আকৌ এগৰাকী শিশুৰ সুমধুৰ কণ্ঠ | part 4 HD

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • Please watch our latest videos:
    • Assamese singer Naba N...
    Kaustav with unique voice, Interview with Anupam Chakraborty.

ความคิดเห็น • 1.4K

  • @sineswarmoran4006
    @sineswarmoran4006 ปีที่แล้ว +10

    কৌস্তভ ভাইটী তুমি ইমান সুন্দৰ কন্ঠৰে গাইছিলা । গীতবোৰ শুনি আৰু তোমাৰ মুখলৈ চাই মোৰ হৃদয় খনি এবাৰ হিয়ৰি উঠিল । সংগীতেৰে তুমি অমৰ ভাইটী ।

  • @munmihazarika779
    @munmihazarika779 ปีที่แล้ว +16

    সুন্দৰ অতি সুন্দৰ। তুমি সচাঁ কৈ ইমান ধুনীয়া গীত গাবলৈ শিকিলা।তোমাক ভগৱানে আৰু আগবঢ়াই নিয়ক।

  • @moheshpait9823
    @moheshpait9823 ปีที่แล้ว +4

    Dhuniya lagise anupam da kushtap vahtik aru alop aguwai jaboloi ajhibad korisu ❤

  • @jaminidas2584
    @jaminidas2584 5 หลายเดือนก่อน +6

    বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিছো।

  • @HiranedraBora
    @HiranedraBora 4 หลายเดือนก่อน +3

    বহুত ভাল লাগিছে ধন্যবাদ আৰু আগলৈ ভাল হোৱাৰ কামনা কৰিলোঁ ❤❤❤

  • @DipmoniRabha
    @DipmoniRabha 5 หลายเดือนก่อน +3

    অতি সুন্দৰ। উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @ranjumoni1099
    @ranjumoni1099 2 ปีที่แล้ว +4

    ঢকবতী দা আপোনি বহুত ভাল কৰিছে আৰু কসতূব ইমান ধুনীয়া গাইছেশ শুনি থাকিব মন যায়

  • @mrigankaborgohain9471
    @mrigankaborgohain9471 7 หลายเดือนก่อน +11

    অনুপম চক্ৰৱৰ্তী দাক হাজাৰ বাৰ ধন্যবাদ জনালো । লৰা ছোৱালী কেইটাইকআনধাৰ জগতৰ পৰা পোহৰ জগতত বিলিন কৰাই দিয়াৰ বাবে বহুত ধন্যবাদ থাকিল ।

  • @malaboro5121
    @malaboro5121 ปีที่แล้ว +4

    গীত শুনী বহুত ভাল লাগিল ।অতি মৰমৰ লৰা ।

  • @anandadas6174
    @anandadas6174 ปีที่แล้ว +3

    অনন্য মধুৰ পোনাটি কণ্ঠ । এনেকুৱা মধুৰ কণ্ঠ খুব কমেইহে পোৱা যায় । প্ৰতিটো গীতৰ বহু গভীৰলৈ সোমাই গাইছে ।

  • @barnalipathak4897
    @barnalipathak4897 4 ปีที่แล้ว +5

    Bhut dhuniya koi gaise bhaitiye bhut bhal lagise

  • @rekhajyotibaruah1861
    @rekhajyotibaruah1861 3 หลายเดือนก่อน +1

    অতি সুন্দৰ গাইছা। আগুৱাই যোৱা।ঈশ্বৰে মঙ্গল কৰক।

  • @soonmanibaruah5112
    @soonmanibaruah5112 ปีที่แล้ว +6

    Anupam da aponak sasai dhanya bad diso eman dhuniya 2 pratibha bisari2 amar majat bilai diye amito gamei napalo hy thank you Anupam da

  • @anantakochari-ds9so
    @anantakochari-ds9so ปีที่แล้ว +3

    ভাল হৈছে😊❤

  • @DebarunDutta-r5l
    @DebarunDutta-r5l 6 หลายเดือนก่อน +4

    মাক দেউতাকৰ পুণ্যৰ বলত এই ল'ৰা টোৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠ নিগৰাইছে

  • @garimagogoi2647
    @garimagogoi2647 10 หลายเดือนก่อน +2

    ভবিষ্যতে সুন্দৰ গায়ক হোৱাৰ ‌কামনা কৰিছোঁ ।❤ ইমান সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছোঁ।

  • @BikiCHANNI
    @BikiCHANNI 8 หลายเดือนก่อน +4

    বাবা বৰ সুন্দৰ ❤❤❤

  • @maynalhoque733
    @maynalhoque733 ปีที่แล้ว +12

    শিল্পী তুমি আগুবাই যোবা আগুবাই যোবা তোমাক হাজার হাজার ধন্যবাদ ধন্যবাদ ধন্যবাদ ❤️❤️❤️❤️

  • @kushakumarhazarika8111
    @kushakumarhazarika8111 4 ปีที่แล้ว +3

    সুন্দৰ, আশীৰ্বাদ কৰিছো কৌস্তভ্ তুমি আৰু আগ বাঢ়ি য়োৱা শিল্প জগত খন লৈ তাৰেই কামনা কৰিলো ।🙏🙏🙏

  • @rahmanmuzibur7794
    @rahmanmuzibur7794 ปีที่แล้ว +3

    জান কি সুন্দৰ লাগিছে ভাষাৰে বুজাব নোৱাৰি ।❤❤

  • @luckysaikia8468
    @luckysaikia8468 6 ปีที่แล้ว +74

    ইম্মান সুন্দৰকৈ গাইছে বিয়ানাম ৷ অন্য গীতও বৰ সুন্দৰকৈ গাইছে ৷শ্ৰদ্ধাৰ অনুপম চক্ৰৱৰ্তীক অশেষ ধন্যবাদ এই প্ৰচেষ্টাৰ বাবে ৷ভগবানে কুশলে ৰাখক আপোনাক ৷

  • @abinashmedhi1730
    @abinashmedhi1730 4 ปีที่แล้ว +22

    কৌষ্টভ ভগৱানে তোমাৰ মংগল কৰক, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @kakudaskakudas5388
    @kakudaskakudas5388 6 ปีที่แล้ว +32

    অতি সুন্দৰ হৈছে, তুমি আগুৱাই যোৱা 👌👌👌

  • @binitachetia7327
    @binitachetia7327 2 วันที่ผ่านมา

    কৌস্তুভ তোমাৰ কণ্ঠ ইমান সুন্দৰ এনেকৈয়ে গীত গাই আগবাঢ়ি গৈ থাকা তাৰে কামনা কৰিলোঁ। ❤👌

  • @bhadrabrahma5460
    @bhadrabrahma5460 6 ปีที่แล้ว +19

    অতি সুন্দৰ হৈছে, কস্তৌভ ! You are a sweet, cute and adorable kid singer ! উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @nibeditadevi4356
    @nibeditadevi4356 3 ปีที่แล้ว +4

    Emn dhuniya voice

  • @hiteshvlogs1440
    @hiteshvlogs1440 6 ปีที่แล้ว +24

    ব্হুত ধুনীয়া কন্ঠ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো
    All the Best bro
    Best of luck

  • @nazmabegum8755
    @nazmabegum8755 5 ปีที่แล้ว +33

    বাহঃ...ই দেখুন সবৰে গীত ইমান ধুনীয়া কৈ গাব পাৰে...বঢ়িয়া...Be blessed beta...and thanks anupam daa for this beautiful programe.

  • @ghanaktsonowalghanaktsonow6800
    @ghanaktsonowalghanaktsonow6800 4 ปีที่แล้ว +5

    Best, better also beautiful. Thanks

  • @mousumikakoti5706
    @mousumikakoti5706 4 ปีที่แล้ว +2

    Eman morom lgakoi gaise xuniai Val lagise....
    Aru Val koi gua...agbahi jua agoloi...tumar Val vobisot kamona korisu....

  • @minakshineog4340
    @minakshineog4340 6 ปีที่แล้ว +4

    Wow usrt pua hole tumak...bor morom lagise o tumak and eman modhumoi tumar kontho....wow..

    • @hamidabegum101
      @hamidabegum101 4 ปีที่แล้ว

      Xundar tomar kantha. God bless you.

  • @mamonirajbongshi803
    @mamonirajbongshi803 4 ปีที่แล้ว +4

    Ei program tu sai Khub val lage. Specially biyar geet tu Khub val lage suni.

  • @swapnaligogoi2235
    @swapnaligogoi2235 3 หลายเดือนก่อน +1

    বহুত ভাল গাইছা তুমি মাইনা। আগবাঢ়ি যোৱা। বহুতো মৰম আৰু শুভেচ্ছা জনাইছোঁ তোমাক।❤❤❤

  • @anuprobhabordoloi8229
    @anuprobhabordoloi8229 4 หลายเดือนก่อน +3

    কৌস্তুভ তুমি গীত গাই যোৱা।তোমাৰ উজ্ব ল ভ্ৱিষ্যত কাম না ক ৰিলো❤❤

  • @bitopansaikia1715
    @bitopansaikia1715 6 ปีที่แล้ว +2

    Anupam da...age apunak thnx disu karon apunr karone ei xokol lora suwali jibont ru besi xundor hoise..so thank you...beatifull voice

  • @atulkalita3030
    @atulkalita3030 3 ปีที่แล้ว +20

    At first, Thanks to Anupam Chakraborty Sir. Dear Kaustobh, In future you will be a great singer in all over Assam. God bless you and to your parents. Thank you very much.

  • @gajennath7199
    @gajennath7199 5 หลายเดือนก่อน +1

    Bahut sundar
    God bless you.

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 6 ปีที่แล้ว +18

    You tube ত বহুত বিয়া নাম শুনিলোঁ কিন্তু এনে কন্ঠৰ বিয়া নাম মই শুনা নাই.....👏👏🏾👏👏
    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ .....
    প্ৰচেষ্টা অব্যাহত ৰাখিবা

  • @Dhruba_hadala
    @Dhruba_hadala 4 ปีที่แล้ว +3

    Best of luck.... Tumi aguwai jowa aro

  • @navakanta66taid
    @navakanta66taid 6 ปีที่แล้ว +87

    অ মা যাৰ হৃদয় আছে কিছু হলেও চকুৰ পানী ওলাব ।কাৰণ কণমানি লৰাটোৰ কন্ঠই চকু পানী ওলাবওলাবলৈ সহায় কৰে ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তেওঁ ভবিষ্যতে নাম উজ্জ্বল কৰক ।

  • @gitanjalidoley877
    @gitanjalidoley877 5 ปีที่แล้ว +2

    anupom da apunar ei bihek aunshtan bu bht bhl lge si bhaiti tumi hosai khub hundhar geet gai hklure hidioy joi krsa aguai jua

  • @kartikdas3184
    @kartikdas3184 6 ปีที่แล้ว +14

    সুন্দৰ গাইছে ভগৱানে তেওঁক সহায় কৰক

    • @gobinnath1583
      @gobinnath1583 6 ปีที่แล้ว +1

      Kartik Das বিয়া গান গালে বহুত দুশ লাগে

  • @ruminath1740
    @ruminath1740 ปีที่แล้ว +1

    Bhut dhuniya gaisa beta tumi aru aguai jua mor akhirbad xodai thakil tumaloi 🥰😘

  • @technologysuraj3461
    @technologysuraj3461 6 ปีที่แล้ว +59

    ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ অসমী আইৰ সু-সন্তান তুমি কৌস্তুভ ৷ তোমাৰ ওচৰত আমাৰ আশীৰ্বাদ সদায় থাকিব তুমি আগুৱাই যোৱা ৷

  • @renuborah2361
    @renuborah2361 3 หลายเดือนก่อน +1

    Eman sundor kontha Aagbahi juwa Aamar Aasirbad thakil ❤❤

  • @lakhimoniphukan3293
    @lakhimoniphukan3293 4 ปีที่แล้ว +10

    ভাইটি তুমি ইমান ধুনীয়া কৈ গান গোৱা ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @lokendrakumarborah2863
    @lokendrakumarborah2863 4 ปีที่แล้ว +2

    কৌষ্ঠৱ মনি তোমাৰ মাতটো বৰ কোমল সকলোগীতেই ইমান সুন্দৰকৈ গাব পাৰা ।তোমাৰ উজ্বল ভবিশ্যৎ কামনা কৰিলো । আগুৱাই যোৱা ; আশীৰ্বাদ দিলো ।

    • @induprovagogoi9597
      @induprovagogoi9597 2 ปีที่แล้ว

      KastabBahutHundaGaisa. AshibafThakil. Sgu eaijua.

  • @navakanta66taid
    @navakanta66taid 6 ปีที่แล้ว +17

    Really good boy. I wish his future life one of great singer . লগতে বন্দী সজাৰ পখীক মুকলি আকাশত উৰিবলৈ দিওঁতাসকলক ।

  • @dolihazarika208
    @dolihazarika208 5 ปีที่แล้ว +2

    aguyai jua tumi bohut bohut bohut bohut besi val lagil 👌👌👌

  • @rupibourah5833
    @rupibourah5833 ปีที่แล้ว +22

    Nice song aru val howk tar lamonary

  • @muhonmuhondas
    @muhonmuhondas 8 หลายเดือนก่อน +2

    At first ,Thank to Anupam Chakrabaty sir Dear koustav will be agreat iñ all Assam,♥️

  • @warscartff2410
    @warscartff2410 2 ปีที่แล้ว +3

    Soo sweet Kaustav. God bless u

  • @tutumonibora5269
    @tutumonibora5269 4 ปีที่แล้ว +2

    Vaite tumi aru.aguai.jua.so.naice. 👍👍👍👍👍

  • @reenabarman6239
    @reenabarman6239 4 ปีที่แล้ว +13

    Thank you anupam for giving them opportunity to show their talents

  • @nikitasarmah8400
    @nikitasarmah8400 2 ปีที่แล้ว +1

    Bohut dhuniya hoise,,,,,,,,,tumi aguyai juwa 👍

  • @binoddas8072
    @binoddas8072 3 ปีที่แล้ว +3

    We pray to almighty God for your bright future. Good keep it up.👍👍

  • @soonmanibaruah5112
    @soonmanibaruah5112 ปีที่แล้ว +1

    Vaiti tomar geet sunile mor manto beya lagi thakile anei manto khub val lage oo tomi aguyai joya..best of luck

  • @sagorikahaloi3333
    @sagorikahaloi3333 6 ปีที่แล้ว +14

    ধুনীয়া গাইছা ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

    • @hemontapegu9485
      @hemontapegu9485 6 ปีที่แล้ว

      Sagorika Haloi ভাল লাগিছে

    • @kaustovmudoi1907
      @kaustovmudoi1907 6 ปีที่แล้ว +1

      Sagorika Haloi nice

    • @HRVLOG-ez7tf
      @HRVLOG-ez7tf 5 ปีที่แล้ว

      সচাকৈয়ে বিয়া গীতবোৰ শুনিলে
      বিয়া খন হৈ থকা যেন এ লাগে
      কৌস্তুভৰ কণ্ঠত উজনিৰ দুজনী গাভৰু ছবি খনৰ যা যা মাজনী দুৰনিলৈ গীতটো শুনিবলৈ মন যায়

  • @gayotridas1273
    @gayotridas1273 4 ปีที่แล้ว +2

    বহুত ভাল লাগিছে । বিয়া নাম শুনি মনটো বহুত ভাল লাগিল। ভবিষ্যত মঙ্গল কামনা কৰিলো ।😘

  • @rupagogoi9547
    @rupagogoi9547 5 ปีที่แล้ว +7

    কণমানি সোনটো তোমাৰ এই কণ্ঠৰ যাদু শুনি নকন্দাকৈ নোৱাৰিলো । তোমাৰ মাক হাজাৰ নমষ্কাৰ জনাইছো । আশীৰ্বাদ কৰিছো উজ্বল ভৱিষ‍্যতৰ ।

  • @skearmahammad6153
    @skearmahammad6153 3 ปีที่แล้ว +2

    বহুত সুন্দৰ কন্ঠ । আশীৰ্বাদ দিছো ।

    • @mithundeka8606
      @mithundeka8606 3 ปีที่แล้ว +1

      মই ও গান গাই বহুত ভাল পাওঁ মোকো অলপ আশীৰ্বাদ দিবচোন কিজানি ভাল গায়ক এজন হব পাৰো।

  • @rajboruah2045
    @rajboruah2045 6 ปีที่แล้ว +4

    You are soo nice singer well done keep it up👍👍👍👍👍

  • @GubinKachari-q1f
    @GubinKachari-q1f 8 หลายเดือนก่อน +1

    গানটো বৰ ধুনীয়া লাগিছে

  • @anamikahazarika7337
    @anamikahazarika7337 5 ปีที่แล้ว +9

    Great great god gift dis child voice grow up

  • @anamikanath2180
    @anamikanath2180 5 ปีที่แล้ว +1

    Aru aguai jowa vaiti verry nice

  • @laksheswardeka4025
    @laksheswardeka4025 6 ปีที่แล้ว +6

    Bhout bhal lighal oh thanks dada best of good luck

  • @bikihazarika9824
    @bikihazarika9824 6 ปีที่แล้ว +2

    Bohut dhuniya hoisa bro best of luck.....

  • @jituburagohai7535
    @jituburagohai7535 4 ปีที่แล้ว +8

    Examplery sweet voice. God bless u to build plateform to all level. My heartfull regards to Anupam daa for such steps.

    • @khirodkalita7306
      @khirodkalita7306 4 ปีที่แล้ว

      মই তোমাৰ লগত চিনাকী হলো মৱাইল য়োগে মই খীৰোদ কলিতা কামৰুপ তোমাৰ বহুত ভাল কনঠThanks গাই থকা

  • @Janmonichetia-dx6yh
    @Janmonichetia-dx6yh วันที่ผ่านมา

    বহুত ভাল লাগিছে। আগুৱাই যোৱা ।

  • @bastabjyotilahan2958
    @bastabjyotilahan2958 6 ปีที่แล้ว +53

    বিয়ানাম কেতিয়া গাব কেতিয়া গাব বুলি ৰৈ থাকো...বাকীবোৰ গানো বৰ সুন্দৰকৈ গোৱা কিন্তু মোৰ বিয়া নামবেৰ বহুত ভাল লাগে...তুমি বহুত আগুৱাই যোৱা কৌস্তভ |

    • @ranjimabegum3148
      @ranjimabegum3148 6 ปีที่แล้ว

      Bastab Jyoti Lahan ya you are righit

    • @saradisondhya7707
      @saradisondhya7707 5 ปีที่แล้ว

      @@ranjimabegum3148 .........

    • @babitadas8586
      @babitadas8586 5 ปีที่แล้ว

      Bastab Jyoti Lahan 💐👌

    • @pronabdutta484
      @pronabdutta484 5 ปีที่แล้ว

      Bastab Jyoti Lahan
      very nice0
      00

    • @surohazarika8174
      @surohazarika8174 5 ปีที่แล้ว

      কৌস্তুভৰ গান ইমান ভাল লাগিল সছাই মই তেওঁক অনন্তৰৰ পৰাই আশীৰ্বাদ জনাইছো আৰু আগবাঢ়ি যাওঁক ধন্যবাদ ৷সুৰ শইকীয়া হাজৰিকা ৷মজুলী 6oo1288977.

  • @inugogoi797
    @inugogoi797 4 ปีที่แล้ว +10

    কৌস্তুভৰ গান শুনি অতি আপ্লুত হলোঁ,,, তুমি আগুৱাই যোৱা।

    • @nayanrabha666
      @nayanrabha666 2 ปีที่แล้ว

      বহোত ভাল লাগে

    • @rumi3848
      @rumi3848 ปีที่แล้ว

      Very good

  • @ruhitassamyoutobe3218
    @ruhitassamyoutobe3218 6 ปีที่แล้ว +5

    বহত ভালে লাগৈছ গাণ joy hin mara assam toksh sanil

  • @rekhamonichetia3405
    @rekhamonichetia3405 4 ปีที่แล้ว +13

    Bhout val lagese, gd bless you

  • @anjansarmah4567
    @anjansarmah4567 5 ปีที่แล้ว +14

    কৌ্স্তভ তোমাৰ গান বিলাক ইমান ভাল লাগিল ,তোমাৰ উজ্বল ভবিষ‍্যত কামনা কৰিলো😊******

    • @bhabendas7720
      @bhabendas7720 4 ปีที่แล้ว

      অনুসপম আপোনাৰ এয়া সুন্দৰ পদক্ষেপ । নিশ্বয় আপোনাৰ পুণ্য হব ।

  • @avaranihazarika1730
    @avaranihazarika1730 4 ปีที่แล้ว +2

    Really Anupam chakrawarty dangoria . bor xundar gaise ai growing age r akonman loratue ..teuk xubidha xujug diatu ata dangor manobio dhorma hobo .

  • @AsikAhmed-jl9pt
    @AsikAhmed-jl9pt 5 หลายเดือนก่อน +1

    Tmr gan dintu khunisu eman val lagise khodai jate valke gai thakibo para take allar usorot kamona korisu all the best ❤️❤️❤️

  • @archanaadeka9526
    @archanaadeka9526 5 ปีที่แล้ว +9

    ইম্মান মৰম লগাকে বিয়া নাম গোৱা তুমি। বাকী বিলাকো ভাল গাইছা। আগুৱাই যোৱা তুমি

  • @bikashbigshow5182
    @bikashbigshow5182 4 ปีที่แล้ว

    Bhut dhuniya lagise vaiti aguwai juwa....... Very nice

  • @surajsonowal9339
    @surajsonowal9339 5 ปีที่แล้ว +10

    সুন্দৰ,সুন্দৰ বহুত² সুন্দৰ, হিয়া মন হাত পৰি যায় । ভগবানে আশীৰ্বাদ কৰক। সিহতক আগবঢ়াই অনাৰ বাবে অনুপম দালৈ বহুত² ধন্যবাদ।

  • @khalidaahmed1858
    @khalidaahmed1858 6 ปีที่แล้ว +2

    Xsai bht bht Val lgil xuni thanks Anupam da emn dhunia program ata diar bbe

  • @tilakkalita8341
    @tilakkalita8341 6 ปีที่แล้ว +21

    bohut dhuniya gaisa. hodai anekoi tumi aag bahi juwa

    • @anurupborah7995
      @anurupborah7995 6 ปีที่แล้ว

      sima sima kalita মোৰ ৰো ভাল লাগিছে

    • @rubulgogoi823
      @rubulgogoi823 6 ปีที่แล้ว

      yashu love to

  • @manjulaborgohainmanjulabor4272
    @manjulaborgohainmanjulabor4272 ปีที่แล้ว +2

    Dear Kaustav God bless you and lots of love from Sibsagar..

  • @heyyaaaaaa9007
    @heyyaaaaaa9007 6 ปีที่แล้ว +4

    বহুত সুন্দৰ কণ্ঠ । মন মুগ্ধ কৰি পেলালে ।

  • @aayushmantalukdar3867
    @aayushmantalukdar3867 4 ปีที่แล้ว +2

    Tumar gaan xuni bohut val lagisae keep it up. May God bless you

  • @kamrunnahar1172
    @kamrunnahar1172 5 ปีที่แล้ว +5

    কৌস্তভ তুমি বহুত ধুনীয়া গাইছা,আল্লাই তুমাৰ আশা পূৰণ কৰক,তুমি আগুৱাই যোৱা

  • @SumiBoruah-e4b
    @SumiBoruah-e4b 8 หลายเดือนก่อน +1

    বহুত ভালো গাইছা

  • @kanaisarkarkanai8693
    @kanaisarkarkanai8693 6 ปีที่แล้ว +38

    বহুত বহুত বহুত বহুত ধুনীয়া লাগিছে ভবিষ্য উজ্জ্বল কামনা কৰিলো

  • @nikitarajkhowa8136
    @nikitarajkhowa8136 3 ปีที่แล้ว

    Iman hundor kontho...Tumar ujjwal vobishot kamona krilu..

  • @bhaskarchungkrang3190
    @bhaskarchungkrang3190 6 ปีที่แล้ว +17

    অপূৰ্ব সুন্দৰ কণ্ঠ ।তোমাৰ ভৱিষ্যত উজ্জল কামনা কৰিছোঁ।

  • @dilipgogoi704
    @dilipgogoi704 5 หลายเดือนก่อน

    সুন্দৰ 'মই মৰানৰে। মিশ্চয় তোমাক সোমকালে লগ কৰিম।

  • @rajibdeka2667
    @rajibdeka2667 6 ปีที่แล้ว +10

    so sweet voice, god bless u..

  • @RedipNeog
    @RedipNeog 5 หลายเดือนก่อน

    ইমান ধুনীয়া গীত 🥰🥰

  • @bitumanibaruah3020
    @bitumanibaruah3020 6 ปีที่แล้ว +7

    Val lagil tumar mattu bar dhuniya good luke moi bisaru tumi aru agbarhi juwa tumar ujjol vabisyat kamana korilu......😍😍😍😍😍👌👌👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @minakshineog4340
    @minakshineog4340 6 ปีที่แล้ว +2

    Wow Bhaiti tur kontho ki....wow tamam val lagise...aru aguyai jua .god bless you

  • @aakashraj9592
    @aakashraj9592 6 ปีที่แล้ว +8

    Really he has a wonderful voice.... Very sweet...

  • @sachindeka9314
    @sachindeka9314 5 ปีที่แล้ว +1

    সুন্দৰ হৈছে দেই উজ্বল ভৱিষ্যত কামনা কৰিছোঁ

  • @bibhashkashyap1362
    @bibhashkashyap1362 4 ปีที่แล้ว +6

    Voice iman sweet awesome

  • @mousumikakoti5706
    @mousumikakoti5706 4 ปีที่แล้ว +1

    .so sweet beta .... Thanks anupam da...apunak bhuty thanks

  • @arabindaroy3427
    @arabindaroy3427 4 ปีที่แล้ว +8

    God bless you,
    Keep it up
    Very heart touching voice....

  • @MilanBaruah-rt8ob
    @MilanBaruah-rt8ob 2 หลายเดือนก่อน

    Val lagil koustv agbahi jua