ভাগৱত পাঠ ও ব্যাখ্যা | মন্দিৰা ভৰালী বৰা | Bhagwat Bakhya | Mandira Bharali Bora | বিহপুৰীয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 พ.ค. 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | মন্দিৰা ভৰালী বৰা | Bhagwat Bakhya | Mandira Bharali Bora | বিহপুৰীয়া
    ব্যাখ্যাকাৰ-
    মন্দিৰা ভৰালী বৰা (বিশ্বনাথ চাৰিআলি)
    * কৃষ্ণক বাদ দি বেলেগ দেৱ-দেৱীক পুজা কৰিলে ভাগৱতে ইমান বেয়াকৈ কিয় কৈছে...?
    * মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে মন্দিৰা ভৰালী আইয়ে কি আৰু কিয় এনে মন্তব্য দিলে...?
    জয় গুৰু শঙ্কৰ
    ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান
    চোৰোহানি প্রাথমিক শাখা
    স্হান- চোৰোহানি প্ৰাথমিক শাখা নামঘৰ, বিহপুৰীয়া, লখিমপুৰ, অসম
    #ভাগৱতপাঠ #mandira_bharali_bora #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️
    আপোনালোকৰ যিকোনো অনুষ্ঠান প্ৰচাৰৰ বাবে 7002984648 নম্বৰত যোগাযোগ কৰক...
    ধন্যবাদ ...🙏🙏🙏

ความคิดเห็น • 84

  • @user-mb3nj2fs7o
    @user-mb3nj2fs7o หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আই গৰীকী লৈ বহুত বহুত ধন্যবাদ জনালোঁ ❤️‍🩹💖❤️‍🩹💖❤️‍🩹❤️‍🩹💖❤️‍🩹❤❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @anupomgogoi5374
    @anupomgogoi5374 หลายเดือนก่อน +2

    Krishna krishna aai❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dhireswarray8159
    @dhireswarray8159 2 หลายเดือนก่อน +4

    Ram Ram Krishna Krishna aai Devi joy shree krishnay govindo Hore murari hay natho narayono nomo nomo nomo 🙏🙏🙏 dhyono dhyono aai Devi

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏🙏

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 2 หลายเดือนก่อน +3

    " HOY TEOAEI MAHAAN JAGATAR ISHWAR JAI SHREE KRISHNA "

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @padmaboruah5174
    @padmaboruah5174 2 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ

  • @saratmedhi3923
    @saratmedhi3923 2 หลายเดือนก่อน +1

    কৃষ্ণ 🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-lq3mp3lf8v
    @user-lq3mp3lf8v 2 หลายเดือนก่อน +2

    অতি সুন্দৰ ভাগৱত বাখ্যা বৰ ভাল লাগে আই সেৱা জনালোঁ 🙏🙏।

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dimpolgogoi6719
    @dimpolgogoi6719 หลายเดือนก่อน +1

    Krishna Krishna ❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 2 หลายเดือนก่อน +2

    কৃষ্ণ ❤❤❤❤🪔🪔🪔🪔🌹🌹🌹🌹🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @BakulRajkhowa-yt4bn
    @BakulRajkhowa-yt4bn หลายเดือนก่อน +1

    Val lagil Krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 2 หลายเดือนก่อน +1

    🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @madhabdas1555
    @madhabdas1555 หลายเดือนก่อน +1

    আই মাতৃ শুনি ভাল লাগিল ❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @purnimadas7779
    @purnimadas7779 2 หลายเดือนก่อน +1

    বহুতো ভাল লাগিল শুনি 🙏🙏কৃষ্ণ কৃষ্ণ আই কৃষ্ণ কৃষ্ণ 🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @kabitakk5245
    @kabitakk5245 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    ৰাম ৰাম ৰাম ৰাম🙏🙏
    হৰি হৰি হৰি হৰি🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @chinugogoi5411
    @chinugogoi5411 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ, আই সেৱা জনাইছোঁ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @minatimech4993
    @minatimech4993 2 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

    • @munindraborgohain6054
      @munindraborgohain6054 2 หลายเดือนก่อน

      Krishna. Krishna. Krishna. 🙏🏼🙏🏼🙏🏼🙏🏼

  • @user-hb2gi2sv9m
    @user-hb2gi2sv9m 2 หลายเดือนก่อน +1

    কৃষ্ণ 🙏♥️🙏🌹👏👏🙏🌹👏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @buluborah4646
    @buluborah4646 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ পৰমেশ্বৰে কৃপাকৰক কৃষ্ণ কৃষ্ণ আমি সেৱা জনাইছো

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @junumech7558
    @junumech7558 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ আই আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ ‌‌👏👏👏👏 কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-to3rv9yi5t
    @user-to3rv9yi5t 2 หลายเดือนก่อน +1

    Krishna Krishna ❤namaste 🙏 ♥️

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @jogennath7661
    @jogennath7661 2 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল শুভেচ্ছা জনাইছো গহপুৰ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @nayanmonidsa5483
    @nayanmonidsa5483 2 หลายเดือนก่อน +1

    ৰাম কৃষ্ণ হৰি ৰাম নাৰায়ণ good

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @SenuHira-rd4mh
    @SenuHira-rd4mh 2 หลายเดือนก่อน +1

    🙏🙏🙏 Krishna aaigaraki

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-mi2yf6fn8h
    @user-mi2yf6fn8h 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম নাৰায়ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 2 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ আই হৰি নাম গুণ মহা পুণ্য জানি শতাংগ নিপটিৰ জীৱন হৈল ধৈন কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ আই ♥️🙏

    • @pallabikagohain5720
      @pallabikagohain5720 2 หลายเดือนก่อน

      @@kalindeebhomora6395 কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @binita2452
      @binita2452 2 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ

    • @pallabikagohain5720
      @pallabikagohain5720 2 หลายเดือนก่อน

      @@binita2452 কৃষ্ণ কৃষ্ণ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 2 หลายเดือนก่อน +1

    জয় শ্ৰিকৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @asomiaasom6008
    @asomiaasom6008 2 หลายเดือนก่อน +4

    যি জন অজ্ঞ যিজন পাষণ্ড দুৰাচাৰী পাপী চয়তান সেইজনাইহে ঈশ্বৰৰ বিভুতি স্বৰূপ প্ৰকৃতি চৈতন্য শক্তি দেৱ দেৱীক সাধাৰণ নিন্দিত ঘৃণিত হেয়জ্ঞান অবজ্ঞা কটুসমালোচনা কৰে ।এইজনীও দুৰাচাৰী পাষণ্ডী চয়তানী পাপী অজ্ঞ ।চয়তানী মন্দিৰা ভৰালী তোমাৰ ইষ্ট ভগৱান কৃষ্ণই কাক ভজিছিল ? বিষুই কৃষ্ণৰ নৰৰূপ ধাৰণ কৰিছিলনে নাই ?কৃষ্ণই কৈছিলনে নাই মইয়ে দেৱ দেৱী স্বৰূপত জগতৰ জীৱৰ কল্যাণ কাৰ্য কৰি আছো ,দেৱ দেৱীক ভজিলেও সেই পূজা মইয়ে পাও সন্তুষ্ট হও আৰু মোক দেৱ দেৱীৰ ৰূপত ভজিলে সেই পূজাৰ ফল মইয়ে দিও দুৰাচাৰিআী শাস্ত্ৰ ভালকৈ অধ্যয়ণ কৰি তত্ব ঈশ্বৰৰ মহিমা বুজি লোৱা ।বিষ্ণুৰ অৱতাৰী পুৰুষ ৰামে কাক ভজিছিল ? বিষ্ণুৰ অৱতাৰ পৰশুৰামে কাক ভজিছিল ?বিষুৰ অৱতাৰ বুদ্ধদেৱে কাক ভজিছিল আৰু বুদ্ধদেৱে কিয় কৃষ্ণক ভজি ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰিব উপদেশ দিয়া নাছিল ? তোমাৰ গুৰু মাধৱদেৱে মুক্তি পাই বৈকুণ্ঠগতি পাইছেনে?চয়তানী মন্দিৰা ভৰালী অসমৰ মানুহক বুৰ্বক মুৰ্খ সজাই শাস্ত্ৰ ভুল বিকৃত অপব্যাখ্যা কৰি আবোল তাবোল বকি লোকক মতিভ্ৰম নকৰিবা ।কাৰণ অসমৰ লোকক অসমৰ তিনিজনা মুখ্যগুৰু গুৰু হৰিদেৱ ,মুখ্যগুৰু শংকৰদেৱ ,মুখ্যগুৰু দেৱ দামোদৰদেৱ ,গুৰু শংকৰদেৱৰ প্ৰধান শিষ মাধৱদেৱ ,গুৰু দেৱ দামোদৰদেৱৰ প্ৰধান শিষ্য আচাৰ্য ভট্টদেৱ ,বংশীগোপালদেৱ , ভগৱানদেৱ,বলদেৱ ,সন্তদেৱ , গোপালমিশ্ৰ ,গোবিন্দমিশ্ৰ , গোপালচৰণ দ্বিজ ,কেশৱচৰণ দ্বিজ ,হৰিদাস ,জয়হৰিদেৱ , অনন্তুকন্দলি আদি সন্ত মহাপুৰুষ সকলে পুথি লিখি আচৰণ কৰি দেখুৱাই অসমবাসীক দি গৈছে ।তুমি যি ভুল বিকৃত অপব্যাখ্যা কৰিছা ৰামে কাক ভজিছিল ?তুমি বিষ্ণু কৃষ্ণ শংকৰদেৱৰ বাণী উপদেশ আজ্ঞা মানানে ?বিষ্ণু শিৱ অভিন্ন একেশ্বৰ ,বিষ্ণু শিৱক বেলেগ বুলি ভবাজন দুৰাচাৰী মহাপাপী নৰকত পৰিব বুলি কৈছেনে নাই ?ভাগৱত কীৰ্তঘোষা ভালকৈ অধ্যয়ণ কৰিবা চয়তানী ।ভষ্মাসুৰ আখ্যান কৈ শিৱক নিন্দা কৰি যি আসুৰীক তৃপ্তি লভি আত্মহাৰা হোৱা মন্দিৰা ভৰালী ভষ্মাসুৰ প্ৰকৃততে কোন আছিল ?ভষ্মাসুৰক বৰ প্ৰদান কৰি নিজে নিজক নাশ নকৰিলে ভষ্মাসুৰক কোনেও নাশ কৰিব নোৱাৰে সেয়ে শিৱ বিষ্ণুৰ লীলা মহিমাৰে শক্তিশালী ভষ্মাসুৰক নাশ কৰিছিল তুমি একেশ্বৰ শিৱ বিষুৰ মহিমা কি বুজিবা ?কেৱল দেৱতা বুওি নিন্দা ঘৃণা হেয়জ্ঞান উপলুঙা কটুসমালোচনা কৰি চয়তানী আসুৰীক মনোতৃপ্তি আত্মতুস্তি লাভ কৰিব পাৰিবা তাতকৈ তঁহতৰ কাম কি আছে ?তোমাৰ গুৰু শংকৰদেৱে কীৰ্তনঘোষাত নাম অপৰাধত শিৱ বিষ্ণুক ভিন্ন দেখাজনক কি বুলিছে ? ভাগৱতত দক্ষ যজ্ঞ অধ্যায়ত বিষ্ণু ভক্ত অহংকাৰী দক্ষৰ পতনৰ পিছত বিষ্ণুই অহংকাৰী দক্ষক কিয় ৰক্ষা নকৰিলে তাৰ কাৰণ বিষ্ণুই কি বুলি কৈছিল ? ভাগৱতৰ দশম স্কন্ধত দেৱ দেৱী সম্পৰ্কে কি উপদেশ দিছে ? দেৱ দেৱী সকল কোন তুমি ভালকৈ শাস্ত্ৰ সমুহ অধ্যয়ণ কৰি শিকি বুজি জানি লোৱা তাৰ পিছত দেৱ দেৱী পূজা যাগ যজ্ঞৰ নিন্দা বিৰোধ হেয়জ্ঞান কৰিবাদেই চয়তানী ভণ্ড দুৰাচাৰিণী ভকতনী ।
    মায়াবী গুৰু মায়া শাস্ত্ৰৰ প্ৰভাৱত মতিভ্ৰম হৈ ভুল বিকৃত অপব্যাখ্যা কৰি শিৱ দেৱ দেৱীৰ নিন্দা ঘৃণা কটুসমালোচনা কৰি নৰকৰ পথিক হব পাৰিবা ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

    • @indronilsaikia8611
      @indronilsaikia8611 2 หลายเดือนก่อน +2

      এওঁলোকে এখন পুথি পঢ়িয়ে বহুত কিবা জানিলো বুলি ভাৱে এইটো এক নম্বৰ তেওঁ লোকৰ ভূল। যি বেদ নামানে যি এই মানৱ জন্ম টো পাওতে বিপৰক দান নকৰে। গো দান নকৰে তেন্তে এই মানৱি জন্ম লোৱাৰ কোনো কামেই নহল।। পৃতি ক'ৰম দেৱতাৰ ক'ৰম নকৰিলে কি হয় এইবোৰ এওঁ লোকে জানে নাই।

    • @asomiaasom6008
      @asomiaasom6008 2 หลายเดือนก่อน

      @@indronilsaikia8611 হয় ।সিঁহত কুৱাৰ ভেকুলী ,কুৱাটোকে মহাসাগৰ বুলি ভাবে মন্দিৰা হতে ।

  • @chandramalakar6177
    @chandramalakar6177 2 หลายเดือนก่อน +8

    Krishna krishna aai matri sewa jonaloo aaponak . ❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dipendeori7361
    @dipendeori7361 2 หลายเดือนก่อน +1

    Kintu Hain Sri Krishna Nijor hakolu jibon tu prameshwara Shiv Baba aradhanat logi disil aaru din ratti shiva baba key nijok surrender koridisil. Eyar Pramaan Dwarika Nageshwara Jyotrilinga asey jot teu hudai ratipuwa shiv baba pooja kurishil. Shiv Baba an ata naam hul Narayeshwara Mahadev athart ji Narayanesh nor ishwar Mahadev

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @LakhimiGohain
    @LakhimiGohain 2 หลายเดือนก่อน +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @nilimakalita7018
    @nilimakalita7018 2 หลายเดือนก่อน +1

    Bhagabatar Amritbani diote anak halosana Kariba napai Karan Bharat akhan Dharma Nirapekha Dex ,ami Bhagabatak hata hahasra pranaam janao amio Bhagabatar Amrit banik nata hir karo

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @kalpanadutta8058
    @kalpanadutta8058 2 หลายเดือนก่อน +1

    Apunar prati bhakti bhab ahib kot ghrena he upjise

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @rajudutta6401
    @rajudutta6401 2 หลายเดือนก่อน +2

    আপুনি ভাগৱত ব্যাখ্যা ‌কৰিছে নে আন কিবা?

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @nomitagohain3546
    @nomitagohain3546 2 หลายเดือนก่อน +1

    krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @krishnakakaty2624
    @krishnakakaty2624 หลายเดือนก่อน +1

    Tumi. Puja. Nokora. Nai. Kintu. Anok. Badha. Nidina. Dei. Xeitu. Moha. Pap. Goru. Dagoliye. Ketiyaw. Mangox. Makhai. Xihote. Gaho. He. Khabo. Dei. Krishna Krishna oporadho. Binaxono.

    • @kalindeebhomora6395
      @kalindeebhomora6395  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @sankhaboruah4283
    @sankhaboruah4283 2 หลายเดือนก่อน +2

    🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-kk7cf5be8b
    @user-kk7cf5be8b 2 หลายเดือนก่อน +1

    🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏