ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম। মুখ্যমন্ত্ৰীৰ এই স্পষ্ট বাৰ্তা
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 533

  • @minukalita7577
    @minukalita7577 3 หลายเดือนก่อน +14

    অসমৰ মুখ্যমন্ত্ৰী মহাশয় সদায় স্পট।
    বঢ়িয়া।
    সশ্ৰদ্ধ প্ৰণাম মহাশয়।

  • @hemalatachetia3765
    @hemalatachetia3765 2 ปีที่แล้ว +5

    মুখ্যমন্ত্ৰী মহাশয় ,,বহুত বহুত ধন্যবাদ জনালোঁ।।আমাক এটা হেল্প লাইনৰ নম্বৰ দিব ।।
    অসমৰ সকলো চৰকাৰী চাকৰি কাৰ্য্যালয়ত চলি থকা দুৰ্নীতিবোৰৰ খবৰ জনাব পৰাকৈ ।।

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 ปีที่แล้ว +69

    আমাৰ গাওঁত ধনী বিলাকেহে চৰকাৰী ঘৰ পাই, দুখীয়া পৰিয়ালক একো নিদিয়ে, সেইবোৰত অলপ চকু দিলে ভাল পাম 🖤

  • @debenborah1326
    @debenborah1326 2 ปีที่แล้ว +73

    মাননীয় মূখ্য মন্ত্রী মহোদয়ক ধন্যবাদ। অসম চৰকাৰে লোৱা পদক্ষেপ বহুত ভাল হৈছে, জয় আই অসম।

  • @minukalita7577
    @minukalita7577 3 หลายเดือนก่อน +4

    শ্ৰদ্ধাৰ ৰাইজ সকলোৰে সহায় সহযোগেৰেহে সফল হ'ব পাৰি।
    সকলোকে আহ্বান জনালোঁ।

  • @nalinisaharia4856
    @nalinisaharia4856 ปีที่แล้ว +4

    মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।

  • @manabkonwar423
    @manabkonwar423 2 ปีที่แล้ว +72

    মুখ্য মন্ত্ৰী ডাঙৰীয়া যি পদশে লৈছে ভাল লাগিলে

  • @mili_moon_44
    @mili_moon_44 2 ปีที่แล้ว +4

    বহুত ভাল পদক্ষেপ।

  • @minukalita7577
    @minukalita7577 3 หลายเดือนก่อน +2

    চকুপানী ওলাল মহাশয়।
    সকলো ৰাইজে এনে এজন মুখ্যমন্ত্ৰীৰে অসমখন সুন্দৰ কৰোঁ আঁহক।

  • @labanyadharbaniah5251
    @labanyadharbaniah5251 2 ปีที่แล้ว +12

    জাইকা,লুইচবাৰজাৰ,শাৰদা, কাৰ্বি আংলং জিলাৰ 1000কোটি,ওডালগুৰীৰ জলসিঞ্চনৰ 7,12কোটিৰ ক্ষেত্ৰত টো বাঘৰ দৰে ধৰিলে আৰু ভাল হ'ব

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 ปีที่แล้ว +12

    ভাল পাম আৰু ভাল ‌পালে ভোট দি জিকামো ।কাম কৰা চৰকাৰ লাগে ।

  • @nktv7588
    @nktv7588 2 ปีที่แล้ว +20

    মূখ্য মন্ত্রীয়ে এইটো কাম কৰিলে মই নিশ্চিত ১০ বছৰৰ কাৰণে ৰিজাৰ্ভ। cm sirok salute

  • @priyanshiworld3942
    @priyanshiworld3942 2 ปีที่แล้ว +8

    খুব ধুনীয়া পদক্ষেপ গ্রহণ কৰিছে
    আমি চৰকাৰী কামত গলে চৰকাৰী কাম কৰা মানুহবোৰে বহু পইচা লয়

  • @khaninsarma5522
    @khaninsarma5522 2 ปีที่แล้ว +12

    Excellent step mama...
    Best CM in India...
    Proud of you Sir...

  • @bijusvlogcreation9219
    @bijusvlogcreation9219 2 ปีที่แล้ว +14

    Our CM Sir is doing the appreciation work to demolish the corruption of the state.

  • @uttamdoley9134
    @uttamdoley9134 2 ปีที่แล้ว +8

    সোনকালেই দিয়ক, আমাৰ বহুত অভিযোগ আছে।🙏🙏🙏 Secretly দিম❤️❤️❤️ । চৰকাৰী কামো টকা লয় কৰা অব্যাহত ্্্জনাম ক'ত,,,,,

  • @jitendrabarman6577
    @jitendrabarman6577 2 ปีที่แล้ว +30

    অসমৰ যিকোনো ঠাইৰ জলমিছন আচনিৰ কি অৱস্থা হৈ আছে আগতে চাই লওক মহাশয় মুখেৰে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে কি হ’ব ৷

    • @9859-e1j
      @9859-e1j 2 ปีที่แล้ว +1

      পানী নোলোৱাকৈ ভাঙিয়ে থাকিল

  • @anjanaofficial9394
    @anjanaofficial9394 2 ปีที่แล้ว

    thank you Sharma Sir🙏🙏🙏apunar eikhini kotha tu khunibole bohut dinor pora opekha Kori asilu 1000 time thank you❤🙏🙏🙏

  • @mdazmirhussain1785
    @mdazmirhussain1785 2 ปีที่แล้ว +15

    ধন্যবাদ জানাই মুখ্যমন্ত্রী মহাশয় আপনাকে

  • @kushaldas3027
    @kushaldas3027 2 ปีที่แล้ว +1

    Bahut val lagil sir kathakhini xuni.

  • @rupam8912
    @rupam8912 2 ปีที่แล้ว +13

    পৰিৱৰ্তন হওঁতে হওঁতে আৰু চৰকাৰ এ পৰিৱৰ্তন হৈ যাব
    ১ লাখ নিযুক্তিৰ 60 হাজাৰ কেতিয়া বাচনি পৰ্বত সোমাল মহোদয় কি কলে আপুনি
    নিজৰ দেশৰ উন্নতি মই ও বিচাৰো দেশৰ ভাল হোৱাতো মই ও বিচাৰো but নিবনুৱাক ঠগি এনে দৰে ঠগিব নাপাই 60 হাজাৰ কেতিয়া বাচনি প্ৰক্ৰিয়াত সোমাল
    বিজ্ঞাপন কত
    কেৱল tet আৰু police ৰ বাদে কত দিলে বিজ্ঞাপন
    Helath ত ও পঞ্জীয়ন প্ৰক্ৰিয়া চলিহে আছে
    60 হাজাৰ কত সোমাল ,??

  • @JOHN_T123
    @JOHN_T123 2 ปีที่แล้ว +5

    আমাৰ অসম খনক এবাৰ ভাল দৰে চাওক পিছপৰা গাঁৱত এতিয়াও অনাময় আৰু পানী নাই। কথা কলেই নহ'ব field visit কৰক চব ওলাই পৰিব।যদি আমাক কয় আমি গাওবোৰ দেখুৱাই দিব পাৰিম।

  • @KrishnaDas-re6yf
    @KrishnaDas-re6yf 2 ปีที่แล้ว +19

    God bless you our respected CM 🙏

  • @boyz8011
    @boyz8011 2 ปีที่แล้ว +4

    নাটকৰ নিচিনা কথা কৈ থাকে ।
    অসমৰ মুখ্য মন্ত্ৰী আজি আমাৰ গাওঁত চকাৰৰ একোটা ঘৰ পোৱা নাই ।
    আৰু Arunadoi আঁচনিৰ একো কাম হোৱা নাই ।
    এইয়াই হল । main পৰিচয় সংবাদমাইল আগত বহুত ডাঙৰ কথা কৈ কাম কোনো মূলৈ নাই

    • @gboruah6460
      @gboruah6460 2 ปีที่แล้ว

      Cm r akonu vul nai.tolor burok dhora

  • @MisingMaster
    @MisingMaster 2 ปีที่แล้ว +5

    অশেষ ধন্যৱাদ..জনালো মন্ত্ৰী মহোদয়...

  • @jahirulislam4311
    @jahirulislam4311 2 ปีที่แล้ว +6

    আপুনি হেল্প লাইন নাম্বৰ ঘোষণা কৰাৰ আগতেই টকা লৈ থয়ছে একাংশ পঞ্চায়তৰ সভাপতি সকলে।

  • @renuphukanbaruah463
    @renuphukanbaruah463 2 ปีที่แล้ว

    বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @rekib120
    @rekib120 2 ปีที่แล้ว +3

    Great Sir!! salute 🥰

  • @Nayanchutia-3
    @Nayanchutia-3 3 หลายเดือนก่อน

    ভাল পদক্ষেপ ছাৰ।

  • @emotionBaba
    @emotionBaba 2 ปีที่แล้ว +7

    Always love you Mama ❣️

  • @mamonirava6122
    @mamonirava6122 3 หลายเดือนก่อน

    যিয়ে পাইছে ঘৰৰ সকলোৰে নামত পাইছে আৰু যিয়ে পোৱা নাই তেওঁৰ একো য়ে নাই 😢 অল ব চাব লাগে মামা 🙏

  • @bharattanti9115
    @bharattanti9115 2 ปีที่แล้ว +1

    Apuni okole poriboton ketiyaw koribo nuware sir , sorkari department wise r kormosariu (90%) nika bhavmurtir hobo lagibo .apuni nijor falor pora sesta korise thikay kintu ghus luwa protha atiyaw soli aase aaru hombhov aagoloyu soli thakibo.ditiyo kotha , juwa hoptahot moi panchayat office loi bixex kamot puwa 9.00 ta man bojat goisilu , kintu office khulile 1.30 p.m t .derikoi ohar karon hudhat egalman ojuhat dekhuwai bixoi tur pora falori kati dile .atiya apuniyay kowk enekuwa aaru kiman obohela Axom khonot hoi aase ! apuni gomoke napabo , kewol dukhiya raije gom pai .gotike usit byobostha lowk nohole poriborton huwar aaxa ekebare nai .sorkari kormosari r (90%)asol roop tu dukhiya raije he dekhise, apuni dekhai nai .

  • @rajenm3777
    @rajenm3777 2 ปีที่แล้ว +5

    Ai kam buror babei CM , Himonta sir , hokolurei favourite hoiche. CM sir long live.

  • @chayanikapathak9601
    @chayanikapathak9601 2 ปีที่แล้ว

    Sasakoi a bhal lagil kotha Keita kairjokari hole aaru bhal lagibo thanks

  • @himashrudas6706
    @himashrudas6706 2 ปีที่แล้ว

    Best disision,,,,, thank you PM sir,,

  • @pabitraborgohain3327
    @pabitraborgohain3327 2 ปีที่แล้ว

    Sir bhut val hoise apunar kambur

  • @nipubhuyan458
    @nipubhuyan458 2 ปีที่แล้ว +1

    Mama tumi jui🔥

  • @minukalita7577
    @minukalita7577 3 หลายเดือนก่อน

    ৰাইজৰ বাবে কাম কৰি অলপ ধন্য হৈ --।

  • @himangshugoswami8652
    @himangshugoswami8652 2 ปีที่แล้ว

    সুন্দৰ। সঠিক ৰূপায়ণ হওক।

  • @শিল্পালয়ষ্টুডিঅ
    @শিল্পালয়ষ্টুডিঅ 2 ปีที่แล้ว +3

    ধন্যবাদ মূখ্য মন্ত্ৰীমহোদয়

  • @befluentinenglish6921
    @befluentinenglish6921 2 ปีที่แล้ว +3

    Bohut val decision

  • @jibendradaimari6339
    @jibendradaimari6339 2 ปีที่แล้ว

    Very Good Steps Honorable CM Sir Thanks

  • @SukumalPondit
    @SukumalPondit 2 หลายเดือนก่อน +1

    Thanks himanta biswasarma

  • @d.p.experiment549
    @d.p.experiment549 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ মামা।

  • @nikuahmedvlog9439
    @nikuahmedvlog9439 2 ปีที่แล้ว +2

    মামা অসম আৰক্ষী এ বাইক চুৰ ধৰা পিছতো বাইক উলিয়াই দিব নোৱাৰে ।আজি দুমাহ হল মোৰ বাইক চুৰ হোৱা কিন্তু চুৰ ধৰিলে গোলাঘাট আৰক্ষীয়ে বাইক খন হে হেনো recovery কৰিব নোৱাৰে মামা ।আপুনি কিবা এটা কৰি দিব নেকি বৰ কষ্ট কৰি বাইক খন লৈছিলোঁ 🙏🙏🙏🙏😭

  • @krillkalita5413
    @krillkalita5413 2 ปีที่แล้ว

    Cm sir zindabad.good step.

  • @amirmondol3925
    @amirmondol3925 2 ปีที่แล้ว +2

    So Beautiful Decision

  • @RanaKhan-r8m
    @RanaKhan-r8m 3 หลายเดือนก่อน

    Prothom vol hoise very very good

  • @binodchbarman157
    @binodchbarman157 2 ปีที่แล้ว +1

    যেতিয়া লৈকে পুৰনা কৰ্ম চাৰি শেষ নহয় তেতিয়ালৈকে সহজ নহয় ৰাইজৰ পাবলগীয়া সুবিধা খেলিমেলি কৰিয়ে থাকিব

  • @hdcaraction2.098
    @hdcaraction2.098 2 ปีที่แล้ว

    Absolutely beautiful and amazing
    Desison.

  • @akpegu6801
    @akpegu6801 2 ปีที่แล้ว

    Moja good information cm sire

  • @dhruvajyotidas5215
    @dhruvajyotidas5215 2 ปีที่แล้ว

    Great CM great initiative. We already should have bribe complaint helpline number Like we have for central government.

  • @kaberigogoi8054
    @kaberigogoi8054 2 ปีที่แล้ว +4

    Good sir

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc 2 ปีที่แล้ว +1

    নায়কৰ ফিল্মখন দৰে কৰিব খুজি আছে হিমন্ত মামা 👏👏👏🎉🎉🎉

  • @prabindeka5498
    @prabindeka5498 2 ปีที่แล้ว

    Congratulations CM sir you are great so weproud of you .

  • @ritulgogoi4576
    @ritulgogoi4576 2 ปีที่แล้ว

    Excellent step sir ,🙏

  • @mrigenroy5984
    @mrigenroy5984 2 ปีที่แล้ว

    Aitu val lagil kotha tu

  • @boomcomics8745
    @boomcomics8745 2 ปีที่แล้ว

    Bold decision by c m sir. Thanks

  • @bhupennath3368
    @bhupennath3368 2 ปีที่แล้ว +1

    Best decision

  • @pranitabarmandas6809
    @pranitabarmandas6809 2 ปีที่แล้ว +2

    টকাৰ ওপৰত লোভ, মানুহ ৰ মানসিক তা হেৰাই গল।

  • @bipulroy3196
    @bipulroy3196 2 ปีที่แล้ว +1

    Thanks c m

  • @jintukalita5505
    @jintukalita5505 2 ปีที่แล้ว +1

    Mama Rock

  • @priyanshiworld3942
    @priyanshiworld3942 2 ปีที่แล้ว +6

    কিছু মান বিষয়ায় কেবল পইচা চিনি পায়

  • @karanrabha6627
    @karanrabha6627 2 ปีที่แล้ว

    Thanks Mama ji, Grymo anchalar kam bor olop dhyan diok Mama

  • @firoj9618
    @firoj9618 2 ปีที่แล้ว

    Zindabad sir long life cm sir

  • @wahidulshikdar9695
    @wahidulshikdar9695 2 ปีที่แล้ว

    Buhut val decisions loise sire

  • @bipuldas5827
    @bipuldas5827 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ।

  • @riturajdas4576
    @riturajdas4576 2 ปีที่แล้ว

    ধুনীয়া ছাৰ

  • @Samarjyoti440
    @Samarjyoti440 2 ปีที่แล้ว

    Very good step sir...

  • @Wow-kn9tb
    @Wow-kn9tb 2 ปีที่แล้ว

    Ma kosom...mojja...👍👍👍

  • @sabetrichetri2934
    @sabetrichetri2934 2 ปีที่แล้ว +3

    Thakai koysa CM sir👍

  • @rajkumarpameh8172
    @rajkumarpameh8172 2 ปีที่แล้ว

    Tq sir

  • @kukilu6607
    @kukilu6607 2 ปีที่แล้ว +7

    আপুনি বাঘ, শিয়াল জিহৰ দৰেই নজপিয়াওক কিন্তু এতিয়াও indirectly চলিয়ে আছে।

  • @sewalikalita2706
    @sewalikalita2706 2 ปีที่แล้ว

    CM sir SO SO GOOD NEXT15 yrs you will Must be come

  • @prafullabasumatary8493
    @prafullabasumatary8493 2 ปีที่แล้ว

    Mama apuni bohut bhal podokhep loise🌷🌷🌷

  • @digantamili693
    @digantamili693 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ CM ছাৰ সুন্দৰ পদক্ষেপ কিন্তু ছাৰ টিংখং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত নতুন লাছন মিছিং গাঁৱৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈ পৰিছে

  • @nivaray3817
    @nivaray3817 2 ปีที่แล้ว

    Yes....Good prodokhap..... CM sir...

  • @mrarupindia111
    @mrarupindia111 2 ปีที่แล้ว

    দালাল চলিয়েই আছে চলিয়েই থাকিব আৰু কোনোবাই 2 বিষয়ত লেটাৰ মাৰ্ক পাৰোঁ scuty নাপাই ছোৱালীয়ে চিমপুল 1st ডিভিচন পালেই scuty পাব কোনখন অইন আৰু কোন নীতি

  • @pintubaruah5986
    @pintubaruah5986 2 ปีที่แล้ว +1

    Thank you so much CM Sir kindly ..... 🙏🙏🙏

  • @anantanath4986
    @anantanath4986 2 ปีที่แล้ว

    Sir good strep

  • @rajibdeka3925
    @rajibdeka3925 2 ปีที่แล้ว

    সুন্দৰ

  • @AkashDas-fi2yo
    @AkashDas-fi2yo ปีที่แล้ว

    Dhanyvad himanta mama Aitbaar moja

  • @najmulchoudhury6163
    @najmulchoudhury6163 2 ปีที่แล้ว

    Mama apuni 100% right decision loise

  • @AfzalurRahman-xg3qv
    @AfzalurRahman-xg3qv 2 หลายเดือนก่อน

    Right

  • @hemantadas2565
    @hemantadas2565 2 ปีที่แล้ว

    Thank you sir

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw 2 หลายเดือนก่อน

    havey thank you c m sir

  • @bhargavborah4258
    @bhargavborah4258 2 ปีที่แล้ว +13

    হিমন্তৰ বিৰুদ্ধে এজাহাৰ দিছে হেনো মহাৰাষ্ট্ৰত !! এইটো বাতৰি কিয় নিউজ লাইভত নাবাজে , তাৰ স্পষ্টীকৰণ দিয়ক নিউজ লাইভে ।

  • @pratapdas1113
    @pratapdas1113 2 ปีที่แล้ว +6

    Congratulations sir

  • @RojitaDas
    @RojitaDas 2 ปีที่แล้ว +1

    Mamaaaa good step 👌👌👌

  • @54mu33le
    @54mu33le 2 ปีที่แล้ว +5

    Louis Berger জিন্দাবাদ 😹😹😹

  • @karabiburman1789
    @karabiburman1789 ปีที่แล้ว

    আপুনি এবাৰ শিক্ষয়িত্ৰীৰ ওপৰত জপিয়াই পৰক। চৰকাৰে দিলে কণ,কণ ছাত্ৰ -ছাত্ৰীক এটা কৈ কণী প্ৰধান শিক্ষয়িত্ৰীয়ে এফাল দি ঠগে আপুনি কিয় জপিয়াই নপৰে,অ সিহঁত অভাবি কাৰণে 😊

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 หลายเดือนก่อน

    খোৱা লোৱা তো এক প্রকাৰে প্রতিযোগিতা লাহে পৰিনত হৈছে। কাৰণ সকলোৰে লক্ষ্য টকা কেনেকৈ সৰকাব পাৰি? যিমানেই যি নহওক কিয় চোৰৰ বাট কোনেওঁ বন্ধ কৰিব নোৱাৰে।

  • @b.kbloge8084
    @b.kbloge8084 2 ปีที่แล้ว

    ধন্যবাদ CM sir 🙏🙏

  • @diduboro7867
    @diduboro7867 2 ปีที่แล้ว

    Hemonto sir jinda bad.

  • @shibanath4741
    @shibanath4741 2 ปีที่แล้ว

    Right decisions

  • @didarahom6859
    @didarahom6859 2 ปีที่แล้ว

    God bless you Sir

  • @cherikumar
    @cherikumar 2 ปีที่แล้ว

    Right sir

  • @MunindraMunindra-e4s
    @MunindraMunindra-e4s 2 หลายเดือนก่อน

    himanta sir❤❤❤

  • @asayloying2399
    @asayloying2399 2 ปีที่แล้ว

    Great job Sir🙏🙏🙏

  • @sadiqhassan3577
    @sadiqhassan3577 2 ปีที่แล้ว

    🔥🔥