Sunday Special | বেলেগ একো নকওঁ ১২ মিনিটৰ video চাওঁকছোন?বছৰ ধৰি খাই থাকিব পৰা বিশেষ জুতি
ฝัง
- เผยแพร่เมื่อ 10 ก.ค. 2021
- #Assamesepicklerecipe #Taruphukan #Assam
_____________
Three types of Recipe
1) Fermented bamboo shoot
2)Bhoot jolokia pickle
3)Fermented bamboo shoot pickle
১) বাঁহগাজৰ খৰিচা বনোৱা পদ্ধতি
২) ভূত জলকীয়াৰ আচাৰ
৩) খৰিচাৰ আচাৰ
--------------------------------------------
Pickle Spices / pickle masala
Methi - 1 tsp
jeera -- 1 tsp
coriander seeds -- 1 tsp
fennel seeds - 2 tsp
black mustard - 1 tsp
white mustard -1/2 cup
Bhoot jolokia
Ajwain - 1 tsp
__________________________
আগতে দিয়া খৰিচা ৰেচিপি লিংক 👇
1) A-z 👉 • Sunday Special | বেলেগ...
2) • Fermenting Bamboo shoo...
3) • Two ways of fermenting...
4) • খৰিচা প্ৰস্তুত পদ্ধতি ...
__________________________
Music credit : Thanks for C Music House ❤️💚
নিজৰ বাঁহী ,পেপা,ঢোলৰ সুৰে সদায়ে মুগ্ধ কৰে |আজি প্ৰথম ব্যৱহাৰ কৰিলো…ধন্যবাদ C Music House
🙏 তৰু বাইদেউ ।মই বহুত খিনি ৰন্ধন প্ৰণালী আপোনাৰ পৰা শিকিছো।মোৰ দৃষ্টিত তৰু বাইদেউ এটা BRAND. ভবিষ্যতে আপোনাৰ পৰা আৰু আমি শিকিম।
Thanku for your amazing recipe. I will try
Bahut xundor hoise
অতি সুন্দৰ আৰু সহজ ৰেচিপি। বৰ ভাল লাগিল বাইদেউ
Baideu bisari asilu aeibidh recipe... thanks a lot 🙏🙏
Thank u baidew, eman dhuniya khorisa achar recipe diar babe
Val laga aapunar recipe bilak.tips bilak uoju.
বৰ ভাল লাগে খৰিচাৰ আচাৰ খাই । বৰ সুন্দৰকৈ বনাইছে ❤️
Bah gaj r asar bonalu , bohut bohut dhoinyobad. Apunar pora Sai bonuwa asar khai muk bohut prasankha korise . Sobe bohut val paise khai.
বৰ সুন্দৰ হৈছে লোভনীয় ।
Luvoniyo hoise😋😋👌👌👌
খুবেই ধুনীয়া হৈছে।মই আপোনাৰ দৰেই বনাইছিলো বৰ ভাল হৈছিল।খৰিছাও বনাই থৈছো।
সহজে বজাব পৰাকৈ সম্পূৰ্ণ পদ্ধতি বিচাৰি আছিলোঁ বাইদেউ সঁচাকৈ বহুত উপকৃত হলো তিনিবিধ আচাৰে ভাল লাগিল 👍🏻
Dhuniya hoise baideu.
Mojaa
বহুত ভাল লাগিল দেই বাইদেউ ।ধন্যবাদ।
Bahut val lagil❤❤
লোভনীয়😋
অতি সুন্দৰ
আপোনাৰ রেচেপিবোরসচাইবহুতভালধন্যবাদ
সুন্দৰ 😘
ধুনীয়া লাগিল
ধুনীয়া হৈছে বা
Thank you baideu eman dhuniya k dekhai diya babe
বৰ ধুনীয়াকৈ বনাই দেখুৱাইছে বাইদেউ ॥নিশ্চয় বনাম
বাহগাজৰ আচাৰ বনোবা সহজ উপায় পালো সুব ভাল লাগিল❤❤
Bor hundor huad loga asar bonala baido❤🎉❤🎉
Hundar recipe ❤❤
Bhut val lagil baidew..
বহুত ধুনীয়া বাইদেউ
Bohut val lagil bonab lagib
সুন্দৰ। বহুত ধন্যবাদ
Apunar ....bonua bur sob val lage...specially special hoi mur krne....khub xundor ke sincere ke kore ...kambur...👌
ধুনীয়া হৈছে
বৰ ধুনীয়া আছাৰ বাইদেউ
Bohut bhal lagil baideu
Xunder huisa
Val lagil ❤️❤️❤️ Thanks
Khub vl lagil baido
বহু ভাল লাগিল বাইদেউ
আপোনাৰ পদ্ধতিৰে মই বাঁহৰ গাজৰ খৰিচাখিনি বনালো।বৰ ধুনীয়াকৈ তেঙা হৈছে। এতিয়া ভোট জলকীয়া দিয়া আচাৰ টো বনাম বুলি ভাবিছো। আপোনাৰ ৰেচিপিৰ পৰা মই বহুটো উপকৃত হৈছো। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ বাইদেউ।
উফ , কি যে সুন্দৰ হৈছে , সঁচা এ আপোনাৰ হাতৰ যাদু 🙏 । বৰ ভাল লাগিল । আপোনাৰ ষ্টাইল ত বনাব লাগিব খৰিচাৰ আচাৰ ।
Bohut vl lagil v d o tu sai,aponer xakolu bur recipe ai mor khub vl lage.xai dore moi u bonao ketiyaba.khaboloi bes tasty hoi.
Baideu apunar vdo sai bohu khini xikibo parisu❤❤
Bahut dhunia hoise Baidew
Majja lagila baidew
Thank you Bohut Bhal lagil
Wao..........
Bohut val lagil baideu
Bhal lagise ba
Vdo2 sai bor vl lgil aunty
ধুনীয়া লাগিছে
Great👍👍👍
ভাল লাগিল।
😋😋
🌹
Val lagil ba 💖
দুয়ো বিধ আছাৰেই ভাল লাগিছে আৰু দেখিবলৈ ও ধুনীয়া লাগিছে।আপোনি দেখুৱাই দিয়া খাৰলি কোমোৰা কালি বনাই খাইছিলো সছাকৈয়ে বৰ সোৱাদ হৈছিল আৰু চুজিৰ লাৰু ও বনাই খালো এইবোৰ শিকাই দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালো।
👍👍👍
Very nice, thank you so much
Mur maa ye bnaise..khaboloi bhut vl lge😋
বাইদেউ বৰ ভাল লাগিল
খুবেই ধুনীয়া হৈছে বহুতভাল লাগিল আপোনাৰ পৰামৰ্শ পায় আমি উপকৃৎ হলো
বহুত বহুত ধন্যবাদ, বহুত ধুনীয়া হৈছে
ধন্যবাদ
Bohut Val lagil mam
বৰ লোভ লাগিছে
👌👌👌😍😋
Val lagil baa.
Bohut dhunia bonaise.val lagil
Thanks a lot ❤️
Mem sahab bohut val lagil ok thanks 👍👍👍 mem sahab
Thanks a lot Bhai sahab
সঁচাকৈ বাইদেউ বহুত ভাল লাগিল।আপোনাৰ দৰেই বনাব লাগিব।
bhal lagil apunar vedio t sai🎉
ধন্যবাদ
Val lagil
Val lagil baidew apunar video
মৰম সহ ধন্যবাদ ❤️
ভাল লাগিছে
Bonaboloi try korem
Bohut val lagil
ধন্যবাদ
Madam, thanks for exhibiting the process of homemade delicious pickle.
Most welcome...
Thank you so much 🌹
Mojja
👍👍
Baidew khau khau lagise.
বহুত ধুনীয়া
ধুনীয়া হৈছে বাইদেও
বৰ ধুনীয়া লাগিছে বা, ৰঙেছঙে দেখি ভাল লাগিছে।
Val lagil baa
বহুত দিনলৈ থব পৰাকৈ বাঁহ গাজৰ এনেধৰণৰ recipe বিচাৰি আছিলোঁ।সহজসৰলকৈ video টো দিয়াত বৰ উপকৃত হওঁ আমিবোৰ।❤️
Bor bhal lagil🙏
বৰ ভাল লাগিল।
মৰম সহ ধন্যবাদ ❤️
❤khuri apunak Bor Val lage
মই বনালো আচাৰ কাইবিধ বাইদেউ, খাবলৈ বহুত ভাল লাগিল।
Nice 👍
ভিডিঅ'টো চাই বহুত উপকৃত হ'লো ❤️
আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগিল
ধন্যবাদ
Very nice
Bhal lagel.
তৰু বাইদেউ আপোনি বনোৱা দৰেই ময়ু বনাই চাম বহুত ভাল লাগে আপোনাৰ ভিডিঅ চাই ❤😊
ধন্যবাদ বাইদেউ ৷
মই আপোনাৰ আগৰ ভিডিও চাই খৰিচাৰ আচাৰ বনাব লৈছিলোৱেই ৷ কি যে আচৰিত, ভাবোতেই আপুনি আজি তাকো এইখিনি সময়ত খৰিচা আচাৰৰ ৰেচিপিটো দিলে ৷ নোটিফিকেচনটো দেখিয়ে আচৰিত হলো আজি ৷ কি বুলি যে ধন্যবাদ জনাম আপোনাক ৷ 🙏
👌👌👌👌
👌👌👌
মোক খা মোক খা কৰিছে😍
Bor vhal lagil sai
👍🏼👍🏼