China logot pher maribo jai amar gangu tai sorkare Chinat NH't 100kmph karon tat manuhor homoi nai Amar eaat business joldi, dekhor kam kaj bad diya kunuba moribole holeu 40kmpl k jabo lagibo Montri gole kin2 rokhya nupuwake fali jai Luta luti kam thake j joldi niptabo lage Pesa hi pesa
Natun Govt Assam hol HBS Sir CM hol tarpisot kintu Pariborton ahise fine diok aru fine diok Helmet, Over Speed,Toll Gate, No Parking fine uprot amar Assam kon soliase niki Public mariase Govt.Petrol aru Diesel price Kotha nakoleu hobo
ভাল কথা speed over take কৰিলে ফাইন পিছে লিমিট ত গলেও ২০০০/- টকা দিব লাগিব নেকি? এতিয়া automatic car t speed record save hoi থাকে prove থাকিব কিন্তু যদি DTO য়ে এক্সট্ৰা OVER speed দেখাই ফাইন calan কাটে কোনটো শুদ্ধ হব জনাব। automatic car R speed ধৰিব নে DTO ৰ SPEEDO METER RECORD too ধৰিব ?
এইযা জি হৈছে ভালেই হৈছে।মজা মজা মজা
আগন্তুক দিনত সাধাৰণ জনতাৰ পৰা আদায় কৰা কৰৰ (টেক্স) ওপৰতে দেশ পৰিচালিত হব যেন অনুমান হয় ৷
চাইকেলখনৰ ওপৰত কেতিয়ালৈকে বা চালান লগাই😢
চিন্তাই হৈছে। 2024 লৈ বহু দিন বাকি........
তেতিয়ালৈকে উশাহ নিশাহ লৈকে চালান গৈ পাব যেন পাইছো।
কৃষ্ণ প্ৰভু তুমি কাৰ পাল্লাত দেশখন গতাই দিছা.....
Thela riksha solabole u lisenc lgibo. Rod tax dibo lgibo
এই আইন আমি মানিম কিন্তু আমাৰ লগতে মন্ত্ৰী এমেলে সকলেও মানিব লাগিব তেওঁ লোকৰ গাড়ীৰ ভিডি'অ ৰেকৰ্ড কৰিম আৰু যি জৰিমনা হব সেইয়া পৰিবহন বিভাগে ৰাজহুৱা কৰিব লাগিব
এয়াতকৈও আৰু দূৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰেনে! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত speedometer স্থাপন কৰাটো আদৰণীয় লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দীঘল দলং কেইখনত ইয়াক স্থাপন কৰাটো সমৰ্থন কৰোঁ । কিন্তু হোৱাই-নোহোৱাই 4 lane যুক্ত (express Highway)ত speedometer বোৰ বহুৱাই অযথা হাৰাশাস্তি কৰা আৰু জৰিমনা বিহাতো নিত্যান্তই চিন্তনীয় বিষয়। যদিহে চৰকাৰে দূৰ্ঘটনা প্ৰশমনৰ বাবে এনে পদক্ষেপ লৈছে, তেন্তে তাৰ আগতে প্ৰতিখন গাড়ীৰ চালকৰ নথি-পত্ৰ আৰু চালকৰ আসনত থকা সময়ত কিবা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰিছে নেকি তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালোঁ। অন্যথা ই বুমেৰাংৰ ৰূপ ল'ব পাৰে।
এইয়া জনতাৰ ওপৰত চৰকাৰে চলোৱা অত্যাচাৰ। কিমান লাগান ( কৰ ) দিব জনতাই। মানুহৰ কামাই নাই। কাম নোহোৱা হৈছে তাৰ পিছত আকৌ এনেকৈ যদি মাধমাৰ সোধাই জনতা কোন দিশে যাব। ৰাইজে এখন চৰকাৰ আনে ৰাইজৰ সুখৰ বাবে আৰু সেই চৰকাৰেই যদি দুখ দিবলৈ হয় কি কৰিব কলৈ যাব জনতা।
সকলো ধৰণেৰে ৰাইজৰ পৰা ধন সংগ্ৰহত নামিছে চৰকাৰ। অধিক বোজা কঢ়িওৱা অজুহাততো ২০০০০(বিছ হাজাৰ)ৰ পৰা ৯০০০০ (নব্বৈ হাজাৰ)পৰ্য্যন্ত বোজাই কৰা গাড়ীৰ ওপৰত জৰিমনা বিহি কোটিয়ে কোটিয়ে টকা সংগ্ৰহ কৰি ৰজা ঘৰৰ ভড়াল টনকিয়াল কৰিছে। আৰক্ষী আৰু পৰিবহন এই দুই বিভাগক এনেকৈ টকা সংগ্ৰহৰ লক্ষ (Target) বান্ধি দিছে বুলি শুনিলোঁ।
মহম্মদ বিন টোগলৰ ৰাজ্য।ধন্য ধন্য অসম চৰকাৰ।
লাহে লাহে গ'লে ও বিপদ জোৰে গ'লে ও বিপদ ।
Next election khomaiot vote nidile hol public hurresment dile 5 yrs pisot public results dibo
A, Moja Aeya 2 poribotan akou abar BJP Mama Modi sorkar 📢💃🙏
মন্ত্ৰীৰ কনভয়ৰ ক্ষেত্ৰত কিয় নিয়ম মনা নহয়।জনপৰতিনিধি সকলৰ এইবোৰৰ ক্ষেত্ৰত ভাৱিবলগীয়া একো নাই নেকি।যদিহে হাজাৰকোটিটকীয়া ফোৰলেন সাজে তেনতে গৰু গাড়ীৰ চিন্তা কিয়।জনতাক লুটাৰ ষড়যন্ত্ৰৰ বাদে উন্নতি ৰ কথা ভাৱক।
China logot pher maribo jai amar gangu tai sorkare
Chinat NH't 100kmph karon tat manuhor homoi nai
Amar eaat business joldi, dekhor kam kaj bad diya kunuba moribole holeu 40kmpl k jabo lagibo
Montri gole kin2 rokhya nupuwake fali jai
Luta luti kam thake j joldi niptabo lage
Pesa hi pesa
আজিকালিৰ কোন গাড়ী টপ গিয়েৰত ৪০ কিলোমিটাৰত চলে পৰিবহন বিভাগে জানিব দিলে ভাল হয়...
যি বুজা গৈছে speed লিমিট অতিক্ৰম নকৰোঁতেও জৰিমনা বিহিলে গতিকে চালান খন আমি কি বুলি গন্য কৰিম... Govt sponsored extortion notice নে Demand note????
অশান্তি কৰি দিছে,চৰকাৰে
কেলা ঘৰৰ পৰা এ নোলাও 10 বছৰ মান.... চালান ও নিদো...
Change the name from Highway to slow way, there is no need of Highway, no need of NHAI
চৰকাৰৰ ঠাঙুণ
Jodi kaziranga goi thakute kiba jontuye Pisa kore ,aru challanr voyot 20kmph jaute jodi poriyal tur kiba Hoi, tar responsibility kune Lobo.
Ji dekhisu Assam'r bahirot goi korbaat ghr bonabo lagibo 😎😎😎😎😎😎😎
Moiu tu bhabu maje maje
পথ কিমান ,, ভাল হল।।।
Sudir bhai sarkar
Gari nikibi vakai korilu, ha vogoban🙏🙏
আমি ইংৰাজ শাসনত থকাই ভাল আছিল ?
Vote for BJP again we are proud taxpayers
A mojja...ako ebar modi sorkar ,,
সাৱধান cycle চলোৱা বোৰ আৰু খোজ কঢ়া বোৰ।
Sonowal C m ketiya hob?👍 Komsokom ai paglami bilk dur hob.ki j fal2 nupuwa puwadi pale gadi
জহৰা চৰকাৰ এইখন
Nice
আমাৰ মন্ত্ৰীবোৰৰ বাবে বাবে একেই নিয়ম প্ৰযোজ্য হব নে ।
Hunadi i10 garir 4th aru 5th gear bikibo bisarisu....hadakhoi byok tiye DM juge juga jug karok.....4th gear rs 1 5th gear rs2..
Natun Govt Assam hol HBS Sir CM hol tarpisot kintu Pariborton ahise fine diok aru fine diok Helmet, Over Speed,Toll Gate, No Parking fine uprot amar Assam kon soliase niki Public mariase Govt.Petrol aru Diesel price Kotha nakoleu hobo
এইয়া ডকাইতি
Ako abar Modi Sarkar...bjp zindabad.
Hbs zindabad...
Moi futa koriu ata udibole nai Ji monjabo take koribni
Aru keman laga porebohon bebhagor porone basbelak beke deyok faintka base pabo
ভাল কথা speed over take কৰিলে ফাইন পিছে লিমিট ত গলেও ২০০০/- টকা দিব লাগিব নেকি? এতিয়া automatic car t speed record save hoi থাকে prove থাকিব কিন্তু যদি DTO য়ে এক্সট্ৰা OVER speed দেখাই ফাইন calan কাটে কোনটো শুদ্ধ হব জনাব। automatic car R speed ধৰিব নে DTO ৰ SPEEDO METER RECORD too ধৰিব ?
Atia gari kini lobh nai ,toll gate tax,speed fine
ৰাস্তাত থকা পুখুৰি কেইটা চিচি কেমেৰাত দেখিবনে সিঁহতে
অসমৰ চৰকাৰন অসমীয়া ৰাইজৰ ওপৰত
ভুতৰ ওপৰত দানহ পৰাদি পৰিছে। কিছুমান
পৰিয়ালৰ কাৰণে গাড়ী এখন বিলাসিতা নহয়।
এজন মানুহে গাড়ী এখন কিনোতে গাড়ী খনৰ
দামৰ উপৰিও আন বহুত টকা ভৰিব লাগে ।
প্ৰায়বোৰ গ্ৰাহকে গাড়ীখন লন লৈহে কিনে । গতিকে গাড়ীৰ লন মাৰোঁতেই বহুত টকা
যায় । তাৰ উপৰিও চৰকাৰক ভালেমান টকা
দিব লাগিব। road tax, registration tax, driving licence ৰ tax petrol কিনোতে tax,
গাড়ীখন parts কিনোতে tax, ,গাড়ীখন insurance tax, ,গাড়ীখন ৰ servicng tax
pollution tax । এই সোপা taxৰ উপৰিও আৰু
কিছুমান tax ,GST বছৰে বছৰে দিওঁতেই গাড়ীখনৰ মালিকৰ কপালৰ ঘাম মাটিত পৰে। মই ইয়াত ধনী মানুহৰ কখা কোৱা নাই।
এনেবোৰ tax দিয়াৰ পিছতো আমাৰ গাড়ীখন চৰকাৰী ৰাষ্টাত গাড়ীখন চলাবৰ
অধিকাৰ নাই। road tax তেনেহলে কিয় লব
লাগে । এইয়াই আমাৰ জনকল্যাণ চৰকাৰৰ
( জনকল্যাণ বিৰোধী) চৰকাৰৰ নমুনা?
Kam ata Kora val car xomuh sokarok de hero 🚲 akhon roi 1h 20km jaboi palim aru ga2u val hoi thakiboi
Axom ejoni khiroti gai buli enai zujona asil neki....
Foreign countryt high speed n slow speed lane thake ammar yeat kot, sob full paagol hoise dekh progotir pothot
আৰু কি কি লাগিব চৰকাৰে লিস্ত এখন বনাই ঘৰে ঘৰে দি দিলে আমাৰ কস্ত তো কম হব আৰু চৰকাৰৰ ও সহজ হব
Aaru ki ki system ot tax lobo pari...montri bure rati vabi vabi khoi thake....
Cycle r গতিবেগ কিমান কৰিছে বাৰু। কি থাৰ্ডক্লাছ নিয়ম এইখন চৰকাৰৰ। ঠুই চালা পৰিবহন মন্ত্ৰী । সিহঁতৰ বাপেকৰ পইচাৰে কিনা বুলি ভাবে নেকি
Ki Kariba sarkarak review laga Aiya Lara rajar hakhan , nahalanu kanaka salaba rajya
ৰাজপথত খোজ কা৯
rendi sarkar,boinakoksuda
Fal2 Sarkar aikhon
এই খন চৰকাৰ আৰু কেতিয়াও নালাগে বকা suda চৰকাৰ দম আছে যদি মোৰ ঘৰত পইচা নিব আহিবি কাটি পিছ পিছ কৰিম
britisei vall
How Transport deptt know your m/ number ?
Aha election ot raiz a govt or challan katile hol
Agote pukhurisadhik gatbur bonai louk.
Vat.kiman.Miniuts.khabo.Lagibo.notice.Pale.dibole.Val.hobo.karon.Sorkaror.Lengta.hol.toka.Lage.Party.khabole
ধুই কিলা nathaku a ja Assam ot
বি.জে. পি ভাল কাম এ কৰি আছে ।
মই ভাল পাইছো। আকৌ এবাৰ মামা জিন্দাবাদ।
A, Moja 🔥
4 line goru gari salabo bonise kela
Himonto topa murot aku dal ni...
Ambulance 🚑loi jabo lagibo etia r pora.
Aakou abaar Modi Sorkar ?? Atiya gom paalene ??? Petrol , Disel , rondhon gass r daame jola kola khuwaise , tool gate aasei , taatei aakou poribohon bibhagor ai xontrash ?? Maanuh kot more morok ?? Sorkar dokait buli kobo paari .
Iman tax kio lage sarkaarok
Atche din.....!!!!
Eman sinta raaijor karone..poisa khua onko..
G mon jai taka korebo loisa ai Sorkar khon a.....
St montri gitar gari speed jabi aru kela ami lahe lahe jam.... Bal bjp st
This is completely a type of looting money of public or we can also call it a noble robbery.
Pagole banowa niyam ami manibo lagibo
এইটো ঠিক হোৱা নাই