বিদেশী হুঁচিয়াৰ! ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে, হুংকাৰ মুখ্যমন্ত্ৰীৰ
ฝัง
- เผยแพร่เมื่อ 9 ธ.ค. 2023
- ⭕ বিদেশী হুঁচিয়াৰ! অবৈধ অনুপ্ৰেৱশকাৰীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
⭕ জালিয়াতিৰে NRCত নামভৰ্তি কৰাসকলক সাৱধান হ'বলৈ সকিয়ালে মুখ্যমন্ত্ৰীয়ে
⭕ অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে
⭕ ৰাজহ আৰু বন বিভাগত চাকৰি কৰা একাংশ অসমীয়া বিষয়াই অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আছে
⭕ এই সকীয়নিৰে একাংশ চৰকাৰী কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সাৱধানবাণী
⭕ মাজুলী-বৰপেটা-বটদ্ৰৱাত কেৱল স্থানীয় লোকেহে ক্ৰয় কৰিব পাৰিব ভূমি, অতি শীঘ্ৰে চৰকাৰে আনিব আইন
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
বিজেপি ❤❤❤❤
এইবোৰৰ বাবেই বিজেপি ❤❤❤👍👍🚩
অনুপ্ৰবেশকাৰী ৰ NRC নাম সোমোৱাত সহায় কৰা বিষয়া সলক সঠিক খতিপূৰণ আদাই কৰি চাকৰি ৰ পৰা খেদি ব লাগে
NRC unlock কৰি দিয়ক মামা
Jai shree ram 🚩🚩🚩
Mama Good step❤❤❤
মামা নহলে অসম ৰকাথল জাব ! বিদেশীৰ কেত্ৰ ।
😊😊😊
Mama zindabad
Good step mama
বিজেপি জিন্দাবাদ ❤❤
মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কথা কৈছে।
Yes, warning nohoi, action lobo laage. Mama jindabad.hoi buhud asomiya manuh selfish. Jaati maati eko cinta nokore khaali toka laage.
অসম চৰকাৰ zindabad ♥️♥️♥️♥️♥️
বহুত ভাল পদক্ষেপ ❤❤
Jai Shree Ram ❤❤🥰🚩
মজা ❤❤❤❤
একচন ল'ব লাগে 👍👍
বঢ়িয়া ্
কৰি দিয়া সকলকো ধৰক। সকলো ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক সহায় কৰক।
Aibarhe Gedai gom pabo 😅😅
বৰ ভাল পদক্ষেপ মামা। অবৈধ অনুপ্ৰবেশকাৰী খেদিব লাগে।জয় বিজেপি ❤
Good step 🎉
Good Mama ❤❤❤
Thanks mama
একেবাৰে সঁচা কথা কৈছে আমাৰ অসমৰ থলুৱা অসমীয়া দুৰ্নীতি পৰায়ণ বিষয়াৰ বাবেই বিশেষ কৈ প্ৰশাসনিক আৰু বন বিষয়াৰ বাবেই আজি আমাৰ অসমৰ থলুৱা অসমীয়া জাতিৰ এই অৱস্থা, ইহঁতক গুলীয়াই মাৰিব লাগে।
মামা আপোনাৰ অসম আপোনি বছাওখ।
Mama tumi gujrati,rajasthani boniyak axom khon gotai diyok
@@mohibulislam148jihadi Quit India
Very good step
ভাল পদক্ষেপ
Good
Nrc unlock kholi dibo sir
Good step
মুখ্যমন্ত্রী দাঙৰীয়া একেবাৰে সুদ্ধ কথা কৈছে
সছাকথা কৈছে আপোনী ছাৰ আপোনাৰ আদৰ্শ সমাজত প্ৰয়োজন আছে ঈশ্বৰে আপোনাক মঙ্গল কৰক
অতি, সুন্দৰ কৰিছে চাৰ
এ মজা মামা 🙏🙏🙏🙏👍👍👍
❤
👑🌹💎🙏
JOI AIE AXOM, Mama zindabad, Bangladeshir pora Axom bosaok✊✊✊✊✊
Good news
অতি ভাল সিদ্ধান্ত ❤❤❤❤
00qpppqq😊😊
ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ
দিনতে সকলো অসমৰ আৱৰ্জনা শেষ কৰি অসমীয়াক সুখেৰে জীয়াই থকাৰ বিৱস্তা কৰক।
Konobai Sola Fali kandileo erat nai 🚩✌
❤❤❤❤❤❤❤❤❤
Good news📰🎉
Geda kitar pukor jolibo etiya😂
Good job.😊😊😊😊😊
সুন্দৰ পদক্ষেপ 👍👍👍👍
Bhout bhout Val kotha sir 🇮🇳🇮🇳🇮🇳🙏🙏🙏
🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম সুন্দৰ জয় আই অসম আৰু ভাৰত মাতা কী জয় জয় মা কামাখা মা কামাখা মা কী জয় জয় শ্ৰী ৰাম জী জয় জয় শ্ৰী হিমন্ত মা মা কী জয় 🔱🕉️🌺🏹🌿🇮🇳🌼🙏
💯 right mama❤❤❤❤❤ BJP Zindabad ♥️♥️♥️♥️ long live ♥️♥️♥️
Enekuwa koratu proyojon 👍👍
Apunak khodai support korim jodi apuni bangladeshir biruddhe zuje
Most most most welcome mama bangladeshi hatao Axom bosao, I 100% support mama for good decision 👍
Duplicate N R C bonale jailor vat khabo laghibo sarkar kothor hoishe aru Kiman ghor xajishe sarkari matit uched Abhijan solabo laghe aibilag oko nai ghor xajishe Bangla deshi hoy haikarone population bari aase khub val protokhep 🙏🙏🙏❤️😍😊
Moja Bangladeshi miya bor jene koi aisel tene jabo lage bo ar 😂😂
Only not Miya , Most of the kalingka 😂😂😂
Amr Original Indian ok NRC nam lage , Bangladesh ek Assam or pora Khedibo lage , Muslim aru Hindu Bangladesh together
Amr Original Indian ok NRC nam lage , Bangladesh ek Assam or pora Khedibo lage , Muslim aru Hindu Bangladesh together
বাংলাদেশী বুলি কোৱাৰ লগে লগে মিয়াই মাত দিয়ে 😂😂😂😂
gom pabi eatiya congers nohoi BJP sorka hoi Bangladeshi tuli tupula bandhi lo cm sir zindabad BJP zindabad
ভাৰত স্বাধীন হোৱা আগৰ পৰা ঘৰ বাৰী কৰি খাই থকা দুখীয়া অসমীয়াই মাটিৰ পট্টা বিচাৰি গ'লে কাৰ্যালয়ত বহুত আইন দেখুৱাই মানে পট্টা নাপাই । যদি ধনী, টকা দিব পাৰে তেন্তে বিদেশী হ'লেও পট্টা পায়। এয়াই আমাৰ বিষয়া কৰ্মচাৰী।
Good 👍👍
এইবাৰ জিকিবলৈ এনেকৈ নকলে নহব।
Good step mama nice speech 👌💬 great CM of Assam 🙏❤️❤️😍 Dr Hemanta Biswa Sarma sir 👍😊😊❤️ God blessed her always and best wishes for future endeavors 🙏❤️❤️😍😊
Good
মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰু আপোনাৰ চৰকাৰে কিমান দূৰলৈ কথাবোৰ কাৰ্যকৰী কৰিব তাক আমি আন্তৰিকতাৰে বাট চাই আছোঁ
Aji moi bohut xukhi hoisu ai kotha xuni, mama ami Axomiyai 100% aponar logot asu aponi jaatir hoke kaam kori jaok, JOI AIE AXOM✊✊✊
অসমখনত ৭০% জনসংখ্যাই চাগে প্ৰব্ৰজিতৰ প্ৰভাৱ... আৰু এইসকলৰ প্ৰায়ভাগেই মুচলমান... থলুৱা অসমীয়া মানুহখিনিয়ে নিজৰ মাতি ভূমি হেৰুৱাই সংখ্যালঘুত পৰিণত হল.... অতি শীঘ্ৰেই ব্যৱস্থা লওক ডাঙৰীয়া... অসমতো ভিত্তিবৰ্ষ ১৯৫১ হওঁক.... আমাৰেই অসমীয়া এচামে অসমক বিক্ৰী কৰিছিল।
যোনে সোমাইছে তাক আগতে জ্বালা টো ভালদৰে দিয়ক..দৈ গাখীৰ মুখেৰে বাহিৰ কৰি দিয়ক... অসমীয়া সমাজত বদন বহুত আছে।
100 % শুদ্ধ কথা কৈছে, মূখ্য মন্ত্ৰী মহোদয়ে
Good sari❤❤❤❤
বিশেষকৈ মৰিগাঁও জিলাৰ লহৰীঘা টত এতিয়া খিলঞ্জীয়া জনগোষ্ঠী মানুহ প্ৰায় নাইকিয়া হৈ গল।
পুৰা লাগক CM ছাৰ ❤❤❤❤
sir,, aji hocha koisha, 🎉🙏
,এনে ধৰনৰ concreate নীতি অৱলম্বন কৰিলেহে অসম ৰক্ষা কৰিব পাৰিব
Val lagil Sir, apunar vaxone amak bahut xahox dise apunak thank you Joi ai axom. JAI SREE RAM 🙏
বিজেপি জিন্দাবাদ
Mama long live ❤❤❤❤❤
Jolpaiguri aru kochbir assam or birot loi ayok
Mama zindabad ♥️♥️♥️♥️
1951 hobo lage
Hoi
ধন্যবাদ আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়
Jeneke koise teneke krile val pam...khali hekhot jati tuk thogi nidibo....agt bhut thogon di ahise axom bakhik sorkare
সুন্দৰ, ।
হিমু মামা জিন্দাবাদ। বিজেপি জিন্দাবাদ।
Mama he to mumking he
Very good news
সঁচা কথা কৈছে। ইয়াকে কয় বুৰবক অসমীয়া।
জয় জয় হিমু ছাৰ
NRC ৰ সময়ত আমাৰ বদন ৰূপী কিছুমান কৰ্মচাৰীয়ে মাছ,দৈ,চাহ, তামোল উদৰ পুৰাই খালে । ওচৰৰ হোটেল সমূহো ভাল চলিছিল। পিছে এই বাৰহে কি হয়।
এই দৰে ভাষণ নহয়,, অসমতো BJP ভাৰততো BJP, কথা হল, সদাই ভাৰতৰ বিৰুদ্ধে স্বাধীন বিচৰা কাশ্মীৰৰ পৰা article 370 সমাপ্ত কৰিব পাৰে, তেনে ক্ষেত্ৰত স্বাধীনতাৰ পৰাই ভাৰতৰ অভিন্ন অংগ হৈ থকা অসমত বিদেশী চিনাক্ত কৰণ আইন 1971 আঁতৰাই 1947 বা 1951 কিয় কৰিব নোৱাৰে,, যিখন আইন সমগ্ৰ ভাৰতত 1947 ,কিন্তু অসমত 1971 কিয়,,,,1971 থকা লৈকে অসমত বিদেশী চিনাক্ত কৰা আকাশত চাং পতা একেই
Ji kore mone mone korok, nohole duta dol aase jiye bangladeshik support kori ahise. Ei duita dole aaul logabo.
তাকেই ঘপকৈ প্ৰকাশ কৰি দিয়ে।
ভূপেন বৰাই চোলা ফালেহে লাগে সিহঁতৰ সুৰক্ষাত😂😂
@@user-uq1eo1kt9b he lengta hoi jaok. morok kot more. patta nidilei hol himanta sir'e
Exilent step by the great CM of Assam.
Good step..ato din ki karise... Bangladesh hinduyei HOWK ba Muslims yei hok....sakaluke sinaktra karak...jadi sah ase.. CAA ANI ASAMIYA SES KARILE nahab..... Pls
যি সকল অসমীয়াৰ এতিয়া লৈকে nrc t nam সুমুৱাই নাই সেই সকল কি হব
🎉Good Step100%
Thanks our CM sir
বহুত বহুত ভাল লাগিছে,
ভাল সিদ্ধান্ত
হব দে বেছিকৈ কব নালাগে, । Election আহি আছে ভোট লাগে বুলি কলেই হল।
Wcome
Right
Great
Salute
স্কুলৰ চাৰ্টিফিকেট বোৰ বেচিভাগেই প্ৰেচত বনোৱা জালি চাৰ্টিফিকেট , স্কুলৰ পৰা ইচু কৰা নহয় ৷ নকল চাৰ্টিফিকেটৰ দালালৰ পৰা কিনি লোৱা ৷
Bhal kaam.I like you for it.
Hundor
Thank you good sir c m sir right