খৰিচা প্ৰস্তুত পদ্ধতি | কি কৰিলে খৰিচা বগা চক্ চকীয়া হৈ থাকে বছৰটোলৈ | Assamese khorisa recipe
ฝัง
- เผยแพร่เมื่อ 18 ก.ค. 2019
- #Taruphukan
নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত
তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি
ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে ।
থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে TH-cam CHANNELটো খুলিলো ।
#মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
…………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#অসমৰ ৰাইজ তথা TH-cam lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।
মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।
Val lagil sai
Val lagil 👍
Video2 sai vl lagil
বহুত ভাল লাগিল। ধন্যবাদ। কুশলে থাকক।
বহুত ভাল লাগিল। ধন্যবাদ।
বৰ ভাল লাগিল
অতি সুন্দৰ
Khorisa banuar jitu padhati kale khasake bahut bhal lagise, Bahut bahut Dhanyabat.
Very beautiful tips,, thank u
মৰম সহ ধন্যবাদ ❤️
ভাল লাগিলে ৰেচিপি টো।
ধন্যবাদ 🌼
ভাল লাগিল বাইদেউ ,ইমান সুন্দৰ কৈ আপুনি বুজাই দিয়ে সচাই ভাল লাগে
ধন্যবাদ
Val lagil ba
ভাল লাগিল বাইদেউ কথা খিনি জানিব পাৰি। আপোনাৰ ভিডিঅ' বোৰ চাও বনাব পৰাখিনি বনাও। আজি বাহগাজ দুটা ম ই ও ৰুকনিৰে পিহি পানী দি থৈছো।
পানী নিদিয়াকৈও থ'বা …অলপ হালধি দি থ'লেও বঢ়িয়া হয়
Apunar hokolu upokoronai Val Lage.thanx
My pleasure... thank u so much🌸❤
Val lagil
বৰ ধুনীয়া কৈ দেখালে ভাল লাগিল
Thanks ❤
আপোনাৰ ৰেছিপি সদায় সুন্দৰ।
ধন্যবাদ
Thnks u so much baa .Mur rqust rokha babe
সঁচাকৈয়ে তোমাৰ বাবে দিলো…মোৰ বহুত আছেই……কিবা অসুবিধা হ'লে ক'বা
@@TaruPhukan thnks u so much baa .apuner poti2 recipe Moi bonai sau .frndr lgt shr koru .val Lage Mur apuner vedoi Sai .nojona kotha hikib Pau bohut .agoloiu aidore vedoi di thakib baa
Vl lagise deii ba.....
Hoi
সুন্দৰ
Thanks ❤️
Nice
Taru baideu, thanks for kharisa, kardoi aasar banowa video dib,
দিম বাৰু
আপোনাৰ খৰিছা বনোৱা পদ্ধতি শিকিলোঁ ধন্যবাদ
Thanks
Val lagil. Moi enedorei thoisu eibar.
হয় নেকি ? বহুদিনলৈ ভাল হৈ থাকিব
Nice pic
Thanku mam.
ভাল লাগিল
Thanks ❣️
sundar Run baba.
ধন্যবাদ
Good
Aponar sakalo bor video Val lage
Hoi neki.... Thank u so much
Apunar pora bohut bostu xikilu logote bonaboloi utsah palu. Dhanyabad..
মৰম দিলো 💗
বৰ ভাল লাগিল বাইদেউ ৷ খৰিচা বনাবলৈ লৈ আপোনাৰ ভিডিঅ’টো চাই লৈছোঁ ৷
Mam...hukan khorisa ru gahori bonabo soon ,Bor tasty hoi.khorisa aru fish boil khbo Bor taste hoi..mur maie bonai Bor vl lge..n nice video.
বনাওঁ……মাজে মাজে……জানি ভাল লাগিল। ধন্যবাদ তোমালৈ
Your always welcome
কিছুমানে ঠেকেৰা দিয়ে যে কিয় বাৰু? বহুত ভাল লাগিল ,আপোনাৰ বাহ গাজ বনোৱা পদ্ধতি । ধন্যবাদ।
দুবিধ টেঙা একেলগে দিয়ে জানো…মই বটলে বটলে খৰিচা থওঁ…কেতিয়াও থেকেৰা দিয়া নাই,,,আৰু দুটামান সুন্দৰ পদ্ধতি দিম বাৰু
Apunar khorisha bonuwa niyom sai bhal lagil khorishar upokarita jonabo sun
জুতি বহুত
Oh
💗
🙏🙏🙏
Hi ur new subscriber
বাইদেউ আপোনাৰ ভিডিঅ এবাৰ ছাই পূণৰ আকৌ ছাইছো ৷ কাৰণ কৰি ছা তিনিদিন ৰ৷খি মাছৰ লগত খাইছো ৷ এনেকৈ বটলত ৰ৷খি থোৱ৷ নাছিলো ৷ আপোনাৰ পৰ৷ আজি ভালদৰে শিকিলো ৷ এবছৰ পাছত খাবলৈ ৷ ভাল লাগিল ৷ বহুত কথাই শিকিলো ৷
বহুত পদ্ধতি আছে…বছৰ বছৰ ধৰি থ'ব পাৰি সকলো পদ্ধতি লাহে লাহে আনিম
Vl lagil ba aji bonam .Apunar recipe sai lolu.....jolokiya keneke salt di thoi recipe tu dibo ba
Nischoi 💕
Agi moiu ata ani thoisu rod naia .anke thoi dim vbisu ...... apunr video bur hosai bht val eat bisarilai sb pai jau moi....
হয়…থ'বা …বছৰটোলৈ পাৰিবা
Val lagil. Aapuni eman easy ke bujaise.
Thanks ❣️
ভাল লাগিল বাইদেউ।পানীত থোৱা গাজখিনি বছৰটো পানীতে থৈ দিয়ে নেকি জনাবছোন
Bht val lgil vdo 2 baideu..... panikhini chng kriba lgiba nki
নেলাগে…বহুত ধন্যবাদ ও স্বাগতম 💟
নতুনকৈ খৰিছা বনোৱা পতধতি টো শিকিলো ।বাহৰ গাজ বিছাৰিব লাগিব বাইদেউ। বনখলে আপোনাক জনাম
Sabji bnaichilu iman theeta.apun jonaba bhal Kai .
Baideu hukan khorisar lgt hahor mankhor recipe ata dibosun
হাঁহ ওলাব লাগিব…বজাৰ নাই নহয়…আমাৰ ফালে …শনি ,দেওবাৰ লকডাউন
Apunar protitu video saai bohut bur kotha hikibo parisu..
মৰম দিলো
Oti khundor baa moiu bawhotia
অ,,,হয় নেকি
Baideu hukan khorisa aru hah mangkho kenekoi bonai apuni ata video bonabosun please
আছে নেকি video
Gao anchalor manuh bur r r rukoni nathake nki baideu..!
Moi asom r pora anichilu flight r pora anichilu karicha.aru ki hoi aitu hudichil air Porto .kintu anar poor palai dilu theetar . Jonyo .
Asar kenekoi banai kabasun
নিশ্চয়
Teeteka bhaw tu lage ki
বছৰটোলৈ থ'লে ফ্ৰীজত থব লাগিব নেকি।
নেলাগে…এনেদৰে থাকে
Moi Arunachal or pora ansilu jua bosor ruka bahor gaj.botolor hoite.atya abosor hol Achar bonabo parimne baideu plz jonabo
পাৰিব …ভাল হৈ আছে যদি ।ন'হলে শুকান খৰিচাও বনাব পাৰিব।
@@TaruPhukan dekhat tu bhal hoi thoka Jen a lagise .Pani kintu pura full nasil adhahe asil.moi gom pua nasilu full thakibo Lage buli.thnks apuni jonuar babe
একো নহয় …এনেদৰেও থ'বও পাৰি পানী নিদিয়াকৈ…আৰামত বনাই খাওক…ভোট জলকীয়া,সৰিয়হৰে…
Thnk u baideu
বাইদেউ খৰিছাবোৰ কলা হৈ যায় ,কিয় বাৰু
এনেদৰে থৈ চাবাচোন
Moi eruai ana dighal bah gaj loi ani korisilu , drinking water diar pasoto alop yellowist hoise kio baru?
Hip
Teteli Hongrakhon podhatito diba sun
অ,,,
খৰিচাৰ তৰকাৰিৰ ৰেচিপী দিব বাইদেউ
Nischoi
Baidou kesa koi kanakai 1yr mn rakhibo prai... Plz reply
বেচি দিনহে থাকিব…আৰামত…
@@TaruPhukan thq
Vador mahot nowari neki baideu
ধন্যবাদ। তেন্তে আচাৰ কেনেকৈ বনাম? জনাবচোন।
Nischoi
Baa moi glass bottle t vorai thuat jar tu crack hoi gol pisdina khan kyo hol baru anekua?
বটলটো ফটা আছিল কিজানি…
Baa bozarot pua jikunu bah gajor a bonabo pari ne?
খৰিচা ত আমি ঠেকেৰা দি থ ও।শাহু কৈছিল শুকান কৈয়ো খৰিচা থব পাৰি তেওঁ মোক শিকাই দিছিল। ৰঙটো পিচে কলা হয়।
অ' শুকান খৰিচা…প্ৰথমে এনেদৰে থ'বই লাগিব …পিছতহে শুকান বা আচাৰ বনাব পাৰি
Baidew plastic or botolot thola bea hbo nki
অলপ ক'লা পৰিব কিজানি
হাহঁৰ লগত কেনেকৈ বনাই খাই দিবছোন
দিব লাগিব
বাইদেউ, বাঁহ গাজ খিনি ৰ'দত দিওঁতে সাফৰ খুলি দিব লাগিবনেকি জনাবচোন।
ৰ'দত দিব নেলাগে …খৰিচা ৰ'দত নিদিলেও হয়…আচাৰ বনালেহে ৰ'দত দিওঁ
প্লাষ্টিকৰ বটলত ভৰাই থ'ব পাৰিনে?
চিচাৰৰ হ'লে বেচি ভাল
Gajot pani nidileu gajor porai pani ulai dekhun 4 din manr pisot
আচাৰৰ ৰেচিপি দিবচোন খৰিছাৰ
দিম বাৰু
Asar diba
নিশ্চয়
Plastic r boiyam t thole beya hbo nki
আচলতে আইনাৰ বটলত থ'লে বেচি ভাল…ন'হলে মাটিৰ টেকেলি
@@TaruPhukan Hoi nki thank you, mr j etiya ni ji kta asle asar thuwa hol apuni dangor kasor bottle kta kor pora loise
Pani khini change kribo lage nki
নেলাগে…
@@TaruPhukan thank you
এটা কথা জনাবনে? খৰিছা খিনি টেঙা হোৱাৰ পিছত শুকান কৈ চেপি থব লাগে নে পানীৰে সৈতে যেনেকৈ আছে তেনেকৈ য়ে থব লাগে? জনাব চোন। উপকৃত হম
পানীৰে সৈতে থৈ দিবা…যিকোনো টেঙা আঞ্জা খৰিচাৰে বনালে তাৰ পানীও দিব পাৰা…ভাল হয়
বাইদেউ খৰিচাৰ লগত কি কি দি থব লাগে?
খৰিচা…খৰিচাৰে…টেঙা হোৱা পিছতহে আচাৰ বনাব পাৰি
নহয় মানে খৰিচাখিনিত কেৱল পানী দি থলেই হব নে আৰু কিবা দিব লাগিব?
পানী বা নিদিয়াকৈ
@@TaruPhukan বুজি নাপালো।
Baideo moi thoisu, kintu bor val hua nai. Plastic bottle hua babe hoise neki. Janabo Sun Baideo.
শুকান চিচাৰ বটল ল'বা………মই বহুত বছৰ থোৱা পিছতো বেয়া নহয়……গাজটো ভালদৰে চাফা কৰি ল'বা ……কি হ'ল বাৰু ?কেনেকুৱা হৈছে ?? পানী ক'লা পৰে নেকি ?
পানী নহয়, গাজ খিনিহে অলপ কলা পৰি গৈছে.
👌👍🙏..mok je abotol gift dibo dei..🤗
সঁচাকৈয়ে পঠিয়াম…সম্পূৰ্ণ ঠিকনা দিবা ❤
🤗🤩
No m in
Reply plz
খৰিছা আছাৰ কেনেকৈ বনাই
দিম ৰ'বা
Pani khini pelai dibo lge ne pisot
আজি এটা দিছো চাবা…
পেলাই নিদিবা…টেঙা হৈ যায়…মাছৰ টেঙা ভাল হয়
@@TaruPhukan baideu recipe link Tu please dibo....
Baideu fridge t thobo lage niki 3 / 4 din pist
Nimakh dibo nalage neki
নেলাগে
Baideu khrisat ami pani di nthou.tnke thoi ne.Ami khudunat khundi haldhi hani boiamt vorai thou nije pani khrisar pra ulai
হয় …মইও বহুভাগে থওঁ…হালধি দি কৰিলে বেচিকৈ আচাৰ বনাওঁ…
Pani di thua khinit nimokh dib nalage neki jonab sun
নেলাগে…
Baido..moi abar bonaisilo..kitu kiba hol ..tita lagise 😬
Kio hol jane jodi reply dib sun
এনে মাহত খৰিচা বনালে তিতা ভাৱ এটা থাকে…
@@TaruPhukan
Oooo ..thank you very much
Val lagil 👍
Thanks