠাই দিব লগে। পুলিছে পঠাই নে নপথাই নাজানো। আৰু ৰস্তাটোত solar light লগাব লাগে যদি চোৰ নহয়। লগতে ঠায়ে ঠায়ে গুৱাহাটীলৈ বুলি ছাইনবোৰ্ড লগাই থব লাগে যাতে ৰাইজৰ ৰাস্তা ভুল নহয়। অ Ring Road বনালে যোৰবাতৰ কিছু পানী হোৱা ঠাইত যদি পাৰি Flyover বনাই দিব লাগে। আৰু Guwahati Ring Road সোণাপুৰৰ পৰা নাৰেঙ্গী লৈ হব।
Rukmini gaon আৰু হতিগাওঁৰ বানপানী হোৱাত PWD ৰ কিছুমান অপদাৰ্থ Engineer ৰ কাৰনে হয় নেকি? গুৱাহাটীত অমৃত সৰোবৰ লাগে কিন্তু সেইটো Politically ইমান সহজ নহয়।
CM Sir, মেঘালয়ৰ পানী খিনি শিলসাঁকো বিলত পেলাই তাৰ পৰা ব্ৰহ্মপুত্ৰত পেলাব পাৰি নেকি চোৱা উচিত। Maria Public School birkuchi লৈ পানী খিনি নিব পাৰিব কিন্তু তাৰ পিছত কেনেকৈ ব্ৰহ্মপুত্ৰলৈ নিব তাক এবাৰ চোৱা উচিত।
বড় বড় পুকুর খনন না করিলে বানপানির সমষ্যা সমাধান হবেনা। স্বরাষ্ট্রমন্ত্রী।
সকলেই বেপারীর দল।
Mama jindabad 😂😂😂😂