The number of universities in Assam should be increased. How can higher education be achieved if the number of universities does not increase in proportion to the number of students ? The country will not develop unless the government increases the number of higher education institutions.
Although maturity date already overcome and necessary forms filled up in the specified bank, the maturity amounts not yet deposited of chief minister's special exam.of class viii.Its a unsolve problem since last 2 yrs.So honourable sir it is not too easy to achieve.
পুৱা ৮.০০ বজাৰ পৰা ১.৩০ বজালৈকে পাঠদানৰ সময় আটাইতকৈ ভাল সময়, মই এজন শিক্ষক হিচাপে অনুভৱ।
মন্ত্ৰী মহোদয়,
প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলে ভেঞ্চাৰ স্কুলৰ পৰিচালনাত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আছে।
Bhanga singa bohut Bidyaloi ase.aibilak kam korile vhal hoi. Kam nakorar babe huni huni amoni lagi Jai.
ধন্যবাদ ছাৰ।
Venture school provincial নকৰিলে আৰু ছাত্ৰ ছাত্ৰীৰ মধ্যানৰ ভোজন খিনিও বন্ধ কৰিলে এতিয়া ছাত্ৰ ছাত্ৰীৰ কি হ'ব?
Act khn ulangha korixa EM .nd assam govt
কেৱল ক্লাছ 9 নৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিদ্যালয়ৰ দূৰত্ব বেছি হয় নেকি ? বাকী ছাত্ৰ ছাত্ৰীৰ বাবে নহয় নেকি ? তেওঁ লোকৰ কাৰণে চাইকেলৰ প্ৰয়োজন নাই নেকি ? আৰু কৰ্ম সংস্থাপন নোপোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে কি কৰিছে ?
মহাশয়, আপুনি ইমান দিনৰ মুৰত এনে অৱস্থাত দেখা দিছে যে, ছাৰ আপোনালোকৰ দিনত কিমান খন বিদ্যালয় বন্ধ কৰিলে সেইটো কৈ দিয়ক, কিমান জনে বিনা বেতনে অৱশৰ ললে সেইটো ও কৈ দিয়ক
Planing br vall lagil sir
Sir,
Community Volunteers সকলোক school সমূহত Re- engagement দিবলৈ আপোনাক অনুৰোধ জনালোঁ ।
ধন্যবাদ ছাৰ , শিক্ষিত ব্যক্তি সকলক সমাজত সময় সাপেক্ষে সেৱা জনাবলৈ অনুৰোধ জনোৱাৰ বাবে ।
মূল্যায়ন বহীখন 2য় সাময়িকী পৰীক্ষাত দিয়াৰ ব্যৱস্থা নকৰিলে
আপোনাৰ দিনত কেইখন চৰকাৰী বিদ্যালয় বন্ধ হ'ল এটা বিস্তৃত প্ৰতিবেদন ৰাইজৰ আগত দাঙি ধৰক।
মহোদয় ,চাহ বাগিছাৰ বিদ্যালয় সমূহ প্ৰাদেশিকৰন কৰিলে কিন্তু বহু বছৰ ধৰি বিদ্যালয় সমূহত পাঠ দান কৰি থকা শিক্ষক সকলক কিয় প্ৰাদেশিকৰন কৰা নাই?
Sir you are a good man I like you simplicity to public.. thank for your service towards public specially in Dhemaji ❤
আমাক কোনো সুবিধা নালাগে অকল ও পি এচ লাগে
যোৱা বছৰ দিয়া চাইকেল বিলাক উন্নত মানৰ নহয়।
নমস্কাৰ,
সংগীত বিষয়টি গুৰুত্ব পাবলৈ অনুৰোধ জনালোঁ। কাৰণ সংগীত শিক্ষা ৰ বাবে শিক্ষক নিয়োগ ৰ ব্যবস্থা কৰা হোৱা নাই।
Sir mid day meal worker khinir katha cinta karibo
Bohi aru book atyau kisu kisu schoolt puwa ny .
Book aru bohi ajiloika nple
ধন্যবাদ জনাইছো
Our government is now unable provide all necessary equipment to the school .So they imparting this to the public.
The number of universities in Assam should be increased. How can higher education be achieved if the number of universities does not increase in proportion to the number of students ? The country will not develop unless the government increases the number of higher education institutions.
ইউনিফৰ্মৰ গুণগত মান EE য়ে চাব আৰু সেইমতে নম্বৰ দিব ---- কি আচৰিত জমনি ঔ !
Sir,৬০০ টকাত দুযোৰ সমসাজ উন্নত মানৰ সম্ভৱ নে? এটা shirt ভালকৈ উন্নত মানৰ কাপোৰৰ চিলালে ৫০০ টকাৰ প্ৰয়োজন হয়।মুখতে কবলৈ ভাল কিন্তু প্ৰকৃত ছবি খন বেলেগ হয়।
Although maturity date already overcome and necessary forms filled up in the specified bank, the maturity amounts not yet deposited of chief minister's special exam.of class viii.Its a unsolve problem since last 2 yrs.So honourable sir it is not too easy to achieve.
৬০০ টকাত দুযোৰ উন্নত মানদণ্ডৰ কাপোৰ ।
Vocational teacher buror ki hb Sir. Third party r under te thakib ne ?
Venture school provincially karim buli nakara hol je. Sebur KOWK....HITADHIKAR BONAI BJP SARKARE KIMAN TOKA KHEDILE..AI KEIBOSARAT...30/40 BASAR VENTURE TEACHER SAKALE KI PALE...
Venture school r bikhay ki kobo
Kintu unat uniform sb school poa nai sir
Sir, lp schoolr president aaru maatri gutok kiba ata aasoni diyar bibostha koribo lage. Aaru computer bibostha koribo lage.
বিদ্যালয়সমূহত মূল্যায়ন বহী ছাত্র-ছাত্রীসকলে কেতিয়া লাভ কৰিব??
Sir vancher school ke hobe
Delhi model hob neki...
ড°/নে ডাঃ
Ki samadhan habno.... High school contractual khinik 2010 rpora pab loga subidhabor di regular koribone ki
Moha putola rosi nathakileu eijn nasi thake
কিতাপ বিলাকৰ কাগজ একে বাৰে বেয়া
Uniform bor pindhile gat kajuwati uthe
Kaam nai aru , hui