MADHUBALA (মধুবালা) | FULL DRAMA | AWAHAN THEATRE 2021-22 | PRASTUTI PORASOR

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ก.ค. 2022
  • Script : Avijit Bhattacharya,
    Starring : Prostuti Porasor, Jogesh Kashyap, Jivan Hatikakoti, Chandan Bora, Papori Bhuyan, Moon Saikia, Mrinaldip Goswami, Latumani Bhuyan, Rituraj Mahanta and others..
    Music :Ajoy Phukon
    Insta Profile 👉 / prastutiporasor
    Facebook Page 👉 / prastutiporasorofficial
    New to the Channel? Subscribe now 😊
    -----------------------------------------------------------------------------------------------------------------------
    #Abahantheatre #ProstutiPorasor #theatre
  • บันเทิง

ความคิดเห็น • 495

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +62

    প্ৰস্তুতি বাৰ অভিনয়ে প্ৰতিখন নাট জীৱন্ত কৰি তোলে।।। ❤কি সুন্দৰ অভিনয় 🥰

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +103

    "মধুবালা" , "জয়মতী", " গৃহবন্দিনী" ..... তিনিখন নাট, তিনিটা ভিন্ন চৰিত্ৰ।। আৰু প্ৰতিটো চৰিত্ৰত ইমান নিখুঁত অভিনয়।। মানিবলগীয়া 😍😍😍

  • @sewalibhuyan2310
    @sewalibhuyan2310 ปีที่แล้ว +16

    সৰু লৰা টো আৰু প্ৰস্তুতি বাৰ অভিনয় জুই🔥🔥 আৰু সকলোৰে অভিনয় সুন্দৰ হৈছে

  • @mafijulhoque320
    @mafijulhoque320 2 ปีที่แล้ว +13

    সৰু বাবু টোৰ অভিনয় ভাল হৈছে লগতে বা.... জনীতু (fbrt) 🥰

  • @m.rvashu3567
    @m.rvashu3567 2 ปีที่แล้ว +14

    My Favourite drama ❤️❤️❤️🔥🔥4 bar salu ..stage show 3 bar. হৰিশিঙাৰ পৰা মৰম জাছিলোঁ বা

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +124

    সৰু ল'ৰাটোৰ অভিনয় বৰ ভাল হৈছে। ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤

  • @labhitadas2230
    @labhitadas2230 2 ปีที่แล้ว +10

    বহুত বহুত বহুত ভাল লাগিল নাটকখন । আপোনালোকৰ অভিনয় ভাল হৈছে।সৰু লৰাটোৰ বাবে শেষত কান্দি দিলোঁ।

  • @gayatreedutta7714
    @gayatreedutta7714 2 ปีที่แล้ว +9

    বা নাটকখন চাই ভাল লাগিল। সকলোৰে ইমান ধুনীয়া অভিনয়। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ নাটক চাবলৈ ৰৈ থাকিম।

  • @Vaity6515
    @Vaity6515 2 ปีที่แล้ว +43

    সৰু ল'ৰাটোৰ অভিনয় ❤️❤️❤️

  • @ritasaikia7099
    @ritasaikia7099 2 ปีที่แล้ว +7

    সৰু ল´ৰাটোৰ ইমান ধুনিয়া অভিনয় কৰিছে 😊.....
    প্ৰস্তুতি বা মেইন 🔥

  • @pahihazarika3299
    @pahihazarika3299 2 ปีที่แล้ว +60

    অপেক্ষা কৰি আছিলো মধুবালাৰ কাৰণে। গৃহবন্দিনী আৰু জয়মতীৰ দৰেই মন চুই গ'ল। প্রিয় অভিনেত্ৰী গৰাকী অভিনয়েতো সদায়েই মন চুই যায়। বহুত ভাল লাগিল❤️

  • @gnathvlogs3853
    @gnathvlogs3853 2 ปีที่แล้ว +6

    উফ্ .... কি‌ দূৰ্দান্ত অভিনয়‌। বৰ ভাল লাগিল।

  • @akhomiabuwariharipriya8834
    @akhomiabuwariharipriya8834 2 ปีที่แล้ว +9

    ইমান ধুনীয়া অভিনয় প্ৰস্তুতি বা👍
    আপোনাৰ অভিনয় সঁচাকৈ বৰ ভাল লাগে মোৰ👍👍

  • @dramamusic1246
    @dramamusic1246 2 ปีที่แล้ว +9

    বহু দিন অপেক্ষাত নাটক খন চায় মনটো বহুতো আনন্দিত হৈছো বহুত মৰম কৰো আপোনাৰ নাটক বোৰ 💚❤️🧡💛💚💙💜🤎🖤🤍♥️

  • @jugaldas4421
    @jugaldas4421 2 ปีที่แล้ว +8

    কাৰনে গৃহবন্দিনী আৰু জয়মতীৰ দৰেই মই চুই গল প্ৰিয় অভিনেত্ৰী গৰাকী অভিনয়েতো সদাইয়েই মন চুই যাই | বহুত ভাল লাগিলে❤️❤️❤️😘😘
    সৰু লৰাটোৰ অভিনয় বৰ ভাল লাগিলে ভাইটিৰ উঅজ্জ্বল ভৱিষ্যত কামনা কৰিলো❤️❤️❤️😘😘

  • @disang5269
    @disang5269 2 ปีที่แล้ว +5

    প্ৰিয় বা জনীৰ প্ৰিয় অভিনয় মন চুই গ'ল। তিনি খন নাটকে ♥️🥀

  • @nirmalichowdhry855
    @nirmalichowdhry855 7 หลายเดือนก่อน +2

    সৰু লৰা জনৰ অভিনয় মানিছোঁ। প্ৰস্তুতি টো জুয়ে 🔥🔥🔥

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 2 ปีที่แล้ว +11

    এই সৰু লৰা টু ইমান ধুনীয়া অভিনয় কৰিছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @rupohijonack74
    @rupohijonack74 ปีที่แล้ว +3

    Baa kandi dilo apunar aru vaity jonr acting saii ❤️❤️ love from Rangia ♥️

  • @RBPets
    @RBPets 2 ปีที่แล้ว +6

    বহুতো নাটক চালোঁ । কিছুমান পাহৰি যাওঁ, কিছুমান মনত ৰৈ যায়, এইখন নাটক মোৰ মনত থাকিব সদায় । সৰু ল'ৰাটোৱে সুন্দৰ অভিনয় কৰিছে বাকী সকলৰ কথা কব লগা নায়েই । এটা শব্দত "মজ্জা"

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +2

    সৰু ল'ৰাটোৰ অভিনয় চাই কান্দি গ'লো।
    বহুত সুন্দৰ অভিনয় কৰিছে।।
    আৰু প্ৰস্তুতি বাৰ মধুবালা চৰিত্ৰ টি বহুত ভাল লাগিল।।❤️❤️
    বাকী সকলোৰে অভিনয় ধুনীয়া হৈছে।।

  • @Mahadev_Bhakta484
    @Mahadev_Bhakta484 2 ปีที่แล้ว +13

    সৰু লৰাটোৰ অভিনয় বহুত ভাল হয়ছে।

  • @hirakdeka5761
    @hirakdeka5761 2 ปีที่แล้ว +3

    মধুবালা চাইছো বৰ সুন্দৰ নাটক আকৌ এবাৰ চাম । বা আপোনাৰ অভিনয় অতি মনোৰম। এইবাৰ লভিতা নাটকখন চাবলৈ যাম বুলি ভাবি আছো। কামৰ পৰা ছুটি লম কেৱল আপোনাৰ নাটক চাবলৈ। আপোনালৈ বহুত বহুত মৰম পঠিয়ালো। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @michelbrothers678
    @michelbrothers678 ปีที่แล้ว +6

    Prastuti m'am. Pls keep continue to upload all your old dramas. I never miss your drama in theatre....pls pls pls. You r the best ma'm

  • @dhanjyotidas7213
    @dhanjyotidas7213 2 ปีที่แล้ว +13

    Aibr মই নাটক কৰা ছোৱালী 🔥🔥🔥 Prastuti ba and Nirmal dutta 🐯... Janowar

  • @parashcreation9492
    @parashcreation9492 ปีที่แล้ว +4

    নেটৰ অভাৱত চাব পৰা নাছিলো আজি চালো মন চুই গল❤ মধুবালাৰ বাবে অপেক্ষা ত আছিলো

  • @dipankarborahmajuli6181
    @dipankarborahmajuli6181 5 หลายเดือนก่อน +2

    আপোনালোকৰ নাটকে চকু পানী ওলাই যায় ইমান সুন্দৰ নাটক 😌😊

  • @hiyasarma9274
    @hiyasarma9274 2 ปีที่แล้ว +25

    মই ৰৈ আছো 2022 বৰ্ষৰ নাটক কেইখন চাবলৈ ।। 😘😘 পাঠশালা 😚😚

    • @jondas8296
      @jondas8296 ปีที่แล้ว +1

      Moiu pathsalat roi asu theatre loi

  • @purabidasassam2971
    @purabidasassam2971 2 ปีที่แล้ว +6

    বৰ ভাল লাগিল দেই, প্ৰত্যেকৰে অভিনয় খুব সুন্দৰ❤❤👌

  • @arpitakalita2401
    @arpitakalita2401 ปีที่แล้ว +1

    Bhut sundar hoise xakalure acting specially kokak jn, xaru loratu, prastuti aru MLA jn

  • @ritombora687
    @ritombora687 2 ปีที่แล้ว +6

    Baa নাটক খন‌ চাবলৈ অধিক অপেক্ষা ৰে ৰৈ আছোঁ।

  • @monishaneog1320
    @monishaneog1320 2 ปีที่แล้ว +5

    জয়মতী আৰু গৃহ বন্দিনী চাই ভাল লাগিল

  • @madhurimoran9883
    @madhurimoran9883 2 ปีที่แล้ว +3

    Roi roi amni lge goise kitya 10 hbo Jen lgse 🥰🥰🥰🥰💕💕💕💕

  • @parashcreation9492
    @parashcreation9492 ปีที่แล้ว +2

    সচাই এনেকুৱা কাহিনী লগত বা তুমি মিলা খপত মন চুই গল বাকী সৰু লৰা টো অভিনয় ক শেলুত

  • @DevidDas
    @DevidDas 2 ปีที่แล้ว +6

    কৰোণা বাবে নাটকবোৰ বন্ধ হৈ আছিল, সুদীৰ্ঘ দুবছৰৰ মূৰত নাটক চাইছিলো মধুবালা খন পাঠশালাত, সঁচাকৈয়ে বহুত ভাল লাগিছিল ❤️

  • @jonsangeetcreator
    @jonsangeetcreator 2 ปีที่แล้ว +3

    হৃদয় চুই গল নাটক খন চাই,, বহুত ভাল লাগিল প্ৰস্তুতি বা ❤

  • @RanjitRanjit-md8os
    @RanjitRanjit-md8os 2 ปีที่แล้ว +1

    bht bht val lagile.....

  • @rashmiborarb4443
    @rashmiborarb4443 2 ปีที่แล้ว +2

    স‌চাঁই ইমান ভাল লগা কাহিনী ,সুৰ , ভাষা, গীত অতুলনীয় । মোৰ এক সপোন‌ আবাহন থিয়েটাৰত যোগ হোৱা , প্ৰস্তুতি বা লগত কাম কৰা কিন্তু এই আশা ,আশা হৈ ৰয় যাব ।

  • @anamikasarmah84
    @anamikasarmah84 2 ปีที่แล้ว +3

    বৰ সুন্দৰ হৈছে বা তিনিখন নাটকৰ তিনিটা চৰিত্ৰ বহুত ভাল লাগিল চাই❤️

  • @sujalbarman6943
    @sujalbarman6943 8 หลายเดือนก่อน +1

    বহুত ভাল লাগিল ❤❤🎉🎉 অলপ দুখো লাগিছে 😭😭

  • @kankantalukdar4987
    @kankantalukdar4987 2 ปีที่แล้ว +2

    Ataikeikhon natok bahut Val lagil......apunak bahut Val lage prastuti baaa.......akbar log powar akhare 💖💖

  • @arpansvlogs5930
    @arpansvlogs5930 2 ปีที่แล้ว +4

    কি লিখিম ভাবি পোৱা নাই.. ৩ খন নাটকৰ যি ভিন্ন সোৱাদ সঁচাই সলাগ ল'ব লগীয়া.. মই আপোনাক সন্মুখত পোৱা হয় ক'লো হয়, মই নাটক শিকিব পাৰিম নে..আপোনাৰ প্ৰশিক্ষণ ত..❤️❤️😊

  • @assamesepoetryporinitaraja7507
    @assamesepoetryporinitaraja7507 ปีที่แล้ว +8

    যোগেশ দাৰ অভিনয় সচাকৈয়ে বহুত আকৰ্ষণীয় ❤️❤️

  • @kishanjyotikalita717
    @kishanjyotikalita717 ปีที่แล้ว +30

    বিতৰ্ক + কাহিনীৰ যাদু + দৰ্শকৰ অপূৰ্ব সহাঁৰি = অভিজিত ভট্টাচাৰ্য❤️❤️

    • @gonjitburman3647
      @gonjitburman3647 ปีที่แล้ว

      Hunting rhapsodised beneficial nothing Shakespeare hallelujah 7yj KY hug kitty cat kitty your kitty cat is so kitty u have KY jelly 👆 to you and u KY u kitty u have a Hugo boss y DJ kitty y hug y July j UK up to youth j u helped kitty thought 77 to kitty UK y it's not tutu kitty j kit KY kitty UK y KY j July u kitty UK I kitty up to ur KY u kitty jiu-jitsu tutu y KY you y kitty kitty j7y kitty y jujitsu uh-huh KY kitty cat is y DJ KY u kitty just jumped 7u KY UK it j UK July KY J Cole and yyyyuyy yummy yum I y

    • @anandasonowalhuntisonowal7848
      @anandasonowalhuntisonowal7848 ปีที่แล้ว +2

      .. Main

    • @user-xg2oq9ou9t
      @user-xg2oq9ou9t 9 หลายเดือนก่อน

  • @manabjyotimj268
    @manabjyotimj268 2 ปีที่แล้ว +5

    Bohut din apekhar ontot sabole palu baa🤞🏼😍😍😍

  • @hirakjyotikalita8101
    @hirakjyotikalita8101 2 ปีที่แล้ว +3

    Natok khan Diar baba dhainobad ba ❤️

  • @dipanitasarmavlog4195
    @dipanitasarmavlog4195 2 ปีที่แล้ว +2

    oh ba apuni sosake Eman Dhuniya abhinoy kore😘😘😘

  • @mridulkalita2400
    @mridulkalita2400 2 ปีที่แล้ว +2

    Apunak, apunak j ki buli dhanybaad dim nhoi ßaa mur vakha naikiya kori pelala aji tmi.. Aguwai jowa ßaa vogobanor osrt parthxona korisu.. God bless you ßaa🙏

  • @nayanjyotimudoi2251
    @nayanjyotimudoi2251 2 ปีที่แล้ว +4

    আপোনাৰ অভিনয় চাই খুব ভাল লাগে।

  • @arpanaaaimiblogs1320
    @arpanaaaimiblogs1320 2 ปีที่แล้ว +6

    অপেক্ষাৰ অন্ত চাবলৈ পাই বহুত‌ সুখি,

  • @purabihazarika7906
    @purabihazarika7906 2 ปีที่แล้ว +4

    Wait kori asu madhubala sabole

  • @mrigenbro8462
    @mrigenbro8462 2 ปีที่แล้ว +4

    Nice acting prastuti ba and jogesh kashyap da😍

  • @bijoytasharma5069
    @bijoytasharma5069 2 ปีที่แล้ว +2

    Prastuti ba is love 🥺🥺bohut etcha aase 1din lg puar❤️❤️

  • @mridulkalita8244
    @mridulkalita8244 2 ปีที่แล้ว +3

    Jogesh daa r obhinoy khodaai no 1 ❤❤❤🙏🙏🙏🔥🔥🔥

  • @jayantaborgohain5831
    @jayantaborgohain5831 ปีที่แล้ว +1

    Uff কাহিনী লগতে এক্টিং হৃদয় স্পৰ্শ কৰি গৈছে ❤️

  • @lipikaborah9995
    @lipikaborah9995 ปีที่แล้ว +1

    Grihabandini,joymoti,madhuwala,shonyashini,lavita,morom diya muk,somragi,❤️❤️❤️

  • @minakshmahanta2116
    @minakshmahanta2116 2 ปีที่แล้ว +4

    সুন্দৰ নাটক অতি সুন্দৰ অভিনয় বৰ ভাল লাগিল ।

  • @rajuphukan4831
    @rajuphukan4831 2 ปีที่แล้ว

    কৱলৈ ভাষা নাই ....আপোনাৰ নাটক চাৱৰ বাৱে অধিৰ অপেক্ষাৰে ৰৈ থাকো।। এনেকুৱা কাহিনি চিনেমাত বনালে যি দৰে হিয়া দিয়া নিয়া ছাৱলৈ যি দৰে দৌৰিছিল দৰ্শক তেনেকৈ দৌৰিৱ,..আশা কৰিম আপোনাৰ পৰিচালনাত এনেকুৱা ছৱি আৰু ছাৱ পাম।। দৌৰিৱ ...ৰাইজ অসমীয়া ছৱিৰ জয় যাএা হৱ ......

  • @Manoj-rf8yj
    @Manoj-rf8yj 2 ปีที่แล้ว +12

    Jogesh Kashyap 🔥 Villain Acting ❤️❤️

  • @sdekablock454
    @sdekablock454 ปีที่แล้ว +1

    কাহিনী ছাই সচাঁই বৰ ভাল লাগিল

  • @dipurajrajbongshi5380
    @dipurajrajbongshi5380 ปีที่แล้ว +1

    বহুত সুন্দৰ প্ৰদৰ্শন ভাল লাগিল।

  • @kishanking6330
    @kishanking6330 ปีที่แล้ว +1

    বৰ ভাল লাগে

  • @rupantarnath8535
    @rupantarnath8535 ปีที่แล้ว +1

    সুন্দৰ ৷

  • @bipulsarma491
    @bipulsarma491 5 วันที่ผ่านมา

    Bhut val lagil sai😀

  • @chumpicholo4500
    @chumpicholo4500 2 ปีที่แล้ว +2

    Bht dhuniya avinoi baaaa😘😘😘

  • @bikashkalita2583
    @bikashkalita2583 2 ปีที่แล้ว +2

    বা ভাল লাগিছে বহুত

  • @UditNarayan-wl8mb
    @UditNarayan-wl8mb ปีที่แล้ว

    Amr Jogesh da jui ...🔥🔥♥️

  • @bhabajyotivlog3695
    @bhabajyotivlog3695 2 ปีที่แล้ว +5

    Super acting super Drama 👏👏👏🥰

  • @ratulalii8696
    @ratulalii8696 2 ปีที่แล้ว +1

    Bohut basi Val lagil dai ba love you 💟 💟💟💟

  • @electrician2931
    @electrician2931 ปีที่แล้ว +2

    খুব সুন্দৰ, আগলৈও এনেকুৱা নাটক পাই থাকিম বুলি আশা কৰিলো

  • @antuloying8364
    @antuloying8364 ปีที่แล้ว +4

    Mla r voice juiii

  • @hasimali9023
    @hasimali9023 ปีที่แล้ว

    Shikhu avineta lot bohut bohut dhannabad

  • @priyankarabhaboro2754
    @priyankarabhaboro2754 2 ปีที่แล้ว +1

    Bohut bohut besi val lagil natok khon sai... Love from Guwahati gorchuk👍👍👍👍

  • @rupakpDuwarha
    @rupakpDuwarha 10 หลายเดือนก่อน

    ✨❤বৰ ভাল লাগিল 🙏সুন্দৰ.

  • @uttamborkataki9636
    @uttamborkataki9636 ปีที่แล้ว +3

    বিধায়ক জনৰ অভিনয় পাতল যেন অনুভৱ হৈছে।

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 ปีที่แล้ว

      Dilog khini thikei likhise kintu actingt khinit okonu gamvirjota nai MLA hisape, caracter beai houk lagile bahirt dekhua actingkhinit MLA r gohinota thokahole aru besi natokkhn ador pale hoi

  • @gurubayan8370
    @gurubayan8370 ปีที่แล้ว

    P;P আপোনাৰ অভিনয়ে
    মুগ্ধ কৰিছে মোক

  • @beautisaikia5419
    @beautisaikia5419 2 ปีที่แล้ว +1

    Aapuner ovinoy sai bahut val paw.

  • @Amibanoriyavlogs
    @Amibanoriyavlogs ปีที่แล้ว

    Thiataror music bor bhut val lage mon sui jay..

  • @jeutiray1394
    @jeutiray1394 2 ปีที่แล้ว +1

    Roi asu baa saboloi..

  • @tarudevi7288
    @tarudevi7288 ปีที่แล้ว

    Xosakoi bohut val lagil sai

  • @himaniray6654
    @himaniray6654 2 ปีที่แล้ว +2

    বৰ আগ্ৰহেৰে ৰৈ আছো

  • @er.mrinmoyraychoudhury7774
    @er.mrinmoyraychoudhury7774 2 ปีที่แล้ว +10

    BELSOR DURGA PUJAT APUNAR NATOK EVERY YEAR চাও|
    নটক বলিয়া বুলি নলবাৰী বেলশৰ ককয়াক সকলোৱে জানে....পূজাৰ সময়ত আমাৰ ঘৰৰ এটা ৰূম Every year
    book হৈ থাকে For theater's actor....আপোনি এইবাৰ মোৰ ঘৰত বেলশৰ পূজাত আহিব

    • @dhirajjkg3478
      @dhirajjkg3478 ปีที่แล้ว

      আপোন ঠাই বেলশৰ ❤️❤️❤️

  • @sangeetasaikia8687
    @sangeetasaikia8687 2 ปีที่แล้ว +2

    আজি জীৱনদাৰ বাহিৰে আৰু একো নকওঁ প্ৰস্তুতি বা .......শব্দ নাই ❤️

  • @gurubayan8370
    @gurubayan8370 ปีที่แล้ว

    এই গীত টো ল'ৰাৰ দৰে হ'ব লাগে

  • @maramimatu5174
    @maramimatu5174 11 หลายเดือนก่อน

    Apuni hodai priyo❤😘👍

  • @AssamPrimeNews
    @AssamPrimeNews 2 ปีที่แล้ว +2

    Waiting

  • @jotishmakalita4074
    @jotishmakalita4074 2 ปีที่แล้ว +1

    Bad diya gan tu bohut vl lagise baa .. aru apunak police r dress t Bohut besi lage baa ...❤️❤️❤️😍😍😍🔥🔥

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +4

    কি যে ধুনীয়া❤👍........

  • @chinmaybarman9246
    @chinmaybarman9246 2 ปีที่แล้ว +2

    বহুত বহুত ধন্যবাদ বা। এই নাটক খন আপুনি আপোনাৰ চেনেলত দিয়াৰ বাবে।।

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 ปีที่แล้ว

    ভাইটি 😘😘বহুত মৰম লগা❤ বহুত ভাল অভিনয় কৰিছে প্রস্তুতি বা ❤❤❤❤😍😍😍😘

  • @kaushikzggoldie9688
    @kaushikzggoldie9688 ปีที่แล้ว

    Thanks for Advance diyar karone❤ frm Rangjuli

  • @mridulasaikia2892
    @mridulasaikia2892 ปีที่แล้ว +1

    prostuti bar avinai mur babe 🔥🔥🔥mojaaaa

  • @minakshiborah2925
    @minakshiborah2925 2 ปีที่แล้ว +1

    Baa r acting r kotha koboi nalage... Awesome

  • @ayanankitaboruah7928
    @ayanankitaboruah7928 ปีที่แล้ว

    Priyo Abhinetri gorakir dhuniya abhinoi❤

  • @seemaboro393
    @seemaboro393 ปีที่แล้ว

    Dhuniya hoise

  • @atcreation1342
    @atcreation1342 2 ปีที่แล้ว +5

    Super acting

  • @bhargabhaz
    @bhargabhaz 2 ปีที่แล้ว +5

    Best one for the season 2020-21. ❤️

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +2

    বৰ ধুনীয়া❤

  • @jollydeka7962
    @jollydeka7962 2 ปีที่แล้ว +2

    Thank you Prastuti Baa

  • @nijaradeka7161
    @nijaradeka7161 2 ปีที่แล้ว +1

    Mojja baa... Thank you.. Agoloio sab pam buli asha thakil... Goteikeikhn e sai val lagil..