পাকঘৰত কি বস্তু থাকিলে হঠাৎ অহা আলহী বা নিজৰ পৰিয়ালক ১৫ মিনিটতে তেল নিদিয়াকৈ এনে কেক বনাব দিব পাৰি

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • #Riceflourcake #Nooil #noegg #Taruphukan
    #আহিব মোৰ চেনেললৈ |সহজ ৰেচিপি পাব |মাথো আপোনালোকৰ বাবে …কোনো জটিলতা নাই
    Ingredients-
    Rice flour -1/2 bowl
    sugar -11/2 tbsp
    baking powder
    baking soda} 1/2 tbsp
    liquid milk-

ความคิดเห็น • 482

  • @rashmikonwar122
    @rashmikonwar122 4 หลายเดือนก่อน +10

    আপোনাৰ ৰেচিপি বোৰ বহুত ভাল লাগে।ঘৰত থকা কেইটামান বস্তুৱেই ইমান ধুনীয়া কৈ বনাই আৰু আপোনাৰ কথাবোৰ বহুত ভাল লাগে

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +3

      কুশল কামনা কৰা লগতে মৰম সহ ধন্যবাদ ❤️

    • @jonalijona3620
      @jonalijona3620 4 หลายเดือนก่อน

      mo sapat koriba

    • @SaralaDeka-vy6cj
      @SaralaDeka-vy6cj 3 หลายเดือนก่อน

      2w2t2​@@TaruPhukan

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley หลายเดือนก่อน

    অতি সুন্দৰ ৰেচিপি!❤

  • @ainubaruah5119
    @ainubaruah5119 2 หลายเดือนก่อน +2

    ভাল লাগিল বনাই খাই চাম

  • @kananbaruah2855
    @kananbaruah2855 3 หลายเดือนก่อน +1

    অতি সুন্দৰ ৰেচিপি

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      Thanks a lot ❤️

  • @mrinalitamuli1502
    @mrinalitamuli1502 4 หลายเดือนก่อน +6

    ভাল লাগিল সহজে বনাব পৰা ৰেচিপী

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @GitanjaliBhuyan-bt2fh
    @GitanjaliBhuyan-bt2fh 3 หลายเดือนก่อน

    বহুত ধন্যবাদ সুন্দৰ ৰেছেপি এটা দিয়া বাবে বাইদেউ

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      Welcome ❤️🌹

  • @hemalatadevi6210
    @hemalatadevi6210 4 หลายเดือนก่อน +2

    বহুত দিনৰ বিৰতিৰ অন্তত আপোনাৰ প্ৰত্যাবৰ্তনে মনত আনন্দ দিছে । ৰেচিপি বোৰৰ সহজ-সৰল বাখ্যাৰ বাবে আপুনি অনন্য।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      কুশল কামনা কৰা লগতে মৰম সহ ধন্যবাদ ❤️

  • @rajashreethakuria2894
    @rajashreethakuria2894 4 หลายเดือนก่อน +3

    আপোনাৰ মনটো যেনেকুৱা সুন্দৰ, তেনেদৰে আপুনি বনোৱা প্রতি টো বস্তু নেই সুন্দৰ ❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @minudutta3992
    @minudutta3992 2 หลายเดือนก่อน

    সুন্দৰ ৷🎉🎉

  • @ManalishaBorah-m8c
    @ManalishaBorah-m8c 4 หลายเดือนก่อน +1

    বহুত ধুনীয়া হৈছে ৷ সকলোৱে বনাবলৈ সুবিধা হব ৷

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @RinkumaniRoy-d7y
    @RinkumaniRoy-d7y 15 วันที่ผ่านมา

    Val lagil ba.moi o bonay sabo lagibo.sestha kori bohut val paw

  • @nirmalidevi7389
    @nirmalidevi7389 2 หลายเดือนก่อน

    বহু ধুনীয়া লাগিছে বা মই বনাই খাম

    • @TaruPhukan
      @TaruPhukan  2 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @bontidevi1211
    @bontidevi1211 4 หลายเดือนก่อน +1

    সহজতে বনাব পৰা পিঠাগুৰিৰ কেকটো ৷ বৰ ভাল লাগিল দেখি

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @Lavi-q8m
    @Lavi-q8m 2 หลายเดือนก่อน

    ইমান সুন্দৰ বা

  • @porinitaburagohain982
    @porinitaburagohain982 4 หลายเดือนก่อน

    ইমান সহজ উপায় সময়ো কম লাগে বনাবলৈ বস্তু ও বেছি নালাগে ।লগতে স্বাস্থ্যৰ উপযোগী । বাইদেউ বহুত বহুত ধন্যবাদ আপোনাক। ❤❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pallavidehingia6207
    @pallavidehingia6207 3 หลายเดือนก่อน

    সুন্দৰ ৰেচিপি বাইদেউ 🥰

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ

  • @GitanjaliDevi-w1g
    @GitanjaliDevi-w1g 3 หลายเดือนก่อน

    আপোনাৰ ঘৰুৱা ৰেচিপি বোৰ ভাল লগে

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @Archanadeka166
    @Archanadeka166 3 หลายเดือนก่อน

    আপোনাৰ ৰেচিপি বোৰ বহুত ভাল লাগে ❤❤❤❤

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @kabitagogoi1385
    @kabitagogoi1385 4 หลายเดือนก่อน

    সুন্দৰ ,সহজ ৰেচিপি ।বনাব লাগিব তৰু বা

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @madhuhandique7633
    @madhuhandique7633 4 หลายเดือนก่อน

    খুব সুন্দৰ। ভাল লাগিল। নিশ্চয় বনাই খাম।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @purabigogoi344
    @purabigogoi344 3 หลายเดือนก่อน

    সুন্দৰ হৈছে ।

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @sumusfoodgallery5423
    @sumusfoodgallery5423 4 หลายเดือนก่อน +2

    বহুত ধুনীয়া ৰেচিপী বাইদেউ। বহুত ভাল লাগিল ❤👍

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @ranudevimorang9103
    @ranudevimorang9103 4 หลายเดือนก่อน

    ৰেচিপিটো ভাল লাগিল ৷

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @purnimadutta7735
    @purnimadutta7735 4 หลายเดือนก่อน

    আপোনাৰ ৰেচিপি বিলাক বৰ ভাল লাগে।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @nibeditagogoi674
    @nibeditagogoi674 4 หลายเดือนก่อน

    বহু দিনৰ মূৰত দেখিবলৈ পালো। বৰ সহজ আৰু সুন্দৰ এটা কেক তৈয়াৰ কৰি দেখুৱালে।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @champagogoi3913
    @champagogoi3913 4 หลายเดือนก่อน

    ইমান সুন্দৰ সহজ ৰেচিপি ভাল লাগিল বাইদেউ 💕

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @karunaborah7212
    @karunaborah7212 2 หลายเดือนก่อน

    সুন্দৰ সুন্দৰ

    • @TaruPhukan
      @TaruPhukan  2 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @trishnaregon8620
    @trishnaregon8620 4 หลายเดือนก่อน

    বহুত দিনৰ পিছত আপোনাৰ ৰেচিপি পালোঁ।ভাল লাগে : আপোনাৰ সহজ আৰু ঘৰুৱা বস্তুৰে বনাব পৰা ৰেচিপি

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pinakibhuyan3550
    @pinakibhuyan3550 4 หลายเดือนก่อน

    বৰ ধুনীয়া হৈছে৷

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @MonikaChetia-ls1km
    @MonikaChetia-ls1km 4 หลายเดือนก่อน

    ভাল লাগিল ৰেচিপি টো ❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @kusumsaikia1536
    @kusumsaikia1536 4 หลายเดือนก่อน

    বৰ সহজ আৰু সুন্দৰ বাইদেউ। ভাল লাগিল।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @rumabhagawati4247
    @rumabhagawati4247 4 หลายเดือนก่อน

    বৰ ধুনীয়া হৈছে বাইদেউ ময়ো আপোনাৰ ৰেচিপিবোৰ চাই কিনে বনাই থাকু ভাল লাগে

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @laxmirajkhowa9822
    @laxmirajkhowa9822 3 หลายเดือนก่อน

    বাইদেউ বহুত ধুনীয়া হৈছে বনাব লাগিব❤

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      নিশ্চয় …মৰম সহ ধন্যবাদ ❤️

  • @aradhyakalita4573
    @aradhyakalita4573 4 หลายเดือนก่อน

    বৰ ধুনীয়া। বনাই চাম

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 4 หลายเดือนก่อน

    ইমান ধুনীয়া ৰেচিপি।বহুত ভাল লাগিল।❤❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @mallikakalita3324
    @mallikakalita3324 3 หลายเดือนก่อน

    আপোনাৰ ৰেচিপি বোৰ চাই বৰ ভাল লাগে বাইদেউ। ইমান সহজতেই বনাই দেখাই। আপোনাৰ হাতত সোৱাদ ল'বলৈ এদিন যাব লাগিব।

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      আহিবা আহিবা…মৰম সহ ধন্যবাদ ❤️

  • @BornaliDevi-d3p
    @BornaliDevi-d3p หลายเดือนก่อน +1

    Dekhutei yammi lagise dei baideu

  • @dhritirajbhattacharjya4821
    @dhritirajbhattacharjya4821 3 หลายเดือนก่อน

    খুবেই সুন্দৰ বাইদেউ

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ

  • @nanditasharma1810
    @nanditasharma1810 4 หลายเดือนก่อน +2

    বৰ সুন্দৰ হৈছে বাইদেউ। আজি আবেলি চাহৰ লগত চেষ্টা কৰিম😊

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

    • @nanditasharma1810
      @nanditasharma1810 4 หลายเดือนก่อน

      @@TaruPhukan bonalu baidew .khub Val hol.thank you 🙏❤️

  • @animakapathak1790
    @animakapathak1790 4 หลายเดือนก่อน

    বৰ ধুনীয়া হৈছে cake tu

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @AbhilashBora-n5k
    @AbhilashBora-n5k หลายเดือนก่อน

    Vari nice

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 4 หลายเดือนก่อน

    ভাল লাগিল বনাই খাব লাগিব,ধন্যবাদ বাইদেউ শিকাই দিয়া বাবে❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @tutumonitalukdar6808
    @tutumonitalukdar6808 4 หลายเดือนก่อน

    বহুত ধুনীয়া হৈছে বনাই খাব লাগিব ❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @nbassam-hg9rq
    @nbassam-hg9rq 4 หลายเดือนก่อน +1

    Nice sharing ba ❤❤ bhut hundar video agbohala, hundar podhotire Hundar ru testy recipe postut krila vllgil dai ❤️❤️ Big like Full support

    • @SantanuDutta55
      @SantanuDutta55 4 หลายเดือนก่อน

      মজা বন্ধু

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      ধন্যবাদ দুয়োলৈ

    • @SantanuDutta55
      @SantanuDutta55 4 หลายเดือนก่อน

      @@TaruPhukan muru channel to video sabo olp hohai dibo

  • @RBorah-bu5gy
    @RBorah-bu5gy 4 หลายเดือนก่อน

    অতি সুন্দৰ হৈছে বা। মইও এইদৰে পিঠা কেক বনাবলৈ চেষ্টা কৰিম

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

    • @RBorah-bu5gy
      @RBorah-bu5gy 4 หลายเดือนก่อน

      Thank you

  • @bharatibaishya6939
    @bharatibaishya6939 4 หลายเดือนก่อน

    বৰ ভাল লাগিল। ধন্যবাদ

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @RehenaBegum-ic5gx
    @RehenaBegum-ic5gx 3 หลายเดือนก่อน +1

    Baidaw racipe 2 Sai bohut bhal lagelay❤

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @manjudutta2337
    @manjudutta2337 4 หลายเดือนก่อน

    Bor xundor recipe ..bonai kham

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @giringogoi4306
    @giringogoi4306 4 หลายเดือนก่อน

    সুন্দৰ

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @bornaligogoi2618
    @bornaligogoi2618 4 หลายเดือนก่อน

    Khub hundor recipe,lorar tifin t dibo parim thanks baidau

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @gargichoudhury9509
    @gargichoudhury9509 3 หลายเดือนก่อน

    Bohut val lagil recipe tu❤

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      Thank you

  • @rekhagogoi9098
    @rekhagogoi9098 4 หลายเดือนก่อน

    Bohut dhunia lagil mam apunar video 👌♥️ logote ata hohoj recipe bonaboloi hikai dela❤♥️♥️♥️ anekuwa video aru dibo buli akha thakil 🙏

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @atharwavedashrut9758
    @atharwavedashrut9758 4 หลายเดือนก่อน

    সুন্দৰ হৈছে

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @bijudutta8798
    @bijudutta8798 4 หลายเดือนก่อน

    বহুত ভাল লাগিল ভিডিঅ'টো চাই। বাইদেউ বেকিং পাউদাৰ চিনি পাওঁ কিন্তু বেকিং চʼদা কি হয় জনাবচোন

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      খোৱা চ'দা বা খাৰ চিনিপোৱা নহয়…
      বেকিং চ'দা হ'ল কেক বা যিকোনো বস্তু ফুলোৱাত সহায় কৰে…

  • @amiyamazudermazumder5301
    @amiyamazudermazumder5301 4 หลายเดือนก่อน

    বহুত ভাল লাগিল।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      সুপ্ৰভাত সহ ধন্যবাদ

  • @aparnasarma2635
    @aparnasarma2635 4 หลายเดือนก่อน

    বা মই আপোনাৰ ৰেচিপিটো চাই লগ লগ বনাই খালো ধুনীয়া হৈছে | আগলেও এনেকুৱা সুন্দৰ ভিদিও পাম বুলি আশা কৰিলো❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️ দিবলৈ চেষ্টা কৰিম

  • @sangitagogoi658
    @sangitagogoi658 4 หลายเดือนก่อน

    Hundor recipe 😊

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      সুপ্ৰভাত সহ ধন্যবাদ

  • @mousumidadhara5133
    @mousumidadhara5133 4 หลายเดือนก่อน

    বহুত ভাল লাগিল বাইদেউ ।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @kaifjahinahmed1569
    @kaifjahinahmed1569 3 หลายเดือนก่อน

    বহুত দিনৰ পাছত আপোনাৰ ভিডিঅ চালো ভাল লাগিল ।

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @queendas9546
    @queendas9546 4 หลายเดือนก่อน

    Oti xundor hoise moi bnable sesta korim

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @hemalatadutta6360
    @hemalatadutta6360 3 หลายเดือนก่อน

    Bahut val hoise moi aji banam

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ

  • @manuborah4135
    @manuborah4135 4 หลายเดือนก่อน

    খুব ধুনীয়া হৈছে দেই বাইদেউ ❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pompibaruag1244
    @pompibaruag1244 4 หลายเดือนก่อน +1

    Xosai bahut vl lgil

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ

  • @anjalipathak4964
    @anjalipathak4964 4 หลายเดือนก่อน

    ধুনীয়া,,,,,,,।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @mamonikonwar882
    @mamonikonwar882 4 หลายเดือนก่อน

    বহুত দিনৰ মূৰত আপোনাৰ ভিডিঅ' চাই ভাল লাগিল

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @SantanuDutta55
    @SantanuDutta55 4 หลายเดือนก่อน

    ভাল লাগিল আপোনাৰ ভিদিঅটো চাই মাতটো বহুত ধুনিয়া আপোনাৰ আজি প্ৰথম চালো বহুত ভাল লাগিল !

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @manabendrakherkatary7936
    @manabendrakherkatary7936 3 หลายเดือนก่อน

    Bohut sundar hoise.

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @assamesevloggermousumi
    @assamesevloggermousumi 3 หลายเดือนก่อน

    Khub xundor recipe

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @barnalihazarika918
    @barnalihazarika918 3 หลายเดือนก่อน

    Apuni akou TH-cam ot ahar babe bohut val lagise dekhi Thankyou and god bless you and your family ♥️

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ…তোমাৰ কুশল কামনা কৰিলো

  • @rinadutta7598
    @rinadutta7598 4 หลายเดือนก่อน

    বৰ সুন্দৰ পিঠা বনাই দেখালে বাইদেউ নিশ্চয়ই বনাই খাম❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @DipaliRay-tt6nc
    @DipaliRay-tt6nc 4 หลายเดือนก่อน

    Bhal recipe dile baido thanks 👍👍❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pronotihazarika4648
    @pronotihazarika4648 4 หลายเดือนก่อน

    Bor dhunia lagil sai . Ekebsre simple . Khaboloi u sage bor vl lagibo . Moiu sure bonai kham dei baidew . Thankyou so much . Love from jorhat . ❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @BinaGohain-un2ot
    @BinaGohain-un2ot 4 หลายเดือนก่อน

    Bht vl lagil dhonyobad jonalu

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      Thank you

  • @MrinaliniBoro
    @MrinaliniBoro 4 หลายเดือนก่อน

    Bor dhuniya hoise baideo.. try korim❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @sumvlog4796
    @sumvlog4796 3 หลายเดือนก่อน

    Waww

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pompihazarika33
    @pompihazarika33 4 หลายเดือนก่อน +1

    BHut bhal lagil baidew akbare hohoj hoi

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      Thank you

  • @anilburagohain3586
    @anilburagohain3586 4 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল বাইদেউ❤❤❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @malobikamahanta7453
    @malobikamahanta7453 4 หลายเดือนก่อน

    Sundor ..sadai kushole thakok Baidew.🙏🙏

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @richanmajumdarrollno4042
    @richanmajumdarrollno4042 4 หลายเดือนก่อน

    আপোনাৰ video চাই ভাল লাগে বাইদেউ।দি থাকিব ধন্যবাদ❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @pratimagogoi6426
    @pratimagogoi6426 20 วันที่ผ่านมา

    👌👌

  • @abhijitgogoi9427
    @abhijitgogoi9427 4 หลายเดือนก่อน

    ভাল লাগিল বাইদো, আৰু video বনাব 👍🏻

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @madhumitatamuliphukan9429
    @madhumitatamuliphukan9429 4 หลายเดือนก่อน

    Bor dhunia hoise baidew..Bahudìnor pisat apunak dekhi val lagil..

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @mausumibhuyan155
    @mausumibhuyan155 4 หลายเดือนก่อน

    বহুত দিনৰ পাছত আপোনাৰ video পালো দেই ভাল লাগিল

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @juriduttasonowal8151
    @juriduttasonowal8151 4 หลายเดือนก่อน

    সুন্দৰ ♥️

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @salimhussain4907
    @salimhussain4907 4 หลายเดือนก่อน

    ভাল লাগিল

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @prasantagoswami1477
    @prasantagoswami1477 4 หลายเดือนก่อน

    ভাল idea.

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @binubori
    @binubori 4 หลายเดือนก่อน

    বৰ সুন্দৰকৈ বনালে বাইদেউ ❤❤❤

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @chumkibora638
    @chumkibora638 4 หลายเดือนก่อน

    Bor bhal lgil, try krm baideu

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      নিশ্চয়…মৰম সহ ধন্যবাদ ❤️

  • @jummydutta8114
    @jummydutta8114 4 หลายเดือนก่อน

    APUNI HODAI PERFECT BAIDO....BONAISILU VAL HOI.

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @parthaborah2984
    @parthaborah2984 4 หลายเดือนก่อน

    ভাল লাগিল।আপুনি মাজতে নোহোৱা হৈ যায় কিয় বাৰু

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @Babita-nq9gm
    @Babita-nq9gm 2 หลายเดือนก่อน

    ভাল লাগিল❤

    • @TaruPhukan
      @TaruPhukan  2 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @পুৰবীবড়াডেকা
    @পুৰবীবড়াডেকা 4 หลายเดือนก่อน

    Apunar recipe bur bor val lage

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @krishnagogoi8918
    @krishnagogoi8918 4 หลายเดือนก่อน

    Uff ki kom baideu emn dhunia hoise... Ru pithagurie ki ki bnab pari plz plz debsun.

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @purobeegogoi1343
    @purobeegogoi1343 4 หลายเดือนก่อน

    Bohut bhal lagil recipe tu, dhanyavaad baideo

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

    • @jasminjafirah6221
      @jasminjafirah6221 หลายเดือนก่อน

      Pitha guri khini kesa ne alop vaji lobo lagiba

  • @mirabaruah3510
    @mirabaruah3510 4 หลายเดือนก่อน

    Bohut dhuniya hoise 😊

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      মৰম সহ ধন্যবাদ ❤️

  • @dipagogoi286
    @dipagogoi286 4 หลายเดือนก่อน

    বৰ সুন্দৰ বাইদেউ❤, গৰমত গধূলি সময়ৰ চাহ কাপ নাখাও বুলিয়ে ভাবিছিলো,কিন্তু আপোনাৰ হাতৰ ধোঁৱা ওলোৱা চাহ দেখি গাৰ গৰম কলৈ বা গল ,মইও চাহ বনাও গৈ😊 শুভ সন্ধিয়া জনালোঁ বাইদেউ🙏

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      গৰমেহে গৰম কাটে…মই তিনিকাপ লাল চাহ খাওঁ 😁
      মৰম সহ ধন্যবাদ ❤️

  • @priyasenskitchen6611
    @priyasenskitchen6611 4 หลายเดือนก่อน

    Apunar recipe akou dekhi bhal lagil baideu

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      Priya ❤️❤️

  • @RIMPIGOGOI-q4q
    @RIMPIGOGOI-q4q 4 หลายเดือนก่อน

    Apunak heibabe vl lage . Hoklue bonabo porakoi eman simple recipe bur diye.

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน

      ক'ম এদিন…মৰম সহ ধন্যবাদ ❤️

  • @ranjusarmah4890
    @ranjusarmah4890 4 หลายเดือนก่อน

    Bor dhunia recipe

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

  • @Anniiee3215
    @Anniiee3215 4 หลายเดือนก่อน

    বৰ সুন্দৰ।

    • @TaruPhukan
      @TaruPhukan  4 หลายเดือนก่อน +1

      মৰম সহ ধন্যবাদ ❤️

    • @Anniiee3215
      @Anniiee3215 4 หลายเดือนก่อน

      খুড়ী, জানে আজি বনাই চাইছিলো কিন্তু একদম নহ'ল😢 নুফুলিলেই অকণো যিমানকণ দিছিলো সিমান হৈয়ে টান হৈ থাকিল। মই ভাবো পানীৰ ঠাইত ময়দাৰ কেকৰ দৰে বেক কৰা হ'লে ফুলি উঠিলেহেঁতেন।