পাণ-তামোলৰ দোকানৰ পৰা কোটিপতি৷ ৰাজ্যত ওলাইছে আন এগৰাকী চুমি৷

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024

ความคิดเห็น • 342

  • @Khanindra229
    @Khanindra229 7 วันที่ผ่านมา +107

    অসমৰ মানুহ বোৰেই মূৰ্খ আচলতে
    কম দিনত ধনী হব খোজে

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา +6

      একদম ঠিক কথা

    • @monsingmaslai
      @monsingmaslai 4 วันที่ผ่านมา +3

      Murkh hiht ratir virtrote hati hobo bisarisil pali mojaaa

    • @hirakkalita3111
      @hirakkalita3111 10 ชั่วโมงที่ผ่านมา +1

      Anekuwa manuh bilakor hb lage...

  • @deepamonineog5608
    @deepamonineog5608 6 วันที่ผ่านมา +23

    অসমৰ মানুহ বোৰ পাগল হ'ল কষ্ট নকৰাকৈ বহি বহি খাবলৈ লাগে এতিয়া মজাটো পা

  • @Buddy_GamingFF
    @Buddy_GamingFF 7 วันที่ผ่านมา +46

    ভাল হৈছে।অসমত কিমান দুখীয়া মানুহ আছিল অলপ যদি সহায় কৰা হ'লে ভাল আছিল।

    • @ApulicaOfficial
      @ApulicaOfficial 6 วันที่ผ่านมา +2

      কিয়। তোমাৰ হাত ভৰি নাই!?

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 วันที่ผ่านมา +57

    আৰু কিমান চুমী,মাইনাও, দীপাংকৰ, স্বপনীল, বিশাল, তাৰ্কিকৰ দৰে ওলাব আৰু অসমৰ সাধাৰণ মানুহক ঠগিব।

    • @Ldgogoi
      @Ldgogoi 7 วันที่ผ่านมา

      th-cam.com/video/uCb0t9IdLfM/w-d-xo.htmlsi=RXHXUXexJ8scQSBT

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา +2

      হিচাব নাই আৰু😂

  • @jibanchandraborah6701
    @jibanchandraborah6701 6 วันที่ผ่านมา +6

    অতি সুন্দৰ। যেই যেনেকৈ পাৰে সংগ্ৰহ কৰি লওঁক।

  • @jayantajit1196
    @jayantajit1196 6 วันที่ผ่านมา +27

    চৰকাৰে কি কৰিব, চৰকাৰক সুধি পইছা দিছিল নেকী ? 😡

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา +2

      😂একদম ঠিক কথা কেলা

    • @RajuSaikia-v6c
      @RajuSaikia-v6c 5 วันที่ผ่านมา

      Yoes

    • @Jug1as4mit3a
      @Jug1as4mit3a 5 วันที่ผ่านมา

      Ekdom jegat dise ..manuh bur mane kiba ata hol sorkar ok dokh diye

  • @user-tm2dj7hf2x
    @user-tm2dj7hf2x 6 วันที่ผ่านมา +5

    এতিয়া মজা পা আৰু বেছিকৈ লগাৱ লাগিছিল ।

  • @9667-j4f
    @9667-j4f 7 วันที่ผ่านมา +50

    এইসকল আচলতে জধামূৰ্খ ৷ ৷কিহৰ ভিত্তিত এজনী তেনেই সাধাৰণ লোকক বিশ্বাস কৰি টকা দিছিল?

    • @champakray1886
      @champakray1886 7 วันที่ผ่านมา +3

      Hoi ktha tu …aji kli Mnuh a 5 tokar tamul pan khuwabo tan pay tate ehote emn bisakht loi Swa knkoi mohila gorakik lakh lakh toka somjai dse…ajir dinoto emn murkho Mnuh thke ne

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      সেয়া নহয় লোভী বুলি ক'লে ভাল হ'ব সিহঁতক😏

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      ​@@champakray1886একদম ঠিক কথা ই

  • @rajbasumatary2169
    @rajbasumatary2169 7 วันที่ผ่านมา +63

    লাজ নাই লোভিয়া হত। চুমি, মাইনাঅ য়ে একো ভুল কাম কৰা নাই। এই লোভিয়া মানোহবোৰক এশেকা দিছে।

    • @Randeepvlog
      @Randeepvlog 7 วันที่ผ่านมา +1

      Akdom right

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 7 วันที่ผ่านมา +3

      Tumer dharona bhul kokai ....####

    • @bhargabpratimkashyap6260
      @bhargabpratimkashyap6260 7 วันที่ผ่านมา +1

      Paboi lage luviya manuh

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 6 วันที่ผ่านมา

      @@bhargabpratimkashyap6260 tumi ki luviya nhoi neki aru xuna tumi atah luviyae oky tumar that thoboloi karone balance nai buli koleiu hol direct....###

    • @dhirupa916
      @dhirupa916 6 วันที่ผ่านมา

      Mor account t Toka tholeo Kati loi jai

  • @pratimdevi8759
    @pratimdevi8759 7 วันที่ผ่านมา +20

    easy moneyৰ খকে ধৰিছে মানুহক , আফচোচ্ !

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      হয় আমি LIC আদিত ৰাখিব ক'লে কিছুমানে ক'ব টকা নাই বুলি আৰু কিছুমানে ক'ব লাভ নাই বুলি😏, এতিয়া পা মজাটো😂😂😂

  • @jugal69006
    @jugal69006 7 วันที่ผ่านมา +29

    ইমান টকা কত পায় মানুহবোৰে

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      যাৰ টকা থাকে সিহে এইবোৰ ধান্দাত থাকে😏

  • @bishalsarma5306
    @bishalsarma5306 7 วันที่ผ่านมา +9

    পায় থাকোঁতে টো ভালে লাগিছিল,, এতিয়া নোপোৱা বাবে হে 😂 টহত আছিল kalprit

  • @NobaDutta
    @NobaDutta 6 วันที่ผ่านมา +7

    অসমত প্ৰতিভাৰ অভাৱ নাই। ভাল কথা।

  • @runjundevi1310
    @runjundevi1310 6 วันที่ผ่านมา +3

    মানুহবোৰ বৰ লুভিয়া🤤🤤🤤
    সদায় 1টকা ত 100 টকা পোৱাৰ লোভে শেষ কৰিলে

  • @Manos802
    @Manos802 7 วันที่ผ่านมา +16

    লোভিয়া সত লাজ লগা নাই তহতৰ

  • @amalthakuria6207
    @amalthakuria6207 7 วันที่ผ่านมา +12

    কিয় দিছিল ??
    ট্ৰেডিং কি সংস্থা ভবা নাছিল?
    লাগে মাত্ৰ কম সময়ত অধিক মাত্ৰাত লভ্যাংশ।

  • @DeepjyotiHandique-pe4qi
    @DeepjyotiHandique-pe4qi 3 วันที่ผ่านมา +1

    মানুহবোৰ ইমান মূৰ্খ কেতিয়াৰ পৰা হ'ল।

  • @ratultaro6391
    @ratultaro6391 7 วันที่ผ่านมา +6

    মজাং.... মজাং .... মজাং.....

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 6 วันที่ผ่านมา +3

    অসমৰ সকলোবোৰ সৰু বৰ অঞ্চল , চহৰ নগৰ সকলোবোৰতে এনে ধৰণৰ ঠগ প্ৰৱঞ্চক আছেই ৷ হুজা অকঁৰা অজলা চিধাচিধি মানুহ পালেই এইসকলে লুটমাৰ কৰে ৷ এনে মনোবৃত্তিৰ মানুহৰ অভাৱ নাই , সুবিধা পালে ১০০ৰ ভিতৰত ৯৮% মানুহে লুটাৰ সম্ভাৱনা আছে ৷ যিয়ে পৰিৱেশ সৃষ্টি কৰি লুটিছে সিয়েই , আজি বাতৰিৰ শিৰোণাম দখল কৰিছে , লুটিব নোৱাৰা সকলে চিঞৰ বাখৰ কৰি আছে | লুটিবলৈ চাঞ্চ নোপোৱাৰ তালিকাত মোৰ নামটোও সোমাব চাগে 😅

  • @TulsiBarman-mh9ld
    @TulsiBarman-mh9ld 7 วันที่ผ่านมา +8

    মানুহবোৰ বৰ বুৰ্বক দেই

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      বুৰ্বক নহয় লোভী😂

  • @jituassam4279
    @jituassam4279 7 วันที่ผ่านมา +4

    Val hoise june dise poisa ihatoko dharibo lage hahaj mouny lage val karise enekua manuh bor eseka pabo lage

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      একদম ঠিক কথা কেলা🤣

  • @bulbulisarmah1530
    @bulbulisarmah1530 6 วันที่ผ่านมา +3

    ❤ টকা দিযা বোৰৰো ভূল আছে কি বিশ্বাসত টকা দিছিলে এতিয়া টকা নাপায ম'বাইল বোৰ লেতেৰা কৰিছে ফালটু বাতৰি ❤❤❤❤ কাৰোবাৰ হাতত টকা আছে যদি বিচাৰি দি দিযক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @kashmirswargiary1421
    @kashmirswargiary1421 7 วันที่ผ่านมา +6

    Kothat koa ase Luvhe pap,pape mrityu buli ye kotha asolote 100% khosha.

  • @Manos802
    @Manos802 7 วันที่ผ่านมา +7

    প‌ইচা পাই থাকোঁতে ভাল এতিয়া নাই পোৱা য়ে বেয়া 😁 লোভিয়া হত লাজ লগা নাই তহতৰ

  • @mindrefresh715
    @mindrefresh715 7 วันที่ผ่านมา +10

    নাৰীৰ মায়া জালত জি পৰিব... তাৰ নিস্ঠাৰ নাই...

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      😂একদম ঠিক কথা

  • @ToniRamchiary
    @ToniRamchiary 7 วันที่ผ่านมา +3

    😮 Denger

  • @Professor69-i2n
    @Professor69-i2n 7 วันที่ผ่านมา +6

    Sumi jui 😂

  • @pkplusaxom3164
    @pkplusaxom3164 6 วันที่ผ่านมา +2

    কোন কেতিয়া ধনী হৈ যায় ধৰিবই নোৱাৰি আজি কালি,,,,মইয়ো ধনী হম যেন লাগিছে আৰু,,,,,😅😅😅😅

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      ধনী হ'বলৈ হ'লে মানুহক ঠগন দিয়াৰ টেলেন্ট থাকিব লাগিব নহয়😂

  • @Pkdada3249
    @Pkdada3249 6 วันที่ผ่านมา +1

    সোনকালে ধনি হওক ❌ সোনকালে মূৰ্খ হওক ✅

  • @gunajitdas8125
    @gunajitdas8125 7 วันที่ผ่านมา +4

    এই সুবৰ্ণ পাঠক নামৰ মানুহ জনক কিবা মহিলাৰ কাৰণত বজালী জিলাত পাব্লিক ধুলাই দিছিলে নেকি এবাৰ 😂

    • @myassam1697
      @myassam1697 6 วันที่ผ่านมา

      😂😂😂

  • @khalnayak6499
    @khalnayak6499 6 วันที่ผ่านมา +2

    Aru mor tohoti . Val kiba kamot manuhok help kribo poisa nulai thotor usrt. Atia paiso moja aru paa.

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      একদম ঠিক কথা কেলা🤣

  • @Abdulkarim-ux6nx
    @Abdulkarim-ux6nx 6 วันที่ผ่านมา +1

    Haha Mojaaa...

  • @ilogicalbeing85
    @ilogicalbeing85 7 วันที่ผ่านมา +3

    Mainau Swargiary khatra dei 😂

  • @DebabortborahBorah
    @DebabortborahBorah 3 วันที่ผ่านมา

    লাজ লাগে কেলা নিজকে অসমৰ লৰা বুলী কবলৈ

  • @barsha_gogoi-.
    @barsha_gogoi-. 6 วันที่ผ่านมา +1

    Sai moja lga sumi tu ye vl lgixil hytu ke di thkok jatya loi k hatot lock-up lagi nha 😅bujixa dada ht

  • @ranjitgoyary5101
    @ranjitgoyary5101 7 วันที่ผ่านมา +3

    অসমত যে পইছা খুজিলেই দিয়ে এই কথা আজিহে গম পাও

  • @gopalhgvboro6605
    @gopalhgvboro6605 7 วันที่ผ่านมา +4

    Sumi aru mainao jindabad teneka kam nokorile agbariboloi noarehi

  • @KulaTiruwal
    @KulaTiruwal 2 วันที่ผ่านมา

    আৰু লাগে টকা ,মাইনাক বিছাৰি পালেও টকা ঘূৰাই নেপাবি ,অতি লাভেই মহা পাপ 😂😂😂

  • @karabibaglary8832
    @karabibaglary8832 6 วันที่ผ่านมา +2

    Tamul pan dukanik januk trading koriboloi toka diye😂😂😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      😂মহা মূৰ্খ আৰু মহা লোভী বোৰ😂

  • @mantudas3746
    @mantudas3746 6 วันที่ผ่านมา

    যি বুজিচো অসমত লুভি, বুৰ্বক , যধা মূৰ্খ মানুহৰ অভাব নাই , মজা মজা মজা

  • @babulahmed8264
    @babulahmed8264 6 วันที่ผ่านมา +1

    অসমিয়া আৰু বেছি দিন নাই এতিয়া মিয়াৰ ঘৰত দিন হাজিৰা কৰিবি ৰহ৷

  • @rajibdeka8554
    @rajibdeka8554 7 วันที่ผ่านมา +6

    Val hoise anekoi poisa dsa

  • @dhipenkathar993
    @dhipenkathar993 3 วันที่ผ่านมา +1

    আৰু কুনোবা আছেনে উলাব লগা মায়া

  • @FirojAleee
    @FirojAleee 7 วันที่ผ่านมา +2

    Sham be like:- Babu vaiya, ye meri Anuradha😂😂

    • @dibakar7647
      @dibakar7647 7 วันที่ผ่านมา

      😂😂

  • @therupam01
    @therupam01 6 วันที่ผ่านมา

    হে ভগবান কি হৈ আছে এইবোৰ 😢কৃষ্ণ কৃষ্ণ 🙏

  • @chandasmitadas7656
    @chandasmitadas7656 6 วันที่ผ่านมา +1

    ট্ৰেডিং ৰ নামত পইচা দিওঁতে তো মিডিয়া বা চৰকাৰক সুধি দিয়া নাছিল । এতিয়ানু কিয় লাগে মিডিয়া

  • @nayanchoudhury7124
    @nayanchoudhury7124 5 วันที่ผ่านมา

    আচলতে মানুহ বোৰৰ হৈছে কি মনে মনে বিনা কষ্টৰে সহজে ঘটিব খোজে ধন দুখীয়া নিচলা মানুহক সহায় কৰিবলৈ নকৰে মন ট্ৰেডিং অত ফচিবালৈ কত পায় লাখে লাখে ধন । এই কামবোৰ ওপৰৰ পৰা ভগৱানে আছিল চাই দেখিলে ইয়াত গৰিবোৰ ধন নাই । সেইহে কওঁ ধনীৰ ধন নাই মন গৰিবোৰ মন সাগৰ সমান ।

  • @BobitaSaikia-mr3kk
    @BobitaSaikia-mr3kk 7 วันที่ผ่านมา +2

    অসমত Trading sunami ওলাইছে

  • @BIBANGRABHA
    @BIBANGRABHA 4 วันที่ผ่านมา

    দেখাত ধুনীয়া দাত কেইটা বগা কিন্তু ভিতৰ খন ঘুণে ধৰা নামটো ধুনীয়া মাইনাও ব্ৰহ্ম মাইনাও মানে বড়ো ভাষাত লক্ষ্মী হয় গতিকে এই‌ মাইনাও ব্ৰহ্মৰ সম্পত্তি ঘৰ মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাজেয়াপ্ত কৰিব লাগে আৰু এই সুন্দৰী বোৱাৰী গৰাকী জনীক বিচাৰি ধৰি আনি যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগে

  • @pankajgayan1615
    @pankajgayan1615 6 วันที่ผ่านมา

    A Mojja

  • @jantihira9356
    @jantihira9356 6 วันที่ผ่านมา

    ভাল হে এই বোৰক অৱশ্যে পুৰস্কাৰ হে দিব লাগে.. থোৱা বোৰক হে গৰু পিটন দিব লাগে..পলোভন কথা কয় লাভ নাই.. বাকী বোৰ গাখীৰ খোৱা কেঁচুৱা নেকি..পাব লাগে মজা..ধূনীয়া পাইছোঁ।

  • @surojitbiswas2121
    @surojitbiswas2121 7 วันที่ผ่านมา +4

    Asol ktha tu duniya narik sobe besi biswas kore no...sei karne anekuwa hoise🎉

  • @ranjit19656
    @ranjit19656 5 วันที่ผ่านมา

    ধন্য ধন্য তুমি চুমী

  • @krishnakakati6417
    @krishnakakati6417 4 วันที่ผ่านมา

    মুৰ্খ বোৰে দিছে,তাই লৈছে। অজিৰ দিনোতো নিজৰ kostar ধন দুগুন হুৱা লোভত লোকোক দিয়ে

  • @alisayedmedia7142
    @alisayedmedia7142 5 วันที่ผ่านมา

    Good varry good

  • @santoffgaming6708
    @santoffgaming6708 2 วันที่ผ่านมา

    তহতৰ টকা বেছি হৈছে তহতি পাব লাগে। এতিয়া দুই লাখত চয় লাখ পাবি।

  • @pranajitchangmaji2117
    @pranajitchangmaji2117 6 วันที่ผ่านมา +1

    Luve pap pape lost😅😅😅😅😅😅😅

  • @MamaMami-j5e
    @MamaMami-j5e 6 วันที่ผ่านมา

    Mojja

  • @okonscovers
    @okonscovers 7 วันที่ผ่านมา +5

    😅 Hera pheri real life

  • @DibakarJAB
    @DibakarJAB 5 วันที่ผ่านมา

    Easy money ৰ পিছত দৌৰি যতে ততে পইছা পেলাইছে,,, এতিয়া চৰকাৰক প্ৰশ্ন কিয় ?

  • @prayashpatgiri7254
    @prayashpatgiri7254 4 วันที่ผ่านมา

    দিয়া জন ও মহা মূৰ্খ হব।তাইৰ dress দেখিলে গম পাই কিমান পানীৰ মাছ😂😂😂

  • @girindrasharma3561
    @girindrasharma3561 7 วันที่ผ่านมา

    Hori Om

  • @DebabortborahBorah
    @DebabortborahBorah 3 วันที่ผ่านมา

    অসমৰ কীছু মানুহ লুভীয়া ও

  • @YouGoGirl53
    @YouGoGirl53 4 วันที่ผ่านมา

    Danger tsunami😂😂😂

  • @alakadevi6
    @alakadevi6 6 วันที่ผ่านมา +1

    ভাল হৈছে নে বেয়া হৈছে নিজেই বুজি পাব এতিয়া, lic ত জমা কৰিলে বহুত দিন লগে বুলি কয়, এতিয়া এক মাহত দুগুণ পাব। ভালেই হৈছে, এনেকুৱা দশা হব লগে কেতিয়াবা, তেতিয়াহে শিক্ষা পাব, lic ত 100/ গেৰান্তি আছে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา

      একদম ঠিক কথা😂, সিহঁতক যিমান বুজালেও লাভ নাই ক'ব যে টকা নাই, লাভ নাই বুলিহে 😏

  • @luckymen6550
    @luckymen6550 7 วันที่ผ่านมา +2

    সেইকাৰণে, লোভ কৰিব নালাগে ইমান টকা কিয় দিব লাগে , কম পইছাত বেছি পোৱাৰ লোভ কৰিলে এনেকুৱাই হ’ব । Lic ত থোৱা নিশ্চিন্ত থাকা ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 6 วันที่ผ่านมา +1

      জহৰাহঁতক LIC আদিত টকা ৰাখক বুলি বুজাই থাকিলেও ক'ব যে টকা নাই, লাভ নাই বুলি😏, এতিয়া পা মজাটো😂😂😂

  • @anamikakalita1585
    @anamikakalita1585 7 วันที่ผ่านมา +3

    Poisa diya manuh bor burbak neki

  • @deepjyotisaharia2059
    @deepjyotisaharia2059 6 วันที่ผ่านมา

    চিফা খৈলৌ যাবায় 😂😂 আবৈ গুদুৰ তাফা গুদুৰ গুদুৰ

  • @purnagohain1853
    @purnagohain1853 6 วันที่ผ่านมา

    লুভীয়া মানুহৰ এনেকুৱা ই হয়। যি হৈছে ভালে হৈছে

  • @A.Daimary71
    @A.Daimary71 6 วันที่ผ่านมา +1

    O sir Heraphiri movie khon say xhikise o 😂

  • @RajaSwargiary-yk1cr
    @RajaSwargiary-yk1cr 2 วันที่ผ่านมา

    Iyar Gutei Property Government lock up kori dibo Lage 😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡

  • @rajeshhazarika1663
    @rajeshhazarika1663 6 วันที่ผ่านมา

    জহৰাহঁতে LIC ত ৰাখিব ক'লে কয় যে লাভ নাই বুলি😏, এতিয়া লাভ লগাবোৰ পা কেলা মজাটো😂

  • @RafiqulIslam-k3b
    @RafiqulIslam-k3b 7 วันที่ผ่านมา +1

    তুমি কি কৰিলা মাইনা এতিয়া চবেই চাই আছে আইনা

  • @bodosa6162
    @bodosa6162 4 วันที่ผ่านมา

    Mainow jui🤣

  • @BikramDas-m3v
    @BikramDas-m3v 6 วันที่ผ่านมา

    Mojja atya j Assame munuh bukasuda manuh

  • @babuldas3200
    @babuldas3200 6 วันที่ผ่านมา

    Moja 😅

  • @niranjanlahon948
    @niranjanlahon948 6 วันที่ผ่านมา

    Val ae hoisae ...Nejai kosto kori khabo nuwara ha .. Akebarey dhoni huwa dhanda rey baba hot

  • @Study4U781
    @Study4U781 6 วันที่ผ่านมา

    Ji hoise valei hoise soboK easy money lge ...Assam or mnuh bur lukor uporot besi dependent....nije skill develop kori nije hiki Buji krbo lge jikunu Kam..

  • @nomalgogoi9672
    @nomalgogoi9672 6 วันที่ผ่านมา

    তামোলকে পাণ সদাই ওপৰ , আছে মেখেলা দঙা নাই দাঙিলে মেখেলা ৰক্ষা নাই

  • @alokfun461
    @alokfun461 6 วันที่ผ่านมา

    ও, এইতু মচলপুৰৰ গেং😂

  • @GunjanDas-yl5lq
    @GunjanDas-yl5lq 6 วันที่ผ่านมา

    Kosai bilak

  • @animapathak8941
    @animapathak8941 6 วันที่ผ่านมา

    Haye re sarkar

  • @MonikaMohan-ml9nh
    @MonikaMohan-ml9nh 3 วันที่ผ่านมา

    Dhemaji Mintu gogoik dharib lage.yby.

  • @Recipeswithpallavi
    @Recipeswithpallavi 5 วันที่ผ่านมา

    মানুহ বিলাক ইমান মূর্খ কি হব😟😟

  • @simplevillageboy7257
    @simplevillageboy7257 4 วันที่ผ่านมา

    Lubiya bhale hoise de😂😂

  • @BoratDoley
    @BoratDoley 7 วันที่ผ่านมา

    Nice

  • @sitadeviray5007
    @sitadeviray5007 6 วันที่ผ่านมา

    Beautiful 😍 MojjjjjjjjjjjjjjjjjjjjjjA kiO dile iman bisbas, threading Buji nopowa aji rr dinot see see see..........?

  • @momigogoi612
    @momigogoi612 5 วันที่ผ่านมา

    Ji hoisa valai hoisa aku nobhobha niisinaka poisa Diya

  • @dinannarzarynarzary9659
    @dinannarzarynarzary9659 วันที่ผ่านมา

    Asolote amar assamr manuh bure burbok kunu atta treding nai j toka joma dile poisa barhi barhi jai, lube pap pabe mittru ✌️✌️✌️

  • @alangberbasumatary2186
    @alangberbasumatary2186 6 วันที่ผ่านมา

    Every one should stay way from Sumi

  • @sanjaybaishya4378
    @sanjaybaishya4378 6 วันที่ผ่านมา

    Easy oney bisora luvia hokoluku dusat dusat d
    Dibo he lage

  • @RinkyDas-fi8pn
    @RinkyDas-fi8pn 6 วันที่ผ่านมา

    ঠিকে আৰু এটা কথা মন কৰিব লগিয়া monisha নো sprel photo dukan দি ইমান ডাঙৰ cafe কেনেকৈ শুলিলে

  • @ffunitedassamofficial5745
    @ffunitedassamofficial5745 9 ชั่วโมงที่ผ่านมา

    Aikhon Gawor Nanuhh Pagoll 😅

  • @nomalgogoi9672
    @nomalgogoi9672 6 วันที่ผ่านมา

    এতিয়া ৰাইজ বুজিছেনে পাণৰ জোৰ কিমান ?

  • @Jug1as4mit3a
    @Jug1as4mit3a 5 วันที่ผ่านมา

    Ki j xukh buli bhabe manuh bilake anor poisa khai ,aru anekuwa punishment dibo lage sorkare jorimona aru jibilakor poisa khaise xihotok uliyai dibo lagibo jenekoi holeo..ai2 rules kori dibo lage

  • @lifetech6586
    @lifetech6586 6 วันที่ผ่านมา

    Trading ৰ একোনজনা মানুহক টকা দিছ মূৰ্খহত 😂😂

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y 6 วันที่ผ่านมา +1

    Poisa khai hojom hol atia koi ke lav.

  • @DevaBoro-q7h
    @DevaBoro-q7h 5 วันที่ผ่านมา

    25 dinot paisa double dialogues tu hoise aru😂

  • @ultimatecreation....
    @ultimatecreation.... 7 วันที่ผ่านมา

    Enai eaibur... Kalponik.......
    Popularity lage

  • @KabitaBordoloi-r2i
    @KabitaBordoloi-r2i 6 วันที่ผ่านมา

    Now ma khobr a bro😂😂